নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ সৈতে ‘জনসাধাৰণ'

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ส.ค. 2024
  • ▶️ কিয় শিশুহঁতৰ মনতো অপৰাধ মনষ্কতা?
    ▶️ ম’বাইল...ইণ্টাৰনেট...ড্রাগছ...
    ▶️ এয়া আশীৰ্বাদ নে অভিশাপ?
    ▶️ কলিয়াবৰত লোমহৰ্ষক ঘটনাৰ আঁত বিচাৰি
    ▶️ কলিয়াবৰত কেনেকৈ নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কিশোৰীক?
    ▶️ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ সৈতে ‘জনসাধাৰণ' LIVE

ความคิดเห็น • 296

  • @montudutta7017
    @montudutta7017 2 ปีที่แล้ว +36

    সুন্দৰ আৰক্ষী বিষয়া , বহুত সুন্দৰ বক্তব্য👍👍👍👍 🙏🙏🙏🙏🙏

  • @nivagogoi9859
    @nivagogoi9859 2 ปีที่แล้ว +90

    ইমান সুন্দৰ আলোচনা, বহুত কথা শিকিলো , বহুত বহুত ধন্যবাদ থাকিল চাৰ লৈ ।

  • @sadigitech8623
    @sadigitech8623 2 ปีที่แล้ว +30

    এই অনুষ্ঠানটো চাই বহুত ভাল লাগিল। আনন্দ মিশ্ৰ ছাৰৰ পৰা বহুত কথা শিকিলোঁ। ধন্যবাদ আনন্দ মিশ্ৰ ছাৰ, ধন্যবাদ অনুপম চক্ৰবতী দা।

    • @dhirajchdeka1986
      @dhirajchdeka1986 2 ปีที่แล้ว +1

      আপোনাক বহুত ধন্যবাদ । কথাখিনি ভাল পোৱা বাবে ।

  • @putulborah6860
    @putulborah6860 2 ปีที่แล้ว +7

    ধন্যবাদ দুয়োজনলৈকে, পুলিচ জগত আৰু সংবাদ জগতৰ এনে সংযোগে সমাজৰ উপকাৰ কৰিব মই নি:সন্দেহ। আপোনালোক দুয়ো আমাৰ ভবিষ্যৎ পূৰুষৰ বাবে উদাহৰন হৈ ৰ'ব।
    বৰ ভাল লাগিল। নতুন দিনৰ নতুন পূৰুষৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, ভবিষ্যৎ অসমৰ উজ্জলতৰ হওক। জয় হৰি বোলা, জয় ৰাম বোলা। জয় আই অসম।

  • @kalpananeog3532
    @kalpananeog3532 2 ปีที่แล้ว +38

    খুউব সুন্দৰ, বৰ ভাল লাগিল আলোচনাটো চাই,, বহুত শিকিব পাৰিলো, মিশ্ৰ ছাৰৰ বহুত কথা বহুতৰ মনৰ লগত মিলি গৈছে সম্ভৱ, অনুষ্ঠানটোৰ কাৰণে বহুত বহুত ধন্যবাদ আঁত ধৰোঁতা অনুপম লৈ,,,,,,

  • @fitnesshealthcenter3327
    @fitnesshealthcenter3327 2 ปีที่แล้ว +19

    আপোনী তুলনাবিহীন ছাৰ.... আপোনাৰ কথাই মনত বহুত সাহস ,জ্ঞান , পাওঁ

  • @dhirajchdeka1986
    @dhirajchdeka1986 2 ปีที่แล้ว +11

    ইমান ধুনীয়া অনুষ্ঠান এটা অসমৰ প্ৰত্যেক জন মানুহে চোৱা উচিত

  • @rimjimnath558
    @rimjimnath558 2 ปีที่แล้ว +6

    সন্মানীয় মিশ্ৰ ছাৰ,বহুত বহুত ধন্যবাদ, আপোনাৰ আলোচনা খিনিৰ পৰা বহুত ভাল লাগিল, আজিৰ সমাজত এইবোৰ আলোচনা প্ৰয়োজন।সমাজ সংস্কাৰত আপোনাৰ পৰামৰ্শই বহুত দৰকাৰ বুলি ভাবো।আপোনাক ম ই সন্মুখৰ পৰা চাব বিছাৰো।বহুত দিন ম ই ভাবি আছো।Long live Mishra sir.

