বিদায়! News Liveত বিহু গীতৰ সম্ৰাজ্ঞী ভিতালী দাসৰ অন্তিম SHOWৰে সুকণ্ঠী গায়িকা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • বিদায় ভিতালী! News Liveত বিহু গীতৰ সম্ৰাজ্ঞী ভিতালী দাসৰ অন্তিম SHOWৰে সুকণ্ঠী গায়িকা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 216

  • @jintudas2280
    @jintudas2280 6 หลายเดือนก่อน +13

    এতিয়াহে বুজিলো কমলিকাৰ সুন্দৰ সংস্কাৰৰ কাৰন.... ! ❤ জোনবাইৰ দেশত সদায় জিলিকি থাকক.....কমলিকাক আশিৰ্বাদ কৰি থাকিবদেই...😢❤

  • @deepjyotipathak9975
    @deepjyotipathak9975 3 ปีที่แล้ว +102

    জোনবাইৰ দেশত সুখত থাকা বাইদেউ । আপোনাৰ চিৰযুগমীয়া বিহুবোৰ সৰুৰ পৰাই শুনি আহিছিলো আৰো সেইবোৰকে শুনি থাকিম কিয়নো সেইবোৰৰ ঠাই কোনেও লব নোৱাৰে।

    • @antarikha5904
      @antarikha5904 3 ปีที่แล้ว +2

      সচাকৈ দেই তেওঁৰ স্থান কোনেও পুৰাব নোৱাৰে।

    • @bobyborah28
      @bobyborah28 3 ปีที่แล้ว +1

      সঁচাকে ।বৰ দুখ লাগিল ।

    • @nivapegu5400
      @nivapegu5400 3 ปีที่แล้ว

      @Pk Entertainment cheinck

    • @sadhanasarma8589
      @sadhanasarma8589 5 หลายเดือนก่อน

      Lu Drs in. Ko ko Dr ko, se ko okk ftvfiinmmmkk na hu a​

  • @SankarDeka58
    @SankarDeka58 7 หลายเดือนก่อน +5

    I miss you ভিতালী বাইদেউ ❤❤❤❤🎉🎉🎉

  • @priyankasaikia5302
    @priyankasaikia5302 3 ปีที่แล้ว +46

    🙏🙏🙏 বিহু গীতৰ ৰাণী আপুনি অমৰ হৈ ৰলা,,,,জোনৰ দেশত কুশলে থাকক আপুনি😭😭😭

  • @ANILDAS-pi5es
    @ANILDAS-pi5es 3 ปีที่แล้ว +3

    অনুস্থানটো চাই এনে লাগিল যেন বুকুত এটি শিহৰণ, আমাৰ সকলোৰে অতি মৰমৰ বিহ গীতৰ ৰাণী গৰাকীৰ কায়া নাথাকিলেও বিহু গীতৰ সুৰে সুৰে ছায়া হৈ অসমৰ প্ৰতি ঘৰে ঘৰে ঘুৰি আছে, থাকিব।
    তেওঁ যতেই আছে ততেই শান্তিৰে থাকক।
    ওম শান্তি ।

  • @techingzone7927
    @techingzone7927 3 ปีที่แล้ว +23

    অনুষ্ঠান টো চাই বহুত বেয়া লাগিল , কাৰন আমাৰ মৰমৰ নাগিনী জনি আমাৰ ওচৰৰ পৰা বহুত দূৰলৈ গুচি আঁতৰি গল । 🙏🙏🙏😭😭♥️♥️

    • @SkytubeAssam
      @SkytubeAssam 3 ปีที่แล้ว

      😓😓😓😓😓

  • @amardeka1099
    @amardeka1099 3 ปีที่แล้ว +10

    ভিতালী বা আপোনাক কেতিয়াও পাহৰিব নােৱাৰিম৷আপোনাৰ যুগমীয়া বিহু গীতবােৰে বাৰে বাৰে আপোনালৈ মনত পেলাই দিয়ে বাৰে বাৰে৷জােনবাইৰ দেশত সুখত থাকক৷

  • @jamunaray7869
    @jamunaray7869 3 ปีที่แล้ว +29

    ভিতালী জোনৰ দেশত কুশনে থাকা
    তুমি অমৰ হোৱা
    বিহু গীতৰ সম্ৰাজ্ঞী হৈয়ে থাকা সদায়

