Amar Gaon , Poet- Ananda Chandra Agarwala, আমাৰ গাঁও, কবি- আনন্দ চন্দ্ৰ আগৰৱালা, Assamese poem

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ม.ค. 2025

ความคิดเห็น • 134

  • @PrabalGoswamiRecitation
    @PrabalGoswamiRecitation  4 ปีที่แล้ว +16

    কবিতাটো পাঠ কৰোতে অজানিতে 'কত' শব্দটোৰ উচ্ছাৰণ ভুল হ'ল। আপোনালোকে শুধৰাই পঢ়িব। অজানিতে হোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। 🙏😒

    • @bhesojbaruah8725
      @bhesojbaruah8725 4 ปีที่แล้ว +2

      হয় ! মন কৰিছো "কত " অৰ্থাৎ বহুত বেছি তলসৰা পোৱাৰ কথা কৈছে !

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว +1

      হয়, অজানিতে হৈ যোৱা ভুলৰ কাৰণে সকলোৰে ওচৰতে ক্ষমা বিচাৰিছোঁ।

    • @rabijitagogoi1
      @rabijitagogoi1 4 ปีที่แล้ว +1

      OKK

    • @adityakonwar4221
      @adityakonwar4221 4 ปีที่แล้ว +1

      ক'ত পাওঁ তল সৰা

    • @ffrohityt577
      @ffrohityt577 3 ปีที่แล้ว +1

      Ako nohoy dada

  • @AbhijitRoy753
    @AbhijitRoy753 2 ปีที่แล้ว +4

    আজি হঠাৎ মনত পৰিল বিচাৰি হাবাথুৰি,
    হঠাৎ বিচাৰি পালোঁ আপোনাৰ জৰিয়তে। শৈশৱৰ কথা মনত পৰিল। 🙏🙏🙏 আপোনাক ধন্নবাদ থাকিল। ভাল লাগিল বহুত ভাল লাগিল।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে সুখী কৰিলে।

  • @pallbisangma2992
    @pallbisangma2992 5 ปีที่แล้ว +8

    আবৃত্তি বহুত ভাল হৈছে কবিতাটোৰ শুনি মন জুৰ পৰি গ'ল

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। শুভ সন্ধ্যা।

  • @budheswargogoi300
    @budheswargogoi300 ปีที่แล้ว +2

    ক'ত ।

  • @simibhagawatibhagawati3399
    @simibhagawatibhagawati3399 5 ปีที่แล้ว +10

    বহুত ভাল লাগে কবিতাটো ।তৃতীয় শ্ৰেণী মানত পাইছিলো 💚💚💚❤

    • @gitanjalisarmah9873
      @gitanjalisarmah9873 4 ปีที่แล้ว

      G

    • @dwijendasdwijendas1325
      @dwijendasdwijendas1325 2 ปีที่แล้ว

      বৰ ভাল পালোঁ শুনি । সম্ভৱতঃ ৩ য় শ্ৰেণীৰ পাঠত পাইছিলো

  • @pallabisarmah2131
    @pallabisarmah2131 5 ปีที่แล้ว +5

    Srute phisilu . Khuni val lagil

  • @ThePardesiShayar
    @ThePardesiShayar 2 หลายเดือนก่อน +1

    Uffff sokut pani aahi gol... bidekhat vhor monot pore nijor gaonkhonoloi

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনৰ মনত প্ৰভাৱ পৰিছে বুলি শুনি সুখী হ'লো।

  • @om143sai
    @om143sai 5 ปีที่แล้ว +9

    memorized this poem in 7th grade....still remember it after 30 years

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 ปีที่แล้ว

      আপোনাৰ মন্তব্যয়ে আমাক সুখী কৰিলে।

  • @ucchakamalchetia4807
    @ucchakamalchetia4807 4 ปีที่แล้ว +1

    আপোনাৰ এনে পদক্ষেপ অতি আদৰণীয় আৰু প্ৰশংসনীয়। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে। সুপ্ৰভাত 🌻

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 ปีที่แล้ว +1

    কবিতাটি আপলোড কৰাৰ আগতে অলপ আখৰা লাগিছিল - এই কবিতাটি পাঠ কৰোতে সকলোৱে একেই ভুল কৰি আছে - আজি কমেন্ট পঢ়ি কোনেও নেচায় ,কেৱল ভিডিঅটি চাব আৰু ভুল উচ্চাৰণ টোকে কৰি থাকিব মানে কৰি আছে ।

    • @kamruptourism4992
      @kamruptourism4992 3 ปีที่แล้ว

      তাকেই

    • @prasantagoswami1477
      @prasantagoswami1477 3 ปีที่แล้ว

      টেত (Tet)শিক্ষক সকলক এনেয়ে দৰমহা দি ৰাখিছে নেকি?সুদ্ধকৈ পঢ়াবআৰু।

  • @risingstar...8989
    @risingstar...8989 25 วันที่ผ่านมา +1

    jb mai assam mai tha maine ye kavita class 5 me padha tha aaj purana din yaad aagae,thankyou kokai❤