  • @akshaychetia8448
    @akshaychetia8448 2 ปีที่แล้ว +12

    আনন্দ মিশ্ৰ খুব ভাল মানুহ বুলি শুনি আছিলো সাখ্যাতকাৰ টো চাই পুৰা বিশ্বাস হল

  • @lakhyajitphukon975
    @lakhyajitphukon975 2 ปีที่แล้ว +27

    অতি সুন্দৰ অনুষ্ঠান। ইয়াৰ যোগেদি বহুতো নজনা কথা শিকিব পাৰিলোঁ।

  • @minotichetia9972
    @minotichetia9972 2 ปีที่แล้ว +3

    ইমান সুন্দৰ সাক্ষাৎকাৰ। বহুত কথা শিকিবলগীয়া আছে। সকলো পিতৃ মাতৃয়েই চোৱা উচিত।ইয়াত আন লাইক দিবলৈ কি আছে ভাৱিব নোৱাৰিলোঁ।

  • @sikhatalukdar8735
    @sikhatalukdar8735 2 ปีที่แล้ว +3

    ইমান সুন্দৰ অনুস্থানটো আজিহে চালো | তেখেতৰ বক্তব্যৰ পৰা বহুতো উপকৃত হলো | Really he is not only a police officer, also a motivator and great teacher..... May god bless him...

  • @banishasarmah8043
    @banishasarmah8043 2 ปีที่แล้ว +6

    ইমান সুন্দৰকৈ কথাখিনি বুজাইছে / কৈছে আনন্দ ছাৰে, বহুত ভাল লাগিল,
    বাচ্চাক ম'বাইল দিয়াৰ আগত সকলো অভিভাৱকে অলপ চকু দিয়াটো দৰকাৰ, কাৰণ আজিকালি এয়াহে হৈছে.. সকলো responsible হ'ব লাগে 🙂

  • @jantihira9223
    @jantihira9223 2 ปีที่แล้ว +11

    ধুনীয়া সুন্দৰ বৰ্ণনা মিশ্ৰ চাৰৰ ।আমাৰ সমাজ খনে ভাল ভাল আৰক্ষী বিষয়াৰ পৰাও বহুত শিকিব লগীয়া আছে।

  • @digantadeka7201
    @digantadeka7201 2 ปีที่แล้ว +82

    প্ৰত্যেক মাক বাপেকে এই অনুষ্ঠানটি চাওক আৰু নিজৰ সন্তানৰ প্ৰতি ভৱিষ্যতৰ সুপথ গঢ়ি তোলক।

    • @rekhakonwar5837
      @rekhakonwar5837 2 ปีที่แล้ว +1

      Emn hundor kotha koise sir a moi bare bare sai kotha khini huni asu.

  • @sumanborah8265
    @sumanborah8265 2 ปีที่แล้ว +24

    চাৰ আপুনা নিচিনা অফিচাৰ গোতেই অসমত থকা হ'লে অসম খন আৰু বহুত বেছি ভাল হ'ল হেতেন

    • @NoName-sq2xx
      @NoName-sq2xx 2 ปีที่แล้ว

      কিয় নহয় আমি আগুৱাব লাগিব আমি হব পাৰিম ।

  • @PujaDas-uv7fd
    @PujaDas-uv7fd 2 ปีที่แล้ว +7

    Such a humble, down to earth, smart and positive person is Mr. Anand Mishra Sir. He's a inspiring personality to every youth today. He's an IPS officer and he's giving all credit to all his junior and senior officer 😊🙏🙏😌

  • @abhijitdas3024
    @abhijitdas3024 2 ปีที่แล้ว +7

    First of all he is a good human being... God bless him

  • @satyalakshmeesarma3934
    @satyalakshmeesarma3934 2 ปีที่แล้ว +17

    Every word of SP Anand Mishra is expected to create awareness for all sections of the society.His powerful move is highly commendable.
    Thank you so much SP Anand Mishra Sir.