  • @sarmaji92
    @sarmaji92 3 ปีที่แล้ว +9

    সঁচাকৈ দে, কি ধুনীয়া কণ্ঠ আছিলে ভিতলি বাৰ। বিহু বুলি কলেই যেন বাৰ কথা মনলৈ আহে।😭😭

  • @allassamesemanindra4176
    @allassamesemanindra4176 3 ปีที่แล้ว +12

    সদায় জোনবাইৰ দেশত সুখী হৈ থাকা বা ৷ আমাৰ অন্তৰত সদায় জীয়াই থাকিব ৷

  • @bulbulisarmah1530
    @bulbulisarmah1530 5 หลายเดือนก่อน +3

    ❤ভিতালি বা আপুনি আকৌ আহিল আমাৰ মাজলৈ বা এনেকুৱা লাগিছে আপুনি যেন আমাক অভিমান কৰি আতৰি আছিল মোৰ গা শিযৰি যোৱাৰ লগতে চকুলো বৈ গ'ল মোৰ❤❤❤❤❤❤❤❤

  • @lukudutta9962
    @lukudutta9962 5 หลายเดือนก่อน +3

    ভিতালী বাৰ বিহু সুৰীয়া মাত কেতিয়াও পাহৰিব নোৱাৰি 😭😭🙏🙏❤️❤️

  • @daisyahmed4732
    @daisyahmed4732 3 ปีที่แล้ว +4

    ভিতালী আমাৰ মাজত নাই কেতিয়াও মানি লব নোৱাৰো, সাদায়ে থাকিব গীতৰে আমাৰ মাজত। যতেই আছা তুমি চিৰশান্তিত থাকিবা। মোৰ অশ্রু অঞ্জলিৰে শ্রদ্ধাঞ্জলি যাচিলোঁ।

  • @kartick1957
    @kartick1957 3 ปีที่แล้ว +4

    বহুত মিচ কৰিলো আপোনাক। আপোনাৰ সুন্দৰ গীত বোৰৰ মাজতেই সদায় বিচাৰি পাম।

  • @ranujdoley7238
    @ranujdoley7238 3 ปีที่แล้ว +10

    মৰ্মাহত হলোঁ বাৰ গানটো শুনি, bhitalee বা যতেই আছা তাতেই চিৰশান্তিত থাকক সেয়াই কামনা কৰিলোঁ৷ ওঁম শান্তি৷

  • @janardannath5044
    @janardannath5044 3 ปีที่แล้ว +16

    ভিতালী বাইদেউৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।
    🙏🏼🙏🏼🙏🏼🙏🏼ঔম শান্তি🙏🏼🙏🏼🙏🏼🙏🏼

    • @binasaikia2212
      @binasaikia2212 8 หลายเดือนก่อน

      ভিতালী বা তুমি আকৌ এবাৰ জন্ম লোৱা বহু ত ভাল লাগে,

  • @kabyashreemahanta885_
    @kabyashreemahanta885_ 3 ปีที่แล้ว +15

    সচাঁকৈ বাইদেউৰ অনুপষ্ঠিক বিশ্বাস কৰিব পৰা। আপুনি সদায় অমৰ হৈ ৰওক বা।

  • @ramenkalita546
    @ramenkalita546 3 ปีที่แล้ว +9

    Vitali ..u r .......no word !! Gd byyyyy

  • @nivalaskar5993
    @nivalaskar5993 3 ปีที่แล้ว +6

    Bohut miss KOrim vitali Baak bhogobane vlke rakhok jote asa

  • @antarikha5904
    @antarikha5904 3 ปีที่แล้ว +10

    ব'হাগৰ কুলিজনী ব'হাগতে গুচি গ'ল। বৰ দুখ পালো।

  • @drunaaxom3223
    @drunaaxom3223 3 ปีที่แล้ว +19

    Dukh lagile kotha khini huni miss you😭😭😭😭😭😭😭

    • @rukminiborah1363
      @rukminiborah1363 3 ปีที่แล้ว

      এটি চিৰসেউজ গীত ।

  • @rashmiborah1103
    @rashmiborah1103 5 หลายเดือนก่อน

    অমৰ হৈ থাকিব আৰু থাকিব প্ৰতিজন শ্ৰোতাৰাইজৰ অন্তৰে অন্তৰে এই সকল প্রিয় শিল্পী আৰু প্ৰতি জন গীতিকাৰ, সুৰকাৰ শ্ৰদ্ধা আৰু মৰম থাকিল ভিটালী বাইদেউয়ে থৈ গল আমাৰ শ্ৰোতা ৰাইজৰ বাবে কন্যাক পুনৰ লাইফ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো 🙏❤️🙏🚗

