DRISHTIKON দৃষ্টিকোণ
DRISHTIKON দৃষ্টিকোণ
  • 180
  • 353 431

วีดีโอ

জ্যাকাৰ্ড আৰু পাট মুগাৰ কাপোৰৰ ক্ষুদ্ৰ উদ্যোগ।।JACQUARD LOOM।। PUJA DAS।।BARPETA HANDLOOM INDUSTRY
มุมมอง 80528 วันที่ผ่านมา
#jacquard #tathal #handloom বৰপেটাৰ জীয়ৰী তথা বোৱাৰী পুজা দাসে জ্যাকাৰ্ড শালৰ জড়িয়তে বিশুদ্ধ পাট মুগাৰ কাপোৰ তৈয়াৰ কৰিছে। হস্ততাঁত শিল্পৰ লগত জড়িত হৈ কম সময়ৰ ভিতৰতে ব্যৱসায়িক জীৱনৰ আৰম্ভণি কৰিছে। আমি দৃষ্টিকোণৰ তৰফৰ পৰা তেওঁলৈ ভৱিষ্যতৰ ভাল ভাল কামবোৰৰ বিষয়ে শুভেচ্ছা জনালো। তেখেতক আপোনালোকে নিজৰ পচন্দৰ ডিজাইনৰ পাট-মুগাৰ কাপোৰ বনাবলৈ যোগাযোগ কৰিব পাৰে। পূজা হেণ্ডলুম এণ্ড নেচাৰেল ক্ৰিয়েচন এক ন...
দেশে বিদেশে সমাদৃত গুৰু আসনৰ তাৎপৰ্য্য।। সত্ৰীয়া শিল্পী ধনজিৎ সূত্ৰধাৰ।। সত্ৰীয়া ।।ভাস্কৰ্য শিল্পী
มุมมอง 250หลายเดือนก่อน
#guruaxon #naamghar #sattriya আহকচোন আজি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি গুৰু আসনৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা জানিবলৈ চেষ্টা কৰো।সূত্ৰধাৰ বংশৰ সত্ৰীয়া শিল্পী ধনজিৎ সূত্ৰধাৰ ডাঙৰীয়াৰ সৈতে এই বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। আশা কৰো এনেধৰণৰ ভিডিঅবোৰে সকলোকে নতুন কিবা এচা শকাৰ বাবে আগ্ৰহী কৰি তুলিব।
বোৱাৰী এগৰাকীয়ে মুকলি কৰিছে উপাৰ্জনৰ পথ।।বঙাইগাঁৱৰ মাণিকপুৰৰ বোৱাৰী।। Embroidery ।।Fabric Design ।।
มุมมอง 45Kหลายเดือนก่อน
#embroidery #fabric #design Facebook page of Rashmis collection profile.php?id=100057260756100&mibextid=ZbWKwL To place order you can contact directly to Rashmi... Her mobile number is... 91015 40250 Hope you will like our video..
ভৱিষ্যতৰ শিল্পীসকলৰ মনৰ কথাবোৰ।। Sculpture।।Glass painting।।Fabric।।workshop
มุมมอง 2312 หลายเดือนก่อน
#sculpture #viralvideo #workshop #fabric
বিহু শিল্পী জুনু তালুকদাৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ ।।বোৱাৰী বিহুৱতী।। মেজাংকৰী।।অসম বৰবিহুৱতী।।
มุมมอง 1.1K2 หลายเดือนก่อน
বিহু শিল্পী জুনু তালুকদাৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ ।।বোৱাৰী বিহুৱতী।। মেজাংকৰী।।অসম বৰবিহুৱতী।।
মৃত শৰীৰক লৈ ব্যতিক্ৰমী পৰিকল্পনা।। সংগীতা।।অংগদান ।।ORGAN DONATION ।।DRISHTIKON
มุมมอง 2512 หลายเดือนก่อน
মৃত শৰীৰক লৈ ব্যতিক্ৰমী পৰিকল্পনা।। সংগীতা।।অংগদান ।।ORGAN DONATION ।।DRISHTIKON
সত্ৰীয়া নৃত্য আৰু বৰপেটা।। SATTRIYA DANCE ।।DR MANIKANGKANA BARMAN ।।PERFORMING ARTS ।।DRISHTIKON
มุมมอง 1K2 หลายเดือนก่อน
সত্ৰীয়া নৃত্য আৰু বৰপেটা।। SATTRIYA DANCE ।।DR MANIKANGKANA BARMAN ।।PERFORMING ARTS ।।DRISHTIKON
বৰপেটাৰ অসমীয়া গহণাৰ ইতিহাস ।।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰে এটি উদ্যোগ।। ALAKESH DAS।।JEWELERY
มุมมอง 4442 หลายเดือนก่อน
বৰপেটাৰ অসমীয়া গহণাৰ ইতিহাস ।।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰে এটি উদ্যোগ।। ALAKESH DAS।।JEWELERY
