অৱশেষত ৰমেন দা ঘৰলৈ ঘূৰি আহিল || কি ক'লে শুনক দীপেন বৰুৱাই

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ก.ย. 2024
  • অৱশেষত ৰমেন দা ঘৰলৈ ঘূৰি আহিল || কি ক'লে শুনক দীপেন বৰুৱাই #assamesenews #assamesenews #assam #chao_sanjeeb_borgohain #himantabiswasarma #news
    Facebook page- lm.facebook.co...
    যদি আপোনালোকৰ বা আপোনালোকৰ পৰিয়ালৰ বিয়া, জন্মদিন অথবা যিকোনো অনুষ্ঠানত যদি উন্নত মানদণ্ডৰ ফটো, ভিডিঅ'ৰ প্ৰয়োজন হয় তেন্তে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে-
    আমাৰ যোগাযোগৰ ঠিকনা --
    স্থান- গৌৰীসাগৰ, শিৱসাগৰ {অসম}
    {অসমৰ সকলো ঠাইতে উপলব্ধ}
    ৰং বয় বয়
    Thanks for Watching

ความคิดเห็น • 157

  • @swarnabhajani6884
    @swarnabhajani6884 หลายเดือนก่อน +56

    স্বনামধন্য মানুহ এজন হেৰাইছে । অসমবাসী উৎকণ্ঠাত আছে। এইটো কি মিছা কথাৰে শিৰোনাম দিছে? বেছি কৰিছে দেই সাংবাদিকতাৰ নামত।

    • @joydeka6029
      @joydeka6029 หลายเดือนก่อน +3

      Poisa keitamanar karane kio bodmasi karono

    • @dalimikalita3241
      @dalimikalita3241 หลายเดือนก่อน +3

      Sab kothar sima thake

    • @joydeka6029
      @joydeka6029 หลายเดือนก่อน

      @@dalimikalita3241 thikei

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw หลายเดือนก่อน +2

      মগজুৰ খেলি মেলি হৈছে ।

    • @chinmoysaharia6339
      @chinmoysaharia6339 หลายเดือนก่อน

      😢😢😢😢😢😢😢😢

  • @robinchandrakalita6271
    @robinchandrakalita6271 หลายเดือนก่อน +22

    এনেকুৱা এটা serius সময়ত এনেধৰনৰ মিছা বাতৰি প্ৰকাশ কৰাটো মূৰ্খামীৰ বাহিৰে একো নহয়।

    • @abinashkalita9242
      @abinashkalita9242 15 วันที่ผ่านมา +1

      মূৰ্খামি নহয়,অসভ্যালিহে।কোবাব লাগে।

  • @user-tr9yw8oh9i
    @user-tr9yw8oh9i หลายเดือนก่อน +32

    ৰমেন দা যদি ঘৰলে ঘুৰি আহিল ৰমেন দা কট দেখা নাপালোঁ যে

    • @AS-nt1st
      @AS-nt1st หลายเดือนก่อน

      Misa kotha koi manuhok kiman din thogibo apunalokor Kam nai Jodi khui thakok

  • @sushildutta8287
    @sushildutta8287 หลายเดือนก่อน +17

    সত্য নিষ্ঠাৰে সাংবাদিকতা কৰক। মিছা ৰহনে সংবাদ জগতক কলুষিত নকৰিব।

  • @PH-wh1qv
    @PH-wh1qv หลายเดือนก่อน +4

    ৰমেন দা ক'ত। নাই যদি কিয় মিছা লিখিছ। খেকাৰ খাবি নেকি? হেঙুন খাবি নিধক,

    • @abinashkalita9242
      @abinashkalita9242 15 วันที่ผ่านมา +1

      ৰাজহুৱা শাস্তিৰ যোগ্য হৈও বেপাৰ চলাই আছে।

  • @abinashkalita9242
    @abinashkalita9242 20 วันที่ผ่านมา +7

    ৰমেনদা ঘূৰি আহিল ??? নিলাজ ক’ৰবাৰ!বদমাচৰ মিছা শিৰোনাম।ৰেহৰূপ চাই তোমাৰ ভিডিঅ’ চোৱা বন্ধ কৰিছোঁ।

    • @9667-j4f
      @9667-j4f 12 วันที่ผ่านมา +1

      মানুহ নে শিয়াল ইহঁত

    • @abinashkalita9242
      @abinashkalita9242 11 วันที่ผ่านมา

      @@9667-j4f মানুহতো নহয়েই,শিয়ালো নহয়।শিয়ালবোৰে জন্তু হিচাপে নিজৰ স্থানতেই থাকি চলে।টকাৰ লোভত মিছা বাতৰি দিওঁতাসকল স্বভাৱত আৰু একেবাৰে নিকৃষ্ট শাৰীৰ !

