Assam Politics : ’২৬ৰ নিৰ্বাচনলৈ নিটিকিব নেকি বিৰোধী ঐক্য | N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 54

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 หลายเดือนก่อน +12

    মামাৰ চাল ভূপেন,অখিল হতে একো বুজি নাপায়। বাহিৰ ভিতৰ ওপৰ তল সকলো ফালৰ পৰা দিব। ভূপেন বৰাই বিহালি জিকি নিজকে প্ৰমাণ কৰক।

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 หลายเดือนก่อน +2

    নিশ্চয় বুজাবুজি হব বিৰোধী ঐক্য একলগ হব | ভুপেন বৰাই

  • @GopalChRabha
    @GopalChRabha 2 หลายเดือนก่อน +7

    ভূপেন বৰা দম্ভত কংগ্ৰেছ ডুবিব।

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw 2 หลายเดือนก่อน +5

    Okhil gogoi jindabed

  • @altafhussan2448
    @altafhussan2448 2 หลายเดือนก่อน +3

    গৌৰৱ গগৈক ভয় খাইছে ভূপেন বৰাই,,কাৰণ গৌৰবৰ উত্থান ভূপেন বৰাৰ বাবে বেয়া তেনেকৈ ভাবিছে চাগে,,,,

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw 2 หลายเดือนก่อน +4

    Okhil is very strong and famous of Assam

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 2 หลายเดือนก่อน +2

    যদি অসমৰ স্বাৰ্থত কাম কৰে ,ঠিকে থাকিব । নিজৰ স্বাৰ্থত কাম কৰিলে ,জিকিব পাৰে , নিজৰ জাতিৰ অন্তৰ্গত লোকৰ সহায়ত , কাম শূণ্য।

  • @minahazarika7578
    @minahazarika7578 2 หลายเดือนก่อน +2

    ভুপেন দা অহংকাৰ হৈছে

  • @rupeswarsaikia430
    @rupeswarsaikia430 2 หลายเดือนก่อน +1

    ভূপেন বৰাই BJP ক জয়ী হবলৈ সুবিধা কৰি দিলে নেকি !!!

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 2 หลายเดือนก่อน +1

    অখিল গগৈয়ে তৰুন গগৈকো এসময়ত কটু সমালোচনা কৰিছিল ! মুখখন ভাল নহয় !মিত্ৰজোটত থাকিলে কংগ্ৰেছক দৰ - দাম কৰি থাকিৱ । বিস্খাস কৰিব নোৱাৰি।

  • @rupeswarsaikia430
    @rupeswarsaikia430 2 หลายเดือนก่อน +1

    ভূপনৰ কথামতে হলে,কংগ্ৰেছ আকৌ বিধ্বংসী সহজে অনুমেয়।

  • @RupaGogoiChutia
    @RupaGogoiChutia 2 หลายเดือนก่อน +4

    Galibo. Galibo. Kong gress. And. Bhupen bora

  • @manojkumardutta8590
    @manojkumardutta8590 2 หลายเดือนก่อน +2

    Bhupen Bora e Congress dubabo kintu

  • @MoromiChoudhury-ny8em
    @MoromiChoudhury-ny8em 2 หลายเดือนก่อน

    ভূপেন‌ বৰাই ৰাজনীতিকৰ দৰে কথা কবলৈ শিকক নহলে ৰিপুণ বৰাৰ সপোনৰ মন্ত্ৰী সভাখনৰ দৰে হব।

  • @robort2.099
    @robort2.099 2 หลายเดือนก่อน +1

    ভূপেন বৰা একো নাজানে

  • @bipinkonwar6673
    @bipinkonwar6673 2 หลายเดือนก่อน +1

    অকলে খেলক অখিল দা

  • @bhabenbasumatary9250
    @bhabenbasumatary9250 2 หลายเดือนก่อน +1

    ভূপেনৰ অদূৰদৰ্শী ৰাজনৈতিক স্থিতিয়ে কংগ্ৰেছৰ অধপতন আনিব।

    • @bhabenbasumatary9250
      @bhabenbasumatary9250 2 หลายเดือนก่อน

      তিনি জন এম পি জিকিলেই কংগ্ৰেছ শক্তিশালী হোৱা নুবুজায়। মিত্ৰজোটৰ সহায়তহে জিকিব পাৰিছে।

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 2 หลายเดือนก่อน +3

    Oi akhanti gogoi i conggressar saritro Buji paiso ne atia . I conggress dol hoise ata bishakh ghatok dol .

