BHURUKAT URUKA II VITALI DAS II DY365

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ม.ค. 2022
  • প্ৰায় দুটা দশক বিহুগীতত ভিটালী দাস অবিচ্ছেদ্য অংগ হৈ পৰিছিল। মঞ্চতেই হওক বা পথাৰতে হওক বিহু জমিছিল ভিটালীৰ গীততহে। জুবিনৰ গীতত সেই ৰেঞ্জত গাব পৰা এটাই কণ্ঠ ভিটালী। সময় সলনি হৈছিল, প্ৰযুক্তিয়ে কেছেটৰ পৃথিৱীখন ধ্বংস কৰি পেলাইছিল। বিহুগীতৰ ব্যৱসায় প্ৰায় বন্ধ হৈয়ে পৰিছিল। তেতিয়াও বিহুত ভিটালীয়েই। সেই পুৰণি বিহুবোৰ লৈয়ে পিকনিকত অসমীয়া ডেকা-গাভৰুৱে নাচিছিল, মাঘৰ মেজিৰ জুইৰ কাষত নাচিছিল, বহাগতো ভিটালীৰ গীতেই বাজিছিল। ভিটালীৰ সৈতে আমাৰ ব্যক্তিগত বন্ধুত্ব সেই কেছেটৰ দিনৰে। টেলিভিশ্যনৰ পৃথিৱীলৈ অহাৰ পিছত যেতিয়াই বিহুৰ অনুষ্ঠান কৰিবলগীয়া হয়, ভিটালীক মাতি পঠিয়াও। বিহু গাব লাগিব বুলিলে তাই ৰ’ব নোৱাৰে। সময়ত আহি হাজিৰ হয়হি। সেয়া মাঘেই হওক বা বহাগেই হওক। যোৱাটো বহাগতে ভিটালীক আকস্মিকভাৱে আমাৰ মাজৰ পৰা আতৰাই নিলে কাল কৰোনাই। এইবাৰ ভিটালী বিহীন প্ৰথমটো মাঘৰ বিহু। অনুষ্ঠানবোৰ হৈছে, ভিটালীহে নাই। পুৰণি এটা অনুষ্ঠানৰ পৰা কাটি আনিলো এই গীত দুটা। মাঘৰ বিহুৰ প্ৰাকমুহূৰ্তত DY365ৰ বাকৰিত এটা অনুষ্ঠান কৰিছিলো, ভিটালীয়ে প্ৰাণ ভৰি গীত গাইছিল। আজি ভিটালী নাই, কিন্তু মাঘ বিহুতো ভেলাঘৰৰ কাষত ভিটালীৰ গীত বাজিবই, আমি নিশ্চিত। পৃথিৱীৰ পৰা আতৰি গৈয়ো ভিটালীয়ে আৰু বহুদিনলৈ আমাক বিহুৰে নচুৱাই থাকিব।

ความคิดเห็น • 30

  • @moinasarma8649
    @moinasarma8649 2 หลายเดือนก่อน +3

    Vitali baak bohut miss koru, bhogoban soshay nisthur

  • @lohitphukan101
    @lohitphukan101 หลายเดือนก่อน

    Assams no 1 female singer,,my favourite

  • @debajanibaruah3105
    @debajanibaruah3105 5 หลายเดือนก่อน +8

    প্ৰভূই কত ৰাখিচে শান্তিত ৰাখক ।এই দেৱীজনিক ।কিযে মোহনীয় কন্ঠ ।গুৰুজনা প্ৰাৰ্থনা জনাইচো যাতে তেও আত্মাৰ মুক্তি দিয়ে ।ৰাম ৰাম ।

  • @alankritachoudhury4415
    @alankritachoudhury4415 5 หลายเดือนก่อน +4

    এই অনুষ্ঠান খনতে আপোনাক প্ৰথম বাৰ লগ পাইছিলো আৰু সেইয়াই শেষ.. আপুনি জতেই আছে কুশলে থাকক ভিতালি বা।।

