চকুৰ সন্মুখত মৃত্যু ৫ বছৰীয়া দেৱকন্যাৰ 😥😥 কাৰ ভুলৰ বাবে মৃত্যু ইশ্বানী কাশ্যপৰ..?? চাওঁক সবিশেষ
ฝัง
- เผยแพร่เมื่อ 9 ก.พ. 2025
- নলবাৰী জিলাৰ তন্ত্ৰ শংকৰা গাঁৱৰ মৰমলগা দেৱকন্যা ইশ্বানী কাশ্যপৰ সৰ্পদংশনৰ ফলত মৃত্যু।
পৰিয়ালৰ দাবী ভুল চিকিৎসাৰ বাবে মৃত্যু ইশ্বানী কাশ্যপৰ।
এক হৃদয়বিদাৰক কাহিনী 🥺🥺
ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏🏻🙏🏻
ধন্যবাদ।
#assamesevideo #news
বহুত দুখ লাগিল কথাখিনি শুনি বেয়া লাগিল নিয়তিৰ লিখন যাৰ কপালত জি আছে মাইনা জনি যতে আছে তাতেই আতমাই সানতিত থাকক 🙏🙏
বহুত দুখ লগা ঘটনা😢😢😢। যিকেইটা ডক্তৰ নাৰ্ছ এই ঘটনাৰ দায়ী সেই কেইটাক অতি সোনকালে উচিত শাস্তি প্ৰদান কৰিব লাগে।
কথাখিনি শুনি বহুত দুখ লাগিল, চৰম অৱহেলাত কণমানিজনী চিৰদিনৰ বাবে হেৰাই গ'ল, উচিত বিচাৰ হব লাগে...
😅
@@gunamonideka6813❤
ময়ুৰ দা আপোনালৈ ধন্যবাদ এই দুখি পিতৃ আৰু মাতৃৰ মনৰ কথা বোৰ প্রছাৰ কৰাৰ বাবে
এনেকুৱা ডাক্তৰক উচিত শাস্তি দিব লাগে।
Aru nas kejonik o di dibo lage
Mi CV ki l ok to vi vo mp n
😅@@ujjal5414
@@ujjal5414⁰pppppppppppp0p0 pl ppp❤❤❤😊🎉😢😮😅😊❤
Hi ❤
Q😊qa GM CR. Mg.@@ujjal5414
কিছুমান ডাক্টৰ নাৰ্চ দেবতুল্য কিন্তু কিছুমান তেজপিয়া নৰপিশাচ । সিহঁতৰ ব্যৱহাৰ অতিশয় ঘৃণনীয়।
Right
Thik koise
Medikel manuh bor val nahay,
বৰ বেয়া লাগিল।অবহেলা কৰিব নালাগে নিদিষ্ট সময়ত চিকিৎসা কৰাহলে তাই মৃত্যু নহলহেতেঁন।
বহুত দুখ লাগিল দেই.....তাইৰ আত্ম ই শান্তি পাওক।
সছাকৈ বহুত দুখ লাগিল 😢😢🥹 হে প্ৰভু .. .! ❤❤
বহুতো দুখ লাগিল। উচিত বিচাৰ হোৱা ভাল।
বৰ দুখ লাগিছে, এটা উচিত বিচাৰ হওক
শুনি বহুত দুখ লাগিল ৷এই মুহুত্তত তেওঁ আত্মা চিৰ শান্তি কামনা কৰিলোঁ ৷যদি চিকিৎসালয়ৰ অৱহেলা বাবে শিশু গৰাকীৰ মৃত্যু হৈছে তেন্তে ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷
সন্তান হেৰুৱাৰ বেদনা কেৱল মাক দেউতাক হে জানে বহুত দুখ লগা কথা৷😢😢😢
Bohut dukh lagil 😢😢tai jote thake vale thake jen .aaru dukhiye hasti pab lage
Anekoa ghrt news 1ta kori ghr khn Kosta dia Jen pao moi. Konu a beya comment nkrib Mur mon r vab to he koiso moi
@@banashrideka3101
.
