অসমীয়া ভাষা বিদ্বেষ নে অবিবেচকী সিদ্ধান্ত, চৰকাৰী বিদ্যালয়ত ইংৰাজী কিয়? | আজিৰ প্ৰশ্ন

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ค. 2022
  • কাৰ ভুল- প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণা নে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত?
    গণিত-বিজ্ঞানৰ শিক্ষা ইংৰাজীত কিয়?
    অসমীয়া ভাষা বিদ্বেষী নেকি হিমন্ত বিশ্ব শৰ্মা?
    ‘আজিৰ প্ৰশ্ন’ শিক্ষাবিদ বসন্ত ডেকাৰ সৈতে অনিৰ্বাণ পাঠক
    The Assam cabinet has approved the proposal for introduction of dual medium of instruction in state-run schools.
    This new policy of the Assam education department will be applicable for classes 6 to 12 in state-run schools.
    #assamcabinet #himantabiswasarma #govtofassam #govtschool
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

ความคิดเห็น • 92

  • @guptasarmah8949
    @guptasarmah8949 2 ปีที่แล้ว +16

    হিমন্ত বিশ্ব শৰ্মা মহম্মদ বিন টোঘলকৰ দ্বিতীয় সংস্কৰণ।

  • @Hemanta826
    @Hemanta826 2 ปีที่แล้ว +3

    ছাৰ, আপোনাৰ কথাবোৰ সঁচাই যুক্তিপূৰ্ণ। বহুদিনৰ মূৰত আপোনাক দেখা পালোঁ। ভাল লাগিল ।

  • @munindoley5195
    @munindoley5195 2 ปีที่แล้ว +4

    ডঃ বসন্ত ডেকা ডাঙৰীয়াই অতি গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী বক্তব্য অতি সুন্দৰ ভাবে ওপ স্থাপন কৰিছে । অতি স্পষ্ট আৰু সৰলভাৱে কথাবোৰ বুজাই কোৱা বাবে ৰাইজে ভাল দৰে
    বিষয় টো অনুধাৱন কৰিবলৈ সক্ষম হব ।
    তেখেতলৈ আমাৰ ধন্যবাদ থাকিল ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 ปีที่แล้ว +10

    এই মহাশয় জনে প্ৰকৃততে অতিশয় ভাল কথা কৈছে। তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।এনে ব্যক্তিসকল প্ৰকৃততে শিক্ষিত।

  • @atulmurari4955
    @atulmurari4955 2 ปีที่แล้ว +13

    অকল ভাষাতেই নহয়, অন্য বহু দিশত নিজ ইচ্ছামতে যি মন যায় তাকে কৰিবলৈ লৈছে।

  • @tankswargohain6701
    @tankswargohain6701 ปีที่แล้ว +3

    চৰকাৰী বিদ্যালয়ত দুখীয়া ছাত্ৰ ছাত্ৰী সকলেহে পঢ়ে। গতিকে চৰকাৰক উপদেশ দিয়া সকলে চৰকাৰী বিদ্যালয়ৰ সমুহৰ উন্নতিৰ পৰামশ দিয়া উচিত। কেৱল চৰকাৰক তোষামোদ কৰাতে ব্যস্ত হৈ থাকিব নালাগে।

  • @manjusaharia857
    @manjusaharia857 2 ปีที่แล้ว +9

    আমাৰ শিক্ষা মন্ত্ৰী ইমান দায়িত্বহীন। তেওঁ এলপি স্কুল ত েয বিজ্ঞান বিষয় টো নাই তাকো না জানে। গতিকে আমাৰ শিক্ষা কোন দিকে গতি কৰিছে।।

  • @manjugohain6786
    @manjugohain6786 2 ปีที่แล้ว +3

    ধন্যবাদ ছাৰ । আপুনি যিবিলাক উপদেশ দিছে সেয়া বহুতো গুৰুত্ব পূৰ্ণ । অসমীয়া ভাষাৰ প্ৰতি চৰকাৰে পুণৰ বিবেচনা কৰক ।

  • @girishbania8260
    @girishbania8260 2 ปีที่แล้ว +11

    হিমন্ত‍ই নিজকে বিদগ্ধ পণ্ডিত বুলি ভাৱে ।তেওঁৰ superiority complex আছে ।সেই বাবে কোনো বিদ্যত মহলত আলোচনা
    নকৰাকৈ এনে সিদ্ধান্ত লয় ।সব জান্তা ভগৱান ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 ปีที่แล้ว +9

