All Times Hits of Jitul Sonowal Vol. I

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.พ. 2025

ความคิดเห็น • 797

  • @assamesegoldencollections6639
    @assamesegoldencollections6639  6 ปีที่แล้ว +179

    Please subscribe (free) the channel for beautiful collections
    th-cam.com/channels/N-llGwEjDYz0aO8cYXSpyQ.html?view_as=subscriber

    • @babugogoi5126
      @babugogoi5126 5 ปีที่แล้ว +15

      Assamese Golden Collections b

    • @ashisbora5314
      @ashisbora5314 4 ปีที่แล้ว +12

      Volume I , r pisot aru volume ase jodi ,dibo...please

    • @pktaye4081
      @pktaye4081 4 ปีที่แล้ว +2

      Nice for future.

    • @pktaye4081
      @pktaye4081 4 ปีที่แล้ว

      @@babugogoi5126 keep up it for future generation records and development

    • @pktaye4081
      @pktaye4081 4 ปีที่แล้ว +2

      @@ashisbora5314 krishti hol apun homajor chinakir bathkatia. Apunar hadhanai axomia jatir unnatit harihana jugauok.

  • @manashpratimpatar4810
    @manashpratimpatar4810 5 ปีที่แล้ว +104

    জিতুল সোনোৱাল ....নামেই যাৰ পৰিচয় ৷ আামিবোৰ জিতুল দাৰ গান শুনি শুনিয়েই ডাঙৰ হ’লো ৷ He is a true Rockstar... A Legend of modern assamese songs....হয়তো সকলোৰে মনত আছে ...সেই দিনবোৰত জিতুল সোনোৱালৰ গীতৰ বাবেই অসমীয়া কেছেটৰ ইণ্ডাষ্ট্ৰী আৰ্থিকভাবে টনকিয়াল হৈ উঠিছিল ৷ Love You & You are My altime favorite.

    • @ramuroy8078
      @ramuroy8078 3 ปีที่แล้ว +2

      thik kotha Jitul,Bijoy Luna,Snadhya,.....

    • @auralife1500
      @auralife1500 3 ปีที่แล้ว

      Budhe hogaye tumlog

    • @jayantanath2011
      @jayantanath2011 3 ปีที่แล้ว +1

      Jitul moro ejan anyatam all-time super favourite. He should start singing again.

    • @arunimadevi4577
      @arunimadevi4577 2 ปีที่แล้ว +1

      সচা কথা

    • @boradavlogs343
      @boradavlogs343 ปีที่แล้ว +1

      90 kids are like here

  • @pallabimorang7757
    @pallabimorang7757 5 ปีที่แล้ว +141

    কি শব্দ,কি সুৰ,কি কণ্ঠ.......কি গভীৰতা...কি বেদনা....চিৰযুগমীয়া গীত...

    • @mrinalchetia3873
      @mrinalchetia3873 3 ปีที่แล้ว +3

      😪😪😪

    • @dulumonirajbongshi9253
      @dulumonirajbongshi9253 ปีที่แล้ว

      সুন্দৰ কন্ঠ, সুন্দৰ গীত চিৰযুগমিয়া

  • @phuleshwarikalita8018
    @phuleshwarikalita8018 5 ปีที่แล้ว +89

    আপোনাৰ গান বহুত ভাল পাওঁ ।ছোৱালী অবস্থাত এইবোৰ গান চিঞৰি চিঞৰি গাইছিলো।তেতিয়া মই ভাবিছিলোঁ যে মই মোৰ সন্তানক গান শিকাম ।

    • @aparajitlalmazumdar7983
      @aparajitlalmazumdar7983 4 ปีที่แล้ว

      i Nice

    • @mukuldas2884
      @mukuldas2884 4 ปีที่แล้ว

      Dhuniya

    • @ramdhenu5399
      @ramdhenu5399 3 ปีที่แล้ว +1

      ভন্তী, পিচে তোমাৰ মৰমৰ সন্তানক গান শিকালানে গম নাপালোঁ।
      বহুত ধন্যবাদ।

    • @BontilaskarBontilaskar
      @BontilaskarBontilaskar 5 หลายเดือนก่อน

      Etya reel hikay noo

  • @jugalsarmah5574
    @jugalsarmah5574 4 ปีที่แล้ว +74

    শিশু জিতুল সোনোৱালে বিহু মঞ্চত গীত গোৱাৰ পৰা যুৱক জিতুল সোনোৱালে কেচেটত সুন্দৰ সুন্দৰ ৰোমাণ্টিক গীত উপহাৰ দিয়া লৈকে সকলোবোৰ মনৰ দাপোণত ভাঁহি উঠিছে | ইমান দৰদী কণ্ঠ !