  • @nayanmoni7113
    @nayanmoni7113 2 ปีที่แล้ว +8

    বহুত কথা শিকিব পৰিলোঁ, অনুষ্ঠান টো চাই, সকলোৱে চোৱা উচিত।

  • @nilamaniyoutube4964
    @nilamaniyoutube4964 2 ปีที่แล้ว

    আমি বহুতে নজনা ইমান ধুনীয়া ইতিবাচক কথা বোৰ এটা আলোচোনাৰ মাজেৰে আমাৰ বৰ্তমান সমাজ খনক সুন্দৰ কৈ বুজাই দিয়াৰ বাবে সন্মানীয় আনন্দ মিশ্ৰ মহাশয় আৰু NKTV অনুপম দাদা লৈ বহুত
    বহুত ধন্যবাদ জনালো । আশাঁকৰো আমাৰ সমাজৰ সকলোৱে এই কথাখিনিক নিশ্চয় গুৰুত্ব দিব ।

  • @pintudas5508
    @pintudas5508 2 ปีที่แล้ว +31

    One of great IPS officer in our state of Assam according to me.

  • @taralidas5546
    @taralidas5546 2 ปีที่แล้ว +2

    আপোনাক বহুত বহুত ধন্যবাদ ঢাৰ আপোনাৰ কথাখিনি আপোনাৰ মহানুবতাৰ পৰিঢয় দাঙি ধৰিলে,🙏🙏🙏

  • @tribenikhanikarboruah6357
    @tribenikhanikarboruah6357 2 ปีที่แล้ว +3

    অভিভূত ।ধন্যবাদ অনুপম চক্ৰৱতী

  • @rinadevimisra1199
    @rinadevimisra1199 2 ปีที่แล้ว +6

    আলোচনাটোৰ পৰা বহুতো কথা শিকিলো ।এইটো মোৰ জীৱনৰ প্ৰথম ভাললগা আলোচনা ।অনুপম দা আৰু মিশ্ৰ চাৰৰ উজ্জল ভবিষ্যত কামনা কৰিলো 🙏

  • @er.inamul100
    @er.inamul100 2 ปีที่แล้ว +3

    এখন সূন্দৰ জীৱনৰ বাবে এক সম্পূৰ্ণ সূচী ❤️❤️❤️

  • @prabalyaborah8520
    @prabalyaborah8520 2 ปีที่แล้ว +1

    এনেকুৱা আলোচনাই মানুহৰ জীৱন সলনি কৰি দিব পাৰে।বহুতো শুভকামনা জনালো মিশ্ৰ চাৰলৈ

  • @Kake_14
    @Kake_14 2 ปีที่แล้ว +2

    আলোচনাটো বহুত ভাল লাগিল । এগৰাকী মাতৃ হিচাপে যথেষ্ট উপকৃত হৈছো ।

  • @minakshiphukan6503
    @minakshiphukan6503 ปีที่แล้ว

    বহুত সুন্দৰ আলোচনা, বহুত কথা শিকিলো । হৃদয় চুই গ'ল।

  • @monalisabaruah5967
    @monalisabaruah5967 2 ปีที่แล้ว +16

    I believe it’s a very serious & sensitive discussion and in between Anupam Chakraborty is laughing like anything. Sorry to say but I personally found it very disturbing.

  • @anupbaswar2092
    @anupbaswar2092 ปีที่แล้ว

    বহুত ভাল লাগিল এই অনুষ্ঠানটো, ইয়াৰ পৰা আমি বহুতো জ্ঞান লাভ কৰিছোঁ Love you Anand Mishra sir

  • @pranjalbora5797
    @pranjalbora5797 2 ปีที่แล้ว +3

    Honourable SP of Nagaon is a model of Human.Sir, thanks to you for your most important lacture in interview with Anupom chakraborti.

  • @user-pp1bb1hk5i
    @user-pp1bb1hk5i 6 หลายเดือนก่อน

    ইমান সুন্দৰ নিদৰ্শন দেখিবলৈ পায় ভাল লাগিল চাৰ।

  • @ranjudeka4818
    @ranjudeka4818 2 ปีที่แล้ว +7

    আন্দৰ চাৰক বহুত ভাল লাগে,তেওঁ সকলো কাম আন্তৰ পৰা কৰে ,🙏

  • @namitadas9599
    @namitadas9599 2 ปีที่แล้ว +2

    Bohut kotha hikibo parilu.thank you so much.🙏

  • @sandeepnandi8118
    @sandeepnandi8118 2 ปีที่แล้ว +5

    You are a true human being Sir.....🙏

  • @dipankarmahapatra4691
    @dipankarmahapatra4691 2 ปีที่แล้ว +2

    Interview চাই বহুত ভাল লাগিল। Thank u so much ananda mishra Sir

  • @hridoydeka2150
    @hridoydeka2150 2 ปีที่แล้ว +2

    বহুত ভাল লাগে আনন্দ মিশ্ৰ ছাৰক...আপোনাৰ দৰে যদি সকলো পুলিচ হ'লহেঁতেন...আপুনি দীৰ্ঘজীৱী হওঁক...💞💞💞💞💞💞💞💞💞💞💞💞💞💞

  • @digantaborah7917
    @digantaborah7917 2 ปีที่แล้ว +1

    A great conversation. Salute to Mr. Anand Mishra sir. We need such personality in Khaki.