কথা ক'ব নোৱাৰে কিন্তু আছে অদম্য হেঁপাহ।। বিশেষভাবে সক্ষম কংকনৰ আছে প্ৰতিভা।।Kangkan।। SORBHOG
มุมมอง 8303 หลายเดือนก่อน
কথা ক'ব নোৱাৰে কিন্তু আছে অদম্য হেঁপাহ।। বিশেষভাবে সক্ষম কংকনৰ আছে প্ৰতিভা।।Kangkan।। SORBHOG
সত্ৰীয়া নৃত্যৰ সাধক ড০ মনিকংকনা বৰ্মন ।।Sattriya Dance।।Dr Manikangkana Barman।।SATTRIYA CULTURE
มุมมอง 2.5K3 หลายเดือนก่อน
সত্ৰীয়া নৃত্যৰ সাধক ড০ মনিকংকনা বৰ্মন ।।Sattriya Dance।।Dr Manikangkana Barman।।SATTRIYA CULTURE
তাপমাত্ৰা বৃদ্ধি হোৱাৰ কাৰণ কি?।। অসমখন মৰুভূমি হবলৈ গৈ আছে নেকি?।। WORLD ENVIRONMENT DAY 2024।।
มุมมอง 803 หลายเดือนก่อน
তাপমাত্ৰা বৃদ্ধি হোৱাৰ কাৰণ কি?।। অসমখন মৰুভূমি হবলৈ গৈ আছে নেকি?।। WORLD ENVIRONMENT DAY 2024।।
অপসংস্কৃতিৰ প্ৰতি প্ৰলোভন কিয়? ।।সাহিত্যৰ জগতৰ আলাপ ।।দৃষ্টিকোণ ।।ড০ হেমন্ত ডেকা।।
มุมมอง 2473 หลายเดือนก่อน
অপসংস্কৃতিৰ প্ৰতি প্ৰলোভন কিয়? ।।সাহিত্যৰ জগতৰ আলাপ ।।দৃষ্টিকোণ ।।ড০ হেমন্ত ডেকা।।
ধঁপাতে কেনেধৰণৰ প্ৰভাৱ পেলায়।। WORLD NO TOBACCO DAY 2024।।Tobacco effect on body organ ।।Drishtikon
มุมมอง 1883 หลายเดือนก่อน
ধঁপাতে কেনেধৰণৰ প্ৰভাৱ পেলায়।। WORLD NO TOBACCO DAY 2024।।Tobacco effect on body organ ।।Drishtikon
সৰভোগৰ দৈ ।। ক্ষুদ্ৰ উদ্যোগী সকলৰ মনৰ কথাবোৰ।। SORBHOG।।Drishtikon।।
มุมมอง 4573 หลายเดือนก่อน
সৰভোগৰ দৈ ।। ক্ষুদ্ৰ উদ্যোগী সকলৰ মনৰ কথাবোৰ।। SORBHOG।।Drishtikon।।
মহিলা নে পুৰুষ।। কংকনজিৎ কিয় ব্যতিক্ৰম?।। Instagram ৰ মিলিয়ন view থকা অভিনয়।। Kankanjit Patowary
มุมมอง 9473 หลายเดือนก่อน
মহিলা নে পুৰুষ।। কংকনজিৎ কিয় ব্যতিক্ৰম?।। Instagram ৰ মিলিয়ন view থকা অভিনয়।। Kankanjit Patowary
চীনৰ সৈন্যৰ সৈতে ৭২ ঘন্টা অকলে যুজিছিল ।।JASWANTH SINGH।।TAWANG WAR MEMORIAL।।JASWANTH GARH MEMORIAL
มุมมอง 613 หลายเดือนก่อน
চীনৰ সৈন্যৰ সৈতে ৭২ ঘন্টা অকলে যুজিছিল ।।JASWANTH SINGH।।TAWANG WAR MEMORIAL।।JASWANTH GARH MEMORIAL
হাতীমা পুতলা কি? ।।HISTORY OF TERRACOTTTA ।।সিন্ধু সভ্যতাৰ লগত সম্পৰ্ক কি? DRISHTIKON ।।Asharikandi
มุมมอง 2604 หลายเดือนก่อน
হাতীমা পুতলা কি? ।।HISTORY OF TERRACOTTTA ।।সিন্ধু সভ্যতাৰ লগত সম্পৰ্ক কি? DRISHTIKON ।।Asharikandi
Tawang tour plan।।Do Not enter Arunachal without ILP।।Itinerary of Tawang Tour।।Bumla।।Sela।।
มุมมอง 1674 หลายเดือนก่อน
Tawang tour plan।।Do Not enter Arunachal without ILP।।Itinerary of Tawang Tour।।Bumla।।Sela।।
খোলা গান আৰু বৰনগৰ।। অভিনেতা ৰূপজ্যোতি নাথৰ মনৰ কথা।। Drishtikon। ।Rupjyoti Nath।। Open Stage
มุมมอง 4094 หลายเดือนก่อน
খোলা গান আৰু বৰনগৰ।। অভিনেতা ৰূপজ্যোতি নাথৰ মনৰ কথা।। Drishtikon। ।Rupjyoti Nath।। Open Stage
মাণিকপুৰৰ গৌৰৱ পবিত্ৰ সৰকাৰ।। শিল্পী পেঞ্চনৰ পৰা বঞ্চিত প্ৰকৃত শিল্পী।। চিত্ৰ আৰু ভাস্কৰ্য শিল্পী।।
มุมมอง 3584 หลายเดือนก่อน
মাণিকপুৰৰ গৌৰৱ পবিত্ৰ সৰকাৰ।। শিল্পী পেঞ্চনৰ পৰা বঞ্চিত প্ৰকৃত শিল্পী।। চিত্ৰ আৰু ভাস্কৰ্য শিল্পী।।