    • @rupjyotigogoi9744
      @rupjyotigogoi9744 3 ปีที่แล้ว

      Hoi hoi ratulmoni da.

    • @dr.rupshikhadutta2873
      @dr.rupshikhadutta2873 2 ปีที่แล้ว

      Plz encourage him to start rendering beautiful numbers again. We always love his music😊

  • @pallabideka335
    @pallabideka335 4 ปีที่แล้ว +57

    ছোৱালী অবস্থা ত জিতুল দা ৰ গান শুনি শুনি কেছেট বেয়া হৈ গৈছিল, ৰিল বোৰ ছিগি যায় আকৌ ঠিক কৰো তাৰ পাছত ভালেই নোহোৱা হয় -------জিতুল দা ---এতিয়াও শুনো আপোনাৰ গান ----বুজাব নোৱাৰা এক অনুভৱ

    • @sangeetabaruah5311
      @sangeetabaruah5311 2 ปีที่แล้ว +1

      সঁচাকৈ ।আমিও কেছেটৰ ৰীল ৰিৱাইন্ড কৰি কৰি শুনিছিলোঁ। আমাৰ বৰদেউতাৰ ছোৱালীৰ লগৰছোৱালীৰ এটা গেংগ আছিল। সিহঁতে জিতুল-জুবিনৰ প্ৰগ্ৰেম য'তেই আছে বুলি গম পাই তাতে উপস্থিত হৈছিলগৈ চাবলৈ।

    • @uddhabrajbangshi1648
      @uddhabrajbangshi1648 2 ปีที่แล้ว

      Love you

    • @hellowen_gamer3608
      @hellowen_gamer3608 9 หลายเดือนก่อน

      Love. U

    • @BontilaskarBontilaskar
      @BontilaskarBontilaskar 5 หลายเดือนก่อน

      Kiman bedona no

    • @RJ-ns6gf
      @RJ-ns6gf 3 หลายเดือนก่อน

      Baido apunar etia age

  • @prasurjyabaruah1412
    @prasurjyabaruah1412 4 ปีที่แล้ว +52

    আমাৰ সময়ৰ গান। এই গীতবোৰত ডুবি থকা সময়ৰ গান। সদায় চিৰ নতুন, ভাললগা 💗💗💗💗

  • @nazmulkarimborbhuyan6694
    @nazmulkarimborbhuyan6694 4 ปีที่แล้ว +60

    Jitul Sonowal - first singer to introduce westernisation in Assamese songs. Evergreen songs.

    • @bitupankonwar2500
      @bitupankonwar2500 3 ปีที่แล้ว +1

      Yes👍

    • @auralife1500
      @auralife1500 3 ปีที่แล้ว +1

      Bhupen hajarika kya hai phir

    • @geetanjaleesaikia1894
      @geetanjaleesaikia1894 ปีที่แล้ว +1

      ​@@auralife1500 Dr Bhupen Hazarika was not a so called westernized singer/composer..no one can be more intellectually creative than him.

  • @maximdogs1983
    @maximdogs1983 ปีที่แล้ว +22

    আজি ২০২৩ চনৰ ৫ মে' , শুনিছোঁ জিতুলদাই বোলে আকৌ মঞ্চত গীত গাইছে। সেয়েহে তেখেতৰ গান শুনিবলৈ মন গ'ল আৰু এই চেনেলটোত এই গীতকেইটি বিচাৰি পাই তেখেতৰ মধুৰ কন্ঠৰ সোৱাদ ল'লোঁ।
    ধন্যবাদ।
    মেক্সিম ডগছ,
    ভিডিঅ'গেমাৰ।

  • @muktabhussain9416
    @muktabhussain9416 6 ปีที่แล้ว +47

    বহাগ বিহুৰ বিহু সন্মিলনত দেখা পাম বুলি আশা কৰিলো মহাশয়। বিশেষকৈ আমাৰ উজনিৰ শিবসাগৰ জিলাত

    • @ramuroy8078
      @ramuroy8078 3 ปีที่แล้ว

      bihu commite bilag Jitul, Bijoy ,.....k namate atiya

  • @nagendeka6625
    @nagendeka6625 3 ปีที่แล้ว +16

    দৰদী কণ্ঠেৰে নিগৰা এই মনপৰশা গীতবোৰ সদায় চিৰযুগমীয়াহৈ ৰৱ অসমীয়া সংগীত জগতত।

  • @jalendranathdoley8412
    @jalendranathdoley8412 5 ปีที่แล้ว +39

    এই গানটো শুনিলে মোৰ কানৈ কলেজত পঢ়ি থকা দিনবোৰলৈ মনত পৰে। feeling nostalgic.

