ভিতালী বা'ৰ পৰা তাই কি সংস্কাৰ পাইছে বেলেগ কৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই, তাইৰ কথা বতৰাৰ পৰাই সকলো গম পোৱা গৈছে। তাই সদায় এনেকুৱা এটা সুন্দৰ মন লৈ আগুৱাই গৈ থাকক তাকে কামনা কৰিছো।
কমলিকা তুমি বহুত কথা জানা এইটো ভগৱানৰ দান সকলোকে ভগৱানে জন্ম দিছে কিন্তু সকলোকে ভাল শব্দটো দিয়া নাই সেই কাৰনে আমাৰ দেশ খন দিনৰ বেয়া বাতৰিটোহে T Vত দেখিবলৈ পাও আৰু শুনো মই এটা কম ভগৱানক সকলোকে সুমতি সুগতি দিয়া প্ৰভু krishna krishna 🙏🙏🙏❤❤❤❤
Very nice episode. She is sooo matured. Lots of love and blessings to you Komolika and I wish you have a bright future and can add more values towards the growth and development of Assam and the entire country and Ithink India needs people like you. Love you dear❤
Student kei goraki r majot moi u asilu Ma'am k bht besi miss Koru ....amak ganor majote bht kotha o khikai sile ❤....xodai Sunday goisilu Ma'am r usorot xikibole 😊....hei kotha bur atiya o monot pore .....kamalika aguai jua Anamika baa tumar lgt xodai ase❤.....miss u Ma'am 😔❤
কম বয়সৰ ছোৱালী জনীৰ গুৰুগম্ভীৰ কথা বতৰা ।আশীৰ্বাদ কৰিছো তুমি আগুৱাই যোৱা মাজনী
তোমাৰ উচ্ছাৰণ তোমাৰ কথনশৈলিলী অতি সুন্দৰ । তোমালৈ বহুত বহুত আশীৰ্বাদ থাকিল মাজনী ।
ভিটালী দাসৰ পিছত তেওঁৰ ছোৱালী হ'ব অন্য এক নিদৰ্শন। অন্য এক জ্যোতি হ'ব তেওঁ।
আমাৰ শক্তি নাই ।ঈশ্বৰে তোমাক আগবঢ়াই নিয়ক,সুন্দৰ কণ্ঠ ,সুন্দৰ সৃষ্টি,সুন্দৰ ক'মৰে
তুমি আগুৱাই যোৱা ৷ভগৱানে তোমাক আৰু দেউতাক সাহস ৷তোমাৰ কথাবোৰে অন্তৰ চুই যাই ৷
কথাবোৰ বৰ ধুনীয়া ♥️ আগুৱাই যোৱা । মাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত ।
আজি তোমাক ধুনীয়া লাগিছে লগতে কমলিকা আমাৰ সদায় মৰমৰ 😘
বহুত মৰম লাগিছে সহজ সৰল মনৰ ছোৱালী , আগন্তুক দিন বোৰ আৰু বহুত আগুৱাই যোৱা আশীৰ্বাদ থাকিল
কমলিকাৰ পৰা বহুত ভাল কথা শিকিলোঁ তেওঁৰ উজ্বল কামনা কৰিলো ❤❤❤
কথাবোৰ বৰ ধুনীয়া কৈ কৈছে❤️
Matured Kotha bilak khub Dhunia ❤️ Best Wishes Thakil ❤️tumaloi Aaguai jua 👍
ইমান সুন্দৰ কথাবোৰ সচাঁই বহুত ভাল লাগিল শিকিব লগীয়া কথাবোৰ
কথাবোৰ বৰ মৰম লগা ভন্টি। আগুৱাই যোৱা তুমি।❤ মাত কথা হুবহু ভিতালী বাইদেউৰ দৰেই।
মৰম লগা কথা বতৰাৰ গৰাকী মৰম লগা ভন্টি জনী তুমি আগুৱাই যোৱা ❤❤
তোমাৰ মনৰ আশা পূৰণ হৈ ওঠক।হয় মাজনী পঢ়াটো গানৰ মাধ্যমে আগবাঢ়ি যোৱা শতকুতি আশীৰ্বাদ।
Komolika eman dhunia matured khata val lagise keep it up
বহুত ধুনীয়া কণ্ঠ। তোমালৈ বহুত বহুত শুভেচ্ছা তথা আশীৰ্বাদ থাকিল।
