বানৰ সময়ত থাইলেণ্ডত পুত্রৰ উপনয়ন

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ค. 2024
  • বানৰ সময়ত থাইলেণ্ডত পুত্রৰ উপনয়ন। বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে বিধায়ক অখিল গগৈকে ধৰি একাংশই আনিছিল এই অভিযোগ। পিছে এই অভিযোগক পোনছাটেই নাকচ কৰি বিধায়ক অখিল গগৈক চোকা সমালোচনা জিতু গোস্বামীৰ।
    #pratidintime #assam #assamnews #floodnews

ความคิดเห็น • 12

  • @nayandas1227
    @nayandas1227 27 วันที่ผ่านมา +5

    Akhil da zindabad

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 27 วันที่ผ่านมา +2

    জিতু গোস্বামী দালৰ কাম নাই ৷ কথাই ক’ব নাজানে এইদালে ৷

  • @rjvlogs7189
    @rjvlogs7189 27 วันที่ผ่านมา +3

    Dagabaz akhel

  • @commenti5459
    @commenti5459 27 วันที่ผ่านมา

    থাইলেণ্ডত বানপানী নাইহোৱা নেকি

  • @user-yo9hn4md4j
    @user-yo9hn4md4j 27 วันที่ผ่านมา +1

    আগতে প্রফুল্লই য়ো সঘনাই দিল্লীলৈ যাত্রা কৰিছিল আৰু প্ৰেছ বিজ্ঞপ্তি দিছিলে - জৰুৰী কামত -বিদেশী সমস্যা সম্পর্কত | এনেকুৱা লাগিছিল - হয়দেই অসমক ভাল পোৱা এনেকুৱা মানুহো থাকিব পাৰে নে সংসাৰত !
    আজি কালি মন্ত্রী এম এল এ আৰু বিষয়াবর্গ বিদেশৰ কৃষি পদ্ধতি জানিবুজি অসমত প্রয়োগ কৰিবলৈ খুউব আগ্রহী দেখা পোৱা যায় | পিছে কি কি দেখিলে বা প্রয়োগ কৰিলে সেইটো হে ৰাইজে দেখা নাপায় |

  • @craftybidisha7184
    @craftybidisha7184 27 วันที่ผ่านมา

    ১৬ ঘৰ মানুহ ! বাহ! চমৎকাৰ ।

  • @arupbora2442
    @arupbora2442 27 วันที่ผ่านมา +1

    Sundar majaaaa

  • @thedevogramstory7483
    @thedevogramstory7483 27 วันที่ผ่านมา

    Emn dila kot hui asila aji mat disa ja kokai😂😂 bea lga emn khoros kori ata phto diba nuarila...

  • @trailukyaneog7748
    @trailukyaneog7748 27 วันที่ผ่านมา +1

    মুখখন দেখিলেই গম পোৱা যায় আচলতে কোন জকাৰ 😂😂