  • @anweshasarmah5993
    @anweshasarmah5993 หลายเดือนก่อน +5

    মিছা কথাৰে পইচা ঘটিবলৈ আহিচ কাম নাই যদি শুই থাক

  • @karabiburman1789
    @karabiburman1789 หลายเดือนก่อน +1

    দ্বিপেন বৰুৱাৰ গীত শুনি মুগ্ধ হৈছিলো। অসমীয়াৰ শত্ৰু অসমীয়াই ।

  • @dimbeswardeka5121
    @dimbeswardeka5121 หลายเดือนก่อน +4

    কি নিউজ এইটো কোন তই লাজ নালাগে নে

  • @ashokkumardas5537
    @ashokkumardas5537 หลายเดือนก่อน +3

    ৰমেন দা ঘৰলৈ ঘুৰি আহিল ? ক’ত আৰু কেতিয়া আহিল ৷ অন্য সংবাদ মাধ্যমবোৰ মৰিল নেকি ৰমেন বৰুৱা ঘুৰি অহা খবৰটো নিদিয়া হ’লযে ? নে তই দগাবাজ পাষণ্ডই ইমান স্পৰ্শকাতৰ আৰু সংগীতপ্ৰেমীৰ আবেগজড়িত বিষয় এটাত মিছা কথাৰে শিৰোনাম সজাই trp বঢ়াবলৈ পাং পাতিছ ?

    • @abinashkalita9242
      @abinashkalita9242 11 วันที่ผ่านมา

      @@ashokkumardas5537 এসেকা দিব লাগিছিল।

  • @mintugogoi7031
    @mintugogoi7031 หลายเดือนก่อน +8

    কোনোবাই হাগিব হে লাগে গোহ গোন্ধ পায় লাগি যায় মিছা কথা বিলাক দিবলৈ ।লাজ লগা কথা এজন মানুহ হেৰাইছে কিমান দুখ লাগিছে ঘৰৰ তথা ৰাজ্য বাসীৰ ।সঁচা নে বাৰু ?

  • @gautamdas-b6t
    @gautamdas-b6t 17 วันที่ผ่านมา

    আপুনি মিচা বাতৰি কিয় প্রচাৰ কৰিছে,সেইয়েহে আপুনাক মিছা বাতৰি দিয়াৰ বাবে শাও দিছো |অ যদি আপুনি ক্ষমা বিছাৰে মিছা প্রচাৰ কৰাৰ বাবে তেনতে আপুনাৰ কোনো শাও বা অভিশাপ নালাগে |

  • @anitabora2768
    @anitabora2768 หลายเดือนก่อน +5

    ফটুৱা এটা সীমা থাকে ।

  • @song1sharma602
    @song1sharma602 หลายเดือนก่อน +1

    মিচা বাতৰি প্ৰচাৰ কৰিব নেলাগে। এনেকুৱা ঘটনা নিজৰ ঘৰত ঘটিলে কেনেকুৱা লাগিলে হয়

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx 20 วันที่ผ่านมา

    খং উঠিছে কিন্তু। ক'ত ঘুৰি আহিল।

  • @tamjidahmed5119
    @tamjidahmed5119 12 วันที่ผ่านมา

    বৰ্তমান অসমৰ সাংবাদিক তথৈবচ। তিলক টাল কৰিব জানে আৰু ৰৌ বৰালিৰ কু কাণ্ড নেদেখে।

  • @user-je7on9yw1s
    @user-je7on9yw1s หลายเดือนก่อน +2

    হাইৰে TH-camr View ৰ বাবে ৰমেন বৰুৱাৰ এনে অৱস্থাতো নিজকে উলংগ কৰি দিব পাৰে ।

  • @mayasaikia1171
    @mayasaikia1171 หลายเดือนก่อน +11

    মিছা কথাৰ শিৰোনাম দি TH-cam ৰ ভিডিঅ’ বনাই কি যি সুখ পায় ! সেয়ে আজিকালি চাবলৈ মন নাযায় ৷
    youtube

