৪লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চেপন কেন্দ্ৰীয় ৰঙালী বিহুত চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলে
ฝัง
- เผยแพร่เมื่อ 2 ต.ค. 2024
- চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন-২০২৪ৰ হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলে.... । অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো
#Charaideo_Samannoy_Bihu_Husori
#Sepon_bihu
#bihu_2024
#husori_bihu
#husori_competition_sepon ,
ইমান সুন্দৰ... Rupam da apunak 2014 pora ake dekhi asu val lgise... সু স্বাস্থ্যৰ কামনা কৰিলোঁ।
Love 4rm Tengakhat
চৰাইদেউৰ বিহু,, নাচাইনো কেনেকৈ থাকো ঘৰতে বহি,, গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে তোমালোকক চাই মোৰ মনটো শাঁত পৰি গল নাচনীৰ গীত টো শুনিবলৈ পাই মনতে খুব ভাল পালোঁ, সুন্দৰ নাচ পৰিৱেশন চাইও ভাল লাগিল তোমালোকৰ বাবে,, বিহু টো চাই আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ বিহু পৰিৱেশন চাবলৈ আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই ধন্যবাদ জ্ঞাপন কৰিলো,,,
🙏🙏
Bohut val lage sa❤❤❤❤
বহুত ভাল লাগিল❤❤ সকলোৰে সুন্দৰ হৈছে আৰু সকলোতকৈ ব্যতিক্ৰম। প্ৰতিযোগিতা চাই থকা নিচিনা লগাই নাই, ইমান স্বতঃস্ফূৰ্ত ভাবে উপস্থাপন কৰিছে । আৰু ভাল হওক আপোনালোকৰ।
বেলেগতকৈ পৃথক হৈছে…সেয়েহে নিসন্দেহে শ্ৰেষ্ঠ দলৰ যোগ্য…ধুনীয়া তথা ব্যতিক্ৰমী উপস্হাপন…গান বোৰ ধুনীয়া বাচনী কৰিছে..তাতে আৰু শংকৰ দাৰ কণ্ঠ ❤
ধন্যবাদ অনুপম বিতুপন চেনেলটোক , আমাক ঘৰত বহিয়ে ইমান ধুনীয়া বিহু চোৱা সুযোগ কৰি দিয়া বাবে।
সুন্দৰ অতি সুন্দৰ,, বিহু হুচৰি চাই আছোঁ আৰু পৰিৱেশন চাইও আছোঁ চাই ভাল লাগিল,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,, উজনি ৰ বিহু শুনিলে শুনি থাকিবলৈ মন যায় সকলোৰে,, চৰাইদেউ বিহু বুলিলে কোনোৱেই থাকিব নোৱাৰে নামো আছে আৰু ইয়াৰ পদ্শনো সুন্দৰ হয়, ভৱিষ্যতে ও সাংস্কৃতিক জগতত সুন্দৰ হওক, উজল্ হৈ ৰওক এই মানসেৰে ই চাই আছোঁ মৰানহাট শান্তি পুৰৰ পৰা, চাই মই ৰবই নোৱাৰিলোঁ চৰাইদেউৰ,, কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই,
দলটোলৈ শুভেচ্ছা জনালো। সকলোৱে ইমান স্ফূৰ্তিমনে গাইছে, নাচিছে দেখি ভাল লাগি গৈছে ❤❤❤❤
Xundor hoixa❤
Sivasagar Bakhi aajon Aahom lora hisapa Gourob korisu nam bur huni.....❤
hoi ❤️❤️ thik koise
অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দল❤
দলটোৰ নাচ মনিছোঁ ❤
হুঁচৰি জোৰা নামবোৰ বৰ সুন্দৰ ❤
এনে প্ৰথম নহয় প্ৰতিভা সুন্দৰ ❤
আমাৰ গৌৰৱ ❤
অতি সুন্দৰ❤️
চৰাইদেউ আমাৰ আৱেগ আমাৰ অহংকাৰ আমাৰ স্বভিমান❤❤❤
❤❤
Good evening bohut thanks shukriya Bihua vaiti vanti hotloi anekoi Assamar rangali bihutic jiai rakha dhanya bawad ,,🌼🌼🌼🌼🌺🌺🌺🙏🙏🙏🌺🌺🌺🌼🌼🌼🌼
বৰ সুন্দৰ❤
মই কেইবাবাৰো চালো চাই হেঁপাহ নপলায়
always charaideo is different then others ❤🎉
বিহু খন চাই ভাল লাগিল ❤
Hundar hoise❤
❤beleg husori jiman dol salu tat koi bohut beleg deserve kore 1st prize
🔥🔥🔥
I say wow 😲 wow ...aru aguwai jauk hokolu ... God bless you ❤😊
1st huwar Babe Jugyo Vll lagil Husori jura Sai nambur dhuniya gaise .... Love from Sivasagar namti.... ❤
1rst position pabo logia team ❤️👍....Great calculation 👍