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ লগতে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনালোঁ।

  • @khorsingkilling5139
    @khorsingkilling5139 ปีที่แล้ว +2

    😢😮😮😅😊😊😊😮😅😮😂😂😂❤❤❤❤❤❤❤❤❤❤❤❤❤loveyoutomee

  • @pranjalpratimdas2482
    @pranjalpratimdas2482 5 ปีที่แล้ว +6

    💓💓💓💓💓💓💓💓

  • @kitchen4914
    @kitchen4914 2 ปีที่แล้ว +1

    I love this poem very much...

  • @shayaranigogoi9786
    @shayaranigogoi9786 4 ปีที่แล้ว +2

    বহুত ভাল লাগিল

  • @SangitaLahon-l9h
    @SangitaLahon-l9h 8 หลายเดือนก่อน +1

    ৰতনাটো ধুনীয়া আছিল ছিল ❤

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  8 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @mrarundas9024
    @mrarundas9024 3 ปีที่แล้ว +1

    Bohut dinr murt akk pohib palu tar korne thank you ❤️🙏

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @raju9556
    @raju9556 3 ปีที่แล้ว +1

    Xundor

  • @raju9556
    @raju9556 3 ปีที่แล้ว +1

    🙏

  • @gaganchandrahazarika4605
    @gaganchandrahazarika4605 3 ปีที่แล้ว +1

    Nice,nice...An appreciable recital

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ ।
      আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @dalimgogoi867
    @dalimgogoi867 4 ปีที่แล้ว +1

    Purona ati kabita hunibaloi pai nathai hukhi haisu . Dhanyabad thakil apumalai .

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলৰ আন ভিডিঅ'বোৰো চাবচোন। নিশ্চয় নিৰাশ নহ'ব। 🙏❤️

  • @AlltypeMixersong-2024
    @AlltypeMixersong-2024 3 ปีที่แล้ว +1

    Sir nice breakground.....nice kobita

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 ปีที่แล้ว +1

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @krishnagogoi1657
    @krishnagogoi1657 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল | সৰুতে এল পি স্কুলত পঢ়িছিলো |

  • @anjanbaruah6874
    @anjanbaruah6874 4 ปีที่แล้ว +1

    Bahut dhunia lagil

  • @dhanjitbarman7946
    @dhanjitbarman7946 4 ปีที่แล้ว +1

    Bht Val lagil

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @prahladc.bhuyan
    @prahladc.bhuyan 3 ปีที่แล้ว +2

    "ক'ত" পাওঁ তল সৰা নহয়,
    কত (ক-ত) পাওঁ তলসৰা !!

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 ปีที่แล้ว +2

    এই কবিতাটি আমি প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলো !কিন্তু কবিতাটি চিৰ নতুন ।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @mohendranathhazarika4197
    @mohendranathhazarika4197 3 ปีที่แล้ว +1

    ভাল হৈছে

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @jugensaikia6434
    @jugensaikia6434 9 หลายเดือนก่อน +1

    সৰু স্কুল খনলে মনত পৰি গৈছে 😊

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  9 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @dhirendeka5745
    @dhirendeka5745 5 ปีที่แล้ว +2

    ক'ত পাওঁ তল সৰা উচ্চৰণ নেকি ? কত পাওঁ তল সৰাহে । প্ৰৱাল আপুনি আমাৰ কবি সকলৰ প্ৰতিটো কবিতাতে নিজা শব্দ সোমাই দিয়াৰ অধিকাৰ ক'ত পালে ? এটা সুন্দৰ কণ্ঠ ভগৱানে দিলেই গীত গাব বা কবিতা আবৃওি কৰিব নোৱাৰি যদিহে গীত বা কবিতাটোৰ অৰ্থ নাজানে ।

  • @mrarundas9024
    @mrarundas9024 3 ปีที่แล้ว +1

    Thank you so much 🥰🙏

  • @rupaduttasarkar8900
    @rupaduttasarkar8900 6 หลายเดือนก่อน +1

    So nice. Moi aaji monot korer chesta korichilu kobita khon. Monot pora nachil. Tetia Utube r horonaponno holu. Montu bor val hoi gol. Mur jonno Assam AAkhomot. Atia West Bengal t thaku. Moi Bengoli Assamese vakha buli goichu vul hole maf koribo.
    Kobita to huni moi aakow horobelar heruai jua dinbilak khuji palu.