এটি সুন্দৰ অৱস্থান উপভোগ কৰিলো❤❤ ভাষাৰে বুজাব নোৱাৰা এক অনুভূতি ।ভন্তিজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤❤❤🙏🙏🙏
ভিতালী বা'ৰ পৰা তাই কি সংস্কাৰ পাইছে বেলেগ কৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই, তাইৰ কথা বতৰাৰ পৰাই সকলো গম পোৱা গৈছে। তাই সদায় এনেকুৱা এটা সুন্দৰ মন লৈ আগুৱাই গৈ থাকক তাকে কামনা কৰিছো।
কমলিকা তুমি বহুত কথা জানা এইটো ভগৱানৰ দান সকলোকে ভগৱানে জন্ম দিছে কিন্তু সকলোকে ভাল শব্দটো দিয়া নাই সেই কাৰনে আমাৰ দেশ খন দিনৰ বেয়া বাতৰিটোহে T Vত দেখিবলৈ পাও আৰু শুনো মই এটা কম ভগৱানক সকলোকে সুমতি সুগতি দিয়া প্ৰভু krishna krishna 🙏🙏🙏❤❤❤❤
তোমাৰ ভৱিষ্যত উজ্জ্বল হওক❤
Kotha bhur hosakoi bhout dhuniya hoi dei bhitali baa jenekoi val asil manuhe jenekoi val paisil taiku bhout val pai miss korisu bhitali baak
ভিতালি বা নাই -- কিন্তু তেওঁ জীয়ৰী কমলিকা দেখিলে --- ভিতালি বা দেখা যেন লাগে । ভিতালি বা ৰ গান বিলাক ধৰি ৰাখিলেই হব ।
সুন্দৰ কথনশৈলী ভাল লাগিল ধন্যবাদ
বৰ সুন্দৰ চিন্তা ধাৰা❤❤ সদায় কুখলে থাকা❤❤👍👍👍
,🙏🙏🙏
সচায়ে কথাবোৰ শুনি বৰ ভাল লাগিল ।
Love uoy
তুমাৰ উপস্থাপন বিৰাত ভাল লাগিল
Bht val lagil ..... Miss you maa
বহুত বহুত ভাল লাগিল ।মই আপোনাৰ প্ৰগ্ৰেম চাই থাকো । আপোনাক আজি বহুত ভাল দেখিছে ।। ❤
Iman besi matured khub besi val lagil....😘...best wishes thakil tumaloi....bohut duroloi aag bahi jua ...
আতি সুন্দৰ কথোপকথন ❤❤❤ God bless You.
Such a talented girl she is 🤗 lots of love 😘❤
বহুত ভাল লাগিল। বহুত অভিজ্ঞ তাই।
Very nice singing. Unique Voice and ultimate programme. Go ahead way to your journey of music. All the best wishes to you.❤🎉❤. God bless you ❤🎉❤.
Boyokhotke teo xoru hoi kintu tor kotha khiniye ekdom mon sui goise ...God bless you
Very nice singing and ultimate programme Go ahead my cute sis ❤
Aru agbahi juwa 🤎♥️ love from lokhimpur 🥰♥️
অতি মহত্বপূৰ্ণ কথা কৈছে।
Junior vitali🥰❤️🙏
Very nice episode. She is sooo matured. Lots of love and blessings to you Komolika and I wish you have a bright future and can add more values towards the growth and development of Assam and the entire country and Ithink India needs people like you. Love you dear❤
Komolikar gaan hunile j eman val lage .Mon sui jai❤❤❤❤❤❤❤
Kamalika tmr kothabur khuni thaki bht vl lgil...bht dhunia kotha koisa...