. mo ni ko 7 ni hu
Hu hu Dr
Bahut beya lagise eman nisthur ne vogoban
বৰ দুখ লাগিল। কণমানিজনীৰ আত্মাই চিৰশান্তি লাভ কৰক।
ডাক্তৰ নাৰ্চৰ এই নৰ্তনগী কেতিয়া শেষ হব ???Plz বৰ মুৰীয়া সকলে কিবা এটা কৰক 🙏🙏🙏।
সহ্য হোৱা নাই 😭😭😭
Hoy naki
বৰ দুখ লাগিল 😭😭
ডাক্তৰৰ ওচৰলৈ লৰা লৰিকৈ লৈ যাব লাগে বুলি কয়।কিন্তু কাক বিশ্বাস কৰিব।যাক ভগৱান বুলি ভাবি হাতত তুলি দিয়া হয় তেওঁলোকেই যদি এনেকুৱা কৰে ।ইমান মৰম লগা মাইনাজনী।য’তেই আছা সোনজনী শান্তিত থাকিবা
ডাক্তৰৰ ভুলৰ বাবে মৃত্যু হল সকলো কৰ্মচাৰী মাৰ পিত কৰিব লাগিছিল ডাক্তৰ নাৰ্চৰ ব্যৱহাৰ বৰ বেয়া চোতালত লাইটৰ ব্যৱস্থ নাই নেকি হাতত ডাঙৰ ট্ৰছ এটা লৈ যোৱা হেতেন কেতিয়াও ঘটনা নহল হয় বাপেকক তামোল খন দি এই পৃথিৱীৰ পৰা বিদায় মাগিলে তাই ৰ আত্মাই চিৰ শান্তি লাভ কৰক পুনৰ জন্ম লওক আপোনা লোকৰ ঘৰত তাৰেই আশা কৰিলোঁ
বহুত বহুত বহুত দুখ লাগিল মৰমলগা কণমানি জণীৰ অকাল মৃত্যুত ।।
চিকিৎসা অবহেলা বাবে কণমানি জনি হেৰুৱাব লগা হল । বহুত দুখ লাগিছে কথাবোৰ শুনি 😭😭😭
Sakorir pora khadibo lage ana kua.doctorl
বহুত বেয়া লাগিল কথা টো শুনি 😭😭😭 কণমানি জনিৰ আত্মাই শান্তি পাই যেন।
চিকিৎসাৰ অভাৱত শিশুটিৰ মৃত্যু হ'ল।বৰ দুখদায়ক ঘটনা।
সেই নাৰ্চ কেইটাক শাস্তি দিব লাগে আৰু সিহতক চাকৰিৰ পৰা বহিস্কাৰ কৰিব লাগে।
টকাৰে ডিগ্ৰী কিনা ডাক্টৰ নাৰ্ছে মানৱতা কি সেয়া কেনেকৈ বুজিব।😢
Hoy
Yes yes yes
চিকিৎসক আৰু নাৰ্চক উচিত শাস্তি দিয়া উচিত ৷
hosa 🤬😡
প্ৰত্যেক চিকিৎসালয়ত এন্টিভেনম থকা উচিত।😢
Xuni bohut dokh lagil
প্ৰভু দয়াময় আপোনাৰ চৰনত ধৰিছো কোনো পিতৃ মাতৃকে এনেকুৱা শোক নিদিব প্ৰভু,হৰ হৰ মহাদেৱ ,জয় সত্য নাৰায়ন প্ৰভু, বুঢ়া বাসুদেৱ, জয় মা মহাকালী,জয় শ্ৰী কৃষ্ণ
অসম চৰকাৰক এটাই অনুৰোধ সেই দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনীক উচিত শাস্তি প্ৰদান কৰিব লাগে😠😠😠😠😠😠😠😠😠
একো নকৰে ' জালি দৰবৰ কাৰবাৰ কৰে মামায়ে । ৰাইজ বুছিব হল এতিয়া । জাগক ৰাইজ জাগক ।
hoi hoi 😡😡😡😡
Kisuman doctor ,,nara s bilakor bebohar khub beya
ጥሩ
Right bhai 😠😠😠😠
Iman morom lga suwali jni 🥺🥺❤❤❤❤
এইবোৰক চাকৰি পৰা খেদিব লাগে।😭 বহুত দুখ লাগিল অ সহ্য কৰিব পৰা নাই অ কীয় এনেকুৱা কৰে অ।😭 তুমি যত আছা ভালে থাকা মাইনা।😭
এনেকুৱা ডাক্তৰ আৰু নাৰ্চক মৰিয়াই মাৰিব লাগে এজনী কনমানিৰ জীৱন শেষ হয় গল সিহতৰ কাৰনে ইমান মৰম লগা ছোৱালীজনী বহুত দুখ লাগিল 😥😔😔😢