  • @DAYDREAMING1234321
    @DAYDREAMING1234321 4 ปีที่แล้ว +162

    Why nobody tributes this legend nowadays. News channels are stuck with bhupen Hazarika and Zubeen Garg. I know they are great. But sometimes talk about other artists too.

    • @somnathchanda1250
      @somnathchanda1250 3 ปีที่แล้ว +6

      Jitul da is our hearts.... No public recognition of needed

    • @jayantanath2011
      @jayantanath2011 3 ปีที่แล้ว +6

      I simply love Jitul Xonowal's songs tremendously. He should start singing again immediately.

    • @sauravjyotinath6822
      @sauravjyotinath6822 2 ปีที่แล้ว +4

      Still he is not getting the privilege though.... Etc etc

    • @safikurrahman1605
      @safikurrahman1605 2 ปีที่แล้ว +2

      I think legends don't need any recognition

    • @lionelprk4088
      @lionelprk4088 2 ปีที่แล้ว +1

      Xosa kotha

  • @muktabhussain9416
    @muktabhussain9416 6 ปีที่แล้ว +47

    চিৰ সেউজী সেই তাহানিৰ গীত সদায় সজীৱ হৈ আছে আমাৰ প্ৰত্যেকৰে অন্তৰত। মন মতলীয়া হৈ পৰিল গীত কেইটা বহু দিনৰ মূৰত শুনি ।

    • @putulgayan648
      @putulgayan648 5 ปีที่แล้ว +2

      ঠিকেই কৈছে হুচেইনদা ইমানযে মনপৰশা অসমীয়া ৰোমান্তিক গীত ,
      সৰুকালৰ পৰাই শুনি আহিছো বাৰে বাৰে শুনিলেও হেপাঁহ নপলায় ।

  • @sahcindrasonowal7292
    @sahcindrasonowal7292 6 ปีที่แล้ว +75

    জিতুল দা আপুনি গানৰ আৰু সুৰৰ মাজলৈ আকৌ ওভতি আহক

  • @pranabkumardutta4114
    @pranabkumardutta4114 4 ปีที่แล้ว +23

    আমাৰ সময়ৰ LoveSong |50+ হলো যদিও শুনি আমনি নালাগে |আকৌ ২৫ বছৰ আগলৈ ওভতি যোৱাযেন লাগে | Something evergreen.

  • @himangshugoswami8652
    @himangshugoswami8652 6 ปีที่แล้ว +99

    অসম ৰ আধুনিক সুৰৰ জনক সোনোৱালদা ৰ গান চিৰ সেউজ।

    • @paragkonwar6466
      @paragkonwar6466 6 ปีที่แล้ว +1

      yes, u r right friend

    • @himangshugoswami8652
      @himangshugoswami8652 6 ปีที่แล้ว +3

      @@paragkonwar6466 thnx actually he was the pioneer in modern Assamese songs but not getting due recognisation

    • @Babuldailydairy07
      @Babuldailydairy07 5 ปีที่แล้ว +4

      জীতুল দা আপুনি সদায় চিৰসেউজ

    • @mridupabandas8794
      @mridupabandas8794 5 ปีที่แล้ว

      @@himangshugoswami86529

    • @jayantanath2011
      @jayantanath2011 3 ปีที่แล้ว

      Moio tenedare bhaabu. Axamiaa aadhunik xurar gaanar janak Jitul Xonowal. Tneor gaan bur etaa etaa ati mulyabaan xampad. Xeibur xadaay chira xeujiaa hoi thaakiba aaru maanuhak mugdha kari thaakiba. Kintu tneo aakou gaan gaabaloi aarambha karaa tu uchit natun udyomere. Aaru bahut bahut gaan tneor paraa aami bisaaru.

