Afternoon News | কংগ্ৰেছক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি অখিল গগৈলৈ ভূপেন বৰাৰ পত্ৰ প্ৰেৰণ |

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ต.ค. 2024

ความคิดเห็น • 78

  • @ManujChutia-ig1tm
    @ManujChutia-ig1tm 4 หลายเดือนก่อน +1

    অখিল গগৈয়ে যি কথা কয় সত্য কথা কয় । ভুপেন বৰা একো কামৰ মানুহ নহয় । ভুপেন বৰাৰ কথা মতে মানুহে ভূত নিদিয়ে

  • @labanyadharbaniah5251
    @labanyadharbaniah5251 4 หลายเดือนก่อน +8

    দেশদ্ৰোহী অখিলে ভাবি লৈছে যে দিচাং ৰিচৰ্টত আলোচনা মতে অখিলে মুঙ্গেৰীলালৰ হাচিন স্বপ্ন দেখিছে মুখ্য মন্ত্ৰী হোৱাৰ।

  • @bipulborah2193
    @bipulborah2193 4 หลายเดือนก่อน +36

    এতিয়াই জদি এনে হয় ২০২৬ ত আপোনালোকে একো কৰিব নোৱাৰিব।

  • @rebasaikia7452
    @rebasaikia7452 4 หลายเดือนก่อน +2

    এইবোৰ হব নালাগে,ভুপন বৰা BJP,মুখী হৈছে, কংগ্ৰেছৰ ভালটো বৰাই নিবিচাৰে,ভুপেন বৰাৰ কথাত ৰাইজে ভোট নিদিয়ে

  • @Lakhondas6771
    @Lakhondas6771 4 หลายเดือนก่อน +10

    তহতি এইবিলাকতেই লাগি থাক বদমাছ সাংবাদিক কিতা, ৰাইজৰ দল,, কংগ্ৰেছ,,

  • @monjulahon7712
    @monjulahon7712 4 หลายเดือนก่อน

    অখিল গগৈয়ে যি কয় স্পষ্টকৈ আৰু সতয় কথা কয় ইলেকচনটোত অখিল গগৈৰ কেডিত সৰ্বাধিক ।

  • @digambarbhuyan9798
    @digambarbhuyan9798 4 หลายเดือนก่อน

    ভূপেন বৰাই এই জনক ভালদৰে বুজি ল ওক।

  • @Labanya-s2l
    @Labanya-s2l 4 หลายเดือนก่อน +1

    একতা বৰ্তাই ৰাখিবলৈ উভয় প ক্ষই দূৰদৰ্শী আৰু সংযমী হবই লাগিব

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 4 หลายเดือนก่อน

    প্ৰশৰ ৰ'দৰ বাবে সকলো দলতে ফাট মেলিছোল,এতিয়া বৰষূন দিছে ,হয়তো পুনৰ ফাট মাৰ যাব । এয়াই হৈছে ৰাজনীতি মানে কব নোৱাৰি " " নীতি ।

  • @duluduttadulu2138
    @duluduttadulu2138 4 หลายเดือนก่อน +4

    কথা বিলাক বিৰোধী ঐক্য ৰ বাবে ভাল হোৱা নাই বিজেপিক সুবিধা ল'বলৈ নিদিব

  • @LilaGogpi
    @LilaGogpi 4 หลายเดือนก่อน +4

    অখিল দেৱে নিজৰ ভুলবোৰ কম দেখে বাকী বোৰৰ বেলিকা .......... ।

    • @babuldas4341
      @babuldas4341 4 หลายเดือนก่อน

      ঠিক

  • @amiyabaruah3534
    @amiyabaruah3534 4 หลายเดือนก่อน +6

    কংগ্ৰেছে বৰ্তমানে বাতৰি ওপৰত নিৰ্ভৰ কৰি লিখিব নালাগিছিল নেকি ।

  • @mainudavi9510
    @mainudavi9510 4 หลายเดือนก่อน

    ইমান সৰু কথা এটা কিছুমান এজেনদা টিভিচেনেলে সজাই মেলি টিলটোকে টাল বনাই পেলাইছে

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 4 หลายเดือนก่อน +5

    অখিলে Right কথা কৈছে।কেংগ্ৰেছ কেইটা দুই নম্বৰি।BJP ne Congress ধৰিবৈ নোৱাৰি। গৌৰৱ গগৈ কিন্তু ঠিক আছে।

  • @girishphukan2290
    @girishphukan2290 4 หลายเดือนก่อน

    Beginning of the end.