    এইবিলাক জলন্ত সমস্যা বোৰ তল পেলাবলৈ কৰা অপচেষ্টা বুলি কব পাৰি।

  • @pranabbarman9255
    @pranabbarman9255 2 ปีที่แล้ว +13

    অসমত অসমীয়া ভাষাকেই প্ৰাধান্য দিব লাগে...আৰু সকলো বিষয় অসমীয়াতেই শিক্ষা গ্ৰহনৰ দীৰ্ঘম্যাদী ব্যৱস্হা অসমীয়াই লোক সকলেই লবৰ হল...অন্যথা ক্ৰমান্বয়ে অসমীয়া ভাষাটো এলাগী হব

  • @khalilurrahman847
    @khalilurrahman847 2 ปีที่แล้ว +3

    ১০ বছৰ মান পিছত অসমৰ শিক্ষা ব্যৱস্থা টোৱে বেবেৰিবাং হৈ পৰিব যেন হে পাইছোঁ।

  • @DebojitkrboraBora
    @DebojitkrboraBora 6 หลายเดือนก่อน

    ।।খুউৱ ধুনীয়া উপযোগী মনোগ্ৰাহী মন্তব্যৰ আলোচনা হৈছে।।

  • @gagandeka4188
    @gagandeka4188 2 ปีที่แล้ว +8

    Veri good sar

  • @gapalsaikia9491
    @gapalsaikia9491 2 ปีที่แล้ว +6

    Very good sir

  • @fixon7230
    @fixon7230 2 ปีที่แล้ว +12

    বহুত ভাল লাগিল আপোনাৰ অনুষ্ঠানটো!!!👍👍👍

  • @aminakhatun6018
    @aminakhatun6018 2 ปีที่แล้ว +5

    Sir, it's attempt to murder of Assamese language , I am proud of to be an Assamese, we should always try to improve and broadcast our mother language by making it only official language and all signboards in Assam.

  • @jray2821
    @jray2821 ปีที่แล้ว +1

    Thank you sir you are right.. God bless you

  • @ranjitbora734
    @ranjitbora734 2 ปีที่แล้ว +4

    টোঘলকী নিতি। অসম শেষ কৰিহে এৰিব।

  • @bagoulla2442
    @bagoulla2442 2 ปีที่แล้ว +1

    আমি বোৰে তেনেদৰে ইংৰাজী নাজানো ঠিক তেনেদৰেই ইংলেণ্ডৰ মানুহবোৰেও অসমীয়া ভাষা নাজানে । অসমীয়া ভাষা শক্তিশালী ভাষা ; অসমৰ অৰণ্য মানৱ মাননীয় মাধৱ পায়েং দেৱে বিশ্বদৰবাৰত গৈ অসমীয়া ভাষাতেই ভাষণ দিছিলে গৈ ।

  • @darpankonwar598
    @darpankonwar598 ปีที่แล้ว +1

    Sir🙏🙏🙏🙏👍👍👍

  • @bolenrajbongshi2895
    @bolenrajbongshi2895 2 ปีที่แล้ว +2

    Thank you sir

  • @juthikapatowary9077
    @juthikapatowary9077 2 ปีที่แล้ว +3

    ঠিক কথা কৈছে ছাৰ!

  • @gaganrajbangshi9437
    @gaganrajbangshi9437 2 ปีที่แล้ว +2

    Right adevyc ..🙏🙏🥰

  • @nitulgogoi9260
    @nitulgogoi9260 ปีที่แล้ว

    Bahut val kotha koise aei sar jane

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 ปีที่แล้ว +2

    Majority of students are weak in Maths and Science in Assam.Me as a science student faced difficulty in understanding English words in science and Maths where no benefits is seen from recapturing Assamese alternative words .So in my opinion the new system will go towards benefits not in deficit .It useless to use old tools rather application of wide spheres English Language .

