নৱনীতা গগৈ ভড়ালীৰ সফলতাৰ কাহিনী || UPARJAN || NAVANITA TIFFIN SERVICE ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ม.ค. 2023
  • নৱনীতা গগৈ ভড়ালীৰ সফলতাৰ কাহিনী || UPARJAN || NAVANITA TIFFIN SERVICE ||
    UPARJAN : 9101735732
    বুকুত বহু আশা বান্ধি গোলাঘাটৰ জীয়ৰী নৱনীতা গগৈ বোৱাৰী হৈছিলহি ডিব্ৰুগড়ৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ৷ কিন্তু বোৱাৰী হৈ তেওঁৰ সকলো সপোন চাৰখাৰ হৈ গ’ল ৷
    এদিন কণমানি সন্তানক বুকুত বান্ধি অকলশৰে ওলাই আহিল এটা ভাড়া ঘৰলৈ ৷ বিচাৰাবলৈ ল’লে জীবিকাৰ এটা বাট ৷
    uparjan.in

ความคิดเห็น • 353

  • @quantomine6076
    @quantomine6076 ปีที่แล้ว +14

    আচৰিত! কুশলে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো। সঁচা অৰ্থত আপুনি এগৰাকী প্ৰকৃত শিক্ষয়িত্ৰী। সঁচাই আপুনি আজিৰ অসমখনৰ এগৰাকী মহিয়সী নাৰী। 'উপাৰ্জন'কো অশেষ ধন্যবাদ ।

  • @taralibaruah1347
    @taralibaruah1347 ปีที่แล้ว +13

    সঁচাকৈ আপুনি এগৰাকী শক্তিশালী আৰু আদৰ্শ মহিলা আপোনাৰ আদৰ্শই বহু মহিলাকে স্বাবলম্বী কৰিব । সচাকৈ দুখ কষ্ট আৰু সংঘাতে মানুহক নতুন জীৱন দান দিয়ে বহুত বহুত ধন্যবাদ

  • @rashmirekhaasaud.5940
    @rashmirekhaasaud.5940 ปีที่แล้ว +52

    নৱনীতা অ' তোমাৰ কথাবোৰ শুনি থাকিলে উপন্যাস এখন পঢ়ি থকাৰদৰে লাগে। তুমি নাৰীৰ আদৰ্শ। চেল্যুট তোমাক❤🙏💐👍

    • @navanitaskitchen416
      @navanitaskitchen416 ปีที่แล้ว +1

      ধন্যবাদ বাইদেউ

    • @kamruptourism4992
      @kamruptourism4992 ปีที่แล้ว

      @@navanitaskitchen416 ঔ আই একেই মৰমসনা মাতষাৰ সেইজনী , ইমান সাহসিয়াল কেনেকৈ তুমি নৱ ?? বাট বোটলাত অকণো ভাগৰি নপৰক যেন তোমাৰ প্ৰাণৰ দুৰ্দম্য হেঁপেহুৱা চৰাইটি !! এইদৰে পিছপৰা সকলো শ্ৰেণীভুক্ত নাৰীৰ বাবে সাহসৰ প্ৰতীকী হৈ গেৰেলুৱা জুইৰ নিচিনাকৈ বাট কাটি গৈ থাকা , পিচে মোক ধৰিব পাৰিছানে ভন্টী ?? ( অঙ্কন চলিহা , ডিব্ৰুগড় খোৱাং গাওঁ )

    • @arunmahanta7207
      @arunmahanta7207 ปีที่แล้ว

      @@kamruptourism4992 ৌৌ

    • @kamruptourism4992
      @kamruptourism4992 ปีที่แล้ว

      ??