ความคิดเห็น

  • @beyou_001
    @beyou_001 4 ชั่วโมงที่ผ่านมา

    Aai hal khonr dam kiman

  • @Samujjal534
    @Samujjal534 3 วันที่ผ่านมา

    এটাও নকৰিব

  • @debashishdey8685
    @debashishdey8685 5 วันที่ผ่านมา

  • @indrajeetbhattacharyya5034
    @indrajeetbhattacharyya5034 6 วันที่ผ่านมา

    Ako bhal laga nai

  • @user-cx6kq4od5t
    @user-cx6kq4od5t 6 วันที่ผ่านมา

    Only OPS

  • @junmoniborah9769
    @junmoniborah9769 10 วันที่ผ่านมา

    আগুৱাই যাওঁক বহুত শুভ কামনা জনালোঁ বাইদেউ

  • @karabimalakar4558
    @karabimalakar4558 12 วันที่ผ่านมา

    Dada no to dibason

  • @krishnakamalmoral290
    @krishnakamalmoral290 12 วันที่ผ่านมา

    Ops>>>nps>>>ups(if 60% return nidiye)

  • @rununath3764
    @rununath3764 13 วันที่ผ่านมา

    দহ বছৰতকৈ কম কাৰ্যকাল থকাসকলৰ ভৱিষ্যত কি হব?