  • @rajeshchetiapatra1541
    @rajeshchetiapatra1541 2 ปีที่แล้ว +2

    মিশ্ৰ ছাৰ বহু বহু ধন্যবাদ, আপোনাৰ পৰা বহু কথা শিকিলো। অনুপম দা এনেকুৱা অনুষ্ঠান আগলৈ আশা কৰিলো, ধন্যবাদ।

  • @knowledgeappetite1802
    @knowledgeappetite1802 2 ปีที่แล้ว +1

    You are 100% right Anand sir... incredible discussion with positive vibes..

  • @chitralekhachakrabarty4512
    @chitralekhachakrabarty4512 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ ।

  • @renu5736
    @renu5736 2 ปีที่แล้ว +6

    Thank you SP Mishra Sir. Being myself in the teaching profession as well as a mother, I was having goosebumps while hearing the reality. Where are we leading towards? It's an awakening step for all of us. Along with education we should also give moral ethics to our children at home.

  • @dhrubajyotidaimari1950
    @dhrubajyotidaimari1950 2 ปีที่แล้ว

    আনন্দ মিশ্র চাৰে যে কিমান কথা জানে। চাৰক দেখি ভাল লাগিল। এসময়ত মইয়ো ইউ পি এচ ই পৰীক্ষাত বহিছিলো। কিন্ত পাচহে কৰিব নোৱাৰিলো। সময়ত সকলো শেষ হৈ গ'ল। জীৱনতো গঢ়িবলৈ কপাল খনে বেয়া আছিল। এতিয়া জীৱনতোক লৈ খুব পষ্টাও। আনে যিকোনো চাকৰিৰ পৰীক্ষা বোৰত পাচ কৰোতে নিজকে খুব বেয়া লাগে। এতিয়ানো জীৱনতোত কি বাকী আছে তাকে ভাবি থাকো। মোৰ দৰে হয়তো বহুতে চৰকাৰী চাকৰিৰ পৰীক্ষাবোৰত ফেইল কৰিছে, কিন্ত মোৰ দৰে এক আচৰিত অসমৰ্থ তাৰ জীৱন হয়তো কটাব লগীয়া হোৱা নাই। সময় থাকোতেই ভাল কামবোৰ কৰি লব নাজানিলো। এতিয়া বয়সো পাৰ হ'ল। জীয়াই থকাৰ মনে নোজোৱা হৈছে আৰু।

  • @sandeepnandi8118
    @sandeepnandi8118 2 ปีที่แล้ว +2

    Warm regards to you Both Sir....🙏🙏

  • @bhaskarjyotisarmah7601
    @bhaskarjyotisarmah7601 2 ปีที่แล้ว +5

    ব্যতিক্ৰমী অনুষ্ঠান।ভাল লাগিল।আগলৈও চাবলৈ পাম বুলি আশা কৰিলোঁ।

  • @janpegu1119
    @janpegu1119 2 ปีที่แล้ว +1

    Apunar bisar hosaye Mohan sir thenk you.

  • @dhirajchdeka1986
    @dhirajchdeka1986 2 ปีที่แล้ว +1

    Sir you are the real hero for us
    Please always keep it on

  • @rekhasaikia7336
    @rekhasaikia7336 2 ปีที่แล้ว +1

    Great insperation ,xundar conversation ,🙏🙏🙏🙏

  • @projectangaraj1124
    @projectangaraj1124 2 ปีที่แล้ว

    Best interview I have ever seen ,annand mishra sir 🙏👍❤️❤️❤️ one and only 🔥

  • @user-pp1bb1hk5i
    @user-pp1bb1hk5i 6 หลายเดือนก่อน

    Thank you SP Mishra Sir.