    • @dibyapawanbarman6839
      @dibyapawanbarman6839 ปีที่แล้ว

      Ooóoóíîi9óóíí9oóíiiííîí99ó999ó😊😊😊😊œ99999999999999999999999999999999999999999999😊

  • @ajantabaruah7493
    @ajantabaruah7493 ปีที่แล้ว +24

    নবনীতা গগৈ সকলো নাৰীৰ বাবে অনুপ্রেৰণাৰ উৎস।। তেওঁৰ অদম্য সাহসিকতাৰ বাবে সদায় সমাজত উজ্জ্বলি থাকিব। ধন্য তেওঁৰ জীৱন

  • @Miduldutta
    @Miduldutta ปีที่แล้ว +12

    সত্যৰ সদায় জয়
    কৰ্ম শুদ্ধ হ'লে জীৱনৰ বাট সদায় সুন্দৰ ভাৱে মুকলি হৈ যায় ,
    মজা 💘💘💘
    নিজৰ আত্মবিশ্বাস বোলা শক্তি টোৰে জীৱনৰ ভক্তি হয় ,

  • @Barokhamoran
    @Barokhamoran ปีที่แล้ว +77

    ছোৱালীৰ আচল সংগ্ৰাম হয় বিয়াৰ পিছতহে😥

  • @himadriboruah4849
    @himadriboruah4849 ปีที่แล้ว +15

    সোণ মাটিত পৰিলে উজ্জ্বলতা বাঢ়ে! আপোনাৰ সু-স্বাস্থ্য আৰু পৰিয়ালটিৰ মংগল কামনা কৰিলোঁ 🙏🙏🙏

  • @prodipgogoi7520
    @prodipgogoi7520 ปีที่แล้ว +4

    Thanks to nobanita gogoi মহান আদৰ্শ নাৰী আপুনি
    মানৱ সেৱাই ভগৱানক সেৱা কৰা হয়। মুলাগাভৰু জয়মতীৰ দৰে জগতত জিলিকি থাকক আপুনি। thanks to you

    • @kamruptourism4992
      @kamruptourism4992 ปีที่แล้ว

      মুখৰ কথাষাৰ কাঢ়ি নিলে আপোনাৰ বক্তব্য‌ই

  • @anjubezbaruah9999
    @anjubezbaruah9999 ปีที่แล้ว +10

    বাইদেউ, আপুনি সুস্থ হৈ কথাবোৰ কৈছেনে ? আপুনি মানুহ নে দৈৱিক শক্তিযুক্ত কোনোবা দেবদেবী বুজি পোৱা নাই ।বীৰুবালা ৰাভাৰ দৰে বহুতৰ কথা শুনিছো ,কিন্তু আপোনাৰ জীৱন যাত্ৰা শুনিবলৈও সাহস লাগিব ।শত শত প্ৰণাম বাইদেউ ।আধুনিক যুগৰ দূৰ্গা আপুনি ।

  • @anamikaboravines9389
    @anamikaboravines9389 ปีที่แล้ว +6

    শুভ কামনা জনোৱাৰ ভাষা বিচাৰি পোৱা নাই... 🙏❤🙏
    আপুনি এগৰাকী মহিয়সী নাৰী!নাৰীৰ বাবে প্ৰেৰনা হৈ ৰব.....

  • @Rimi....7237
    @Rimi....7237 ปีที่แล้ว +6

    বহুত বহুত ধন্যবাদ বাইদেউ। বহুত কষ্ট কৰি আগবাঢ়ী আহিল আপোনী আৰু আগলৈ আগুৱাই যাৱক ভগৱানে আৰ্শীবাদ কৰক বহুত সাহস পালো আপোনাৰ সঙ্গাম বোৰ শূনী

  • @priyangshugogoi6299
    @priyangshugogoi6299 ปีที่แล้ว +2

    বহুত বহুত ধন্যবাদ বাইদেউ 🙏🙏 আপোনাৰ কথাই মোক বহুত সাহস দিলে । মোৰ লগতো এনেকুৱাই কিছুমান ঘটনা ঘটি আছে ।

  • @ramenborah3207
    @ramenborah3207 ปีที่แล้ว +7

    নৱনীতা তোমাক ভগৱানে আৰু চকু মেলি চাওক, তুমি নাৰীৰ আদৰ্শ আৰু উৎসাহ হোৱা।

  • @kashmiriscreation6929
    @kashmiriscreation6929 ปีที่แล้ว +1

    আপুনি এক আদৰ্শ নাৰী।ভাবিছিলো এদিন আপোনাক এনেদৰে দেখিম বুলি আজি দেখি সঁচাকৈ খুৱেই ভাল লাগিল।উপাৰ্জনক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিলো।