Aàa
বহুত দুখ লাগিল কথাতো হুনি। দুখীয়ে শাস্তি পাব লাগে, যাতে আৰু এনে ভূল নকৰে। 😢😢
*_Buku fati jai mor enekuwa ghotona dekhile, Om Shanti moina❤❤❤❤❤_*
Bhut baya lagil ane korib nlagisill😢
❤❤❤ তুমি আকৌ আহিবা মাজনী
বহুত দুখ লাগিল।চেয়াৰ কৰিছো।
সেইবোৰ টকাৰ বলত ডক্টৰ ডিগ্ৰীৰ লোৱা ডাক্তৰ । সিহঁতৰ ওপৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে ।
একদম সত্য
100% Right
মৰিয়াই মাৰিব লাগে 😊
বৰ দুখ লাগিল দেই ।
বহুত দূখ লাগিছে এনেকুৱা ডক্টৰক উচিত শাস্তি দিব লাগে ,
বহুত দুখ লাগিল তেওঁৰ আত্মাই শান্তি পাওক
বহুত দুখ লাগিল ।
এনে ঘটনা বহুত শৃনিছো । ভূল চিকিৎসাৰ বাবে বহূ লোকে প্ৰান ত্যাগ কৰিব লগা হৈছে। এইসকলে উচিত শাস্তি পোৱা উচিত।
বহুত দুখ লাগিল ডাক্তৰৰ কাৰণে মৰিল
বহুত দুখ লাগিল কথাটো শুনি😢 হয় দেই সন্তান হেৰুওৱা জনে বুজে যেন কিমান দুখ লাগে মাক - দেউতাক ৰ 😢
Full support korim ami apuna r lgt asu... Justice loi he arim... Jay shree ram🚩
Bor dhkh lagil😢😢😢
কিছুমান আছে এনেকুৱা ডক্তৰ সিহতৰ বহুত বেয়া ব্যৱহাৰ😢। এইবিলাক ডক্তৰে এনেকুৱা কাম বিলাক কৰে ।এই মৰম লগা ছোৱালী জনীৰ আত্মাই চিৰ-শান্তি লাভ কৰে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।🙏
বহুত দুখ লাগিল। 😢😢😢
Bohut dukh lagil. Aallai dhorjyo diyok.
কেৱল ডক্টৰৰ ভুলৰ বাবে পৰিয়ালটোৱে কনমানি জনীক হেৰুৱালে । দুৰ্ভগীয়া পৰিয়ালটোক সমবেদন যাচিছোঁ আৰু কণমানি জনী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ।
বহুত বহুত বেয়া লাগিল কথা টো শুনি😢😢। আচলতে এইবিলাক মানুহ নহই এটা এটা জন্ত্ৰো 😡 কণমানি জনিৰ আত্মাই শান্তি পাই যেন 😢
ঘটনাটো শুনি বৰ দূখ লাগিল। এনেবোৰ ঘটনা পুণৰ নঘটিবৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
সচাঁকৈ বহুত দুখ লগা কাঁহিনী 🥺God🙏
বহুত দুখ লাগিল কণমানি জনীলৈ কবলৈ ভাষা নাই দোষীয়ে উচিত শাস্তি পাব লাগে।
সিহতৰ বিহিত ব্যৱস্থা কৰিব লাগে😢😢🙏এনেকুৱা ডাক্টৰ ৰ্নাচ দৰকাৰ নাই সিহতি অকল পইছা হে চিনি পাই
Bohut Dukh lagil swalijoni jote ase khukhole thakok
চৰকাৰে উচ্চিত ব্যৱস্থা কৰে যেন তাকে অনুৰোধ কৰিছোঁ। বহুত দুখ লাগিলছে তাই আত্মাই স্বৰ্গ গামী হওঁক তাকে কামনা কৰিছোঁ
Doctork ami vogoban buli bhabu teoluk tene nohoi 😂
@@binitaborgohain5688😅😢😢😅😅😅😅😢😢😅😅😅😊😅😅😅😅😅😅😅😅😅😢😅😅😅😅
Bhagwanok nijor jagaat thakpa d dactorok danov buli koya
Bahut2. Dukh.lagil.