  • @kalpanadeka6201
    @kalpanadeka6201 4 หลายเดือนก่อน +2

    অখিল গগৈয়ে যি কয় মিছা নকয় | কংগ্রেজৰ মানুহ খিনি দুর্বল মনৰ গৌৰৱ গগৈৰ বাহিৰে | সৎ সাহস ব কিছু অভাৱ

  • @pranabbaruah7687
    @pranabbaruah7687 4 หลายเดือนก่อน +3

    এইটো একো অস্বাভাৱিক কথা নহয়,কংগ্ৰেছে নিজে যুঁজিব পাৰিব লাগিব।

  • @nirensaikia7017
    @nirensaikia7017 4 หลายเดือนก่อน

    Akhil rightly saying. It is a true sprit of democracy. Candidates more significant than the party in politics. The Congress should not take it otherwise.

  • @mohendradohutia
    @mohendradohutia 4 หลายเดือนก่อน +1

    অনুগ্ৰহ কৰি দুয়ো দলে মিলি থাকক।কোনো দলে যাতে বিষম্বাত সৃষ্টি নকৰে। অন্যথা ২০২৬ ত বেয়াকৈ পস্তাব লাগিব।আৰু অসমৰ ৰাইজে ভাল নাপাব।সময় থাকোতেই বোজাবোজি হওক। ধন্যবাদ।।

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 4 หลายเดือนก่อน +3

    এনেকৈ হলে আকৌ বিজেপি চৰকাৰ হব

  • @hirengogoi6431
    @hirengogoi6431 4 หลายเดือนก่อน +1

    এই বোৰ ভালৰ কাৰণে হোৱা নাই। এই সময়ত ধয্য ধৰাটো প্ৰয়োজন । এজন মূৰব্বী হ'লে তেওঁ যঠেষ্ট চিন্তা-চৰ্চা মাজে দি আগবাঢ়িব লাগে। এইটো বিপক্ষক আশ দিয়া হৈছে।

  • @MridleSaikia
    @MridleSaikia 4 หลายเดือนก่อน +1

    নিজৰ ভিতৰত কাজিৰা কৰি BJP লগত কি কৰিব। সাধাৰণ কথাত লাগিলে নিজৰ লোকচান হব ।

  • @mintisaikia
    @mintisaikia 4 หลายเดือนก่อน +1

    এটা কথা স্পষ্ট যে এইবাৰৰ নিৰ্বাচন শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত হোৱা, নাই। নিৰ্বাচন হৈছে ভাৰতৰ জনগণ আৰু শাসকীয় পক্ষৰ মাজত। ফলাফলৰ বাবে ৪ জুনলৈ অপেক্ষা কৰিম।

  • @pronabjyotimahanta4308
    @pronabjyotimahanta4308 4 หลายเดือนก่อน

    ৪জুনৰ পিছত অখিল বলিয়া হ'ব

  • @mainudavi9510
    @mainudavi9510 4 หลายเดือนก่อน

    বিরুধী ঐক্যত ফাট নহয় গডি মেডিয়া গৰাকীয়ে অসমীয়া ভাষা বুজি নোপোৱা বাতৰিহে। কাৰোবাৰ এজেনদা হৈ আনক হেয় নকৰিব।

  • @fakrulmazumder7496
    @fakrulmazumder7496 4 หลายเดือนก่อน +5

    VERY GOOD

  • @dianuddinahmed5046
    @dianuddinahmed5046 4 หลายเดือนก่อน +2

    Dalal of BJP still present in Congress. In Congress numbers of Dallal still exists. Congress should not forget AKHIL help in this election.Gaurav gogoi is a honest & perfect Congress man.