  • @nabajitgogoi3792
    @nabajitgogoi3792 หลายเดือนก่อน +5

    দালালৰ ওপৰত দালালা বাতৰিতু লিখিচে কি আৰু দেখোৱালে কি পাগল চব Like comment লাগে

  • @ultimatecreation....
    @ultimatecreation.... หลายเดือนก่อน +7

    ইহঁত ৰিৰ্পতাৰ কেইটাও কম নহয় , যা টা বকি দিয়ে য’ত ত’ত ৷
    এনেই অৱস্থা এইয়া তাতে আকৌ মিছা বাতৰি প্ৰচাৰ ৷

  • @hirumonigogoi2615
    @hirumonigogoi2615 14 วันที่ผ่านมา

    Set r news

  • @MinaBarman-yq3dx
    @MinaBarman-yq3dx หลายเดือนก่อน +1

    মিছা বাতৰি বোৰ দিব লাজ নাপায়

  • @SanjayBorahkumar
    @SanjayBorahkumar หลายเดือนก่อน +1

    মিছা কথা কৈছে তেওঁ।

  • @dulumonimahanta5001
    @dulumonimahanta5001 หลายเดือนก่อน

    পইচাৰ বাবে যাতা লিখি দিয় ন !

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o หลายเดือนก่อน +7

    ৰিপ'ৰ্টাৰ বোৰ পাগল হ'ল। দুটকা প ইচাৰ কাৰণে পাগলামি কৰি নিউজ কৰে ।

  • @bhabanigogoihazarika1654
    @bhabanigogoihazarika1654 หลายเดือนก่อน +1

    মিছা কথাৰে views বঢ়োৱাৰ চেষ্টা কৰিব নেলাগে।এইবোৰ কথা কোনো ধেমালি নহয়। স্বনামধন্য পৰিয়াল এটাক এনেকুৱা পাতলিয়া মন্তব্যৰে উপলুঙা নকৰিব।

  • @nareswardas3473
    @nareswardas3473 หลายเดือนก่อน +1

    বাতৰি প্ৰচাৰক ডাঙৰীয়াৰ ৰঙা ঘৰৰ আলহী মন আছে !

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 15 วันที่ผ่านมา +1

    Best video.

  • @anjelbaruah7401
    @anjelbaruah7401 หลายเดือนก่อน

    শিৰোনামা দিব নাজান যদি নিদিবি।

  • @DibakarRay-x8q
    @DibakarRay-x8q หลายเดือนก่อน

    1Toka komabor karene misa koise, June video edit korise sudor Bhai.

  • @user-bi8zw7nv8w
    @user-bi8zw7nv8w หลายเดือนก่อน +1

    সা‍ংবাদিকটোক কৈছো,তই এনে ফাকি হেদলাইনেৰে বাতৰি দিয়াত কৈ খন চেলেকি থাকগৈ যা।

  • @anowara.begum23
    @anowara.begum23 หลายเดือนก่อน

    ভিউচ পাবৰ কাৰনে মিছাকৈ টামনেল কিয় দিয়ে🎉🎉 মিছা নিউজ

  • @TANMAY1011
    @TANMAY1011 หลายเดือนก่อน +1

    Misa news dibo nalage

  • @rinarajkumari7364
    @rinarajkumari7364 หลายเดือนก่อน

    Emage ধ্বংস কৰিবলৈ এচামে সুৰুঙা বিচাৰি য়ে থাকে।

  • @rupaliborthakur2491
    @rupaliborthakur2491 หลายเดือนก่อน +3

    এইটো কি ফটুৱা নিউজ দিছে ?

  • @bikashballavdevchoudhury7258
    @bikashballavdevchoudhury7258 หลายเดือนก่อน

    Ramen Da ghuri ahile neki?

  • @user-fy3hr4me4d
    @user-fy3hr4me4d หลายเดือนก่อน

    অসমত কিছুমান নিলাজ সাংবাদিক আছে। যি সকলে কেৱল মানুহৰ বেয়া ফালফালটোহে দেখা পায়।

  • @shamimakhter6409
    @shamimakhter6409 หลายเดือนก่อน

    Why u r fooling people. Ramen Da ghuri ahil buli. News tu ata completely different. Main kotha tu dekhuwai nai.