  • @Charsita_parasar9780
    @Charsita_parasar9780 ปีที่แล้ว +7

    আপুনি কেনেকৈ সময় মিলাই কাম বিলাক কৰি গৈছিল বাইদেউ।আপোনাক মই অসমৰ বজালীৰপৰা সেৱা জনাইছোঁ।শহুৰৰ ঘৰত ঘৰুৱা হিংসাৰ বলি মইও হৈছোঁ বাইদেউ মইও আপোনাৰ দৰে সাহসী আছিলোঁ কিন্তু মই বন্দী হৈছিলোঁ মায়াৰ বান্ধোনত । মই ৩বছৰৰ পাৰ্থক্যৰ দুটা ল'ৰা ৰ মাক হোৱাৰ লগতে এগৰাকী অঙ্গনবাদীৰ কৰ্মী হোৱা বাবে এই কষ্টৰ পৰা মুক্তি নাপালোঁ।

  • @user-bh9nq6rp3n
    @user-bh9nq6rp3n 23 วันที่ผ่านมา

    বহুত দুখ লাগিছে আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ ভিদিৱ চাই বহুতো মহিলা সাহসি হ'ব

  • @jurimonisenapoti6015
    @jurimonisenapoti6015 ปีที่แล้ว +9

    আৰু আগুৱাই যাওক🙏😍 আপোনি বহুত ভাল কাম কৰিছে বাইদেউ 💗মনত বহুত সাহস পালো ❤

  • @rijuborah7044
    @rijuborah7044 ปีที่แล้ว +26

    আৰু আগুৱাই যাওঁক । সকলোৰে আপোনাৰ অনুপ্ৰেৰণা হওঁক 🙏🙏🙏

  • @triptiranibaishy3004
    @triptiranibaishy3004 ปีที่แล้ว +8

    আদৰ্শ নাৰী 👌🙏🏻🙏🏻

  • @prasantaborah5229
    @prasantaborah5229 ปีที่แล้ว +1

    বাইদেউ আপোনাৰ কথাবোৰ বহুত ভাল লাগিল। আপুনি কথোৰ স্ংগ্ৰাম কৰিলে। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @junmoniborah6402
    @junmoniborah6402 ปีที่แล้ว +3

    নবনীতা বাইদেউ আপোনাক প্ৰনাম ।বহুতো ধন্যবাদ ।

  • @papuborah2008
    @papuborah2008 ปีที่แล้ว +2

    বাইদেউ আপুনি মহান। ভগৱানে আপোনাক ভালে ৰাখক তাকেই কামনা কৰিলো।

  • @amritkotoky9383
    @amritkotoky9383 ปีที่แล้ว +3

    বহুত ভাল লাগিল । ধন্যবাদ মোৰো বহুত মন আছে। কৰিবলৈ সাহস গোতাব পৰা নই।

  • @pratikshabhakat247
    @pratikshabhakat247 ปีที่แล้ว +5

    সঁচাকে বাইদেউ আপুনি মহিলা সমাজৰ এগৰাকী নমস্য নাৰীমূৰ্তি । আপোনাৰ জীৱন কাহিনী বিলাক এখন সম্পূৰ্ন কিতাপ হওক ।

  • @nikuphukan4160
    @nikuphukan4160 ปีที่แล้ว +2

    মই লগ পাইছোঁ বাইদেউক দুপৰীয়া আহাৰ দিবলৈ আহিছিল তেওঁ ,বৰ ভাল লাগিল লগ পায়।সচাকৈ তেওঁ অতি সাহসী লগতে কৰ্মী মহিলা।ভালে থাকক সদায়।

  • @mridumonisworld5740
    @mridumonisworld5740 ปีที่แล้ว +2

    বাইদেউ ক শিক্ষকদিৱসৰ দিনা যোৱাবছৰ লগপাইছিলো। খুব ভাললাগিল বাইদেউৰ কথাবতৰা। আপুনি আগুৱাই যাওক।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +11

    Many many congratulations Nabanita Baa.Go ahead way to your journey........ Always be positive and happiness.