  • @kirtichandrasinha1918
    @kirtichandrasinha1918 13 วันที่ผ่านมา

    No OPS No Vote Doinnybad JoySri Krishna

  • @technicaldefence5574
    @technicaldefence5574 14 วันที่ผ่านมา

    No nps no ups " only OPS "

  • @manojkumarbaishya7776
    @manojkumarbaishya7776 14 วันที่ผ่านมา

    NPS এ হওক বা UPS এ হওক কোনো এটা Scheme এ অৱসৰি জীৱনত সহায় নকৰে।

  • @NabserAliProdhani
    @NabserAliProdhani 14 วันที่ผ่านมา

    NPS আৰু UPS কোনোটাই নালাগে অকল OPS পুৰণি পেঞ্চন লাগে

  • @BireswarDaimari-x6m
    @BireswarDaimari-x6m 14 วันที่ผ่านมา

    What is you telling about? Don't tell, if you don't understand well about the fact.

    • @dasbikash1991
      @dasbikash1991 14 วันที่ผ่านมา

      আচ্ছা ঠিক আছে। আপুনি বুজাই দিয়কচোন। FACT বোৰ বুজাই দিব বুলি আশা থাকিল

  • @kexobentertainmentunboxing4940
    @kexobentertainmentunboxing4940 14 วันที่ผ่านมา

    যদি ২৫বছৰ চাকৰি কৰা পিছত gratuity টকা আৰু 10%+18% টকা retiarment ত দিয়ে তেন্তে ups ভাল,কিন্তু retiarment ত 6month basic ৰ পইচা দিৱ বুলি হে শুনিছো আৰু বাকী 50%basic ৰ pension,ধৰি লওক মই ২৫বছৰ চাকৰি কৰিলো retiarment ৰ পিছত মোক মাত্ৰ শেষ ৰ ছয় মাহৰ basic ×6 =চাৰি লাখ বুলি ধৰি ললো,কি কাম দিব ইমাণ কম টকাৰে, pension বাৰু basic pay ৰ 50% পাম,gratuity আৰু আমাৰ 10% আৰু চৰকাৰ ৰ 18% যদি retiarment ত ঘুৰাই দিয়ে ups ঠিকে ই আছে,কিন্তু nps ত retiarment ত 60%মোটা টকা পাম, আৰু এনেইয়ো 60 বছৰ পাৰ হৈ যোৱা পাছত এজন মানুহ কিমান দিন pension লবলৈ বাচি থাকিৱ তাৰ নিশ্চয় তা নাই, সকলোৱে retiarment ত মোটা টকা বিচাৰে কিন্তু ups ত দেখোন retiarment ত 6month basic ৰ টকা হে দিয়াৰ কথা কলে,25 বছৰ পিছত সেই টকাৰে মই জ্বলা চানা কিনি খাবলৈ হে হে...

  • @RupaliPathak-mg9iz
    @RupaliPathak-mg9iz 15 วันที่ผ่านมา

    Best

  • @ABHILASHRay-u1b
    @ABHILASHRay-u1b 15 วันที่ผ่านมา

    আমাক কংগ্ৰেছ চৰকাৰ লাগে, কংগ্ৰেছে মানি নললে হল

  • @NaliniMahanta-w6q
    @NaliniMahanta-w6q 16 วันที่ผ่านมา

    আমাক ops লাগে ।মাননীয় মন্ত্ৰীমহোদয় সকলৰ কাৰ্যকাল মাত্ৰ পাচটা বছৰহে ।তেখেতসকলৰ পিছে কি পেঞ্চন হ'ব ।ops নে Nps নে ups .

  • @naliniray8149
    @naliniray8149 16 วันที่ผ่านมา

    আমাক পুৰণি পেঞ্চন নীতি লাগে ।

  • @Badanch
    @Badanch 16 วันที่ผ่านมา

    Ten years talar khinir ki hb

    • @dasbikash1991
      @dasbikash1991 16 วันที่ผ่านมา

      ১০ বছৰৰ তলৰ সকলে OPSতো পেঞ্চন লাভ নকৰে।

  • @gunakantasonowal4334
    @gunakantasonowal4334 16 วันที่ผ่านมา

    OPS he diba lage.