  • @anweshasarmah5993
    @anweshasarmah5993 หลายเดือนก่อน +1

    মিছা কথাৰে পইচা ঘটিব আহমদ। কাম নাই তোৰ

  • @pradipkumarkalita99
    @pradipkumarkalita99 หลายเดือนก่อน +1

    ফাল্টু বাতৰি পৰিৱেশন কৰা তথাকথিত নিউজ চেনেল পৰিবেশন কৰা ব্যক্তিক জেলত ভৰাই থব লাগে।

  • @hemantaborah3953
    @hemantaborah3953 หลายเดือนก่อน

    এই চাও সঞ্জীৱক এসেকা দিব লাগে ।

  • @RajibRabha-us3lu
    @RajibRabha-us3lu หลายเดือนก่อน

    অসভ্য কিয় মিছা কথা কোৱা ।

  • @parthaprotimchetia7687
    @parthaprotimchetia7687 หลายเดือนก่อน

    মিছা নিউজ দি খাম বুলি ভবাতকৈ ভিক্ষা কৰি খা

  • @bhaskarff8653
    @bhaskarff8653 หลายเดือนก่อน +1

    Misa koi vewers borhaiso nonsense

  • @dibeshvlogs2838
    @dibeshvlogs2838 หลายเดือนก่อน

    Enekua misa newsr headline dia channel burok report mari dibo lage raiz

  • @purnimagogoi4230
    @purnimagogoi4230 หลายเดือนก่อน +3

    তোৰ কাম নাই নেকি?

  • @BikiRongpi
    @BikiRongpi 29 วันที่ผ่านมา

    Channel উৰুৱাই দিম, উল্টা palta video kio diye nu

  • @bimalkumardeb2435
    @bimalkumardeb2435 25 วันที่ผ่านมา

    Sab thik ase kintu Ramenda kat..

  • @meghsankar5392
    @meghsankar5392 หลายเดือนก่อน

    একমাত্ৰ Views পাবৰ কাৰণে এনেধৰনৰ caption দি nonsenseগিৰি দেখাই লাজ লগা নাই নে?! ধিক এনে মানসিকতা

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx 20 วันที่ผ่านมา

    কাষত পালে ঘোচা মাৰি দিলোহে। কি হেড লাইন ? হা?

  • @anilburagohain3586
    @anilburagohain3586 หลายเดือนก่อน

    ভিউজ বহাবৰ কাৰণে এনেকৈ নিলিখিবি ঐ

  • @smritirekhahazarika2402
    @smritirekhahazarika2402 หลายเดือนก่อน +2

    মিছা কথা কোৱাৰ এটা সীমা আছে।

  • @WAVE-e9x
    @WAVE-e9x หลายเดือนก่อน

    Enai video kio likha ghuri ahil buli matha tu olop beya neki

  • @rupasaikia8568
    @rupasaikia8568 หลายเดือนก่อน

    Eitu kono news channel nhoi raij, aru e kono reporter o nhoi, e views pabole eibur faltumi kori thumbnail bnaise... Napai dei eibur koribole, tur ghr r kunuba gaeb holeo enedharanar thumnail bnai vdo dle tetiahe gom pbi kene lage😡

  • @anjanjyotisarma8734
    @anjanjyotisarma8734 หลายเดือนก่อน

    Misa kotha koi ase...faltu news portal

  • @hemantakrdas3609
    @hemantakrdas3609 หลายเดือนก่อน +3

    ভিতৰখন ফোপোলা! লেভেল দি লাভ নাই! ৰাইজে বুজিছে! তহত যে মুখা পিন্ধা ভদ্ৰলোক!

  • @ChandanBarman-wf1xq
    @ChandanBarman-wf1xq หลายเดือนก่อน

    সত্যক জানো কোনোবাই লুকাই ৰাখিব পাৰে্ ।

  • @DipakDas-qy6ij
    @DipakDas-qy6ij หลายเดือนก่อน +5

    বালখোৱা কত ৰমেন দা ঘৰলৈ ঘূৰি আহিল।খালী তহতক ভিউজ লাগে ।

  • @brishtiduwarah-fi2hs
    @brishtiduwarah-fi2hs หลายเดือนก่อน

    ত ই, মানুহক আভুৱা ভাবিছ,তোক কিহৰ বেতাবোলিম "চুৱৰ"ৰ??

