LIVE | অচিৰেই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব বহু বিজেপি নেতাই | N18L
ฝัง
- เผยแพร่เมื่อ 9 ก.ค. 2024
- LIVE | অচিৰেই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব বহু বিজেপি নেতাই | N18L
#live #livenews
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#congress #bjp #rahulgandhi #himantabiswasarma #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
সুন্দৰ আমি কংগ্রেছৰ ফালৰ পৰা স্বাগতম জনাইছো 🙏🙏🙏🙏
চাব যাতে চদ্মবেশী বিজেপি নহয়। এয়া হিমন্তৰ চালনা নহয়তো। খুব পৰ্য্যবেক্ষণ কৰি চোৱাৰ দৰকাৰ।
এয়াই সত্য।
এয়াই ৰাজনীতি।
পলিটিক্স কৰিব লাগিব।
দেশৰ স্বাৰ্থত। 😊
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ অন্তিম যাত্ৰা আৰম্ভনি হব ২০২৬ ত
ভাল মানুহ ক আদৰি লোৱা উচিত।
ৰাজনীতি কৰা সকলৰ ভিতৰতযি সকলে বেছি দুই নম্বৰি কৰে সিহতে কেন্দ্রত থকা চৰকাৰলৈ দৌৰ মাৰে যাতে জেলৰ ভাত খাব নালাগে।
বিজেপিক ২০২৬ ত উৎখাত কৰাৰ"আকাংখ্যা।ঠিক কথাই দাঙি ধৰিছে ডাঙৰীয়া।আপোনালৈ ধন্যবাদ।
যধে মধে কংগ্ৰেছ দলে এইসকল লোকক লব নালাগে ।সুক্ষ্ম ভাবে চালিজাৰি চাইহে লোৱা উচিত ।হিতে বিপৰীত নহয় যাতে।
Right
ফটা বাহ কেতিয়াও লগ লগাব দিব নালাগে।ফেভিকল দি লগ লগালেও পানী পালে ফাটি যাব
ভাল পদশেপ।পরিতান বিচারিছে ।সাগতম,,,,,
মামা বাহিনী লৈ কংগ্রেস ধংশ নকৰিব
দল বাগৰি থকাটো কি লৰা ধেমালি নেকি? এই বিলাক ৰাজনীতি নেতাই নিজৰ স্বাৰ্থত দেশ বিক্ৰী কৰিছে জানেনে আপুনি ।
Tumar moromor sudmarana Himantak koba aibur 😂😂
ব্যক্তিগত স্বাৰ্থত।
দল বাগৰি ফুৰে।
ওজন নাই এইবোৰৰ।
হয়, হয় কোনোৱেই ধোৱা তুলসী নহয়।
Good news
Congress zindabad 💯🙏💪💪💪💪💪
আকৌ অতি সোনকালে দেশত বৃহৎ পৰিবৰ্তন হব হেনো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , অলপ ধৈৰ্য ধৰিব লাগিব হেনো
ৰাইজৰ উন্নতি সাধন কৰিবলৈ দ'ল ত্যাগ কৰা বা কোনো এটা দলত যোগদান কৰা এই টো শুদ্ধ নহয়,যি কোনো দলত নথাকক কিয় ৰাইজৰ কাম কৰিবলৈ দ'ল নালাগে, লাগে এটা শুদ্ধ মন। দ'ল বাগৰা বোৰ হৈছে একোটা একোটা গ্ৰাস, আৰু অজগৰ।।
Very Good❤
কেবল টিকট লৈ জিকা টোৱেই আৰু টকা ঘটা টোৱেই প্ৰধান লক্ষ্য সেই বাবে দল সলাই থাকে, দেশৰ উন্নয়নৰ বাবে নহয়
সাংবাদিক গৰাকীৰ স্পষ্টবাদিতাক ধন্যবাদ ৷
Thanks,,, Wellcome to Congress.2026,at,,,, Congress jindabad.
