ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
পৰিয়ালৰ পৰা হেৰাই যোৱা মানুহ জনক এক অনন্য ৰূপত ঘূৰাই পোৱা দেখি ভাল লাগিছে। তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏
Apuni gharoloi ghuri ahar babe bohut bohut pranam jonalu. Vogobane vale rakhok🙏
তেওক স্বাগতম জনাইছো।ভাল লাগিল।যোৰহাটৰ পৰা ্
পিছে পাইছে নে মুক্তি! কোনেও নেপায় ,জন্ম ললে দুখ কষ্ট থাকেই আৰু থাকিব ই।স্বৰ্গ,মৰ্ত্য, পাতাল এই জীৱনৰ সংগী,এৰাব নোৱাৰাকৈ জড়িত।
মুক্তিৰ অৰ্থ জানো আপুনি ভালদৰে জানে
বৰ্তমান একেতৰ সতি-সন্তুতিয়ে সযতনে ৰাখে যেন !
I am seeing the video from jorhat 🎉🎉🎉
বহুত ভাল লাগিছে দৃশ্যপটটো দেখি।এইখিনিতে এটা ডাঙৰ কথা মোৰ স্বামীও নিৰুদেশ হ'ল। কিন্তু এতিয়া পয়ত্ৰিশ বছৰ হ'ল আজি লৈকে একো অনুসন্ধান পোৱা নাই।তেখেত ওভটি অহা বাবে ধন্যবাদ।
বিধাতাই কপালত লিখা খিনি কোনেও মচিব নোৱাৰে ।
I am seeing the Video from Pathsala
বহুত বহুত ধন্যবাদ থাকিল।
Bohut bohut abegik hoi gulu d..Vdo tu bhot val lagil..Mur ru soku pani ulai gol😢😢❤❤
জীৱনৰ অন্তিম উত্তৰ এটাই বুলি মই ভাবো মুক্তি
Bohut val lagil eiman dinor murot manhu jon ghuri aohar babe teur hudigho kamona korilu moi bordumsa hoi
🙏🙏....তেখেতক সেৱা জনাইছো।।
Val lagil video 🎉🎉🎉
Bhal lagil 🙏
Kopalor likhon khondabo nuyara
Apunak log pai val lagil thanks
Val val val bahut val katha 100 basar jiyai thakak
Oh God . Thanks .
Good step, god bless you
তেও কৈছে কপালত যিটো লিখা আছে সেইটোয়ে হব।
সঁচাকৈ এই বাক্য শাৰী বৰ ভাল লাগে । ....... যেতিয়া এই বাক্য শাৰী নিজে উপলব্ধি কৰা হয় তেতিয়া জীৱন বৰ অনুপম অনুপম লাগে......
Aponi gharaloi ghuri ahar babe bohut bohut pranam..........
ৰাতুল বহু বহু ধন্যবাদ ❤
Pious. Saint i proud / t n goswami dist, nagaon vill sutargaon ratanpur satra saliyabheti
দাদা বাবা জনৰ নাম তু কলে ভাল আচিল
ইতিহাস ৷ভাল লাগিল ৷
Bhal lagil
Thank you 🎉🎉
Video tu Sai dukh lagil 😭😭😭😭😭💗💖❤️💗💖💖👍👌
Good Nice
মুক্তি মৃত্যু প
aponar video sai val lagil daad
ৰাতুল মই যুগল হয়, বহুত বহুত আবেগিক হৈ গলো.....
Maha jogi aijon
Hare Krishna 🙏🙏 Guruji
তেওঁ কৈছে , কপালত যি লিখা আছে তাক বাধা দিবলৈ কোন সমৰ্থ হ'ব !!
❤❤❤❤আনন্দৰ মূহুৰ্তত চকুপানী ওলালে আমাৰ
Ki story aitu wah ki hundor
বাবা ক ধন্যবাদ জনালো
Namaskaar Baba ji
Delhit এনেকুৱা হেৰাই যোৱা বহুত আছে ।ইউটিউব ব্লগাৰ বিলাক দেশৰ বিভিন্ন জেগা বোৰৰ লগতে এই ঘৰৰ পৰা বিচ্ছিন্ন হোৱা মানুহ বোৰৰ সন্ধান Kori দিব পাৰিলে বোৰ ।মহান কাম হব
For long life
তপস্যা কৰি থাকিব দিব লাগিছিল | ভগৱান হয় এইজন
Baba🙏🏻🙏🏻🙏🏻
😮
কপালে যি লিখা আছে সেইয়ে হবো।
❤
সেৱা জনাইছো
"I am the way and the truth and the life No one comes to the father except through me." Gospel of John 14:6
👍
দাদা মোৰ মা ঘৰ ধেমাজি চিমেন চাপৰিত বিয়া হৈছো মৰানলৈ school khonor namtu jona hole vl lagil heten parile jonabo dei
কপালত যি লিখা আছে সেৱা হ'ব
বাবা ধন্যবাদ
তেখেতে কৈছে কপালত যি লিখা আছে সেইটো হে হব
Borta jnr bebohar tu bhut vl teu bhut vodra manuh buli gom pai . jug jug bosar jiyai bosar jiyai rakhe jate vogabne apunak
Bahut val lagil 😊😊 🍉🍌🍇🍓🥥🍑🥭🍡🛣️
কপলত যি লিখা আছে সেইটোয়েই হব!