  • @rupeswarsaikia430
    @rupeswarsaikia430 2 หลายเดือนก่อน

    বিৰোধীৰ ঐক্য নেথাকিলে ৰাইজে কি সিদ্ধান্ত লয়,সময়ত কি ফলাফল ওলাব দেখা যাব।বহুতেই ফলাফলৰ আশা আগতেই এৰিব।

  • @Straightfromassam
    @Straightfromassam 2 หลายเดือนก่อน +1

    Bhupen Borak bedai diok

  • @jyoyatamuli5331
    @jyoyatamuli5331 2 หลายเดือนก่อน +1

    Congas enau gala hoi congas go back😂😂

  • @AkhirulIslam-xe6uj
    @AkhirulIslam-xe6uj 2 หลายเดือนก่อน +1

    ভুপেন বৰাৰ দাদা গিৰি বাৰিছে

  • @Shajahan-kf7ec
    @Shajahan-kf7ec 2 หลายเดือนก่อน

    Dada,raekebor,kehbo

  • @balendas2049
    @balendas2049 2 หลายเดือนก่อน

    ৰাষ্ট্ৰীয় দলবোৰৰ অন্তৰত আঞ্চলিক শক্তিৰ স্হান নাই।

  • @rokisingh6330
    @rokisingh6330 2 หลายเดือนก่อน +2

    Akhil lurin àk houk

  • @ArunMandal95
    @ArunMandal95 2 หลายเดือนก่อน

    Good morning sir 👍

  • @pgoswami5378
    @pgoswami5378 2 หลายเดือนก่อน

    বৰাদেউ আৰু সিংদেউ মিলি কংগ্ৰেছক আগুৱাই নিব
    নে পিচুৱাই নিব খুজিছে সেয়া
    অসম কংগ্ৰেছৰ বাকী নেতা কৰ্মীয়ে
    সময় থাকোতে গভীৰ ভাবে ভবা আৱশ্যক আছে বুলি
    ৰাইজে চিন্তাচৰ্চা কৰিবলৈ লৈছে।

  • @PinkuDohutia-i6y
    @PinkuDohutia-i6y 2 หลายเดือนก่อน +1

    BJP zindabad

  • @nripenborgohain201
    @nripenborgohain201 2 หลายเดือนก่อน

    ভূপেন বৰা এজন মহাধুৰন্ধ পুৰুষ ; কাৰণ কংগ্ৰেছৰ শিপাডাল বিজেপি লগত হেনাপিতিকা বুলি আছে যেন লাগে ৰাইজৰ ৷ একতা ২০২৬চনৰ লৈকে কিয় ৰাইজৰ দ’লৰ কথা নুশুনে ?

  • @rijukalita5635
    @rijukalita5635 2 หลายเดือนก่อน +1

    Kam nai aru ene siyari thake.Tea 1 cup khale hottlet sb thik bh

  • @budheswarnath6516
    @budheswarnath6516 18 วันที่ผ่านมา

    ভূপেন বৰা ডাঙৰীয়াই কম্প্ৰমাইজ কৰিবলৈ শিকক... নহলে কংগ্ৰেছ তথা বিৰোধী ঐক্য ৰ লোকচান অনিবার্য ; লাভ হবে পুনৰ বিজেপি ৰ... অখিল গগৈও সোতঁৰ লগত মিলিবলৈ শিকাটো দৰকাৰ বুলি ভাবো... কাৰণ এইখন এনে এক সমাজ যিখন সমাজত সৎতাৰ স্হান কম ; ৰাজনীতি কৰি ৰাইজক আভুৱা ভাৰি কেৱল.....!!!

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn 2 หลายเดือนก่อน

    কংগ্ৰেছে অকলে খেলিলে ভাল

  • @jaiaiiaxom
    @jaiaiiaxom 2 หลายเดือนก่อน

    কংগ্ৰেছ জিন্দাবাদ,আমাক অজাপ আৰু ৰাইজৰ দলৰ কোনো প্ৰয়োজন নাই, আমাৰ সাৰ পানীত সেই দল দুটা জীয়াই আছে।

  • @SANATANI_AXOMIA_NABA
    @SANATANI_AXOMIA_NABA 2 หลายเดือนก่อน +1

    Miya vote divide hobo😂😂😂😂😂😂😂😂

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 2 หลายเดือนก่อน

    Bhupen borah will be changed...... 100℅••••••

  • @nripenborgohain201
    @nripenborgohain201 หลายเดือนก่อน

    একহৈ আছে । বাতৰি মিছা

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 หลายเดือนก่อน

    Aeta kotha bare bojai asa belag came ni

  • @nilamborah1376
    @nilamborah1376 2 หลายเดือนก่อน

    Bupen.bora.abimani

  • @RanjitPhukan-ct5yf
    @RanjitPhukan-ct5yf 2 หลายเดือนก่อน

    Bhupanr ahangkarai Cong potanhol

  • @sanjoypegu-os3ol
    @sanjoypegu-os3ol 2 หลายเดือนก่อน

    Luren luren koi thake kun nu he jon

  • @AjitBorah-j9u
    @AjitBorah-j9u 2 หลายเดือนก่อน

    Bhupen Borah r domvo ,ohonkar ru keataman Congress ir utpat bahisay ,gotikay hokolu berudhiya BJPr log hoi Bhupen Bora ru tupi pindhatur beporit deekhot juwatuwaye Val hobo .

  • @AkhilChetia-gr5ss
    @AkhilChetia-gr5ss 2 หลายเดือนก่อน

    Bhupan bora congrasor haratu bichara khalha khandicha

  • @Shajahan-kf7ec
    @Shajahan-kf7ec 2 หลายเดือนก่อน

    Jaker,toi,kaporok

  • @mhchoudhary8766
    @mhchoudhary8766 2 หลายเดือนก่อน

    Hayena , Hayena e kajia hole lavtu kintu mamare hobo. 2026 ot akow abar mamar chorkar