বিহু পকিছে..। বিহুনাম কেইটি খুবেই ধুনীয়া। দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
বহুতেই ভাল লাগিছে চাই👌💓
🔥🔥🔥❤️
Hundr
Love from mahmora charaideo ❤
সুন্দৰ হৈছে বিহু দলটো। আধুনিক নহয় বেলেগ বিহুৰ দৰে বেলেগ বিহু দল বোৰ আধুনিক কৰি পেলাইছে বিহু হলে এনেকুৱা হব লাগে।
বিহু কৰা মানুহ খিনিও ভাল লাগিছে নাচনী ওলাই আহা চাপৰ টো সুন্দৰ হৈছে লগতে লগতে বিহু দলটো পৰি যোৱা নাই গান সুন্দৰ গাইছে।❤️🩹
Best performance
❤❤❤❤ charaideo🙏🙏🙏 🎉🎉🎉🎉
Very nice
বৰ সুন্দৰ হৈছে 👏😍❤️ আনতকৈ কিছু পৃথক ✨
চৰাইদেউ বাসিন্দা হিচাবে আমাৰ গৌৰৱ চৰাইদেউ বিহু হুচৰি দল টি। চৰাইদেউ হুচৰিৰ দলৰ বিহু নাম সমূহ আন বিহু দল তকৈ সুকীয়া। শুনি বহুত ভাল লাগে। শুভেচ্ছা থাকিল বিহু দলটি লৈ।
এই জাতি জীয়াই থাকক, এই বিহু জীয়াই থাকক। অনেক অভিনন্দন ❤। প্ৰথম পুৰষ্কাৰৰ বাবে সঠিক নিৰ্বাচন।
❤❤❤❤ lv from charaideo
Best bihu team in 2024❤❤❤❤
Best of luck for the Charaideo Husari Bihu team...............From silasaku District...... Charaideo
👍🔥
প্ৰিয় দ'ল চৰাইদেউ সমন্বয় ❤️❤
Nam khini mk lagisil❤
এই হুঁচৰি দলটো নাচ দেখিলেহে বিহু বিহু লাগে।
ইমান সুন্দৰ।দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
Ae❤
❤️❤️❤️
Proud for Charaideo husori.... East or west Charaideo husori is all so best ❤❤
❤❤❤❤❤❤❤❤❤❤❤
বিহু মানেই উজনি অসম❤❤❤
প্রথম ওলোৱা বিহুৱা ৰুপম দাই
Abhinondon thakil apunaloi
Second Kune paise
Cherakapar
Surujmukhi
Happy for team Charaideo Homonnoy Team ❤ ....Bihu kintu tammam marile ...🔥🔥🔥🔥
চাই থকিলে আমনি নালাগে
aamar moromor Charaideo husori otekoi huwone... Biplob Da aase sene puwa ne pepa bojai ❤❤
Bohut dhuniya huchari dal Bihu chai hosai abibhuta holu.
চৰাইদেউ বিহু মানে আমাৰ আবেগ ❤😢
Patkai no jun or video tu dibo dada sabole roi asu 😉
Bht hundr chharaideo
Obviously val hoise ❤❤❤
jua baror nisina hua nai picture quality
মোৰ নিচিনা সদায় সদায় কোনে কোনে কমেন্ট কৰা🙏🙏 পিলিচ বেয়াকৈ নকৰে যেন❤❤
Best performance
বিহু বৰ সুন্দৰ হৈছে দেই বিহু বিহু লাগিছে ঐ ককাই হত 💞🥰🤗👌👍
উফ্ ❤😢
Hundor performance....bht unique hoise kin2 val lgil
Aaaaaa mozaaaa
Bihu moja.video quality 3rd class
Ok thanks
Amr charaideo 😊
Eman duniwa khont dada jonor bohut vll lagila❤🥰🥰🥰🥰🥰
আমাৰ চৰাইদেউৰ গৌৰৱ আপোনালোক🎉❤
Great👌
Wawww bohut dhunia lgil
Wow Wow 👌
Sai Bohut Vl Lagil ❤
congratulation
Thankyou @Anupom Bitupon moja moja Bihu dekhuar babe
Aiber choraidew teame bihu monso fali dise ❤❤
Parfect teem,,,❤❤
সকলো ফালৰপৰা ওপৰত দেই দলটি ❤
সাংঘাতিক বিহু মাৰিছে , ভাল কৰিছে বহুত ভাল কৰিছে , ভালে ৰাখক সকলোকে
Mjaaa❤
Bohut dhunia lagise bohut Miss korisu saboloi pua nai
Saraidew.❤❤
Charaideo amar abeg mjaaaaaah
আমাৰ চৰাইদেউৰ গৌৰৱ❤
❤❤
বহুত বহুত শুভেচ্ছা জনালোঁ
Bahut val hoise..no words to say...great Jai aai Axom
🔥🔥🔥❤️
অতি সুন্দৰ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সদায় প্ৰিয়❤
অতি সুন্দৰ ❤❤
অভিনন্দন জনালো দলটিলৈ।
really deserve 1st position
সুন্দৰ সদায় জীয়াই থাকক বাপুতি সাশুনবোৰ।❤❤
❤❤❤
Amar charaideo gorov❤❤❤❤
সুন্দৰ 👏👏👏
❤❤❤very nice❤❤❤
Bhtt val lgil ❤❤
কেমেৰামেন ভাল নহয়