  • @RinkuRiyan905
    @RinkuRiyan905 3 ปีที่แล้ว +9

    ৰেডিঅত আপোনাৰ গীত শুনি শুনি শুনি ডাঙৰ হৈছো কিমান যে মধুৰ স্মৃতি আছিল সেইবোৰ কি দৰদী কন্ঠ আপোনাৰ জিতুল সোণোৱাল দা আপুনি আকৌ অসমীয়া সংগীত জগতলৈ ঘুৰি আহক বহু দিন হল আপোনাৰ গীত পোৱা নাই আৰু টিভি চেনেল বোৰত ও নেদেখা কিয়? এনেকুৱা গীত আৰু লাগে আমাক ❤️❤️❤️❤️প্ৰতিটো শব্দই অন্তৰ চুই যায় 😍😍💖💖💖💖💖ৰিংকু ৰিয়ান ✍️from বাইহাটা চাৰিআলি

  • @milonrajkhowa3414
    @milonrajkhowa3414 3 ปีที่แล้ว +9

    চিৰযুগমীয়া গান,সদায় মনৰ ভিতৰত সতেজ অনুভৱ হয় এবাৰ শুনিলে,ধন্যবাদ জিতুল দা,আৰু যেন সুন্দৰ গীত উপহাৰ পাও আপোনাৰ পৰা শুনিবলৈ।

  • @moyurborthakur5306
    @moyurborthakur5306 2 ปีที่แล้ว +13

    Jitul da r program saisu xority wahh ki je smiri ..A GOLDEN VOICE JITUL DA WE LUV U AND UR ALL GOLDEN SONGS.🙏🏻

  • @jadabnath6830
    @jadabnath6830 ปีที่แล้ว +7

    বহুত দিনৰ পিছত গীত কেইটা শুনিবলৈ পায় বহুত বেছি ভাল লাগিল, আবেগিক হৈ গলো 👌👌❤️💙💙

  • @bontiburagohainchetia1953
    @bontiburagohainchetia1953 2 ปีที่แล้ว +12

    কি কণ্ঠ কি সুৰ তাহানিৰ এই গীত বিলাক শুনিলে আজিও মন জু ৰ পৰি যায়...... ,🙏🙏

  • @dinohazarika8189
    @dinohazarika8189 3 ปีที่แล้ว +9

    অসমৰ সঙ্গীত জগতৰ এক ধ্ৰুৱ তৰা,যেন অলেখ তৰাৰ তিৰ বিৰণিৰ মাজত নীলা আকাশত নয়নাভিৰাম ভাৱে পোহৰৰ ফিৰিঙতি বিলাই মনত আনন্দ দিয়ে ।

  • @jurimonibora6407
    @jurimonibora6407 2 ปีที่แล้ว +14

    From my Childhood i use to listen Jitul Sonowal Songs..... Jitul Sonowal Rocks all time...His songs have great meaning 😊😊😊 Love u Jitul Sonowal da.

  • @utpalsarmah5681
    @utpalsarmah5681 3 ปีที่แล้ว +10

    জিতুল আধুনিক অসমীয়া ‌গীতৰ বাটকটীয়া আছিল। মিঠা কন্ঠ লগতে।

  • @mollikvlogs9248
    @mollikvlogs9248 5 ปีที่แล้ว +25

    মন পৰশা এই কালজয়ী গীতবোৰ চিৰতৰে যুগমীয়া হৈ থাকিব ৷ সৰুতে ৰেডিঅ'ত এইবোৰ গানৰ প্ৰেমত পৰিছিলোঁ ; আজিও সেই একেই আমেজ...

  • @tapandas4787
    @tapandas4787 4 ปีที่แล้ว +11

    শৈশৱ কালত শুনিছিলো জিতুল দাৰ গান,আকৌ আজি 20বছৰ মান পিচত শুনিলো|

  • @azizahmed9075
    @azizahmed9075 6 ปีที่แล้ว +20

    Salute to Jitul daa apunar ganor govirota akebare beleg .Love U Sir

  • @funwithbanajit5069
    @funwithbanajit5069 2 วันที่ผ่านมา

    One of the greatest singer in assam Jitul da❤...what a voice..2024 Nalbari Rakht Hilai disil apuni. Live saisilu apunak...

  • @theassamesedebate1861
    @theassamesedebate1861 5 ปีที่แล้ว +116

    ২০১৯ চনতো কোনে জিতুলদাৰ এইকেইটা গান শুনিছে?

    • @jintujonak9046
      @jintujonak9046 5 ปีที่แล้ว +8

      Debater Niku গান ভালপোৱা সকলো মানুহে শুনিছে ডাঙৰীয়া

    • @arishshen7929
      @arishshen7929 5 ปีที่แล้ว +5

      aibur gaan hodai evergreen..aru evergreen hoi thakibo....