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  6 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @prasantagoswami1477
    @prasantagoswami1477 4 ปีที่แล้ว +1

    বাপৰে বাপ ,এইটো এটা ১৯৬৬ চনতেই পঢ়িছিলো বৰ ভাল লগা , মনত থাকি যোৱা কবিতা। বৰ ভাল লাগিল । ইমান দিনে মই ? পোৱা নাছিলো কিয়অঅ ? ।আপুনি comment ৰ উত্তৰ দিয়াবাবে আপোনাক মানুহে ভাল পায়।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @royvlogs...1607
    @royvlogs...1607 ปีที่แล้ว +1

    Dada LP school ot pora monat poril.... Bahut val lagil

  • @souravchakraborty9417
    @souravchakraborty9417 2 ปีที่แล้ว +1

    Good

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @debadattadeka4804
    @debadattadeka4804 ปีที่แล้ว +1

    গছ ভালপোৱা ককা খং কবিতা ৰচনা কৰিবছুন

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  ปีที่แล้ว

      নিশ্চয় পাঠ কৰিম। আমাৰ চেনেলটোত সংযুক্ত হৈ থাকিব।

  • @djsaikia5706
    @djsaikia5706 4 ปีที่แล้ว +4

    Sir, I appreciate your initiative. Sorry to say that you still have not corrected the a wrong pronunciation, as cited by Ms.Rekha Gogoi. Kids would pick up it in wrong way. It should be ক ত = great many NOT ক'ত = where. Kindly do the needful urgently.

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว +1

      হয়, কবিতাটোত 'কত' শব্দটো উচ্ছাৰণ কৰোতে ভুল হৈছে। You Tube ত ভিডিঅ' আপলোড কৰাৰ পিছত তাক শুধৰণি কৰিব পৰা নাযায়। অনাগত দিনত শব্দৰ উচ্ছাৰণৰ ক্ষেত্ৰত চকু ৰাখিম। আপোনালোকৰ মৰম, পৰামৰ্শয়ে আমাক উৎসাহিত কৰে। আমাৰ চেনেলৰ আন কবিতাসমুহো শুনিবচোন।

  • @bandanabarman8394
    @bandanabarman8394 4 ปีที่แล้ว +1

    Bhut dhunia.moi khorute school t paisilu

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @joinff
    @joinff 5 ปีที่แล้ว +5

    Bohut bal lagise

  • @djsaikia5706
    @djsaikia5706 4 ปีที่แล้ว +1

    How to Delete your Video from TH-cam
    Go to www.youtube.com. Make sure that you are logged in.
    Select My Channel and then Video Manager.
    TH-cam Video Manager page will open up and you'll see a list of all your videos. ...
    Select the Delete option to remove video forever.

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      এটা শব্দৰ ভুল উচ্ছাৰণৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো Delete কৰাটো সঠিক হ'ব জানো? এটা ভিডিঅ' বনোৱাৰ আঁৰত বহু কষ্ট নিহিত হৈ থাকে। অনাগত দিনত কবিতাটো পুনৰ বনাই আপলোড কৰিলে এই ভিডিঅ'টো Delete নিশ্চয় কৰিম।

    • @prasantagoswami1477
      @prasantagoswami1477 4 ปีที่แล้ว

      @@PrabalGoswamiRecitation আপোনাৰ চিন্তা ভাবনা বহুত উচ্ছ । decision থিকেই লৈছে । ক'ত মানে where. কত' মানে so many.কোনতো হ'ব আপুনি ভাবি লব। আমাৰ শিক্ষাগুৰুও পন্দিত আছিলে ।

  • @monashrisharma3405
    @monashrisharma3405 2 ปีที่แล้ว +1

    আৰু বহুত কবিতা আছিল দিবচোন, আমাৰ উঠি অহা লৰা ছোৱালীবোৰক শিকাবৰ বাবে

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 ปีที่แล้ว

      নিশ্চয় আপলোড কৰিম। আমাৰ চেনেলটো চাই থাকিব।

  • @科赫社區萬歲
    @科赫社區萬歲 4 ปีที่แล้ว

    পেলেম লাগিজক

  • @frillamatuscreation8389
    @frillamatuscreation8389 4 ปีที่แล้ว +2

    ''Kaar sukh nai''..ai kobitatu upload koribo sun. Kobi Baldev Mahanta

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      নিশ্চয়, আপুনি বিচৰা কবিতাটো অনাগত দিনত আপলোড কৰিব চেষ্টা কৰিম। কবি বলদেৱ মহন্তদেৱৰ দুটা কবিতা আমাৰ চেনেলত প্ৰকাশ হৈছে। শুনি চাবচোন- Baladev Mahanat's Poem, বলদেৱ মহন্তৰ কবিতা: th-cam.com/play/PLgoluarhKUEbv_FTpsgK0aaoFFoeygO5R.html
      আমাৰ চেনেলৰ সতে' সংযুক্ত হৈ থাকিব। 🙏