  • @Royel-v8y
    @Royel-v8y 4 หลายเดือนก่อน

    লাজ লাগিছে

  • @hemjeet2023
    @hemjeet2023 4 หลายเดือนก่อน +3

    Akhil gogoi বেছি দেখাই কথা কয়

  • @pratapkalita8894
    @pratapkalita8894 4 หลายเดือนก่อน +2

    অখিল গগৈ সদায় ওপৰত থাকিব বিচাৰে, কিন্তু নোৱাৰে। টেটুফলা চিঞৰৰ বাহিৰে একো নাই। লুৰিন গগৈ তথা এ জে পি ৰ ভবিষ্যত ভাল কাৰনে এতিয়া এ জে পি ৰ লগত merge কৰিব বিচাৰিছে। এ জে পি অকলে পাৰিব বুলি মই ভাবোঁ।

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 4 หลายเดือนก่อน

    অখিল ডাঙৰীয়াই নহয় মহাশয়ো,(One of the scholars of Assam) সৰ্বানন্দই মিছা গাম্ভীৰ্য দেখুৱাই প্ৰথমে নিজে আৰু পিচ দুৱাৰেৰে নি হিমন্ত পাষণ্ডক অসমীয়াৰ মূৰত থাপিলে! মাননীয় ভূপেন মহাশয়ক(যাৰ আদৰ্শ থাকে তেৰা মহাশয় হয়)জনোৱা সমৰ্থনত আমাৰ মন ভাল লাগিছিল,আপুনি আমাক নিৰাশ (বেইমানী কৰি) চূড়ান্তভাৱে হিমন্তক জয়ী কৰি থকাৰ বেপাৰ কৰিছে নেকি?(Too much every thing is bad.

  • @nripenborgohain201
    @nripenborgohain201 4 หลายเดือนก่อน +1

    Result নহোৱা আগতে খিটিংখাটাং কিয় হৈছে ?

  • @lachitgogoi5082
    @lachitgogoi5082 4 หลายเดือนก่อน

    Bhupen borai dubabo , ohonkari manuh ...

  • @nirensaikia7017
    @nirensaikia7017 4 หลายเดือนก่อน

    Religion and be religious/pious are different things. Now, society need to be religious without extreme Faith towards a particular Religion. This is the only means for absolute peace and hermony in the society.

  • @bijoyagogoi6248
    @bijoyagogoi6248 4 หลายเดือนก่อน +1

    কেৱল কংগেছ ত কিয় সংঘাত দেখা যায়। এনেকৈ বিৰোধী ঐক্য মঞ্চ থাকিব গৈ নে???

  • @mumtazali2453
    @mumtazali2453 4 หลายเดือนก่อน +1

    ব্যক্তি ভাল নহ'লে দল কেনেকৈ ভাল হ'ব। দলৰ দোহাই দি নাগৰিকৰ মন জয় কৰা জৰুৰী কিন্তু পৰাজয়ৰো কাৰণ হৈ যায়।

  • @arupdas8897
    @arupdas8897 4 หลายเดือนก่อน

    Akhil Gogoi's view's should not be ignored as seen during the aggressive campaigning during the elections as most of the Congress workers cannot fight aggressively and speaks with power and confidence highlighting the issues unsettled by the ruling party as most of them are seen as traitors before the elections where they should have resisted and fought for the opposition alliance

  • @ALAKESHHALOI-cm9mh
    @ALAKESHHALOI-cm9mh 4 หลายเดือนก่อน

    Akhil da ki Aapona lokar ufonda ufondi start haolei neki . si si beya dekhi dei .

  • @ramnathborah7356
    @ramnathborah7356 4 หลายเดือนก่อน +1

    INDIA

  • @Danirojasfc6
    @Danirojasfc6 4 หลายเดือนก่อน +1

    একো নাই....
    এইবোৰ নাটক।😅😅
    But!
    #Absolutely 💯 % দল। পাৰ্থি নহয়। 😊

  • @juriborah3189
    @juriborah3189 4 หลายเดือนก่อน

    Hokaluwa news hosa kotha nokae misa misa

  • @indrajitbaruah1676
    @indrajitbaruah1676 4 หลายเดือนก่อน

    কিয় গৌৰৱৰ লগত দেখোন ঈদৰ নামাজ জালি টুপী পিন্ধি একে লগে কৰিবলৈ গৈছিল। ।।
    এক প্ৰকাৰ অখিল গগৈয়ে সঁচা কথাই কৈছে ।।