    • @niponjyotilaskar6097
      @niponjyotilaskar6097 5 ปีที่แล้ว +4

      Ajir pora 30 yeara agor gan, but atiou evergreen...vabile asorit lage...tetiai ki composing korise...Miss u Jitul da

    • @sonudmjvlog4497
      @sonudmjvlog4497 5 ปีที่แล้ว +1

      Moi hunu hadai

    • @sewaligoswami4673
      @sewaligoswami4673 5 ปีที่แล้ว +1

      Jitul dar gan evergreen hoi xadae thakib.

  • @ranjitsonowal7960
    @ranjitsonowal7960 3 ปีที่แล้ว +8

    পুনৰ গান বোৰ শুনিবলৈ পাই ভাল লাগিল।মনত পৰিছে আগৰ কলেজলৈ ৰোৱা দিন বোৰ লৈ।
    দিন
    বোৰৰলৈ

  • @ankurphukan3632
    @ankurphukan3632 3 ปีที่แล้ว +7

    বহুত দিনৰ পাছত শুনিলো, ভাল লাগিল । গানবোৰ শুনি পুৰণি দিনবোৰলৈ মনত পৰি গল ।

  • @bedi767
    @bedi767 5 ปีที่แล้ว +17

    Apunar live function saisilu...ajir pora 20 years ago...apuni hatot guitar loi gaixil....best live performance I have ever seen...in my life... really u r the best

    • @entersb
      @entersb 3 ปีที่แล้ว

      I saw him 25 years back last time !

  • @Samarvlogs.jorhat
    @Samarvlogs.jorhat 5 ปีที่แล้ว +12

    Assamese Golden collection.... Love you bro... Thank you so much

  • @lachitborphukanelectrical5348
    @lachitborphukanelectrical5348 5 ปีที่แล้ว +31

    অসমৰ সংগীত জগতৰ মেলডিৰ ৰজা জন ..

  • @dannitanti3409
    @dannitanti3409 4 ปีที่แล้ว +16

    You are proud of Asssam..I Love you,I Like you and also your melodious song. God bless you My lovely jitul da.jitul da log live

  • @pankajsarmabarua785
    @pankajsarmabarua785 5 ปีที่แล้ว +21

    জিতুল দাৰ গানৰ সেই মৃদু ৰোমাঞ্চ এতিয়াৰ কোনো গীততেই নাপাওঁ। শিল্পী জনাই গান গাবলৈ এৰি দিলে নেকি? উভতি আহক জিতুল দা।

  • @navyajitrajsingha7236
    @navyajitrajsingha7236 ปีที่แล้ว +3

    জিতুলদা ঘূৰি আহিছে মনটোত কিবা এটা অবুজ শিহৰণ

  • @lakhirajdeka
    @lakhirajdeka 4 ปีที่แล้ว +27

    94 to 96 ত আমাৰ প্ৰেমৰ গান আছিল।🙏

  • @rglike
    @rglike 2 ปีที่แล้ว +2

    New generation bohut lora xuwali a jitul da sini npai... news channel & Assamese youtuber jiman khini ase hokoluk loi anurudh ..apunaluke jitul da'o j ajon legend hoi ei bikhoi to olp guruto diye jen.....

  • @diycraftideas1960
    @diycraftideas1960 3 ปีที่แล้ว +9

    আই ঔ দেহি এই কেচেট তো ওলাওতে আমাৰ দেউতাই এটা mono tape কিনি আনিছিলে ‍১১০০ টকা দি আমাৰ কাৰণে😘। দেউতা কিন্ত্ত এতিয়া নাই, সেই tape তো আৰু cassette তো এতিয়াও মোৰ লগত আছে🙏

    • @dhirajmusical4055
      @dhirajmusical4055 8 หลายเดือนก่อน

      Kiman yeart released hoisil?

  • @badanbadan7438
    @badanbadan7438 4 ปีที่แล้ว +9

    বৰ ভাল লাগে আপোনাৰ গান শুনি মোক মই আজি 14 বছৰ হল আপোনাৰ গান শুনি থকা

  • @juriborah2098
    @juriborah2098 3 ปีที่แล้ว +3

    Mon golei jitul dar gaan ajiu gai thaku...ki xur ki Melody...akow jitul dar gan xuniboloi roi thaku ...parile ghuri aha jitul da....ami xodai asu

  • @sujaypatranabish794
    @sujaypatranabish794 4 ปีที่แล้ว +24

    Meaningful, soulful, melodius voice of Jitul sonowal is unforgettable. you will always be loved.