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว +1

      আপোনাৰ অনুৰোধ ৰাখি ''কাৰ সুখ নাই'' কবিতাটো আপলোড কৰিলোঁ। শুনি চাবচোন।
      th-cam.com/video/9Fywg9mPbjk/w-d-xo.html

  • @dhirendeka04
    @dhirendeka04 ปีที่แล้ว

    ক'ত পাওঁ তল সৰা হ'য় ? "ব্যায়াকৰণ নাজানিলে কালিদাস হ'ব নোৱাৰি"

  • @Riyamahanta............10
    @Riyamahanta............10 4 ปีที่แล้ว +1

    Saru kalat sotalat sakir poharat mukhasta karicilu ki Val lagisil

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      আপোনাৰ অনুভৱখিনি প্ৰকাশ কৰি আমাক সুখী কৰিলে। আন্তৰিক ধন্যবাদ জনালোঁ।

  • @djsaikia5706
    @djsaikia5706 4 ปีที่แล้ว +1

    You mean to say that there no scope to correct it, so that we can teach the kids in correct form? Actually, it is distorting your entire vlog.

  • @ApurbaGogoi-b1f
    @ApurbaGogoi-b1f ปีที่แล้ว

    It's not kot, but koto, means Kiman. Thanks🙏.

  • @noihritduarah8206
    @noihritduarah8206 ปีที่แล้ว +1

    আবৃত্তি টো ভাল নালাগিলে

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  ปีที่แล้ว

      মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ। অনাগত সময়ত ভাল কৰিবলৈ যত্ন কৰিম।

  • @joyapgogoi3122
    @joyapgogoi3122 2 ปีที่แล้ว +1

    ক'ত আৰু কত -উচ্চাৰণৰ পাৰ্থক্য আছে।কবিতাটিত ক'ত বুলি নাই।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 ปีที่แล้ว

      হয়, ভুলৰ বাবে ক্ষমা বিচাৰিলোঁ।

  • @rajendraburagohain3876
    @rajendraburagohain3876 4 ปีที่แล้ว +1

    Kabitatu abriti korute usharon alop vul hoise neki. Kot paw tol hora nohoi neki. Hobo lagisil kata paw tol hora

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 ปีที่แล้ว

      হয়, Pinned Post ত জনাইছো কথাটো। চাবচোন।

  • @dhirendeka2690
    @dhirendeka2690 3 ปีที่แล้ว

    "ক'ত" পাওঁ তল সৰা বুলি উচ্ছাৰণ হ'ল যে ?

  • @babuldas3432
    @babuldas3432 2 ปีที่แล้ว +1

    প্রশ্নঃ উওৰদিবলাগে

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 ปีที่แล้ว

      অনাগত সময়ত আপলোড কৰিব চেষ্টা কৰিম। আমাৰ চেনেলৰ সতে সংযুক্ত হৈ থাকিব।

  • @rekhagogoi703
    @rekhagogoi703 5 ปีที่แล้ว +5

    কবিতাটি ৩০টা বছৰৰ পাছত শুনি ,,,,,,, আবেগিক হৈ পৰিলো । ভাল হৈছে কিন্তু ক'ত পাওঁ তল সৰা.... নহয়.... কত পাওঁ তল সৰা.... sorry to say

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ। এনেকৈ আগলৈও ভুল দেখিলে দেখুৱাই দিব। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @dipshikhanath2008
    @dipshikhanath2008 3 ปีที่แล้ว +1

    আপুনি class 8ৰ নিয়ৰ নামৰ কবিতাটি মাতি শুনাব চোনplzz

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 ปีที่แล้ว

      অনাগত সময়ত নিশ্চয় আপলোড কৰিম। আমাৰ চেনেলৰ সতে' সংযুক্ত হৈ থাকিব।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 ปีที่แล้ว

      আপোনাৰ অনুৰোধত কবিতাটো আমাৰ চেনেলত আপলোড কৰা হৈছে। শুনি চাবচোন। 🙏
      th-cam.com/video/JqWxkVcQc9I/w-d-xo.html

  • @paulamehta6692
    @paulamehta6692 ปีที่แล้ว +1

    Kot is wrong it should be koto meaning we find so many . The pronunciations are really poor

  • @kuntimayarimal9560
    @kuntimayarimal9560 2 ปีที่แล้ว +1

    Challl

  • @simibhagawatibhagawati3399
    @simibhagawatibhagawati3399 5 ปีที่แล้ว +6

    বহুত ভাল লাগে কবিতাটো ।তৃতীয় শ্ৰেণী মানত পাইছিলো 💚💚💚❤

  • @jugensaikia6434
    @jugensaikia6434 9 หลายเดือนก่อน +1

    সৰু স্কুল খনলে মনত পৰি গৈছে 😊

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  9 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ জনালোঁ।