  • @atimaramorpitrimatriguru8543
    @atimaramorpitrimatriguru8543 4 หลายเดือนก่อน

    Ye news hei kya ?
    Oooooo News 18 . Dhur ____

  • @JintumoniBorah-d5i
    @JintumoniBorah-d5i 4 หลายเดือนก่อน

    Akhil Gogoi assumption often true because candidate in Jorhat , Dhuburi , Guwahati are reason in last campain hours for the efficiency and quality of those candidates even also nagaon means most strong n efficient candidatures but the party congress also factor for selection them only for Sjt. Bhupen Bora and AICC , their point of selection very good inthis time 🎉🎉🎉

  • @bishnuramdas2708
    @bishnuramdas2708 4 หลายเดือนก่อน +1

    4:54

  • @lakhikrchintey5693
    @lakhikrchintey5693 4 หลายเดือนก่อน

    অখিল গগৈয়ে মানুহথো ভাল কিন্তু কথা সিমা পাৰকৰি কথাকয়

  • @dwipenhazarika7445
    @dwipenhazarika7445 4 หลายเดือนก่อน +1

    Bohut beya kotha

  • @Kamaljj7xz
    @Kamaljj7xz 4 หลายเดือนก่อน +2

    শংকৰ সংঘই তেতিয়া হলে সমাজ পতাৰ বিপৰিতে সমাজ ভঙাৰ কামতহে লিপ্ত হোৱাৰ পৰিলক্ষিত হৈছে ৷

  • @HampnettGaatu
    @HampnettGaatu 4 หลายเดือนก่อน

    Akhil.gogoi.bhupen.borah.akialagai.milijuli.thakiabar.lagai

  • @monalishasaiki7842
    @monalishasaiki7842 4 หลายเดือนก่อน

    Apunar k mili thaki raijor Kam koribo asha rakhi

  • @fourmandoley
    @fourmandoley 4 หลายเดือนก่อน

    Besikoi kom hoise neki.....

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998 4 หลายเดือนก่อน

    Birodhi united hoa babe he Congress r proti manuhar sympathy grow hoise Bora dangoria...Akhil Gogoie thik kothai koise.

  • @johnbora5940
    @johnbora5940 4 หลายเดือนก่อน

    Bhopen bora ata mosta panati manuh hoi.

  • @KarunaBoruah-k9y
    @KarunaBoruah-k9y 4 หลายเดือนก่อน

    Ztumalokar.kebol.khowa.kamura.korithakutei.jaba

  • @sanjoy.sanjoy71
    @sanjoy.sanjoy71 4 หลายเดือนก่อน

    Aji.kali.manu.basi.hikito.jan.ai.karoa.aibur.hii.asa.

  • @sushantanath7822
    @sushantanath7822 4 หลายเดือนก่อน

    Akhil gogoi godi luvi. Pagal.

  • @GhanshayamTalukdar
    @GhanshayamTalukdar 4 หลายเดือนก่อน

    Akhil pagol

  • @nobokumarpatir7979
    @nobokumarpatir7979 4 หลายเดือนก่อน

    Kotha besi kamot ke ..😅

  • @anilbora2237
    @anilbora2237 4 หลายเดือนก่อน

    😂 😂 😂

  • @nobokumarpatir7979
    @nobokumarpatir7979 4 หลายเดือนก่อน

    Akhil nijoke bht dangr politicians buli bhabe 😂

    • @mukulbaruah1833
      @mukulbaruah1833 4 หลายเดือนก่อน +2

      Nobo kumar patir, apuni Bjp ne Congress.

    • @aliciadawns8535
      @aliciadawns8535 4 หลายเดือนก่อน +1

      Akhil gogoie raijor karone sinta kore ,ekebarei hubidhabadi nohoi.kisumane bhul buji ja ta montobyo di thake ,kintu hosatu hosai.obosye opriyo xotyo kole xomoyot opriyo huatuei swabhabik.

    • @nobokumarpatir7979
      @nobokumarpatir7979 4 หลายเดือนก่อน

      Akhil Gogoi tezpiya nisina Poristiti Sai Rong holoni krib pare 😁😁

  • @ramnathborah7356
    @ramnathborah7356 4 หลายเดือนก่อน

    INDIA JINDABAD