  • @amilaswargiary7015
    @amilaswargiary7015 16 วันที่ผ่านมา

    We want ops

  • @susilsarmah4429
    @susilsarmah4429 16 วันที่ผ่านมา

    Nice discussion investment is good way

  • @gopalsarmah7243
    @gopalsarmah7243 16 วันที่ผ่านมา

    Ministry. M A L Labane

  • @mrinalbaruah1869
    @mrinalbaruah1869 16 วันที่ผ่านมา

    Mutual fund is the best option for beginners the ETFs also good

  • @mrinalbaruah1869
    @mrinalbaruah1869 16 วันที่ผ่านมา

    Absolutely right

  • @himanidas5990
    @himanidas5990 16 วันที่ผ่านมา

    Informative..

  • @KulsumKhatun-gt5nv
    @KulsumKhatun-gt5nv 17 วันที่ผ่านมา

    ১৪ বছৰ চাকৰি কৰাৰ পিছত OPS vs UPS কোনটোত লাভবান হয়। উদাহৰণস্বৰূপে যদি বুজায় Please.

  • @fitnessofhealth6856
    @fitnessofhealth6856 17 วันที่ผ่านมา

    Trading at sanchay kare nki manuhe

  • @rabindrabiswas5462
    @rabindrabiswas5462 17 วันที่ผ่านมา

    Vote. For. Ops

  • @bidyutnath45358
    @bidyutnath45358 17 วันที่ผ่านมา

    10..15.years.pension.kiman.pabo.

  • @bidyutnath45358
    @bidyutnath45358 17 วันที่ผ่านมา

    Ops.want

  • @harisarmah5429
    @harisarmah5429 17 วันที่ผ่านมา

    Ups hobo lage

  • @swapnalikuli8445
    @swapnalikuli8445 17 วันที่ผ่านมา

    No UPS or NPS only OPS

  • @deepkrmedhi5916
    @deepkrmedhi5916 17 วันที่ผ่านมา

    Optional so many going to opt or not their own choice and restoration of Ops to be continued .

  • @ubskitchen2949
    @ubskitchen2949 17 วันที่ผ่านมา

    😢val lagil

  • @KritikaKiKahani
    @KritikaKiKahani 17 วันที่ผ่านมา

    Bohut val lagil kotha khini Jani...

  • @ranjitadas5248
    @ranjitadas5248 18 วันที่ผ่านมา

    We want ops

  • @IshaFarhan
    @IshaFarhan 18 วันที่ผ่านมา

    Jimane g nohok ops nohole eku lav nai..

  • @GajenPegu-zx9hs
    @GajenPegu-zx9hs 18 วันที่ผ่านมา

    যদি কিবা এটা ভাল ফল আশা কৰি প্ৰত্যেক ক্ষেত্ৰতে আন্দোলন কৰিবলগীয়া হয় তেনেহলে এখন স্বাধীন দেশত জীয়াই থকা নাগৰিক হ'লোনে আমি। ইংৰাজে আমাক শাসন কৰি শোষণ কৰি গ'ল এতিয়া নিজৰ মানুহেই চৰকাৰ যন্ত্ৰৰ নামেৰে শোষণ কৰিছে। NPS, UPS বাদ দি OPS ঘূৰাই অনাৰ ক্ষেত্ৰত আৰক্ষী আৰু সামৰিক বাহিনীৰ কৰ্মচাৰীসকল ওলাই আহিব লাগে।