🙏🙏🙏
তেওঁৰ, জিতু,শ্লোলোকতো,হেইতো ,ভাগ্য ত,জুতো,লিখা,আছে,হইতো,হব।
𝓓𝓪𝓭𝓪 𝓐𝓴𝓼𝓱𝓪𝓽 𝓰𝓾𝓹𝓽𝓪 𝓽𝓪𝓻 𝓵𝓰𝓾𝓽 𝓿𝓮𝓭𝓲𝓸𝓼 𝓫𝓸𝓷𝓪𝓫𝓪 𝓭𝓪𝓭𝓪❤
তেখেতে কোৱা কথাখাৰৰ তাৎপৰ্য ভাগ্য লিখন বুলিকৈছে
Tekhetok hewa jonaisu ,vogobane kopalot ji likhi pothiaise he2e hoise .sloktut aitue koise je vagowotot ji likha ase hetu kuneu khondabo nuware koise ...from nazira❤❤❤❤
আমাৰ ওচৰেই হয়
আমাৰো এজন ককাই ঘৰ এৰি গৈছে আজি ১৪ +১৫ বছৰ মান হ'ল
"Hey porisranta aru varakranto lokhokol, Mur usuroloi ahaa, Moi tumalukok jironi dim."the Bible
🙏
Monor kotha .kintu mukti pale ne .
Krishna Krishna provu ayai. Proman mane. jimanei. Nam nolowok. Kiyo. Bhogobanok. Kwnew. Dekha. Napai. Koli. Jugot. Krishna Krishna. Oporadh. Binaxono
কপালত যি লিখা থাকে তাকেই হবই
ॐॐॐॐॐ
Likha.aasil.kopalot ji kheyaei. Hol.from barapujia thank u
Slokor ortho hol bhagyat ji likha ase tak kone khandabo pare?
Amar koka
Oum pranum mahatma
❤❤❤😂
Krishna krishna
যিটোনেকি Ratul Jishu নাম মই তাৰ বিষয়েহে অলপ জানিব বিচাৰিলোঁ। প্ৰকৃততে এইয়া কাৰ নাম বাৰু। অকন ভাঙি-পাতি কৈ দিব নেকি ডাঙৰীয়া ? মানে Jishu নামটোৰ বাবেই মই শুধিছোঁ আৰু দেই বেয়া নাপব আকৌ শুধাৰ বাবে।ধন্যবাদ।
Kopalot ji likha ase heiyaihobo heibuli janu.
Kopalot ji aase
কপালৰ লিখন খণ্ডন নহয়।
KAPALATJILIKHAASE HABAI,
Bhagyat ji aase kuneu khandaba nure
কপালৰ লিখন খন্দাবো কোনে
চকলো নিগৰি ল ৰাখিব নোৱাৰি লোক
কপালত যি লিখা থাকে সেই খিনি ঘটিবই
D😢
😂kopalat jito likha thake seitowe hai
Ai borha pagol mental hospital tezpur t loyjuwa
Parnnm
Vogobane ji kore vogobanor Lila.
এতিয়া আহি লাভ নাই কি ভাল কাম কৰিলো
Pal lag il baba huni
Dyrreaet😢
Likhitam oopi lalate punjibhutaha ka shamartha,orthat kopalor likhan Kune khandaba
Teketok heoah jonaisu
Koli jugot hori namehe mukti pay
Kapalot je likhesa saia hay
Teo utorto kopalor likhon buli koise
Bhagyar likhan nohai khandan
Teo aitoke bujaise je kapalat gi l likha ase xetoke bujaise
পৰিয়ালৰ পৰা হেৰাই যোৱা মানুহ জনক এক অনন্য ৰূপত ঘূৰাই পোৱা দেখি ভাল লাগিছে। তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏
Apuni gharoloi ghuri ahar babe bohut bohut pranam jonalu. Vogobane vale rakhok🙏
তেওক স্বাগতম জনাইছো।ভাল লাগিল।যোৰহাটৰ পৰা ্
পিছে পাইছে নে মুক্তি! কোনেও নেপায় ,জন্ম ললে দুখ কষ্ট থাকেই আৰু থাকিব ই।স্বৰ্গ,মৰ্ত্য, পাতাল এই জীৱনৰ সংগী,এৰাব নোৱাৰাকৈ জড়িত।
মুক্তিৰ অৰ্থ জানো আপুনি ভালদৰে জানে
বৰ্তমান একেতৰ সতি-সন্তুতিয়ে সযতনে ৰাখে যেন !
I am seeing the video from jorhat 🎉🎉🎉
বহুত ভাল লাগিছে দৃশ্যপটটো দেখি।এইখিনিতে এটা ডাঙৰ কথা মোৰ স্বামীও নিৰুদেশ হ'ল। কিন্তু এতিয়া পয়ত্ৰিশ বছৰ হ'ল আজি লৈকে একো অনুসন্ধান পোৱা নাই।তেখেত ওভটি অহা বাবে ধন্যবাদ।
বিধাতাই কপালত লিখা খিনি কোনেও মচিব নোৱাৰে ।
I am seeing the Video from Pathsala
বহুত বহুত ধন্যবাদ থাকিল।
Bohut bohut abegik hoi gulu d..
Vdo tu bhot val lagil..
Mur ru soku pani ulai gol😢😢❤❤