  • @amarjyotidoley2924
    @amarjyotidoley2924 2 ปีที่แล้ว +2

    Yes sir

  • @BabulPegu-lb7vg
    @BabulPegu-lb7vg 8 หลายเดือนก่อน

    Thanks

  • @mridulkumarrabha892
    @mridulkumarrabha892 2 ปีที่แล้ว +2

    Good

  • @bikug1610
    @bikug1610 2 ปีที่แล้ว +1

    Great person ❤️

  • @rupalidas2733
    @rupalidas2733 2 ปีที่แล้ว

    মই তোমাৰ অনুষ্ঠানটো ভাল পাওঁ খুব ভাল ছাৰ। 👍👍👍👍

  • @ilovemybharatdesh5697
    @ilovemybharatdesh5697 2 ปีที่แล้ว

    Well said.Assamese should be conscious. It is the time to identify the culprit of Assamese community.

  • @TC-nn6sn
    @TC-nn6sn 2 ปีที่แล้ว +2

    Tripuri hokolor nisina koriboloi goise neki

  • @Nichannip
    @Nichannip 2 ปีที่แล้ว +1

    Amar MLA 😂😂😂 amar minister 😂😂😂😂 Amazing 🔥🔥🔥🔥

  • @mintusaikia8875
    @mintusaikia8875 2 ปีที่แล้ว

    আচলতে অসমীয়া বুলি ফুটনি মাৰি মাৰি আমিবোৰ শেষ হৈ গলো। সেই কাৰণে অসমৰ গুণী জ্ঞানী ব্যক্তি সকলে ভাবি চোৱাৰ সময় আহি পৰিছে, নহলে পিছৰ প্ৰজন্মই চকুলো টোকিব লাগিব। চৰকাৰে যি সিদ্ধান্ত লৈছে , এয়া আদৰণিয়া ।

  • @lakheswarborah3046
    @lakheswarborah3046 6 หลายเดือนก่อน

    এই সাক্ষাতকাৰত ডেকা চাৰে যি খিনি অভিমত ব্যক্ত কৰিলে তাক মই সম্পুৰ্ণ শুদ্ধ বুলি বিবেচনা কৰিছোঁ , আৰু লগতে মই তেখেতলৈ সেৱা জনাইছোঁ ।

  • @naturediscovery5640
    @naturediscovery5640 2 ปีที่แล้ว +6

    এখেতৰ ঘৰৰ লৰা ছোৱালী বোৰ কত পঢ়ে কিয় নুশুধিলি 😡

    • @juthikapatowary9077
      @juthikapatowary9077 2 ปีที่แล้ว

      ছাৰৰ একমাত্ৰ ল'ৰাই অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্তু পৰীক্ষাত স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল

  • @sansumaboro5593
    @sansumaboro5593 2 ปีที่แล้ว +2

    AAP jindabad.... BJP murdabad

  • @karunadas4347
    @karunadas4347 2 ปีที่แล้ว

    নিজৰ ৰাজ্যখনত নিজাৰ মাতৃ ভাষাটো চৰকাৰি, বেচৰকাৰি সকলো অনুষ্ঠান , প্ৰতিষ্ঠানত প্ৰজোয্য কৰিব নোৱাৰি নেকি? আৰু নিজৰ ভাষা ,সংস্কৃতিক বিশ্ববাসিৰ প্ৰতি আকৰ্ষণ কৰাব নোৱাৰি নে ? যেনেকৈ আমি আনৰ ভাষা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হও

  • @bijoyhandique1035
    @bijoyhandique1035 2 ปีที่แล้ว +2

    Bjp minister monti keyjan England r pora ahise neki??? Aikeyjan

  • @nareswarramchiary276
    @nareswarramchiary276 ปีที่แล้ว

    Future planning for privatisation of government schools..

  • @nkdas7082
    @nkdas7082 2 ปีที่แล้ว

    school level Assamese medium is best for any subject but college level(+2+3) English medium is best.

  • @chandramachiring9089
    @chandramachiring9089 ปีที่แล้ว

    English medium t pohabo thikai ase, student r karone val. Kintu tar logota Assamese tu compulsory korebo laga tatea nejor vakha tu jeai thakibo . Amar CM kisuman khetrot assam r babe mughal bilakor dore kaam kore ase. Aitu in future assam r karone bipod nomai anibo

  • @hirenmohan8200
    @hirenmohan8200 2 ปีที่แล้ว

    পৰিৱেশ অধ্যয়ন ৰ পৰিবৰ্তে ভূগোল আৰু বিজ্ঞান প্ৰৱৰ্ত্তন কৰাৰ কথাও ভবা হৈছে বুলি ঘোষণা কৰিছিল নেকি? গতিকে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত বিজ্ঞানৰ কথা কবলৈ যাওঁতে আজিৰ তাৰিখ ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী ৰ কথা কৈছিল জানো ?এই সাক্ষাতকাৰ চোৱাৰ পাছত confused.হৈছো । ইংৰাজী শব্দ প্ৰয়োগ কৰাৰ কাৰনে দুঃখিত।