  • @nijorapatangia7797
    @nijorapatangia7797 18 วันที่ผ่านมา

    বহুত ভাল লাগিল সাক্ষাৎকাৰটো চায় ।

  • @manuborah4135
    @manuborah4135 ปีที่แล้ว +2

    ভগৱানে আপোনাক সদায় শক্তি দিয়ক

  • @prabhatsingha1420
    @prabhatsingha1420 ปีที่แล้ว +1

    Goddess of kind-hearted, patience, power etc.etc . nothing to be explained. Millions of salute 🙏🙏🙏

  • @sushilkonwar7012
    @sushilkonwar7012 11 หลายเดือนก่อน

    নাৰী যে ইমান উদ্যমী -- তাৰ নিৰ্দশন নৱনীতা গগৈ ভৰালী । আৰ্দশৰ স্বৰূপ হওক ---

  • @gayatrigogoi2335
    @gayatrigogoi2335 ปีที่แล้ว +4

    Great Lady Baidew

  • @rupamborah7002
    @rupamborah7002 ปีที่แล้ว +6

    আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ

  • @juntiborah3548
    @juntiborah3548 ปีที่แล้ว +2

    আপোনাৰ আদৰ্শ ই সকলোকে অনুপ্ৰাণিত কৰিছে । আপুনি আগূৱাই যাওক।🙏🙏

  • @hriday4657
    @hriday4657 4 หลายเดือนก่อน

    Salute baideu
    আপোনাৰ কৰ্মজীৱন অমাৰ প্ৰেৰণা

  • @bhaskarsonowal8257
    @bhaskarsonowal8257 3 หลายเดือนก่อน

    Salute bow , aaru akhirbad diyok vogoban e, ❤

  • @nitashreechetia
    @nitashreechetia ปีที่แล้ว +1

    মোৰ দেউতা হস্পিটেল ত থাকোঁতে এই বাইদেউ গৰাকীয়ে বহুত সহায় কৰিলে

  • @dipalikakoty8793
    @dipalikakoty8793 ปีที่แล้ว +4

    বৰ ভাল লাগিল

  • @jayantadutta1024
    @jayantadutta1024 ปีที่แล้ว +5

    বৰ উৎসাহজনক সঁচা কাহিনী

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 3 หลายเดือนก่อน

    Your realy doughter fo god.god be with you.live long sister.

  • @priyangigogoi788
    @priyangigogoi788 ปีที่แล้ว +2

    Bor Bhal lagil Baidew apunar hahokhikotai mon sui gol .

  • @kunuborah988
    @kunuborah988 ปีที่แล้ว +1

    manisu baideu, salute jonnaisu apunak, narir swaviman apunar dore nariyehe rakhibo pare sochake apunar jibon kahini shuni kbole aku bhasa nai aru, eman strong lgote sklu nij hate kosto kri emankhini kam kri nijr uparjonre nje porial soai ase husband lgt thakuteu ,🙏🙌

  • @krishnahazarika85
    @krishnahazarika85 ปีที่แล้ว

    Khub bhal ,salute

  • @puspadhardeka5665
    @puspadhardeka5665 ปีที่แล้ว

    Excellent. Baidew thanks.

  • @purabichakravorti5041
    @purabichakravorti5041 ปีที่แล้ว

    Salute to u Madam. You are an example of epitome n courage. 👍

  • @arindomkakoti8675
    @arindomkakoti8675 ปีที่แล้ว +9

    Salute to this woman literally 👍

  • @anjumabegum4647
    @anjumabegum4647 ปีที่แล้ว +1

    Salute u continue God bless u

  • @debajitborah3327
    @debajitborah3327 ปีที่แล้ว +3

    God bless you.....

  • @user-mj3ux2of3x
    @user-mj3ux2of3x 3 หลายเดือนก่อน

    Great great.... salute baidew

  • @nityagogoi478
    @nityagogoi478 ปีที่แล้ว +2

    আপোনাৰ ধৈৰ্য সাহস সকলো মহিলাৰ বাবে আদৰ্শ হওক
    ,

  • @mamoniboraphukanhabiawc5196
    @mamoniboraphukanhabiawc5196 ปีที่แล้ว

    Hundor.