  • @moinasarma8649
    @moinasarma8649 5 หลายเดือนก่อน +2

    ভিতালীবালৈ বহুত মনত পৰে

  • @jahnavigogoi84
    @jahnavigogoi84 ปีที่แล้ว +1

    Bhitali baa, love ❤ and miss you always.

  • @susmitasaikia7529
    @susmitasaikia7529 3 ปีที่แล้ว +1

    বাইদেউ আপোনাৰ আত্মাই যেন সদগতি লাভ কৰে তাৰে কামনা কৰিলোঁ।আপুনি যতে আছে সুখী থাকে যেন

  • @bhrigu8009
    @bhrigu8009 3 ปีที่แล้ว +36

    সপোন নে বাস্তব বিশ্বাস কৰিব পৰা নাই ??
    😭😭😭😭😭😭

  • @DSqrtda
    @DSqrtda 3 ปีที่แล้ว +5

    আপোনাৰ সৃষ্টিয়ে আপোনাক সদায় আমাৰ মাজত জীয়াই ৰাখিব ।

  • @angeltasmin3297
    @angeltasmin3297 3 ปีที่แล้ว +4

    RIP 🙏🙏🙏😥😰😢😢😢😢Vitali baidew vogobane apunak sorgo gami korok

  • @moromiborthakur3619
    @moromiborthakur3619 3 ปีที่แล้ว +3

    আৰু শুনিবলৈ নাপাওঁ তোমাৰ গীত ।নিঠৰুৱা হ'ল অসমবাসী

  • @jeevantikasarma2418
    @jeevantikasarma2418 3 ปีที่แล้ว +2

    ভিতালী বা তোমাৰ গান আমাৰ মাজত সদায় চিৰস্মৰনিয় হয় থাকিব

  • @Jk70000
    @Jk70000 3 ปีที่แล้ว +33

    😓😓😓😓🙏R.I.P
    বিহু ৰাণী গৰাকীক হেৰোৱালো 😢😢😢

  • @jagatgogoi3281
    @jagatgogoi3281 3 ปีที่แล้ว +7

    বাইদেউ আমাৰ মাজত অমৰ হৈ থাকিব।

  • @nabajyoti9117
    @nabajyoti9117 3 ปีที่แล้ว +8

    বিশ্বাসেই কৰিব নোৱাৰা হৈছো। কাৰণ আপোনাৰ গীতৰ কণ্ঠত মই প্ৰেমত পৰিছিলো। আপোনাৰ গানবোৰ আৰু হয়তো শুনিব নোৱাৰিম আপোনাৰ অবিহনে।

  • @anudevi6963
    @anudevi6963 5 หลายเดือนก่อน

    ভিতালী বাইদেউ সদায় ছোৱালীয়েও জীয়াই ৰাখিব ❤❤

  • @prafulladas7224
    @prafulladas7224 3 ปีที่แล้ว

    মই যেতিয়া বুজি পোৱা হৈছিলোঁ প্ৰথম বিহু গীতৰ প্ৰেমত পৰিছিলো আৰু সেই বিহু গীত বোৰ অন্য কাৰো নাছিল সেইবোৰ আছিল জুবিন গাৰ্গ আৰু ভিতালী দাসৰ । ভি চি ডি ওলোৱাৰ পিছৰ পৰাই এইবোৰ বিহু গীত চাই চাই আজি বাইদেউৰ স্মৃতি ত আকৌ সেই তাহানিৰ দিনলৈ মনটো ঘূৰি গল । বাইদেউ যতে আছে ভালে থাকক।🙏🙏

  • @korinathakuriya9166
    @korinathakuriya9166 3 ปีที่แล้ว

    mor priyo konthosilpi asil bhitali das baideu ..love you ..miss you .🙏🙏.😭😭😭😭😭

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 5 หลายเดือนก่อน

    ভিতালী বাইদেউলৈ সেমেকা মনেৰে শ্ৰদ্ধাঞ্জলি যাচিছো।

  • @rupadutta512
    @rupadutta512 3 ปีที่แล้ว +1

    Bhut miss you baa😢😢😢

  • @krishnapegu3954
    @krishnapegu3954 3 ปีที่แล้ว

    Very nice Vitali baa... Apunak Bahut bahut dahnaybad ganaisu.....