  • @durgeswarphukan8498
    @durgeswarphukan8498 2 ปีที่แล้ว

    মাতৃভাষাহে মাধ্যম হব লাগে।

  • @bipinch.thakuria2368
    @bipinch.thakuria2368 2 ปีที่แล้ว

    এইখন চৰকাৰে অসমীয়া ভাষা আৰু জাতিটোক লাহে লাহে ধ্বংসৰ মুখলৈ ঠেলি আছে । বসন্ত চাৰে কোৱা কথাখিনি সচা। অসমীয়া ভাষী অসমীয়া আৰু অসম ষড়যন্ত্রৰ বলি হব নেকি বাৰু?

  • @ashimboruah5261
    @ashimboruah5261 2 ปีที่แล้ว

    Hikkhok hokolor logot kiyo alusona koribo, karon asomiya hikkhok hokolok otorai bohi raijyar pora teacher aani asomot hongsthapon dibo, asomiya jati hekh kora ata horojontro hoi,

  • @rgrg5472
    @rgrg5472 ปีที่แล้ว

    নিজৰ লগতে জাতিটোক জহন্নাম নিব'লৈ চিন্তা কৰিছে-

  • @prabhatteron5807
    @prabhatteron5807 2 ปีที่แล้ว

    Dhoni bhahai kintu bohut horojontro Kori horu horu bhaha burok mrityur gorahloy theli jaboloy dhorise. Hongskrit bhahatu eta udahoron.

  • @boidyasonowal4521
    @boidyasonowal4521 2 ปีที่แล้ว

    B J. P Cam nai

  • @moniramdas4569
    @moniramdas4569 ปีที่แล้ว

    Priya northeast channelt Shradhar Dr Basanta Dekadeve Assamiya bidyalayat matribhakha assamiya badhyataamulak haba lage buli kowato samaiupajugi haise, matribhakha jugedihe jikono bisayat bojat ati sahaj hai.

  • @dityagogoi8640
    @dityagogoi8640 2 ปีที่แล้ว +3

    আজি অসমৰ অসমীয়া সকলে, ইংৰাজী ভাষাতো বিদেশী ভাষা বুলি, গ্ৰহন নকৰে, কিন্তু ধনী শিক্ষিত সকলে, আগৰ পৰাই ভিতৰি ভিতৰি ইংৰাজী মাধ্যমত পঢ়াই, কিন্তু দুখীয়া সকলে, টকাৰ অভাৱত অসমীয়াৰ মাধ্যমত পঢ়ি , চাকৰি পাবৰ নোৱাৰে, অফিচালি ক্ষেত্ৰত ইংৰাজী নহলেই নহয় । অসমীয়া এজন ব্যক্তিয়ে, বিদেশত কৰ্ণাটকৰ ৰাজ্যত ইংৰাজীত কব নাজানিলে, যিকোনো চাকৰি পাব নোৱাৰে । অসমলৈ বৃটিছ সকলে আহি, ইংৰাজী ভাষাটো দি থৈ গৈ, ভাল কৰিছিল, কিন্তু মানুহে গ্ৰহণ নকলে । আৰু ভাল গ্যানৰ কথা, জানিবলগীয়া অৰ্থ পূৰ্ণ কথা ইংৰাজীতহে ছপা হয়, আৰু ভাল গন্ঠকাৰ লিখক সকলে লিখা কিতাপ পোৱা যায় ।
    ইংৰাজীৰ মাধ্যমত মেট্ৰিক পাছ নকৰিলেও,বিদেশত কোম্পানীৰ সৰু চাকৰি পাই । কিন্ত অসমীয়াত মাধ্যমত পাছ কৰিলে, পাব জানো ? আমাৰ গুৱাহাটীত চাকৰি বিচাৰি গলে, এইটো কি বুৰ্বক আহিল বুলি কব ।

