সংখ্যালঘু লোকসকলক সাম্প্ৰদায়িক আখ্যা দি উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 7

  • @jitubarman6162
    @jitubarman6162 6 หลายเดือนก่อน

    এইদৰে চিঞৰীব লাগিছিল উন্নয়নৰ কথা ৷ বন্ধ হৈ থকা উদ্যোগ সমুহ পুনৰজীবিত কৰাৰ কথা ৷ কংগ্ৰেছৰ দিনৰ কথা কলে কি হ’ব এজাক বৰষুণ দিলেই আপোনাৰ মহানগৰীত মানুহ ওলাব নোৱাৰি গতিকে তেতিয়া যি আছিল আজিও সেই একেই আচলতে লাজ সচাকৈয়ে নাই ৷

  • @jonoyt8991
    @jonoyt8991 6 หลายเดือนก่อน +1

    আৰু মামাই সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে।তুমি আচল বিজেপি নোহোৱা নকল বিজেপি মোদিৰ বাপেৰ টকা নিদিয়ে চৰকাৰী টকাৰে দিয়ে। চৰকাৰক হিন্দু মুছলমান সকলোৱে tax দিয়ে। তৰুণ গগৈ দেৱে কৈছিল তুমি ৪২০ কথাটো ১০০% সঁচা।তুমি এজন ক্ষমতালোভী মানুহ তুমি বিজেপিৰো আপোন নোহোৱা congressৰো আপোন নোহোৱা।

  • @arunkumar-tp6fb
    @arunkumar-tp6fb 6 หลายเดือนก่อน +1

    Hosa

  • @mampy10
    @mampy10 6 หลายเดือนก่อน +1

    Misa kole ki dal hobo ktha to xsa a koise😂

  • @Das-y5f
    @Das-y5f 6 หลายเดือนก่อน

    🎉