  • @herokrajbongxi5167
    @herokrajbongxi5167 5 หลายเดือนก่อน +3

    আপোনাক প্ৰত্যকটো সময়ত মিছ কৰি আছো মেম আপোনাৰ এই বিহুগীত বোৰ শুনিলে আজিওঁ বুকু কপি উঠে😢

  • @ANITADAS-bs8yc
    @ANITADAS-bs8yc ปีที่แล้ว +4

    Uff Vitali baa🙏🙏

  • @parinitasarmah6477
    @parinitasarmah6477 หลายเดือนก่อน

    Tumi jote asa santit thaka ba miss you ba

  • @prasantabaruah1728
    @prasantabaruah1728 2 หลายเดือนก่อน

    Uffff

  • @lavikalita6457
    @lavikalita6457 ปีที่แล้ว +4

    সচাই উকা হল বিহু বা এইবাৰ

  • @benalpegu1558
    @benalpegu1558 2 หลายเดือนก่อน

    Original voice

  • @Fokotiya-c1g
    @Fokotiya-c1g 5 หลายเดือนก่อน +1

    Miss u ba😭😭😭😭

  • @PronatiSaikia-wf7dm
    @PronatiSaikia-wf7dm ปีที่แล้ว +2

  • @tilakkalita1884
    @tilakkalita1884 ปีที่แล้ว +1

    Iman.dhuniya.

  • @user-ut8xb5lp1q
    @user-ut8xb5lp1q 5 หลายเดือนก่อน +1

    Miss you.

  • @Mixxboy123
    @Mixxboy123 2 หลายเดือนก่อน

    😢😭😭😭misss you baa😭😭😭📸📷😥

  • @beastking4023
    @beastking4023 5 หลายเดือนก่อน

    Miss u baa😭😭😭

  • @ajayhazarika106
    @ajayhazarika106 4 หลายเดือนก่อน

    ❤❤❤❤❤❤

  • @ananyatinikuriaofficial
    @ananyatinikuriaofficial 2 หลายเดือนก่อน

    এই গানটো ইউটিউবত নাপাওঁ কিয় 😢😢😢😢 ??

  • @pranitadeka4026
    @pranitadeka4026 5 หลายเดือนก่อน

    Miss u ba😢😢

  • @madhab81
    @madhab81 5 หลายเดือนก่อน

    Miss you baa

  • @bijurajkhowa7114
    @bijurajkhowa7114 5 หลายเดือนก่อน +5

    অকালতে হেৰাল সুন্দৰ কন্ঠ।😂😂😂❤

  • @nibaranboro7618
    @nibaranboro7618 5 หลายเดือนก่อน

    😢

  • @bitupanhazarika852
    @bitupanhazarika852 3 หลายเดือนก่อน +2

    😭😭 Misss you baa😭😭😭 মানুহৰ মৃত্যু হয়
    কিন্তু স্মৃতিৰ মৃত্যু নহয়,
    সেই স্মৃতিবোৰ জীয়াই থাকে আমাৰ
    গোটেই জীৱনত। 🙏🙏

  • @vaskarbubu3069
    @vaskarbubu3069 2 ปีที่แล้ว +4

    eibar bihu urunga hbo..vitali bar obihone

  • @banjitrajbongshi5053
    @banjitrajbongshi5053 8 หลายเดือนก่อน +1

    bohot miss koro aponak😢😢😢😢

  • @gitahazarika6430
    @gitahazarika6430 5 หลายเดือนก่อน

    আজি চাই পিনে চকুৰ পানী উলাই আহিল😢

  • @manashbora7966
    @manashbora7966 2 หลายเดือนก่อน

    Original song tu ki buli ulabo, kunubai jonabo nki baru

  • @mamonisvlogsandother9132
    @mamonisvlogsandother9132 5 หลายเดือนก่อน

    Ki hoi morisi ba 😢😢😢😢

  • @pinkuboruah2245
    @pinkuboruah2245 5 หลายเดือนก่อน +2

    Moja dei dhuniya voice moi assamr bahiyr pora video saisu bohut val lagise,sakri aei assam jab bohut mon goise, moiu gan gau kintu sakri karne nuwaru gab,