খাকী পোছাক তেওঁ এদিনতে পোৱা নাছিল...EPISODE 01

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2021
  • খাকী পোছাক তেওঁ এদিনতে পোৱা নাছিল। মাতৃয়ে খাকী পোছাক পিন্ধা দেখা নাপালে। বহু এনকাউণ্টাৰৰ আঁৰৰ কাহিনী। UPSC ৰ ইণ্টাৰভিউত কি ঘটিছিল আনন্দ মিশ্ৰাৰ সৈতে? জীৱনত মাছ, মাংস খাই পোৱা নাই আনন্দ মিশ্ৰই। পুলিচ আৰু জনতাৰ মাজত কেনেকৈ মধুৰ সম্পৰ্ক গঢ়িছে আনন্দ মিশ্ৰই? এগৰাকী Emotional আৰু Professional ব্যক্তিৰ সৈতে বাৰ্তালাপ।
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 310

  • @1mikon
    @1mikon 2 ปีที่แล้ว +58

    ইমান সুন্দৰ কৈ তেখেতে অসমীয়া ক’বলৈ শিকিছে শুনিয়েই ভাল সাগিছে। মানুহক শ্রদ্ধা কৰি কথা কব পাৰে । ভাল পৰিয়াসৰ পৰা অহা যেন লাগিছে।

  • @subhasishsekharnath9634
    @subhasishsekharnath9634 2 ปีที่แล้ว +61

    দেউতা মোৰ লগত থাকে কোৱাটো ভুল হব, আমি দেউতাৰ লগত থাকো।।

  • @rekhasaikia7336
    @rekhasaikia7336 2 ปีที่แล้ว +130

    সচাঁই আনন্দ মিশ্ৰ চাৰ আপোনাক পূণৰ এবাৰ চেলুট। আপুনি মোৰ ফেৱৰিট পুলিচ অফিচা ।আপোনাৰ দীৰ্ঘায়ু ও সু স্বাস্থ্য কামনা কৰিছো ।🙏🙏🙏🙏🙏

  • @debajit2106
    @debajit2106 ปีที่แล้ว +8

    ছাৰ আপোনাৰ জীৱন সম্পকীয় এখন গ্ৰন্থ প্ৰকাশ কৰিব বুলি আশা থাকিল৷আপোনাৰ পৰা শিকিব লগা বহুত আছে ৷

  • @Subuja.20
    @Subuja.20 2 ปีที่แล้ว +152

    মাটিৰ মানুহ

  • @himadrisaikia6314
    @himadrisaikia6314 2 ปีที่แล้ว +50

    আপোনাৰ আদৰ্শক সন্মান জনাইছোঁ ছাৰ🙏

  • @nabanitabora1069
    @nabanitabora1069 2 ปีที่แล้ว +45

    My fav. Ips officer🇮🇳🇮🇳

  • @pallabgogoi120
    @pallabgogoi120 2 ปีที่แล้ว +34

    সকলো পুলিচ এনেকুৱা হ'ব লাগে

  • @bornalisaikia7425
    @bornalisaikia7425 2 ปีที่แล้ว +59

    এনে এজন ব্যক্তিক নতুনকৈ পৰিচিত কৰোৱাৰ বাবে আপোনাক ধন্যবাদ।সচঁাকৈয়ে তেখেত আমাৰ আদৰ্শ।এইখিনিতে আপোনাক জনাওঁ যে মোৰ ভণ্টিয়ে আপোনাৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে।

  • @pujasaikia8931
    @pujasaikia8931 2 ปีที่แล้ว +68

    মহান ব্যক্তিত্ব ব্যক্তি গৰাকীৰ জীৱনৰ বিষয়ে পৰিচিত কৰোৱাৰ বাবে আপোনাক চক্ৰ দাদা বহুত বহুত

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 ปีที่แล้ว +34

    এজন সত্য, সততাৰে ৰাইজৰ কাম কৰা মোৰ ভাল লগা ব্যক্তি । কিছুমানে নামত IPS/ IAS হয় আৰু কিছুমানে কামত ।

  • @hiro408
    @hiro408 2 ปีที่แล้ว +13

    তেওঁৰ কথা বিলাকতে গম পোৱা যায় তেওঁ কিমান Confidence থকা মানুহ।❤️🙏

  • @preetbordoloi9626
    @preetbordoloi9626 2 ปีที่แล้ว +15

    This man himself is a life lesson. God bless this good man ❤️

  • @nayandeepmusicmasti8631
    @nayandeepmusicmasti8631 2 ปีที่แล้ว +29

    আনন্দ sir,আপোনাক বহুত ভাল লাগে। আপোনাক দেখি দেখি মোৰো IPS হবলৈ মন যায়।

  • @dutta22
    @dutta22 2 ปีที่แล้ว +16

    ♥️

  • @ChandanCollection
    @ChandanCollection 2 ปีที่แล้ว +19

    মাটিৰ মানুহ মাটিত মিলি যাম ❣️❣️❣️

  • @republic1974
    @republic1974 2 ปีที่แล้ว +19

    IPS Anand Mishara Sir very legend officer . He has excellent quality of leadership as well as communication skill. I did attained his 2020 15 august Webinar. My Idol.

  • @manuborah4135
    @manuborah4135 2 ปีที่แล้ว +24

    বহুত ভাল লগা এজন পুলিচ অফিচাৰ ।

  • @Manasi811
    @Manasi811 2 ปีที่แล้ว +5

    Mor Val loga sir .... My dream police officer . Khadai aneke kam Kori thakak n apuni happy hoi thakak than amio hpy hom ....

  • @foodlover791
    @foodlover791 2 ปีที่แล้ว +7

    Amar logot dewta nathake dewtar logot ami thaku ❤️wah 😍😍🙏🙏