সত্ৰীয়া নৃত্য আৰু বৰপেটা।। SATTRIYA DANCE ।।DR MANIKANGKANA BARMAN ।।PERFORMING ARTS ।।DRISHTIKON

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • #performingarts #sattriya #sattriyadance
    মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বৰপেটা অঞ্চলত জীৱনৰ অধিকাংশ সময় অতিবাহিত কৰি তাতেই বিভিন্ন সাহিত্য সম্ভাৰৰ সৃষ্টি কৰে । কৃষ্টি-সংস্কৃতিৰ চৰ্চাৰ বাবে বৰপেটা সত্ৰত ৰঙীয়াল গৃহ নিৰ্মাণ কৰে। সেই ৰঙীয়াল গৃহ নিৰ্মাণ কৰি ল'ৰাক ছোৱালী সজায় নচুওৱাৰ কথা চৰিতপুথিত উল্লেখ আছে। মাধৱ পুৰুষে সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ তথা প্ৰসাৰৰ দায়িত্ব মথুৰাদাস বুঢ়া আতাক অৰ্পন কৰে।বুঢ়াআতাই বংশৰা পৰম্পৰাৰ মাধ্যমেৰে এই সংস্কৃতিক আগুৱাই লৈ যায়, আকৌ মহাপুৰুষ মাধৱদেৱৰ পৰা শিক্ষা গ্ৰহণ কৰি বদুলা পদ্মআতাই এই সংস্কৃতিক কমলাবাৰী সত্ৰলৈ নি উজনিত এই সংস্কৃতি প্ৰৱাহিত কৰে। এই ৫৫০ বছৰীয়া জীৱন্ত পৰম্পৰাৰ চৰ্চা তথা সংৰক্ষণ আমাৰ দায়িত্ব।

ความคิดเห็น • 20

  • @pinkupriyakashyap8085
    @pinkupriyakashyap8085 2 หลายเดือนก่อน +1

    ❤❤❤

  • @joyashreeburagohain4207
    @joyashreeburagohain4207 2 หลายเดือนก่อน +2

    অত সুন্দৰ।ভাল লাগিল

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน

      ধন্যবাদ ভিডিঅটো চোৱা বাবে।. শ্বেয়াৰ কৰিবচোন

  • @aparnadas5966
    @aparnadas5966 2 หลายเดือนก่อน +2

    উপস্থাপন শৈলী সুন্দৰ 👌👌❤️❤️

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน

      ধন্যবাদ ভিডিঅটো চোৱা বাবে।. শ্বেয়াৰ কৰিবচোন

  • @SSVMORIGAON
    @SSVMORIGAON 2 หลายเดือนก่อน +1

    সুন্দৰ 👌
    ভাল লাগিল।

  • @himanidas5990
    @himanidas5990 หลายเดือนก่อน

    😊😊

  • @dhrubajyotitalukdar5041
    @dhrubajyotitalukdar5041 2 หลายเดือนก่อน +1

    বৰ সুন্দৰ প্ৰতিষ্ঠাপন।
    ভাল লাগিল কথাবোৰ জানি

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน

      ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব

  • @sudarshanamusic6286
    @sudarshanamusic6286 2 หลายเดือนก่อน +2

    খুব ভাল পদক্ষেপ।শুভেচ্ছা থাকিল

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน +1

      ধন্যবাদ ভিডিঅটো চোৱা বাবে।. শ্বেয়াৰ কৰিবচোন

  • @bantishikhanath7868
    @bantishikhanath7868 2 หลายเดือนก่อน

  • @barpeita_comedy
    @barpeita_comedy 2 หลายเดือนก่อน +2

    Val lagila😊

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน

      ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব

  • @mallikakandali
    @mallikakandali 2 หลายเดือนก่อน +2

    ভাল লাগিল

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน

      ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব

  • @mousumiborah5459
    @mousumiborah5459 2 หลายเดือนก่อน +2

    Khub hundor ,,, val lagil dei..

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน +2

      ধন্যবাদ ভিডিঅটো চোৱা বাবে। শ্বেয়াৰ কৰিবচোন

    • @mousumiborah5459
      @mousumiborah5459 2 หลายเดือนก่อน +1

      @@dasbikash1991 কৰিছোঁ

    • @dasbikash1991
      @dasbikash1991  2 หลายเดือนก่อน +1

      বহুত বহুত ধন্যবাদ