  • @pobitrogogoi3077
    @pobitrogogoi3077 3 ปีที่แล้ว +23

    মৰ্মাহত নহৈ থাকিব নোৱাৰিলোঁ । 😢😥😓😓😭

    • @SkytubeAssam
      @SkytubeAssam 3 ปีที่แล้ว

      Buhut dukh anuvob korisu!!

  • @rinkusultana6167
    @rinkusultana6167 3 ปีที่แล้ว

    Vitalee Baa r gan tu xunar loge loge mur gar nom bor vobari uthise.... Bohut miss korim baa apunak

  • @anjananath9703
    @anjananath9703 3 ปีที่แล้ว +5

    আপোনাৰ চিৰযুগমীয়া গানবোৰে আপোনাক আমাৰ মাজত সদায় জীয়াই ৰাখিব। আপোনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

  • @ApurbaBaishya-b9r
    @ApurbaBaishya-b9r 5 หลายเดือนก่อน

    ভিতালী বাইদেউ আপুনি যতেই আছা সদায় শান্তিৰে থাকা ৷

  • @jugabratsaikia9562
    @jugabratsaikia9562 3 ปีที่แล้ว +1

    miss uu Baa..Tumak buhut mis krisu..!!!

  • @padmashome8229
    @padmashome8229 3 ปีที่แล้ว +1

    joy ai asom .
    super super baa . we miss you

  • @biplobibhorali510
    @biplobibhorali510 9 หลายเดือนก่อน

    Anushanti bar bhal lagil. Bohut dhanyabad

  • @kameswarsarania8550
    @kameswarsarania8550 3 ปีที่แล้ว

    বহুত মিছ কৰিছোঁ বা আপোনাক মই। আপোনাৰ এই ইমান সুন্দৰ ভৈইচৰ গান শুনি। বহুত কষ্ট পাইছোঁ বা মই। আপোনাক সদায় মিছ কৰিম।

  • @sumisarma5419
    @sumisarma5419 3 ปีที่แล้ว

    Baa tmk xosai bohute val pau...tmk bohut miss korisu..♥️♥️😭😭😭

  • @GulapiDutta-y9m
    @GulapiDutta-y9m 6 หลายเดือนก่อน +1

    Miss karishu❤❤😂😂😂

  • @bulbulisarmah1530
    @bulbulisarmah1530 5 หลายเดือนก่อน

    বা আপুনি আকাশৰ তৰা হৈ জিলিকি থাকা লগতে আপোনৰ সুন্দৰ কন্ঠ দি কমলিকাক আশীৰ্বাদ কৰিবা তাকেই আশা কৰিলো ❤❤❤❤❤❤

  • @manjulpathak4182
    @manjulpathak4182 3 ปีที่แล้ว +4

    Wow "kinamere matim fagun tumak" ! Anamika , what a song and Melody! Really impressed!!

  • @manjulpathak4182
    @manjulpathak4182 3 ปีที่แล้ว +5

    ভিতালী ,বিহুকে উৰুঙা কৰি এনেকৈ যায়নে ? কাক বেয়া পাম তোমাকনে ভগৱানক ? যোৱা বিহু নেৰো মৰাৰ পিছতো তোমাক খেদি ফুৰিম শুনিবলৈ

  • @mrsourav7729
    @mrsourav7729 2 ปีที่แล้ว

    Vitali baa tumi amar majot xodai asa.nistur vogobana tumak kahi nila ❤🙏🙏🙏🙏🙏🙏

  • @vaskarbubu3069
    @vaskarbubu3069 3 ปีที่แล้ว

    Miss u bhtali ba..love u...

  • @monjugogoi6107
    @monjugogoi6107 3 ปีที่แล้ว +2

    মোৰত য়েন সৰগ ভাগি পৰিল ভিতালী তোমাৰগলা কঃ বিচাৰি পোৱা কঠিন হব য়তেআছা সুখেৰে থাকা

  • @manjulpathak4182
    @manjulpathak4182 3 ปีที่แล้ว +1

    Siperb Anamika ... Superb singing "suhuri mari nematibi "... Will always play this song in my car...

