সত্ৰীয়া নৃত্যৰ সাধক ড০ মনিকংকনা বৰ্মন ।।Sattriya Dance।।Dr Manikangkana Barman।।SATTRIYA CULTURE
ฝัง
- เผยแพร่เมื่อ 18 ก.ย. 2024
- #sattriya #assameseculture #performingarts
ড০ মনিকংকনা বৰ্মন এগৰাকী সত্ৰীয়া শিল্পী। সত্ৰীয়া নৃত্যক পেচা হিচাপে গ্ৰহণ কৰা মনিকংকনাই ২০২৩ বৰ্ষত বৰপেটাৰ সত্ৰীয়া নৃত্যৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ বি গ্ৰেড শিল্পী। সত্ৰীয়া সংস্কৃতিৰ তথা নৃত্যৰ ওপৰত একান্তমনে গৱেষণা কৰি পৰিৱেশ্য কলাক নিজৰ পেচা হিচাপে গ্ৰহণ কৰি বৰ্তমান তেখেতে সৰ্থেবাৰীৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক তথা মূখ্য অধ্যাপিকা হিচাপে কৰ্মৰত হৈ আছে।
সুন্দৰ অনুষ্ঠান ভাল লাগিল।
Sai bor bhal lagil baidew
Khb Hundar
Val lagil
বৰ সুন্দৰ👌
Keep it up. Good effort 👍
সুন্দৰ ভাল লাগিল 🎉
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
বহুত ভাল লাগিল বা
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
সুন্দৰ হৈছে। বৰ ভাল লাগিল
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
খুব ভাল লাগিল নৃত্যৰ বিষয়ে বহু মূল্যবান কথা জানিব পাই 🎉।
ধন্যবাদ মনোজ দা।
Val lagil Dei
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
Xundar hoise
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
❤❤
ধন্যবাদ
❤
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
সত্ৰীয়া নৃত্যৰ সাধক ড০ মনিকংকনা বৰ্মন তোমাৰ অনুষ্ঠানটো চাই সঁচাই বৰ ভাল লাগিল। শুভেচ্ছাৰে...
ধন্যবাদ ভিডিঅটো চোৱা বাবে।. শ্বেয়াৰ কৰিবচোন
Val lagise ma'am....
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
More power to you Moni baa. Keep rising and shining❤️
ভিডিঅটো শ্বেয়াৰ কৰিব
Nice, we are proud of মণি, our Sister in law.
অনুষ্ঠানটো চাই বৰ ভাল লাগিল❤❤
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
সুন্দৰ অনুষ্ঠান মনি❤
ধন্যবাদ ।শ্বেয়াৰ কৰিব
Bor vl lgl moni baa..
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
Dhuniya ❤
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
বৰ ভাল লাগিল মনি বা❤
ধন্যবাদ ।শ্বেয়াৰ কৰিব ভিডিঅটো
Hundor moni ❤❤❤
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
❤❤❤
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
সুন্দৰ ভাল লাগিল 🥰
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব
❤
ধন্যবাদ ।ভিডিঅটো শ্বেয়াৰ কৰিব