  • @kdsshorts6022
    @kdsshorts6022 2 ปีที่แล้ว +1

    Salute you sir...love u sir❤️

  • @rajibdeka6705
    @rajibdeka6705 2 ปีที่แล้ว +1

    I think I watched the best discussion show of my entire life.

  • @luhitphukon8485
    @luhitphukon8485 2 ปีที่แล้ว +1

    Excellent interview
    এনেকুৱা interview ye আমাক বহুতো উপকৃত কৰে

  • @nijorapatangia7797
    @nijorapatangia7797 ปีที่แล้ว

    বৰ সুন্দৰ আৰু সময়োপযোগী আলোচনা । বহুত ভাল লাগিল । দুয়োকে ধন্যবাদ জনালোঁ ।🙏

  • @NoName-sq2xx
    @NoName-sq2xx 2 ปีที่แล้ว +2

    बोहोत खूब sir
    आप बोहोत ही ज्ञानी है। आपको प्रणाम। 🙏🙏🙏

  • @faijulbayan1965
    @faijulbayan1965 2 ปีที่แล้ว +1

    Very good 💕😊😊. Sir.You are the real hero 😊❤️

  • @iteachyou4977
    @iteachyou4977 2 ปีที่แล้ว +3

    Axomt aru anekuwa ips officer proyujn..... love u sir ❤️❤️❤️

  • @phulkumarideka7031
    @phulkumarideka7031 2 ปีที่แล้ว +1

    Thank you sir.

  • @globalassamassam2443
    @globalassamassam2443 2 ปีที่แล้ว +1

    অন্তৰ চুই গৈছে 😍😍

  • @faijulbayan1965
    @faijulbayan1965 2 ปีที่แล้ว +1

    Sir you are great 👍👍💕😊

  • @bedita7835
    @bedita7835 2 ปีที่แล้ว +1

    Thank you sir apunar dore manuh amar homajot pryujon.

  • @raktimdas1456
    @raktimdas1456 2 ปีที่แล้ว +2

    ধন্যবাদ চাৰ।💕

  • @liliboro4793
    @liliboro4793 2 ปีที่แล้ว

    Sir bhut bhut dhainyabad iman xundor giyan amr dekhor nagorikok diar babe..

  • @kabitadevi7052
    @kabitadevi7052 2 ปีที่แล้ว +1

    Sir apunr ktha khini xuni bht vl lgil... Bht njna ktha hikilu......

  • @bebeebegum7817
    @bebeebegum7817 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল । বহুত নজনা কথা জানিব পাৰিলো । আপোনাক চেল্যুট জনাইছো ।

  • @pallabibaishya7487
    @pallabibaishya7487 2 ปีที่แล้ว

    Sir apunar pora bht hikilu aji bht val lagi..🙏

  • @anitadevi6061
    @anitadevi6061 2 ปีที่แล้ว

    🙏🙏 Thanks for yours direct conversation.🙏🙏

  • @dikshitadeka4876
    @dikshitadeka4876 2 ปีที่แล้ว +2

    সুন্দৰ অনুষ্টান🙏🙏🙏🙏🙏

  • @koushikpathak1213
    @koushikpathak1213 2 ปีที่แล้ว +1

    Perfect man .. humanity ... 🙏 Aponak amar Axom t bohut dorkar ase.. aponar dore hokolo police officer hole bohut val hob.. 🙏

  • @angeltasmin3297
    @angeltasmin3297 2 ปีที่แล้ว +1

    bohut val lagil onusthan tu sai ghorei hikhur asol hikhyar thai

  • @Axomboy1
    @Axomboy1 2 ปีที่แล้ว

    You are a great officer sir.proud of you.

  • @phunsukhwangdusanjuvy7043
    @phunsukhwangdusanjuvy7043 2 ปีที่แล้ว

    Very very Great advice.........Proud of you sir.......

  • @babulnarzary2073
    @babulnarzary2073 2 ปีที่แล้ว +1

    Really great sir.

  • @janardannath5044
    @janardannath5044 2 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল, বহুত কথা শিকিব পাৰিলো। জীৱনৰ অৰ্থ বুজিলো, জীৱন কেনেকৈ উদযাপন কৰিব লাগে শিকিব পাৰিলো।

  • @monjuladevi5728
    @monjuladevi5728 2 ปีที่แล้ว +1

    ধন্যবাদ sir, আজি বহুত কথা শিকিলোঁ

  • @superstar7026
    @superstar7026 2 ปีที่แล้ว +1

    Bhot bhot vl kotha hekhala sir thanks sir

  • @marybasumatary8460
    @marybasumatary8460 2 ปีที่แล้ว

    🙏👍 Congratulations excellent 🙏 God bless you.