Val lagil sai.khub dhuniya kotha koise❤
Student kei goraki r majot moi u asilu Ma'am k bht besi miss Koru ....amak ganor majote bht kotha o khikai sile ❤....xodai Sunday goisilu Ma'am r usorot xikibole 😊....hei kotha bur atiya o monot pore .....kamalika aguai jua Anamika baa tumar lgt xodai ase❤.....miss u Ma'am 😔❤
❤
God bless you komolika💕🥰🥰
N~
IAS officer কমলিকাৰ জীৱনৰ লক্ষ্য যেন মোৰ ধাৰণা হৈছে।খুব matured ছোৱালী। আগুৱাই যোৱা। ব্যক্তিত্ব বৰ আকৰ্ষণীয়। সাজ-পোছাক চাল-চলন বৰ সুন্দৰ
Bahut bhal lagil
very nice komalika.bhut bhal lagil tumar kathabur huni.tumi aaru aaguay juaa.aarshbad thakil tumaloi bahut bahut.❤❤❤
তুমি সদায় মানসিক ভাৱে সবল হৈ থাকা , তোমাৰ লগতে মা ও আমাৰ মাজত সজীৱ হৈ আছে
Kotha bur bht dhunia❤️Val lagil video tuh❤️😍
Birat bhal lagil Sai. Thanks.
সুন্দৰ ..........❤❤❤❤
Bohut besi val lagill❤✨
যি মূলা বাঢ়ে তাৰ দুপাততে চিন : শুভেচ্ছা থাকিল।
Tomalokr video sai bhut bhut val lagil❤❤❤❤❤❤
Ati sundor baa❤❤❤
Love from Tinsukia.❤
বৰ ভাল লাগিল
মাকৰ নিচিনা কন্ঠ সচাকৈ বহুত ভাল লাগিছে
বৰ মৰমলগা ভনতি তুমি আগুৱাই যোৱা।
🙏❤️❤️❤️ protito kothai mor karone heart touching
Khub val lagil..kotha bur khub machiort
God bless you beta ❤❤❤
Bhitali jethaikbohuuuut miss koru. aru Kamalika baak bohuuuut val pau aru teur kothabure bohu kotha xikai❤
Kothabur bor Dhunia 😍
Bohut val lagil ❤️🙏🙏🙏
Komalikar kithakhini khub sundar..
Hundar kotha koisa kumolika imn xoru suwali hoi bohut dhunia kotha koisa tumar age r suwali bohutei imn hundar k Kobo najane God bless you
ভিতালীবাৰ প্ৰতি ৰুপ তুমি মহাজনী,, ভৱিষ্যত উজ্জ্বল কামনা কৰিলো,, !
Val lagil ba
Bohut bhal lagil. Eman mature kotha botora. Teur ujjal bhobissat kamona korilu❤
Bhut Val lagil ❤️🥰
Matured,talented and beautiful girl with beautiful soul❤
ভাল লাগিল❤❤
Love from naharkatia ❤❤
Bohut bhal lagil
Moi vitali das or geet khubei val pau.etia tekhetor jiorir konthot geet bur suni khubei val lagi se .
Bør dhunia gaise🥺❤
বহুত বেছি ভাল লাগিল 😊❤ তুমি আগুৱাই যোৱা আমাৰ শুভেচ্ছা তোমাৰ লগত সদায় আছে 🥰🤗
বৰ ধুনীয়া
Apunar utjal vobishot kamona korilu baa aru aguwai jwa tare kamona korilu ❤😘
Bhal sanskar pale manuh bhal hoi..
Bohut bhal lagil..
Vitali dasoloi monat poril😢....Tumi aguwai juwa
Vl lgl video Tu ❣️
Lots of love to you 💕
Very nice God bless you
Bohudur agbarhi jua tumi 😊huvveshya thakil✨👍
Professional student
Bhut val lagise kotha but suni
Lots of learnings is avaliable in this Kamalika,s discussion.
Val lagy bohut gan bur hune... Apunar...
হয়, তোমাৰ মাতৃ আজি অমৰ। চিৰ দিনলৈ। তোমাৰ কথাখিনি বহুত সুন্দৰ
Nice ❤
My favorite singer
Val lagise
Eman val loga katha koisa komolika vonti. ❤❤❤❤❤❤❤
Bhut vll lgil baa jnir kotha xuni 🙂🙂
may god long live
Vall lagil tumar kotha khuni
Komolika maina mor sowalir dore tumiaag barhi goi thaka tumar actuate tumar ma Lukas aase thank you
Vl lagise
ইমান সুন্দৰ মন্তব্য ❤❤❤❤❤
iman soru suali jodiu kotha bur u kontha bohut dhunia tumar porao hikibo loga ase.