  • @tulikamajuli755
    @tulikamajuli755 ปีที่แล้ว

    Khub val lagil apunar kotha bur huni..... "Jetiya hakalo duwar bondha hoi jai tetiyao hoi2 korabat ekhan duwar khul khai jai" .....apuni bhutre perana haok..

  • @pranabbaruah1352
    @pranabbaruah1352 ปีที่แล้ว

    Very good discussion in sad god bless you

  • @kalpanahazarika7631
    @kalpanahazarika7631 ปีที่แล้ว

    ভাল লাগিল ,।

  • @dipanjalichetia455
    @dipanjalichetia455 ปีที่แล้ว +2

    আপোনাক বহুত বহুত ধন্যবাদ

  • @ranengogoi244
    @ranengogoi244 ปีที่แล้ว +4

    Big Salute

  • @leenagoswami1281
    @leenagoswami1281 ปีที่แล้ว +6

    মোৰ জীৱনটো এনেকুৱা ধুমুহা এজাক আজিৰ পৰা 25 বছৰ আগতে পাৰ হৈ গৈছে । মৰিব নোৱাৰিলোঁ । কিতাপ এখন লিখিলোঁ , ( সোঁৱৰণীক সুঁৱৰি ) । আপোনাক ,🙏🙏🙏

    • @purabisaikia6998
      @purabisaikia6998 ปีที่แล้ว +1

      মই ভাবো নাৰীৰ মন প্ৰচণ্ড ধুমুহাইয়েও ভাঙিব নোৱাৰে । মানসিক অত্যাচাৰৰ বলি হোৱা প্ৰতেক গৰাকী নাৰী আপোনাৰ দৰে সাহসী হৈ উঠক । মোৰ জীৱনতো ঘটিছিল কিন্তু প্ৰত্যাহ্বান জনাই জীৱনটো সুস্থিৰ কৰিলোঁ । ধন্যবাদ জনালো ।আগুৱাই যাওক ।

  • @sumpigogoi3267
    @sumpigogoi3267 ปีที่แล้ว +1

    Khub val lagil ...proud of you...very inspiration lesson for every man and women...

  • @nayanikadevi2962
    @nayanikadevi2962 ปีที่แล้ว +3

    Salute you madam

  • @jknandansarmah1775
    @jknandansarmah1775 ปีที่แล้ว

    Thank you mem good job long life you

  • @MonomatiSwargiary-dh7ii
    @MonomatiSwargiary-dh7ii ปีที่แล้ว

    বৰ সুন্দৰ বাইদেউ।হাৰ নামানিব সফলতা আপোনা-আপুনি আহিব।

  • @jintuhazarika240
    @jintuhazarika240 ปีที่แล้ว +1

    এখন উপন্যাস পঢ়ি থকাৰ দৰে লাগিল, হুুভেছা থাকিল

  • @amaragarwala7474
    @amaragarwala7474 ปีที่แล้ว +1

    ভাল লাগিল

  • @prarthanadutta5263
    @prarthanadutta5263 ปีที่แล้ว

    Eman dangor judho akhon par kora , bipodot nijok somvali hahokhere agbarhi jiwan jia baidew k dhonyabad diar vakha nai. Nari jatir hahok aponi baidew. Hodai adarkho hoi rouk baidew. Salute aponak🙏

  • @smitabaishya8122
    @smitabaishya8122 ปีที่แล้ว

    Great Salute to you Ma'am ❤️🙏

  • @bimansaikia4305
    @bimansaikia4305 ปีที่แล้ว +2

    সচাকৈ মসিয়শী নাৰী আপোনালোকৰ পৰিয়ালতো ভগৱানে কোশলে ৰখক

  • @moniramdas4569
    @moniramdas4569 ปีที่แล้ว

    Respected nabanita Gogoi bharali is an Assamese inspirational Ladi for new generation I always respect of her hard working for coming generation

  • @bhabanigogoi3278
    @bhabanigogoi3278 ปีที่แล้ว +2

    Great.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +4

    We're inspiring of your story.. we're proud of you. All the best wishes to you.