  • @ashikmohammad3217
    @ashikmohammad3217 ปีที่แล้ว +2

    চিৰযুগমীয়া গীত,এনে গীত সদায়ে জনপ্ৰিয় হৈ ৰব ৷ আমি আজিও শুনো, আগলৈও শুনি থাকিম

  • @pktaye4081
    @pktaye4081 4 ปีที่แล้ว +6

    Jitul tumi ghuri aha axomor hongeet jogotoloii. Shistri kora , govexona kora janagustya kristi. prasar aru prashar kora bisara bukut. Tumar partiwar niswhash ase.

  • @bhrigu5434
    @bhrigu5434 10 หลายเดือนก่อน +82

    ২০২৪ চনতো যদি কোনোবাই শুনিছা , লাইক এটা কৰি দিবা😊

  • @manashjr.karjee5512
    @manashjr.karjee5512 6 ปีที่แล้ว +19

    The new Assamese songs are nothing before these jewels. Absolute gems.

  • @hp4721
    @hp4721 5 ปีที่แล้ว +8

    এই গীতবোৰে এসময়ত মন প্ৰাণ ভৰাই ৰাখিছিল

    • @umadas1499
      @umadas1499 4 ปีที่แล้ว +1

      দাদা এটিয়াও ৰাখে

    • @hp4721
      @hp4721 4 ปีที่แล้ว

      @@umadas1499 সময়বোৰ দেখোন সলনি হল । কিবা কিবি বোৰ হেৰাই গল সময়ৰ সোঁতত ।

  • @rupalidas1082
    @rupalidas1082 5 ปีที่แล้ว +13

    ১৯৯৫ চনৰ
    আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোনোৱাৰ দাৰ কণ্ঠৰ ধুনীয়া গীতৰ এলবাম।

    • @RinkuRiyan905
      @RinkuRiyan905 ปีที่แล้ว

      Yes moi 2001 jamana paiso 2006 r pora jitul dar song xuni aso

  • @hemprasadgogoi5081
    @hemprasadgogoi5081 4 ปีที่แล้ว +22

    Jitul Sonowal keeping his place in Assamese music sea forever through these golden melodious songs but he ought to maintain this line as he can bcz we want more . With regards

  • @gautamtheMINER
    @gautamtheMINER 3 ปีที่แล้ว +7

    Greatest singer of an era... Those who gave dislike are may be alien. 👹

  • @rituvikash
    @rituvikash 8 หลายเดือนก่อน +1

    Loved reading the comments from decent fans of a decent artist❤LOVE YOU DADA❤

  • @uttamdoley7986
    @uttamdoley7986 2 ปีที่แล้ว +6

    Jitul Sonowal the King of Assamese Modern Song 👍👍

  • @ankur200977
    @ankur200977 6 ปีที่แล้ว +15

    We are with u Jitulda....Rough patches are part of life.....we wanna more creations from you in future...just don't give up.....

  • @hemantaborah5639
    @hemantaborah5639 4 ปีที่แล้ว +6

    জিতুল দা ; really ; You are evergreen Artist

  • @iveehazarika3737
    @iveehazarika3737 2 ปีที่แล้ว +2

    jitul Sonowal Assam's no 1 Singer. Late Jayanta Hazarika no 2. Jubin Garg no 3.My choice.

  • @monjitlahon3963
    @monjitlahon3963 5 ปีที่แล้ว +9

    জিতুল দা অসমৰ প্রথমজন ৰক,সংগীত গোৱা শিল্পী| খুব সুন্দৰ গায়নশৈলী,আৰু কন্ঠ|

  • @MONSUMDUTTA-kb1hk
    @MONSUMDUTTA-kb1hk ปีที่แล้ว +3

    Evergreen legend of Assam wish you good luck and good health. Long live jitul da.

  • @kangkannath2852
    @kangkannath2852 3 ปีที่แล้ว +5

    জিতুল দাদাৰ গীতো অসমীয়া সংগীতজগতখনৰ এক অবিচ্ছেদ্য অংশ।
    আমি তেওঁৰ গীতত এক সুকীয়া সুমধুৰ সুললিত আমেজ পাওঁ।গীতসমূহ বলিষ্ঠ আৰু আত্ম মৰ্যদা সম্পন্ন।
    গীতত যেন গধুৰতা প্ৰকাশ পায়।মুঠতে ভাল লগা চিৰসেউজ গীত।

  • @jayantasarmah9028
    @jayantasarmah9028 ปีที่แล้ว +4

    You are one of the pioneer of modern song. Amazing👍👍

  • @1543530000
    @1543530000 5 ปีที่แล้ว +17

    Evergreen. দেহ মন ভাল লাগি যায়

  • @habibgoldie3758
    @habibgoldie3758 2 ปีที่แล้ว +2

    khub dukh lage, Jitul daa herai thakile.... stage perform u nkre.... akou gabo lage...