  • @ranjonsaikia9055
    @ranjonsaikia9055 2 ปีที่แล้ว +1

    Sir apuni bhut dhunia discuse kre apunr dre sokolu arokkhi juan hle assamot bhut val hbo

  • @rajijulhoque2213
    @rajijulhoque2213 2 ปีที่แล้ว +1

    Love you sir ❤️❤️❤️❤️❤️👌👌👌👌

  • @divishakayshap1842
    @divishakayshap1842 2 ปีที่แล้ว +1

    Khub val pao apunak. Apunar kotha ru kormoi bahut preronadaik. Love you Sir. Apunar dore officer hole Crime bahut komibo.
    Almighty always bless you 💖💖🙏💖🙏

  • @ajoynayak2462
    @ajoynayak2462 2 ปีที่แล้ว

    আপোাৰ নিচিনা আৰসী বিষয়া সকলো জিলাত থাকিব লাগে বা আমি বিচাৰো..............এতিয়াৰ জুগত মাক বাপেকও ভাল হব লাগিব আৰু লৰা ছোৱালীক বওত Guide কৰাৰ দৰকাৰ.............আপোনাক Salute জনাইছো চাৰ ............এনেধৰনৰ আলোচনা হব লাগে News channel কেইটাত

  • @kangkankalita8648
    @kangkankalita8648 2 ปีที่แล้ว +3

    সুন্দৰ অনুস্থান 😍

  • @luhitphukon8485
    @luhitphukon8485 2 ปีที่แล้ว +1

    আগলৈ এনেদৰে কথা জানিবলৈ পালে বহুত ভাল পাম, আজি দুয়োৰে পৰা অনেক কথা শিকিলোঁ

  • @junmonichangmai2722
    @junmonichangmai2722 2 ปีที่แล้ว +1

    ধন্যবাদ চাৰ।

  • @bikashmishra7293
    @bikashmishra7293 2 ปีที่แล้ว

    বহুত ধন্যবাদ অনুপম,

  • @pronobdutta4523
    @pronobdutta4523 2 ปีที่แล้ว +1

    Sir ur great

  • @popidevi407
    @popidevi407 2 ปีที่แล้ว

    Kothakhini xuni emn val lagil ru bohut giyan palu sir 🙏

  • @anantamahanta3573
    @anantamahanta3573 2 ปีที่แล้ว

    Thanks s p. Sir

  • @birajkrdoloi5843
    @birajkrdoloi5843 2 ปีที่แล้ว +2

    very good sir ♥️

  • @rabinathboro5398
    @rabinathboro5398 2 ปีที่แล้ว +2

    সুন্দৰ অনুষ্ঠান💖

  • @bjofficialassam4139
    @bjofficialassam4139 2 ปีที่แล้ว +1

    Anand mishra sir I love you so much sir you are great sir ...

  • @rekhakonwar5837
    @rekhakonwar5837 2 ปีที่แล้ว +1

    Khub hundor kotha kole sir ..

  • @miranali7424
    @miranali7424 ปีที่แล้ว

    Thank you 🙏🙏🙏

  • @SineBStudio
    @SineBStudio 2 ปีที่แล้ว

    Huge respect for Anand mishra sir..❤🙏

  • @Bichitra266
    @Bichitra266 2 ปีที่แล้ว +1

    Mjja lagil🤗

  • @chandanadas9276
    @chandanadas9276 6 หลายเดือนก่อน

    Khub sarua khata sunilu n sikilu. Dhanyabad Ànupam eman bhal pragram dekhilu. Hosa ke amio laj pabo lage. Oti bastav n sundar katha

  • @porjitroy2908
    @porjitroy2908 2 ปีที่แล้ว

    Love you..sir real hero❤❤❤❤

  • @ffffhhhh3347
    @ffffhhhh3347 2 ปีที่แล้ว

    Right information sir

  • @kuluboruah8577
    @kuluboruah8577 ปีที่แล้ว

    সুন্দৰ অনুষ্ঠান 🙏