বাপৰে কি নাচ কি গান কি বাদ্যযন্ত্ৰ আচৰিত 🙏👏❤️ ইমান সময় একেৰাহে নাচি আছে গাই আছে বজাই আছে তথাপিও যেন গাত অকণো ভাগৰেই লগা নাই ! নাচিব গাব বজাব জনা মানুহবোৰৰ গাত সচাকৈয়ে ভগৱানৰ বিশেষ আশীৰ্বাদ থাকে 🙏
professional bihu husori koribo hikisu.. aitu bihu husorie hosai matha bisfut kori dile dai... mur ghr u hi moran and sonari majot gawot.. keibajon manuh ear sinaki mur,, papar sinaki asilll.. mohotto buji pua nasilu agya and now very blessed. Ami u ""assam society of banglore"" torofot pora ranghar husori dol ata uliaisu eate banglore.. apunaluke amak u akhirbad koribo. And thanks a ton for anupom bitupon for capturing and showcasing this amazing content. 3 ta bihu nam ami gawot gawoei potibarei.. bihu nam bilak bht familier..
pepa bojuwa hubidha2 pam neki 😊please🙏 .,Anupom Biitupon Channel2 jogede kotha2 koboloi mur hubidha hl aru ai channel ti loi mur falor pora bhut bhut dhannyabad thakil🙏🙏🙏🙏🙏
বহুত বহুত ভাল লাগিল দেই। ফিৰোজ দা, ভূপেন দা, পিংকু দাকে আদি কৰি সকলোৱে বৰ সুন্দৰ কৰিছে। মই নিজেও চৰাইদেউ ত আছিলো সেয়েহে অতি গৌৰৱ কৰো। শেষত সকলো লৈকে বহুত বহুত ধন্যবাদ।
Ĺ
পলমকৈ উপস্থিত হোৱাৰ বাবে চোৱাৰ সৌভাগ্য নহল সেইবাবে চাই আছোঁ । অসমৰ ৰাইজৰ আগত ইমান সুন্দৰ বিহু দলটিৰ পৰিবেশন দাঙি ধৰাৰ বাবে অনুপম,বিতুপন দাদাক ধন্যবাদ জনাইছোঁ🙏❣️❣️
🙏
বিমান দাৰ বাঁহী সুৰ, নাঁচনী দ'লটি সুন্দৰ পৰিবেশন। ঢুল,তাল, পেপাঁ, বিহুৱা সকলোৱে ইমান ধুনিয়া সহযোগ।
চৰাইদেউ এই বিহু দলটো যোৱা ১৫ মে'ত তিনিচুকীয়া স্হিত মাকুমত "মৰাণ_বিহু_সমাৰোহ"ত প্ৰথমটো সাক্ষাৎকাৰ হৈছিলোঁ।।
বহুত ভাল লাগিল লগ পাই। সুন্দৰ প্ৰয়াস,,,,, আগুৱাই যোৱা তাকেই কামনা কৰিছোঁ। মোৰ ফালৰপৰা আপোনালোকলৈ একাজলি মৰম আৰু শুভেচ্ছা থাকিল ।।।
বাঁহী বাদকজনলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো,,, ইমান সুন্দৰ লাগিল যে কবলৈ ভাষাই নাই
হুঁচৰিত বাঁহী মাত বহুত শুনিচো । কিন্তু ইয়াত সুৰ কিবা এটা বেলেগ level t দিছে ❤️❤️❤️
বৰ ধুনীয়া হৈছে ।সঁচাকৈ মন-প্ৰাণ নাচি উঠে । ধন্যবাদ।
সুন্দৰ অনুষ্ঠান....হুভেশ্যা থাকিল দলতিলৈ.... আগুৱাই যাওঁক সদাই ।।।। অনুপম বিটোপম দাদা লৈও ধন্যবাদ জনাইছো ইমান আকৰ্ষণীয় অনুষ্ঠান এটা আমাৰ মাজত আগবঢ়াই দিয়াৰ বাবে
🙏
কবলে ভাষা নাই বহুত ভাল লাগিল আগুৱাই জাবলে ভগৱানৰ ওচৰত পাৰঠনা জনালো
ভূপেন ককাইদেউ আৰু ফিৰোজ ককাইদেউ দুয়ো জনকে বহুত দিনৰ মূৰত দেখা পালোঁ । ভাল লাগিল । অনুপম বিটোপন ককাইদেউ আপোনাক ধন্যবাদ জনালোঁ ।
Bohut bihu husori saaisu...kin2 aapunalukor poribekhon ek oinyotom...bohut vaal laagil...
চৰাইদেউ হু৺চৰি দলটিলৈ বহুত বহুত ধন্যবাদ আৰু শুভ কামনা থাকিল ভগৱানে ভালে ৰাখক কুশলেৰাখক
One of the excellent teams of Assamese Bihu Dol. Hoping the Team the Best.
aji he dekhisu eman dhuniya bihu thank you Anupom da
Collection and selection both are admirable .Thanks team mate.