  • @RajibRajkhowa-cm2jz
    @RajibRajkhowa-cm2jz หลายเดือนก่อน

    Misha mishi news nidiba

  • @prafullakalita7829
    @prafullakalita7829 หลายเดือนก่อน

    Great.femily.r
    .prati.okay.nathaka.loke.bhitori
    Bhitori.eirxakore

  • @GouriGogoi-yy5ib
    @GouriGogoi-yy5ib หลายเดือนก่อน +2

    Misa kotha bilak likhibo nalaga

  • @bedawotibora3467
    @bedawotibora3467 หลายเดือนก่อน +2

    এখন আদশ ঘৰ আছিল।বহুত বেয়া লাগিছে।

  • @Anamikaborah448
    @Anamikaborah448 หลายเดือนก่อน

    ৰমেন দা ঘৰলৈ ঘূৰি আহিল বুলি কিয় লিখা হল। ইমান মিছা নিউজ। ভিউজ পাবলৈ কিয় এনে বাতৰি প্ৰকাশ কৰে লাজ নালাগে নে

  • @ashokbarooah8026
    @ashokbarooah8026 หลายเดือนก่อน

    লাজ নাইকিয়া কুকুৰ বিলাকে আৰু কি বাতৰি দিব ।

  • @prabitachutia448
    @prabitachutia448 หลายเดือนก่อน

    বাতৰিৰ শিৰোনামাৰ লগত পিছৰখিনিৰ মিল নাই যে , কিমান আৰু একেখিনিকে শুনাই থাকে

  • @IndianBeauty2023
    @IndianBeauty2023 หลายเดือนก่อน

    মিছা কথা লিখা report krib lage a

  • @1mikon
    @1mikon หลายเดือนก่อน

    অসমীয়া সাংবাদিক বেছিভাগেই বৰ বেয়া।

  • @onlinebongaigaon6183
    @onlinebongaigaon6183 16 วันที่ผ่านมา

    Kun mokkel headlines ki disa ...toy bussines koribi ejon silpi niruddesh toy kela bussines

  • @samsulali4266
    @samsulali4266 หลายเดือนก่อน

    ই বোধয় পাগল নহলে মিডিয়াত মিছা লিখে নেকি

  • @dupitorakhaklari
    @dupitorakhaklari หลายเดือนก่อน

    Mojjjjjjjjjjjjja

  • @brajakumargogoi8019
    @brajakumargogoi8019 หลายเดือนก่อน

    Misa kotha di incom nokaribi

  • @RamenDas-b5k
    @RamenDas-b5k หลายเดือนก่อน

    হালধীয়া সাংবাদিকতা।চুৱৰৰ বাত্‌চা সাংবাদিক।

  • @monalishasonowal4856
    @monalishasonowal4856 หลายเดือนก่อน

    মিচলিয়া ইউটোবাৰ ইমান ডাঙৰ বাতৰি এটা প্ৰকাশ কৰিবলৈ কেনেকৈ সাহস হল

  • @rajakvloge6179
    @rajakvloge6179 หลายเดือนก่อน

    এইটো news আমিও চাইছো সেইদিনা। কিন্তুু ঘৰলৈ ঘুৰি আহিল বুলি কিয় লিখিছে ?

  • @gitashreedas5803
    @gitashreedas5803 หลายเดือนก่อน

    Misa report publish korile punishment jordar d Bo la ge,ami kiman utkonthat batsai asu.

  • @skylark13
    @skylark13 หลายเดือนก่อน

    আপোনালোক U tuber সকল শ্ৰেষ্ঠ মিছলীয়া।
    Head line এটা আৰু বাতৰি সম্পূৰ্ণ বেলেগ। কি ফাল্টু আপোনালোক? এনেকুৱা মিথ্যাচাৰ বন্ধ কৰক।

  • @nipennath2274
    @nipennath2274 หลายเดือนก่อน

    ইমান তললৈ যাব পাৰনে ! ফটুৱা । তোৰ ওপৰত আইনী ব্যৱস্থা এটা লোৱাৰ চিন্তা-চৰ্চা কৰিছোঁ ।

  • @SheemarooUmang
    @SheemarooUmang 20 วันที่ผ่านมา

    Views milne ke liye itna jutha news kyun????