    • @priyamtaye7930
      @priyamtaye7930 2 ปีที่แล้ว

      💯% true

    • @srigunajitsharma8282
      @srigunajitsharma8282 2 ปีที่แล้ว

      100% ,☑️

    • @guptasarmah8949
      @guptasarmah8949 2 ปีที่แล้ว +1

      তোমাৰ হয়তো জ্ঞানৰ পৰিসৰ তেনেই সীমিত। নহ'লে হয়তো এনে বেবেৰিবাং কথা নকলাহেতেঁন। তুমি হয়তো নাজানা বিশ্ব দৰবাৰত দপদপাই থকা প্ৰায় ৯০% অধিক অসমীয়া লোক অসমীয়া মাধ্যমত পঢ়া। উদাহৰণস্বৰূপে ড:দিলীপ কুমাৰ দত্ত আমেৰিকাৰ দৰে এখন উন্নত দেশৰ Universityৰ Mathematics ৰ Head, অসমীয়া মাধ্যমত পঢ়া ছাত্রই ইংলেণ্ডৰ Cambridge University ৰ সৰ্বোচ্চ সন্মান
      Ranglar লাভ কৰি খ্যাতি অৰ্জন কৰিছে। বিভিন্ন দেশৰ উচ্চাসন দখল কৰা সৰহ সংখ্যাকে অসমৰ পৰা অসমীয়া মাধ্যমত পঢ়ি যোৱা লোক। নাচিব নাজানি চোতালত বেকা বুলি কোৱা কথা। শিক্ষাৰ কেৰোণ হৈছে চৰকাৰৰ ভুল শিক্ষা নীতি। বিশেষকৈ সৰ্বশিক্ষা প্ৰৱৰ্তন কৰাৰ পৰা প্ৰাথমিক পৰ্যায়তে ছাত্র-ছাত্ৰী সকলক কলিতে মোহাৰি মষিমূৰ কৰি পেলোৱা হ'ল। সৰ্বশিক্ষা নহৈ যেন চৰকাৰে সৰ্বনাশৰ শিক্ষাহে প্ৰৱৰ্তন কৰিলে।

    • @prashantahira3310
      @prashantahira3310 ปีที่แล้ว

      গ‍্যান মানে কি?

    • @prashantahira3310
      @prashantahira3310 ปีที่แล้ว

      গন্ঠকাৰ মানে কি?

  • @syedforidhussain90
    @syedforidhussain90 ปีที่แล้ว

    Karan he bengali tak bengali bhaba lage ?

  • @paramanandabora1047
    @paramanandabora1047 ปีที่แล้ว

    Himanta Biswa Sarma is neither a
    linguist nor has any quality to decide to
    to decide on the medium of education.
    in schools.He is a politician and an expert in the fall of non BJP government and motivate non BJP MLAS to join BJP party.. There are
    many reputed Assamese scholars
    eligible for deciding whether in schools
    Assamese or English is better for medium of instruction..In this regard
    people of Assam will be happy if our
    CM keeps himself absolutely silent in
    this regard..

  • @pranjitnath3659
    @pranjitnath3659 2 ปีที่แล้ว

    Knowledge lesslecture

  • @shailendrasaikia5748
    @shailendrasaikia5748 2 ปีที่แล้ว

    Mur usore pajorei dekhisu jibur Lora suwali Lp Up class English medium school t pohise hei Lora suwali bure Assamese tu vaal dore najane najane heitu baadei english tu vaal dore najane. Maane duiuta language ai aporipakka . usorore Assamese mediumt porha ajon Lorak xudhile toporai answer tu dibo paare.

  • @indreswarnarzari1938
    @indreswarnarzari1938 2 ปีที่แล้ว

    Nijor bhakhate bujinapai aru English

  • @TC-nn6sn
    @TC-nn6sn 2 ปีที่แล้ว

    Sir aibur pabot goja bostu he

  • @stargaming5507
    @stargaming5507 2 ปีที่แล้ว

    আপোনাৰ লৰা ছোৱালী কি মিডিয়ামত পঢ়ি ছিল চাৰ

  • @nitulgogoi9260
    @nitulgogoi9260 ปีที่แล้ว

    Bahmon pondidt nahole ki habo tilinga bojai thagilu thagilu kuwa he teour

  • @shivshankar-os3wd
    @shivshankar-os3wd ปีที่แล้ว

    Yat laj pabole eku nai ji korise bhale korise...apunar nati Lora suali kun medium t pohe???Nijor Lora suali agbahi jaok ru Gaon r dukhiya Lora suali roi jaok ...this type of so called budhijibi will literally ruin the future of our Assamese medium student