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 10 หลายเดือนก่อน

    নবনীতা বা, আপুনি মহান নাৰী।

  • @anitadas706
    @anitadas706 ปีที่แล้ว

    ধন্যবাদ বহুত ভাল লাগিলে 🙏

  • @animallover2181
    @animallover2181 ปีที่แล้ว +2

    Val lagil baideu
    Apuni aguai jauk

  • @mousumgowravbasumatary4257
    @mousumgowravbasumatary4257 6 หลายเดือนก่อน

    Hats off ma’am…..really inspiring story.

  • @malokhikhanikar
    @malokhikhanikar 15 วันที่ผ่านมา

    মহান বাইদেউ

  • @gitarthadutta3978
    @gitarthadutta3978 9 หลายเดือนก่อน +1

    সেইকাৰণে মা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ যোদ্ধা

  • @alfaz6212
    @alfaz6212 4 หลายเดือนก่อน

    Thank you baideu you are best lady good blesst you,

  • @binapanichetia582
    @binapanichetia582 ปีที่แล้ว

    ধন্যবাদ জনাইছো

  • @JSBMCreativeAngel
    @JSBMCreativeAngel ปีที่แล้ว +1

    ধন্যবাদ জনাইছো বাই দ 🙏❤️🌹

  • @anjonvlogs2567
    @anjonvlogs2567 ปีที่แล้ว +2

    Great

  • @chinmaykhakhlarymosolamusi2599
    @chinmaykhakhlarymosolamusi2599 ปีที่แล้ว

    Salute to you madam. God bless your family🙏

  • @munmiborah9163
    @munmiborah9163 ปีที่แล้ว

    Val lagil baideo

  • @ranjanagogoi4569
    @ranjanagogoi4569 ปีที่แล้ว

    Very nice bohut Val lagil

  • @manuranjankonwar4346
    @manuranjankonwar4346 ปีที่แล้ว

    বহুত ভাল

  • @babulchpal9115
    @babulchpal9115 ปีที่แล้ว +1

    Salute to you madam.

  • @rashiskitchen6555
    @rashiskitchen6555 ปีที่แล้ว

    Bohut bhal lagil video tu

  • @meekhonsingpho539
    @meekhonsingpho539 11 หลายเดือนก่อน

    Hosakoi bht val lail

  • @allone2175
    @allone2175 ปีที่แล้ว

    You self are a great novel ,salute

  • @jitunath1083
    @jitunath1083 ปีที่แล้ว

    Thanks jod bless you

  • @bijuburagohain5636
    @bijuburagohain5636 ปีที่แล้ว

    Val lagil haidew agbahi jauk.good bless you

  • @kakulibharali3875
    @kakulibharali3875 ปีที่แล้ว +1

    Great ❤🙏Grand salute to you ❤🙏🙏❤

  • @Ranjunath8074
    @Ranjunath8074 ปีที่แล้ว

    Apunak salute baideu.. apuni bahut saktisali.

  • @nayanjitkonwar2894
    @nayanjitkonwar2894 ปีที่แล้ว +2

    Great work .👍

  • @bonditaduttakachari1961
    @bonditaduttakachari1961 ปีที่แล้ว

    Khub Val lagil baidow

  • @kashmiri6548
    @kashmiri6548 ปีที่แล้ว +2

    Aamar navanita ba ,, ba mur bohut priyo .. bohut utkhah pau bar fb post buror pora. Ba bohut val hoi

  • @ranjanagogoi531
    @ranjanagogoi531 ปีที่แล้ว +1

    ভাল লাগিল বা

  • @sopnalihazarika8957
    @sopnalihazarika8957 ปีที่แล้ว

    নৱনীতা আৰু আগোৱাই ৰোৱা।

  • @ankitakalita5742
    @ankitakalita5742 ปีที่แล้ว

    Bohut val lagil mem

  • @gitanjaligogoi8700
    @gitanjaligogoi8700 ปีที่แล้ว +2

    Many many congratulations Nabanita.tumak bahut dinar biratir pisat dekhi asarit halu.

  • @gaurismritagogoi1713
    @gaurismritagogoi1713 ปีที่แล้ว

    Aunty apuni aru aguwai jaok... Bohut hardwork korise... Good luck...

  • @decock6778
    @decock6778 ปีที่แล้ว

    খুব সুন্দৰ দেই ।চাই বহুত প্ৰেৰণা পালো