ইশ্বানী কাশ্যবৰ আত্মাৰ শান্তি কামনা কৰিলো । ভগৱানে ইশ্বানীক তেওঁৰ চৰনত স্থান দিয়ক তাকে কামনা কৰিলো ।😭😭😭
2:31 2:33
Bahut dukh lgise😭😭😭😭
বহুত দুখ লাগিল ঘটনাটো শুনি 😢
মোৰ লৰা ক্ষেত্ৰতো একেই হল । সিহঁত চিকিৎসক নহয় মাকৰ বুকু উদঙ কৰা এজন এজন দানব । মোৰ লৰা বয়স ১৯ বছৰ ৫মাহ সিহঁতৰ ভূল উপদেশ বাবে জুন ১৬ তাৰিখে সি মোক এৰি বহুত দুৰলৈ গুচি গল । 😢😢😢😢
বহুত দুখ লগা পৰিস্থিতি, কণমানি জনি হয়টো আজি জীয়াই থাকিল হয় যদি চিকিৎসক ভাল হ'ল হয়, চিকিৎসক সকলক আমি ভগৱান বুলি ভাবোঁ কিন্তু তেওঁ লোকে কিয় ইমান অৱহেলা কৰে,যদি তেওঁ লোকে সময়মতে মেডিচিন দিলে হয় কণমানি জনি আজি মাক দেউতাকৰ বুকুৰ মাজত থাকিল হয়, তুমি যতে আছা কুশলে থাকা মাইনা তোমাৰ আত্মাই চিৰশান্তি লাভ কৰে যেন 🙏🙏🙏🙏🙏😭😭😭
Bhut dukh Lgise xoru suwali jni 🥺
বহুত দুখ পালো ডাক্তৰৰ ভুলৰ বাবে আজি দেৱশিখোতি হেৰাব লগা হ'ল
Dukh lagise dei bohut.
বহুত দুখ লগা ঘটনা ভবিষ্যত এনেকুৱা নহওঁক আৰু 😢🙏
বৰ দুখৰ লাগিল শুনি
বৰ দুখ লাগিল from Tamil Nadu 😭😭😭😭
Thank you mayur dada❤❤❤❤ moina jnir ktha khini janib bhut mn asile
Bor dukh lagil 😢 vogoban ne bor kom dinor karone pithibi loi pothale 😢 আত্মাৰ শান্তিৰ কামনা কৰিলোঁ 🙏
Bhut Dukh lagil,
চৰকাৰে তেওঁলোকক উচিত শাস্তি দিব লাগে যাতে তাইৰ আত্মাই চিৰ শান্তি পায় 😭😭😭🙏🙏
Bor dukh lagil kandi pelalu dada😢😢😢karu nhouk enekua😢😢
বৰ দুখৰ বিষয় 😢😢😢ডাক্তৰ আৰু নাৰ্ছ বোৰৰ বাবে আজি ঈশানী হেৰুৱাই পেলালে 😢😢😢
ৰং চিকিৎসা কৰি ময়ো লৰা হেৰুৱাই পেলাইছো জন্মৰ ১৮ ঘন্টাৰ পিছত।
কাপোৰে বান্ধি দিয়ে বেজি দিব লাগে। বান্ধ খোলা বাবে বিষে তাৰ প্ৰাণ ললে।
উচিত বিচাৰ কৰক।
Kapur bandhi rakhile beya bhari katibo loga habo pare....