  • @axomkolpa2817
    @axomkolpa2817 หลายเดือนก่อน

    Laj ni aibur faltu kotha likhibole.... Faltu news channel report this

  • @bandanabhuyan4881
    @bandanabhuyan4881 หลายเดือนก่อน

    Misa kotha kobo nalage..xokolue agrohere news tu porhise..tekhet kot guri ahil??

  • @DulenGogoi-o7p
    @DulenGogoi-o7p หลายเดือนก่อน

    TH-camr jank koichu micha news kichuman di nijre sanman nachta nokrib.

  • @onlinebongaigaon6183
    @onlinebongaigaon6183 16 วันที่ผ่านมา

    Muti dim mukhot vdo bonabo ahisa

  • @kamalapathak9271
    @kamalapathak9271 หลายเดือนก่อน

    Ki manasikotar !!!!!

  • @ranjitkumardas4705
    @ranjitkumardas4705 หลายเดือนก่อน

    Fake news kio biyopai??

  • @rupamraj3281
    @rupamraj3281 หลายเดือนก่อน

    হাই ৰে থামনেইল

  • @india1157
    @india1157 หลายเดือนก่อน +1

    আপুনি নিজৰ পৰিয়ালৰ ঐতিহ্য বুজি পায় কিন্তু নিজৰে ককায়েকৰ নিখোজ হোৱাৰ দৰে মৰ্মান্তিক কথাটো আৰৰ কাহিনী খিনি সাধাৰণ কথা বুলি কৈ নিজৰ কৃত্ৰিম ছবি খন সকলোকে দেখুৱাই দিলে বুলি গমেই নাপালে। আপুনি পূৰ্বতে Media সন্মুখত কোৱা কথাবোৰ ঢাকিবলৈ কিয় চেষ্টা কৰিছে সেইটো বাৰু বুজিছোঁ কিন্তু অলপ সৎ সাহস লগত ৰাখক

  • @jagadishpathak8439
    @jagadishpathak8439 หลายเดือนก่อน

    ফালতু ৰমেন দা কত ।মিচা কথা কৈ view লাগে।

  • @DigantaOzah-ub7zk
    @DigantaOzah-ub7zk หลายเดือนก่อน

    Fal5u😊

  • @prasanta68
    @prasanta68 หลายเดือนก่อน

    Faltu news nedekhuwabi

  • @mintusaikia4517
    @mintusaikia4517 หลายเดือนก่อน

    হেৰা,মিছা শিৰোনামা কিয় দিয়া।

  • @duluhazarika5832
    @duluhazarika5832 หลายเดือนก่อน

    Napai eibur koribo akhomor egoraki vl xilpi heraise dukh lagise amr lage tumaluke kifaltu korisa sobote dhemli nohy de nijr hole bujiba

  • @fahnidanasrinhazarika9064
    @fahnidanasrinhazarika9064 หลายเดือนก่อน

    TRP karone reporter bure ji ti koi thake

  • @pradiprabha5067
    @pradiprabha5067 หลายเดือนก่อน

    Futuwa News kam ni ru ehotor Ji pay take boki thake

  • @happyboy4579
    @happyboy4579 หลายเดือนก่อน

    Ki faltu news oi tau ahela buli koiso

  • @dhirajdutta8134
    @dhirajdutta8134 หลายเดือนก่อน

    ফাল্টু মিছা head line

  • @debajitpujari8068
    @debajitpujari8068 หลายเดือนก่อน

    Hosai manuh ejon herai goise ki miss kotha koise

  • @pranjitkalita3326
    @pranjitkalita3326 หลายเดือนก่อน

    Jadi konobai misa barati diye, tenehole channel to block Kori diba lage.

  • @bibikakoty9730
    @bibikakoty9730 หลายเดือนก่อน

    Kukur Kam nai news bonaiso?

  • @nizuskitchen5415
    @nizuskitchen5415 หลายเดือนก่อน

    Ki misa kotha koi TRP bisora manuh he