  • @hirokjyotikonwar8121
    @hirokjyotikonwar8121 5 ปีที่แล้ว +9

    Moi etiau jitul da, bijoy dar gaan hunu , ru huni thakim jibonor hekh hamay loike . Teulukor gaan bilak jen evergreen hoi rouk .

  • @sobnamsultanabegum4576
    @sobnamsultanabegum4576 5 ปีที่แล้ว +9

    জিতু দা গান মই আগৰ পৰাই ভাল পাওঁ
    এতিয়াও আজৰি পালে শুনোI গানবোৰ মানুহৰ জীৱনৰ লগত সংগতি দেখা পাওঁ I

  • @KasturiBaruah-jd4iy
    @KasturiBaruah-jd4iy 6 หลายเดือนก่อน +1

    'Jodi ketiyaba bharote' my best song. Actually thekhet dhara asile. Assamese modern anubhutir.

  • @amarendramedhi-fg8sl
    @amarendramedhi-fg8sl 5 หลายเดือนก่อน

    Jitul sonowal is the Arijit singh for someone.❤

  • @dannitanti3409
    @dannitanti3409 4 ปีที่แล้ว +17

    Jitul sonuwall's song are evergreen.

  • @pranabtalukdar4842
    @pranabtalukdar4842 6 วันที่ผ่านมา

    অসমীয়া সঙ্গীত জগতত নতুন ধাৰা সৃষ্টি কৰা গানসমূহ। ২০০০ শতিকাৰ শেষ দশকত এইবোৰ গান শুনি আমি আপোন পাহৰা হৈ আছিলো। চিৰ যুগমীয়া হৈ থাকক গানবোৰ।
    জিতুল সোণোৱাল ডাঙৰীয়ালৈ শ্ৰদ্ধা জনালোঁ 🙏❤️

  • @ajitdas-jm6cr
    @ajitdas-jm6cr 8 หลายเดือนก่อน

    Very very sweet songs. The sweetness of these songs will never end.

  • @pklife2094
    @pklife2094 4 ปีที่แล้ว +8

    Many assamese singers career distroyed by our morom or zubeen daa but its not his fault people shifted to zubeen as his voice was the new generations voice..

  • @subratasarma84
    @subratasarma84 2 ปีที่แล้ว +4

    Jitul sonowal is one of my all time favourite singer. Ki maat, ki shoor, ki lyrics...xodai xunileu amoni nelage gaan bur

  • @PareshPareshchdas
    @PareshPareshchdas ปีที่แล้ว +1

    এইবোাৰ হৈছে আমাৰ দিনৰ গান ,চুপাৰ হিট ৷

  • @melodytunerecords658
    @melodytunerecords658 3 ปีที่แล้ว +11

    You are a great legend, jitul da..your song is evergreen, very inspiring , ...its our soul..🙏

  • @rimplebordoloi7339
    @rimplebordoloi7339 ปีที่แล้ว +5

    Nostalgic......our most favorite singer of the 90s...

  • @anupamborah9726
    @anupamborah9726 5 ปีที่แล้ว +272

    ২০২১ চনত কোনোবাই গানটো শুনিছা যদি লাইক এটা মাৰি যাৱা, জিতুল দাৰ বাবে।

  • @mitalirajbongsi5867
    @mitalirajbongsi5867 2 ปีที่แล้ว +1

    Jitul dadar songs live ajiloke xuna nai jibont xeitowe thaki jabo mur

  • @bijoybaruah9278
    @bijoybaruah9278 ปีที่แล้ว +1

    ❤oh ki je din ashil xai bur.

  • @buddhakalitakalita7372
    @buddhakalitakalita7372 4 ปีที่แล้ว +16

    Jitul Da please come back again ❤

  • @nijamdoley2203
    @nijamdoley2203 6 ปีที่แล้ว +7

    Ultimate song's 😘😘✌️#sonowal da Real Rockstar of Assam...