  • @jontikalita4055
    @jontikalita4055 3 ปีที่แล้ว +2

    আপুনি আমাৰ অন্তৰত চিৰযুগমীয়া হৈ থাকিব😭😭😭😭😭

  • @Mridusmita89Vlogs
    @Mridusmita89Vlogs 3 ปีที่แล้ว +3

    Bor dukh lagile...iman asha asile.ki j hoi jai biswash koriboi noari😭😭

  • @monibarman3349
    @monibarman3349 3 ปีที่แล้ว +1

    Bhut Miss korim 😭😭😭

  • @trilochanborah1219
    @trilochanborah1219 3 ปีที่แล้ว +1

    The legend of bihu songs in Assam has die forever. So sad.

  • @navyagogoi3529
    @navyagogoi3529 3 ปีที่แล้ว

    Bohut dukh lagil 😭😭😭😭

  • @nilmhiranyamusicantolks9808
    @nilmhiranyamusicantolks9808 3 ปีที่แล้ว +1

    Baa amaar maajot xodaai thakibo 🎶🎶🎶🎶🎶🙏🙏🙏🙏🙏

  • @naniborah2089
    @naniborah2089 5 หลายเดือนก่อน

    খৱ সুন্দৰ

  • @tankeshwarbordoloi8197
    @tankeshwarbordoloi8197 3 ปีที่แล้ว

    Nice vido

  • @gautomtamuly3972
    @gautomtamuly3972 3 ปีที่แล้ว +1

    Love you Vitali Baa.. You will be missed..

  • @bantibora750
    @bantibora750 3 ปีที่แล้ว +6

    ভাবিলেই বৰ কষ্ট হয়😭

  • @karabihandique998
    @karabihandique998 8 หลายเดือนก่อน

    Ba miss you❤❤❤

  • @shivalihazarika7664
    @shivalihazarika7664 3 ปีที่แล้ว +6

    MAY UR SOUL REST IN PEACE😭😭🙏

  • @subhashrigogoi5388
    @subhashrigogoi5388 3 ปีที่แล้ว

    Miss u Vitali baa😭😭😭

  • @kaushik10das87
    @kaushik10das87 3 ปีที่แล้ว +3

    Miss u ba😭😭😭😭😭😭

  • @Mlarmy00
    @Mlarmy00 3 ปีที่แล้ว +1

    মই এতিয়াও বিশ্বাস কৰিব পৰা নাই।😭😭😭😭😭😭🥺🥺🥺😭😭😭😭

  • @Jadav_Borah_NLP
    @Jadav_Borah_NLP 3 ปีที่แล้ว +1

    বিদায়😢😢😢💐💐💐

  • @gourisaikia939
    @gourisaikia939 3 ปีที่แล้ว +4

    মোৰ বিহু গানৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈ যোৱা দৰে লাগিঢ়ে

  • @parinitasarmah6477
    @parinitasarmah6477 5 หลายเดือนก่อน

    Ba apuni eman xonkale amar para atari jabo buli vaba nasilu miss you ba 😂😂

  • @manabrider4529
    @manabrider4529 3 ปีที่แล้ว +1

    😭😭😭 miss you baa 😭😭😭🙏🙏🙏🙏

  • @bhargabmedhi1032
    @bhargabmedhi1032 4 หลายเดือนก่อน

    We miss you ba❤

  • @jollyroy4671
    @jollyroy4671 3 ปีที่แล้ว +6

    Apunar atmai khanti pauk😭🙏🏻

  • @deepjyotikumar7418
    @deepjyotikumar7418 3 ปีที่แล้ว +1

    Vitali ba bohagote gosi gol ktha khini mili goise😭😭😭😭😭

  • @monuranjantaye2194
    @monuranjantaye2194 3 ปีที่แล้ว

    apuni jate ase vale take tare kamona korilu love you bitali baa
    .

  • @Pol786-g6d
    @Pol786-g6d 4 หลายเดือนก่อน

    ভিতালী বা 😭😭😭😭😭

  • @himangshudas9443
    @himangshudas9443 3 ปีที่แล้ว

    Bahut dukh Palo😭😭😭😭😭...