আপোনালোকক মাকুম মৰাণ বিহু সমাৰোহ ত বিহু চাব লৈ সুবিধা পালো, বহুত ভাল লাগিল কবলৈ ভাষা নাই,,,,,
Congratulations All Of You The Best Happy Bihu Dance Group Very Beautiful Perfomence Well All The Very Very Best ❤❤❤
Dhulia r pora Nasoni Loike Akdom Perfect Aru Female Voice oti Hundor 👌
কবলৈ ভাষা নাই ইমান ধুনিয়া পৰিবেশন। দলটিলৈ অশেষ মৰম যাচিলোঁ। অনাগত দিনত আপোনালোক চাই যাব বিছাৰো। বাঁহী কলি ইমান ধুনিয়া। আপোনালোকৰ পৰা বহু শিকিব ল'গা আছে।
আন্তৰিক কৃতজ্ঞতা জনালোঁ বিহু দলটিলৈ । সুন্দৰ প্ৰদৰ্শন।❤❤
Xundar lagesa dai
বহুত ভাল লাগে চৰাইদেউ হুঁচৰি দল ।❤️❤️
Bahi badk janloi bhut huvkama thakil mean dhunia bahi mat kbloi vakha nai agloi aru aag bahi jauk hklu like bhut marm sardha janalu 😘😘😘🙏🙏🙏♥️♥️
Moja, moi assamr bahiyr pora bihu husori video bilak sai asu bohut val lagise, sakri ari assam gusi jau gusi jau lagise,karn moiu bihu gan gau,
বৰ সুন্দৰ বিহু আৰু প্ৰদৰ্শন সচই বৰ ভাল লাগিল। দ'লটোলৈ অশেষ ধন্যবাদ।
Welcome to the bihu husari dal. Very nice. It is a glorious part of bihu culture.god bless to all.
I am Raju konwar thanks to all bihu huawei dal thanks
বৰ ধুনীয়া হৈছে,
বহাগৰ ৰঙ , ফাগুনৰ ইচাত বিচাত মনে
বুজনিয়েই নেমানেচোন,এপাক নাচো নাচো
লাগিছেচোন ।।।
ধন্যবাদ
বহুত বহুত ধন্যবাদ জনাইছোঁ অনুপম বিটোপন দাদা আমাৰ অনুষ্ঠান টি ইমান ধুনীয়া কৈ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ,
Iman hundor hoise sale sai thakibo. Mn jai moi 5 bar salu
আন্তৰিক অভিনন্দন জনালো বিহুৱা দলটোক,সাঁজ পাৰ অতি houndar কৃষ্ণ🙏
বাপৰে কি নাচ কি গান কি বাদ্যযন্ত্ৰ আচৰিত 🙏👏❤️ ইমান সময় একেৰাহে নাচি আছে গাই আছে বজাই আছে তথাপিও যেন গাত অকণো ভাগৰেই লগা নাই ! নাচিব গাব বজাব জনা মানুহবোৰৰ গাত সচাকৈয়ে ভগৱানৰ বিশেষ আশীৰ্বাদ থাকে 🙏
বিহুজোৰা অতি সুন্দৰ কিন্তুু বাহীঁৰ মাতটো অ❤️❤️❤️❤️❤️❤️❤️❤️
কি যে সুন্দৰ পৰিবেশন ,কবলৈ ভাষা নাই 🤗🤗 ফিৰোজ মামা আৰু আগুৱাই যাওক , লগতে দলটি লৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো 🥰🥰🥰
Z
Bohut bohut val lagil dei apunalukor bihu khon . 👌🏼👌🏼👌🏼
Biman da Rock🔥 joi tu charaideo❤️
বহুত বহুত ভাল লাগিল । মন চুই গল ।
"Bitupon "Charaideo Bihu dolar,tarafar pora tumaloi bahut bahut dhoinyabad jonalu.