  • @GajenPegu-zx9hs
    @GajenPegu-zx9hs 18 วันที่ผ่านมา

    যেতিয়ালৈকে OPS নহয় তেতিয়ালৈকে কোনো কৰ্মচাৰীৰ একো লাভ নহয়। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ২৫ বছৰতকৈ বেছি চাকৰি কৰাসকলেহে বুঢ়া হ'ব নেকি যে তেওঁলোকেহে বেছি পেঞ্চন পাই থাকিব। কম কাৰ্য্যকাল থকা কৰ্মচাৰীসকল বুঢ়া নহ'ব নেকি যে তেওঁলোকক নুন্যতম পেঞ্চন দিব। যিসকল কৰ্মচাৰীৰ কাৰ্য্যকাল বেছি তেওঁলোক এনয়েও আৰ্থিকভাৱে সবল হ'ব আৰু তেওঁলোক বুঢ়া বয়সত আৰামেৰে সময় কটাব । কিন্তু যি সকল কৰ্মচাৰীৰ কাৰ্য্যকাল কম তেখেতসকল দৰমহাও কমকৈ পায় কাৰণে আৰ্থিকভাৱে বৰ বেছি সবল হ'ব নোৱাৰে তেনে লোকসকলকেই নুন্যতম পেঞ্চন দি বুঢ়া বয়সত দিন হাজিৰা কৰোৱাৰ এটা ফন্দী কৰিছে। ক'বলৈ গ'লে বেছি কাৰ্য্যকাল থকা কৰ্মচাৰীসকল বেছি ভালকৈ কাৰ্য্য সম্পাদন কৰে নেকি? প্ৰতিটো বিভাগত দূৰ্নীতিগ্ৰ্স্থ কৰ্মচাৰীসকল বেছি কাৰ্য্যকাল থকা কৰ্মচাৰীয়েই হয়। যদি UPS চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য কৰাব লাগে তেনেহলে পাচঁ বছৰৰ কাৰণে নিৰ্বাচিত কৰা বিধায়ক, সাংসদ সকলৰ কাৰণে UPSতকৈ কম সুবিধাৰ এটা নিয়ম কিয় প্ৰণয়ন কৰোৱাৰ ব্যৱস্থা নকৰে? মুঠতে কৰ্মচাৰীৰ ক্ষেত্ৰত যদি UPS হয় তেনেহলে বিধায়ক, সাংসদৰ ক্ষেত্ৰত তাতকৈ কম সুবিধাৰ নিয়ম উলিয়াব‌ই লাগিব।

  • @AssamNow
    @AssamNow 18 วันที่ผ่านมา

    Very informative

    • @dasbikash1991
      @dasbikash1991 18 วันที่ผ่านมา

      ধন্যবাদ

  • @NupurNandi-od8kl
    @NupurNandi-od8kl 18 วันที่ผ่านมา

    Ji manuto chakori eri dile femily pention napabo naki?enoka Railway er bohut poriber pention poa nai please chabo

  • @kanakchandrabasumatary5388
    @kanakchandrabasumatary5388 18 วันที่ผ่านมา

    ১০%ঝটো কাটিব নালাগে

  • @riturajkalita2767
    @riturajkalita2767 18 วันที่ผ่านมา

    বহুত ধুনীয়া লাগিছে।

  • @goalpariya8630
    @goalpariya8630 18 วันที่ผ่านมา

    আমি ১৯৮৬ চনত চাকৰিত যোগদান কৰিছিলোঁ।

  • @goalpariya8630
    @goalpariya8630 18 วันที่ผ่านมา

    আমাক পুৰণি পেন্সন লাগিবই অন্যথাই আন্দোলন অধিক ক্ষিপ্ৰতৰ কৰি গঢ়ি তোলা হ'ব। 10% টকা খিনি আমাৰেই টকা ।

  • @phulentalukdar6632
    @phulentalukdar6632 18 วันที่ผ่านมา

    Sundar bujai dise, jisokal emplayar kam sakari kai ritayr haise ba haba sihatar krane he val haba, vrs lale lav nahaba

    • @dasbikash1991
      @dasbikash1991 18 วันที่ผ่านมา

      ধন্যবাদ

  • @monuranjanpegu5984
    @monuranjanpegu5984 19 วันที่ผ่านมา

    Very nice

  • @narayanbarman4429
    @narayanbarman4429 19 วันที่ผ่านมา

    Nps ot joma hoi thoka toka to kene ke Pam bujai dibo pl