  • @TC-nn6sn
    @TC-nn6sn 2 ปีที่แล้ว

    Dr Engineer IAS .r prokupot atyar pora Assamot hadharon manuh thakiboi nuwariba Khetiyok mastor Aiburok sage ujotiai loi jaba

  • @nitulgogoi9260
    @nitulgogoi9260 ปีที่แล้ว

    Himonta ajnon pondite hoi teou a

  • @susenchetia1551
    @susenchetia1551 ปีที่แล้ว

    Purbote.okhomoloi.oha.Bodon.otkoiu.Jongli.aei.BJP.Sorkar.neta.aru.Sala.Samunda.ondho.Vokto.bur.kio.eman.nilaj..bujike.pua.nai.kio.eman.Jati.Prem.nai.Vakha.birudhi.histasar.nojona.neta.burok.father.mother.a.ki.hikale.baru

  • @pabindas6525
    @pabindas6525 2 ปีที่แล้ว

    Apunar Kathar babe Moi 100/ person samarthan kariso matri vasak alagi karato murkhar sin

  • @PrakashKumar-rj8yb
    @PrakashKumar-rj8yb 2 ปีที่แล้ว +1

    BJP100%2026%

  • @gogoibaba8799
    @gogoibaba8799 2 ปีที่แล้ว

    Apuni ki nejane Assamese language tu banglaadeshi language buli eman din goru asili atya to manu hobo hik emn poheli hikili mathat akua nai naki. Assamese language kuna hudhe tur Bangladesh aru WEST-BENGAL bahere Chal hata sale Assamese language. Nagaland, manipur, mizoram, meghaalay, arunacala ai bur state students agot amr nejore theo hobo laj lage Hehotau jane Assamese language ata Bangladeshi language buli 😳😳😳.

  • @pranjitnath3659
    @pranjitnath3659 2 ปีที่แล้ว

    English najana kaitak sikai dino na he

  • @srigunajitsharma8282
    @srigunajitsharma8282 2 ปีที่แล้ว

    Time solani hol ,xo sarkare vll sindhanto loise .rajnite kori kotha nokai students bilakor kot lvv hoi seitu sokale vabi kuwa2 vll

  • @pranjitnath3659
    @pranjitnath3659 2 ปีที่แล้ว

    Mok english sika heaa

  • @srigunajitsharma8282
    @srigunajitsharma8282 2 ปีที่แล้ว

    Aamar dukhiya manuh bore 40% sarkari sakori apply koribo logat pore ,tar pisat jodi sakori2 Nepai kheti kora ,thela soluwa,dokan dia ,gulami khota kotha vabibo logat pore ,ayborar karon 1ta a ,amar language knowledge Assamese ,😂😂,jihe2 ami vll koi kotha kob a nejanu hb aru

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 2 ปีที่แล้ว

    *এইটো এটা মহা বুবক? চৰকাৰৰ সিদ্ধান্ত যথেষ্ট আদৰণীয়। চহৰৰ সকলো বিদ্যালয় ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন কৰিব লাগে। আজিকালি গাঁৱৰ ৰাইজেও চৰকাৰী বিদ্যালয়ত নিজৰ লৰা ছোৱালী পঢ়ুৱাবলৈ অপৰাগ, কেতিয়াবা উপায় নাই কাৰণেহে চৰকাৰী বিদ্যালয়ত নিজৰ লৰা ছোৱালীক নামভৰ্তি কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত অসমৰ লৰা ছোৱালীয়ে শিকিব পাৰিব। উদাহৰণ স্বৰূপে:- বিজ্ঞান ইংৰাজীত আৰু ভোগোল আৰু বুৰঞ্জী অসমীয়াত। আজিকালি প্ৰায় বোৰ নামভৰ্তি পৰীক্ষা ইংৰাজীত হয়। All India Medical Entrance আদি। বেচৰকাৰী আৰু চৰকাৰী কাৰ্য্যালয়ত ইংৰাজী ব‍্যৱহাৰ হয়।*

    • @nirondoley917
      @nirondoley917 2 ปีที่แล้ว

      Sorkari schoolot kyo raije oporag

  • @suhaibboss329
    @suhaibboss329 ปีที่แล้ว

    Thanks

  • @ronjitbasumatary1908
    @ronjitbasumatary1908 2 ปีที่แล้ว +1

    Good sir