😊
চাৰ বৰ মনত পৰিছে আপোনালৈ , যতেই আছে তাতে আপুনি শান্তিৰে থাকক 😢😢😢😢
Excellent .Overall performance is fantastic .Thanks.❤❤❤
Kali bihu jura sai vl lagil❣️🖤🔥
Kot hoisl baru
@@zeal6360 sonari B.P.B fild
@@poragofficial1987 o TQ. jaboi prlu hetn ghr usrte gom nplu
@@zeal6360 ohh
Vll lagisa bihu jua Sai ❤❤❤❤❤
Moja lgil akomiya hisapa ami hodi proud fill koru 🥰🥰🥰🥰
হুচৰি দলটোলৈ আন্তৰিক শুভেচ্ছা জনাইছো 🙏🙏🙏🙏🙏🙏
বিহুখনি বহুত ধুনীয়া লাগিলে দেই , ধন্যবাদ সকলোকে
বৰ সুন্দৰ হৈছে । ভুপেন ভিনি আপোনাক বৰ সুন্দৰ লাগিছে ।
আমাৰ অনুষ্ঠানটি ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে অশেষ ধন্যবাদ ককাইদেউ 🙏চেনেলটো দীর্ঘায়ু হওক....... আৰু সুন্দৰ সুন্দৰ ভিডিও চাবলৈ পাম বুলি আশা ৰাখিলো।
Khub hundor hoyse kokaideu hetor bihu khon pokise dai love you all 💞🔥🔥😘😘👌👌👍🙏
🙏
Bohut bohut dhonyobad dada amar bihu jura anedore Hokolu majoloi agbohai dia babe🤗❤️🥰
Bhut Val lagisa da ❤❤
Dhoinyobad dei anupom bitupon...🥰🥰
কবলৈ ভাষা নাই ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ অতি সুন্দৰ প্ৰদৰ্শন কৰিছে দলটিয়ে , দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ধন্যবাদ অনুপম বিটোপন ককাইদেউ video টো আমাৰ ওচৰলৈ আগ বহুৱাৰ বাবে❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ love from যোৰহাট💞💞💞💞💞
অনুপম ককাইদেউ ক লগ পাই ভাল লাগিল দেই ।❤️❤️
Bht bht bht bht vl lgel dai..... Bht dhuniia hoi sq
ধন্যবাদ
professional bihu husori koribo hikisu.. aitu bihu husorie hosai matha bisfut kori dile dai... mur ghr u hi moran and sonari majot gawot.. keibajon manuh ear sinaki mur,, papar sinaki asilll.. mohotto buji pua nasilu agya and now very blessed. Ami u ""assam society of banglore"" torofot pora ranghar husori dol ata uliaisu eate banglore.. apunaluke amak u akhirbad koribo. And thanks a ton for anupom bitupon for capturing and showcasing this amazing content. 3 ta bihu nam ami gawot gawoei potibarei.. bihu nam bilak bht familier..
🙏🙏
সুন্দৰ হুঁচৰি দল
ভাল লাগিল আমাৰ টেঙাখাত আহিছিল এই দল টি।
আকৌ চাইছোঁ।মানুহজনক ইয়াতে দেখা।
কৈছিলো তেতিয়াই মাতটো বৰ ধুনীয়া বুলি।আজি হে কি হৈ গল। 😢
😭😭😭😭
চৰাইদেউ সদায় প্ৰীয়
Bahi eman dhuniyakoi bojaise hunile huni thakibo mon jai
Bohut bohut bohut dhunia hoise. Hepah poluai salu. Bohut val lagil.
Wow moza nasoni beleg dekhun dhunia lagise
বহুত বহুত ধুনীয়া হৈছে সকলোৱে দ'লটি আগুৱাই যোৱাৰ শুভ কামনা জনালোঁ 💞💞
Bahut dhunia bihu
Sundar Bihu Khan .....namoti goraki mat2 bor dhunia
Charaido bihu dol amar nesa leader
Bhut bhut val lagil❤ 👌👌
0:47
বৰ ধুনীয়া লাগিলে , নাচো নাচো লাগিছে।
বহুত ভাল লাগিল হুচরি দলতি। শদিয়ালৈ এবার আহিবচোন।
শিল্পী সকলোকে আচৰিত লাগিছে
Bhut bhut val lagil,
কি যে সুন্দৰ পৰিবেশন কবলৈ ভাষা নাই .. শুভেচ্ছা জনালো.. অতি সুন্দৰ প্ৰদৰ্শন কৰিছে দলটিয়ে 🤎🤎🤎
Nice dada 🥰
Xundar
Bohut dhuniya lagise❤❤
Val lagil dada 👍🥰😘
বহুত বহুত ভাল লাগিল
Bohut Vall Lagisa
pepa bojuwa hubidha2 pam neki 😊please🙏 .,Anupom Biitupon Channel2 jogede kotha2 koboloi mur hubidha hl aru ai channel ti loi mur falor pora bhut bhut dhannyabad thakil🙏🙏🙏🙏🙏
Dhuniya ❤️
Thank you anupom ru bitupom da amr bihu khn diya babe😊
🙏
বৰ সুন্দৰ হৈছে আৰু আগবাঢ়ি যোৱা
Hundor
Nice Bihu
বৰ সুন্দৰ লাগিল
Dada apunak miss korim aibar bihut apuni nai kio ari gol apuni amak nedekha jonor usorole
emn dhuniya hoisa
আচৰিত ভাল লাগিছে দেই
kali Sai Val lagil😊😊❤️
Bohut bhut dhuniya lagise
বহুত ভাল লাগিল ৷
I love this husori Tim🔥💖💖👌
সুন্দৰ প্ৰদৰ্শন 🙏 ❤️
Khub dhuniya bojaisa..
Dhuniya hoise❤️❤️
সুন্দৰ
বাঁহী সুৰ ❣️
❤️❤️❤️❤️❤️bhut val lagil
সুন্দৰ।
অতি সুন্দৰ💓💓💓
সকলোবোৰ বাদ্যৰে উপস্থাপন বহুত বহুত সুন্দৰ হৈছে জুৰিয়া পেপাযোৰৰ ধ্বনি ও সুন্দৰ হৈছে কিন্তু জোৰ পেপাৰ ধ্বনি ভাল হোৱা নাই।
Oti Sundar ❤️❤️😘
Bohut val lagil deiiiii..... Dhoinyabad ❤❤❤
Mozaa lagil dei