Good.news
Himanta ketia join karibio
ৰাজনীতিত এইবোৰ কোনো ডাঙৰ কথা নহয় ৷ ৰাজনীতিত সৰু কৰ্মীবোৰ সদায় সৰু ৷ ডাঙৰবোৰ ইপিঠি আৰু সিপিঠি ৷ চিতল মাছৰ দৰে ৷
ভাল দিন আহি থকা সময়ত দলটোত ক্ষতিহে হব যেন লাগে ।
Next pm Rahul gandhi ❤
Aru 50 yrs wait karibo lagibo
ভাল কে চালি জাবি চাই লব
জাবৰবোৰ আতৰাই যুৱ প্ৰজন্মক আগুৱাই আনক।
Gaurav Gogoi❤❤❤ next cm of Assam
মিছা কথা
😅একে খিনি মানুহে দল সলনি কিৰ বি জে পি,অগপ , কংগ্ৰেছ, এজেপি কৰি থাকিব ৰাইজৰ স্বাৰ্থত নহয় নিজৰ ব্যক্তিগত স্বাৰ্থত, মুঠতে অসমত পগলা ,মূৰ গৰম সকলৰ ৰাজনীতি চলিছে বতৰ্মান, এই পগলা বোৰক আমি ভোট দি জিকাই ৰাজকোষৰ ধন আত্ম সাৎ কৰিবলৈ বাৰে বাৰে সুবিধা দি আছো ।
সকলোৱে ৰজা হৈ লুতিপুতি খোৱাৰ ধান্দা । লুতি বাগৰ মাৰি থাকে
Tmi tmr moromor BJP burok koba aibur deha 😂😂
যি যায় যাব পাৰে কিন্তুু মামা গ্ৰেডৰ নেতা কেইজন থাকিলেই হল।
ভূপেন বৰা ডাঙৰীয়া অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ও বিহপুৰীয়া বিধান সভা সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক কিন্তুু কেইবাৰৰ ফেইল কৰা নেতা সেইটো নকলে কিয় সাংবাদিক মহাশয়।
Congress should not accept the politicians those who joined bjp from Congress
Ki kobo loi goi ase mahodoi
ৰাজ নিতী মানেই লোভিয়া নিতী
জোগ দানৰ উদেশ্য হল টিকট লাগে
Aapuni ki kotha koise, kunu dangar kotha.
Aibur hoise dollar bogori
Mama ee sob manage kori dibo ajir vitorot😮
Arjun sestha potiponna karibaloy akalabya poraa dakhinaa loysil.
Aiburak sthan di maan kariba nalage.
Aei loke nijor dhandat party change koribo....state r ki labh ba unnati habo .....teolok BJP t thakil ba Congress t thakil kar ki ahe jai ......aei bilakor aru news ne.....kon hoy aeo lok ? Assam or proti aeo bilakor ki obodan ase.....
Hubidhabadihokol ahiboi
এয়া বিজেপিৰ পাপৰ ফল
Netabilak.aru.bandorr.majot.beleg.nohoi.akei..bandor.bandorei
Congraser MLA/neta khinik vl lage,kintu jowa khinik ahile beya haba
এইবিলাক সুবিধা বাদি নেতা এওঁলোক দেশৰ কাম কৰা নেতা নহয়
Aaku Cong gelibo.bjpbk gelala
Ortha nai batori
Bjp thaki lav nai ar🙏
Hobo pare Bharatot agor porai ayaram goyaram politics sole😎
News 18 Assam e News nidi Views besikoi dia start krise.... Aru kunu standard nhowa hoise
Heiiiii
Bjp nalage aru
Congrase dubiba, final
Con.dalor natok
Dolar bogori aibor
Aibor dolar bogotir nicina .Abar efale, abar xifale .
Ham Asam ka men problem 883 tea garden area hai lekin kya salary Tumhara ka public sabse Jyada Dhyan Dena chahie aur media ko Bima ka salary improve Ho Kyunki Ek tea garden mein 167 8 hours Mein Jab Milta Hai Kya Itna se family Pal sakta hai log😅 dusra Jo Har Sal Pani Mein Dubki lagata Hai Asam Wala Kya yah sab Bhul Jaega han yah to Asam wala hai bhai Chunav Ho Gaya to Bhul Jaega badh gaya To Har sal ki tarah bol rahe hain😅 mujhe samajh mein nahin a raha hai hamara media bhi aisa hai Sarkar bhi public Bihar mein koi bhi party Aaya Jaaye usse kya matlab Hamen Apna Aasan develop karna hai❤❤
Salami mass Kiiman bikri house.......haha
2026 at kayta manak jalat pathaba ahum rajay karan 2026 pisat ahum raj saliba ja khatang hay gaysa 😮😮😮
Bjp neta keijome jane 26 Bjp harib
Balor news
😂😂😂
Faltu news
Palta Mara Bilakak Congresya Lalya Congressr Bipad Haba ...
Jibilak Jabo BJP aku Lost nohoi. 2026 T again BJP Government.