  • @uttambhuyan6635
    @uttambhuyan6635 3 ปีที่แล้ว

    সছাকৈ সত্য সংগীত যি সকলে গাই আমাক মনোৰঞ্জন আৰু আনন্দ শান্তি দিয়ে ( সদায় যাতে জীয়াই ৰখায় অদৃশ্য শক্তি য়ে ( শিল্পী সকল মৃত্যু হোৱাৰ পাছতো ( অজৰ অমৰ হৈ থাকে আৰু মনত পৰিলেই ( সংগীত শুনিলে ই সকলো গুণ প্ৰতিভা * পৃথিৱীৰ চাৰিওফালে প্ৰকাশ পায় * ৰাজনীতি নেতাত কৈ * বিধায়ক সং সদ আৰু মন্ত্ৰীত কৈ (* বহুতো ওপৰত ) শিল্পী সকলৰ সংগীত মাজেদি য়েই সময়ৰ সময়ত মহা পৰিবৰ্তন আহে পৃথিৱীৰ বুকুলৈ ( বিশেষ কৈ অসমৰ অসমীয়া মাতৃভাষাৰ সংগীত শিল্পী সকলৰ গান বাদ্যযন্ত্ৰ সুৰ সঞ্চাৰ ( পৃথিৱীৰ ভিতৰত প্ৰথম আৰু প্ৰধান ) জয় আই অসম *শিল্পী সকলৰ *

  • @dishamoni481
    @dishamoni481 ปีที่แล้ว

    Ontarot khodair babe thaki gol apuni❤️joonbair dekhot vle rakhok aponak vgbane🙏🙏🙏🙏

  • @shibanigohain8331
    @shibanigohain8331 3 ปีที่แล้ว +1

    শুনিলে শুনি থাকিব মন যোৱা গান বহুত ভাল লাগিল। বা আমাৰ মাজত সদায় থাকিব।

  • @jesminchowdhory6233
    @jesminchowdhory6233 3 ปีที่แล้ว +3

    তেখেত আমাৰ মাজত সদায় অমৰ হৈ থাকক

  • @pranjaltamulimusical3617
    @pranjaltamulimusical3617 3 ปีที่แล้ว +3

    Rest in peace 🙏🙏🙏🙏🙏🙏

  • @artworks8766
    @artworks8766 3 ปีที่แล้ว

    I miss you bai 😢😢😢😢😰🙏

  • @dipankarnath1746
    @dipankarnath1746 3 ปีที่แล้ว +2

    Miss u ba

  • @tonmoyeegogoi3341
    @tonmoyeegogoi3341 3 ปีที่แล้ว +1

    Vitali baa dore bihu huriya kontho aru karu a hbo nuare. 😭😭eman j bhal lagisil Vitali baa aru Zubeen daar bihu agor gaanbur😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @boishaliankita3525
    @boishaliankita3525 3 ปีที่แล้ว +2

    Rest in peace Bhitali ma'am 😓🙏🥺

  • @sewaliburagohain9564
    @sewaliburagohain9564 3 ปีที่แล้ว

    Miss you vitallii ba.

  • @medinimohan3332
    @medinimohan3332 2 ปีที่แล้ว

    Ba mis you..

  • @sohrabali5638
    @sohrabali5638 3 ปีที่แล้ว

    Bihu rani bihur btrt heruwalo.,miss you ba

  • @mrinalidas4213
    @mrinalidas4213 4 หลายเดือนก่อน

    ❤❤❤❤

  • @enamulahmed1181
    @enamulahmed1181 3 ปีที่แล้ว +3

    So sad

  • @prasantabaruah1728
    @prasantabaruah1728 5 หลายเดือนก่อน

    ❤❤❤❤❤❤❤

  • @paribritadutta3554
    @paribritadutta3554 3 ปีที่แล้ว +1

    🙏Rest in Peace Ma'am🙏Om Shanti🙏..

  • @sanjibkashyap5646
    @sanjibkashyap5646 3 ปีที่แล้ว

    Xsa bhut miss korim vitali ba k,,, RIP ba

  • @rishanahmed2327
    @rishanahmed2327 3 ปีที่แล้ว

    Miss u so badly vitali baa

  • @annishaphukan3015
    @annishaphukan3015 3 ปีที่แล้ว

    Vitali ba rest in eternal peace..Eneke apunak heruabo lagibo buli kahaniu bhoba nasilu..Bohut besi dukh paisu..Bhogobaane jaate apunak hukhot raakhe taare kamona korisu..