জ্যাকাৰ্ড আৰু পাট মুগাৰ কাপোৰৰ ক্ষুদ্ৰ উদ্যোগ।।JACQUARD LOOM।। PUJA DAS।।BARPETA HANDLOOM INDUSTRY

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • #jacquard #tathal #handloom
    বৰপেটাৰ জীয়ৰী তথা বোৱাৰী পুজা দাসে জ্যাকাৰ্ড শালৰ জড়িয়তে বিশুদ্ধ পাট মুগাৰ কাপোৰ তৈয়াৰ কৰিছে। হস্ততাঁত শিল্পৰ লগত জড়িত হৈ কম সময়ৰ ভিতৰতে ব্যৱসায়িক জীৱনৰ আৰম্ভণি কৰিছে। আমি দৃষ্টিকোণৰ তৰফৰ পৰা তেওঁলৈ ভৱিষ্যতৰ ভাল ভাল কামবোৰৰ বিষয়ে শুভেচ্ছা জনালো। তেখেতক আপোনালোকে নিজৰ পচন্দৰ ডিজাইনৰ পাট-মুগাৰ কাপোৰ বনাবলৈ যোগাযোগ কৰিব পাৰে। পূজা হেণ্ডলুম এণ্ড নেচাৰেল ক্ৰিয়েচন এক নিৰ্ভৰযোগ্য ঔদ্যোগিক প্ৰতিষ্ঠান।
    তেখেতৰ যোগাযোগৰ নম্বৰটো -
    95087 01596
    স্থান - বৰপেটা

ความคิดเห็น • 4