Bht baya lagil.... Usit xasti dib lage
Bhut baya lagil dai dada iman morom loga kon mani joni doctor r baba harai gol Allahi kon mani joni jan nat dakhil korok bhut baya lagisa😭😔😭
17:20 17:25 17:47 17:55 17:56
Pp,0
7:12 11:55 12:25
বহুত দুখ লাগিল উচিত বিচাৰ হব লগে
একমাত্ৰ চিকিৎসকৰ অসাৱধানৰ বাবে ছোৱালী জনীৰ মৃত্যু হল।। তাইৰ আত্মাই চিৰ শান্তি লাভ কৰক।সৰ্পদংশনৰ চিকিৎসক হিচাপে ডাঃসুৰজিত গিৰি sir ৰ নাম লব লাগিব।তেওঁৰ প্ৰচেষ্টা টেই বহুত সৰ্পদংশন কৰা ৰোগী সুস্থ হৈছে।।🙏🏼🙏🏼
Bhout beya lagil
নাৰ্চ আৰু ডক্তৰে নিজেই চিৰিয়াচলি নাচাই, ঘৰৰ মানুহে উত্তেজিত হৈ পৰি তেওঁ লোকক মাতি থকাটো স্বাভাবিক, কিন্তু তেতিয়া বিৰক্ত হৈ দেখুৱাই সিহঁতে। এইখিনি সচৰাচৰ দেখা দৃশ্য। এতিয়া এইখিনি দোষী ক শাস্তি দিয়ক এনেকৈ যাতে বাকীবোৰ চিধা হৈ যায়। হেৰ্' কাম কৰি প ইছা লৈছা, মানুহৰ জীৱন বচোৱাৰ দায়িত্ব লৈছা, তাতে আকৌ কিহৰ বিৰক্ত দেখুওৱা।আজি এই পৰিয়ালটোৱে এজনী সন্তান হেৰুৱালে, এইয়া কাৰ হেমাহিত। শাস্তি পাব ই লাগিব দোষী য়ে
বহু ত দুখ লাগিল
Dada bhut dukh lagil dei 😢😢😢😢😔😔😭
বহুত বহুত দুখ লাগিল সেই সকল ডক্টৰ নাৰ্চৰ ব্যৱস্থা লব লাগে অতি সোনকালে বহুত মৰম লগা ছোৱালী আছিল বহুত দুখ লাগিল ভিডিও টো চাই
দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনক উচিত শাস্তি দিব লাগে। 😰🙏
কথাখিনি শুনি বহুত দুখ লাগিল চৰম অবহেলাত কনমানী জনক হেৰুৱাই লগা হল ।। nurse aru doct 19:18 19:18 19:18 19:18 or উচিত শাস্তি 19:18
বহুত এনেকুৱা ডক্তৰ নাৰ্ছ আছে এইবোৰক উচিত শাস্তি দিব লাগে
বহুত বেয়া লাগিল
ধেই বৰ বেয়া লাগিল 🥲😡😡😡
শুনিয়েই অস্থিৰ হৈ গৈছো,সিহঁতেও কেতিয়াবা এনে অৱস্থাৰ সন্মুখীন হ'লে গম পালে হয় সন্তানৰ এনে অৱস্থা হ'লে কেনে লাগে!!ভগৱানে সিহঁতক কেতিয়াও ক্ষমা নকৰে।
কিছুমান নাৰ্ছ ডক্তৰৰ অবহেলাৰ কাৰণে আপোন মানুহ বিলাকক হেৰুৱাব লগা হয় 🥲🥲
ঠিক কথা কৈছে আপুনি
এনেকুৱা Nurse ru doctor থকাতকৈ নথকাই ভাল সিহঁতৰ নিজৰ সন্তানৰ লগত হ'ব লাগে তেতিয়া গম পাব। কিমান অসহনীয়। ভগৱানৰ ওপৰত এৰি দিয়ক সময়ৰ লগে লগে সিহতিও পাব।
বহুত দুখ লাগিল ❤
Bht dukh lga ktha oooo vgbn 🙏🙏🙏
ঘটনাটো শুনি বৰ দূখ লাগিল 😭😭😭
বহুত দুখ লগা😢😢
Bor dukh lagil kothakhini huni. Doctor nars burok usit hasti dibo lage. Esani majoni tumi amar majoloi ako ahiba. Moyur da thank you. Hokolu kotha puhoroloi ona babe .
বৰ দুখ লাগিল
বাবামানু তুমি আকৌ আহিব...এইজনা মা দেউতাঁৰৰ কোলাতে আকৌ জনম লবা দেই সোন। তোমাৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিছো দেই বাবা।❤
ডাকতৰ নাৰ্চৰ অৱহেলাৰ বাবে কনমানি জনী হেৰাই লগা গ'ল 😢😢সিহঁতক শাস্তি দিব লাগে । ছোৱালী জনীক কৃষ্ণচুড়া সাপে খুটিছিল, কৃষ্ণচূড়া সাপে খুটিলে দুইঘণটা মান পিছত হে অৱস্থা বেয়া হয় ,তাৰ আগতে যদি ভাল চিকিৎসা কৰিলে হয় ,ভাল হ'ল হয় ।
Dekhibole knkua baru sap dal ...
Anekua doctor nurse bur manuhor haritei pore ne dhikkar anekua doctork anekua doctork jiai jiai jolai dibo lage.. Bohut dukh lagil akonmani jonir karone bhogoban uddhar kora hokoluke🙏🙏 haye manobota