  • @BondipSonowal
    @BondipSonowal 7 หลายเดือนก่อน

    Kal joy geet. apuni akou ghuri ahok gaanor majoli jitul daa.
    apunk amr mjot hodi besaru.

  • @pradippk5813
    @pradippk5813 5 ปีที่แล้ว +4

    সচাই মন প্রাণ চুই যায় ..চিৰ সেঊজ গীত...please come back jitul daa

  • @anjankashyap5562
    @anjankashyap5562 4 ปีที่แล้ว +22

    2020 amidst all bad days , these songs make it beautiful

  • @surajitrabha8105
    @surajitrabha8105 4 ปีที่แล้ว +4

    প্ৰথম প্ৰেমৰ অনুভূতি আনি দিছিলে এইবোৰ গানে মোক

  • @ashoksonam
    @ashoksonam 3 ปีที่แล้ว +4

    All time my favourite legendary songs of Jitul Da👍👍

  • @ashokgogoi6723
    @ashokgogoi6723 6 ปีที่แล้ว +8

    Amar dinor super hit gaan.. happy to be at right time.. Jitul da come back

  • @sanjibsarmah4507
    @sanjibsarmah4507 5 หลายเดือนก่อน

    Enjoyed ur stage program in 1993 at Assam Medical college and Hospital auditorium.Love u ❤

  • @shikhasaikia2285
    @shikhasaikia2285 4 ปีที่แล้ว +14

    Every song gives me some relief from my internal pain

  • @jayantanath2011
    @jayantanath2011 3 ปีที่แล้ว

    Jitul Xonowal, aapuni aakou gaan gaabaloi aarambha karak natun udyomere, natun utxaahere. Aapunaar paraa aaru bahut bahut gaan bisaaru. Aapuni gaan goaa bandha karaatu etaa xaangghaatik kshyati.

  • @nipendeka4619
    @nipendeka4619 5 ปีที่แล้ว +11

    জিতুদা আপোনাৰ গান বহুুত ভাল পাও

  • @Jack-rs3ok
    @Jack-rs3ok 3 ปีที่แล้ว +8

    I grew up listening to these songs,today when i hear them i feel soo nostalgic.

  • @dhannjoytalukdar7990
    @dhannjoytalukdar7990 4 ปีที่แล้ว +7

    U will live in the hearts of assamese people.

  • @bobitabordoloi4801
    @bobitabordoloi4801 4 ปีที่แล้ว +4

    Hai din bur monot pori jai.I love Sonowal Da❤❤❤❤

  • @malayarabha9189
    @malayarabha9189 4 ปีที่แล้ว +3

    Best evergreen song, jitul sonowaley axomya geetor hei donor 1st alolonor bat kotia buli Kobo pari.

  • @rimlideka7024
    @rimlideka7024 3 ปีที่แล้ว +55

    2021 চনত কোনে কোনে জিতুল চাৰৰ গান শুনি আছা লাইক দি যোৱা

  • @aparajitarajkhowa3578
    @aparajitarajkhowa3578 7 หลายเดือนก่อน

    এই গীতসমূহ সংৰক্ষণ কৰি ৰখাৰ চেষ্টা কৰাৰ বাবে ধন্যবাদ থাকিল।
    নৱ প্ৰজন্মৰ ওচৰত এই গীতসমূহ বজোৱাৰ চেষ্টা কৰিলে আৰু ভাল হ'ব।

  • @maheshmedhi6743
    @maheshmedhi6743 3 ปีที่แล้ว +7

    All times hits of jitul sonowal sir. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @manash263
    @manash263 4 หลายเดือนก่อน

    Jitul da was the first one who brought modern Assamese music to the fore. Unfortunately early 90s was very violent and tumultuous for us, lots of his great music got forgotten. Zubeen persisted and got popularity in the early 2000s

  • @manashsharma7382
    @manashsharma7382 ปีที่แล้ว +1

    All songs are so 😍❤️ and my favorite song was moromi logori Jittul da and kabita Krishnamurti in nilibili Godhuli audio cassette in the year of 1992 music 🎵🎶 makers audio cassette production 🙏🙏😍😍❤️ old is always Gold 🥇🙏🥇❤️❤️ God bless both and best wishes for future endeavors 🙏❤️❤️😍😊😊

  • @meghalikonwar9450
    @meghalikonwar9450 5 ปีที่แล้ว +5

    Hukh... Aru dukhr... Logori... Andhar aru puhorort Harothi... Jitul da... Apunar ganr hur baji ase hridoiot...