গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লেই জে'ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা!

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2024
  • হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰিবলৈ ধৰিছে,কাৰণ গৌৰৱ গগৈ আহি আছে!২০২৬ত অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ! গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লেই জে'ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা!গৌৰৱ গগৈক লৈ টেনচন বাঢ়িছে উত্তৰ-পূবৰ চাণক্য খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ความคิดเห็น • 255

  • @jibonjyotidutta622
    @jibonjyotidutta622 หลายเดือนก่อน +15

    গৌৰৱ গগৈ আহি আছে 2026 চনত মুখ্যমন্ত্রী হৈ 🙏🙏🙏🙏

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +60

    গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা দিনটোলৈ অপেক্ষা মাথোন।

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      @@manjubarman1855 female fish 🐠 CM hbo 2090,t

  • @PranjalHazarika-nx7vo
    @PranjalHazarika-nx7vo หลายเดือนก่อน +16

    অসম আৰু অসমীয়াৰ স্বাৰ্থত গৌৰৱ গগৈ 2026' ত মুখ্যমন্ত্ৰী হোৱাটো নিতান্তই প্ৰয়োজন। প্ৰতিজন অসমীয়াই কথাটো অনুধাৱন কৰক। যোৰহাটৰ জনগণে ৰুই দিয়া পুলিটো 2026'ত এজোপা বৃক্ষলৈ পৰিণত কৰক সমগ্ৰ অসমৰ জনগণে অসম আৰু অসমীয়াৰ স্বাৰ্থত।

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr หลายเดือนก่อน +82

    আহি আছে গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ৰূপে❤❤❤

  • @SimilarAhmed
    @SimilarAhmed หลายเดือนก่อน +13

    গৌৰৱ গগৈ জিন্দাবাদ

  • @hafijursikder9104
    @hafijursikder9104 หลายเดือนก่อน +29

    গৌৰব গগৈৰ সন্মুখত হিমন্ত বিশ্ব শর্মা এখন তাচপাতৰ ঘৰ ।

  • @dipjyotibora9405
    @dipjyotibora9405 หลายเดือนก่อน +31

    গৌৰৱ অসম আৰু অসমীয়াৰ গৌৰৱ ৷

    • @user-re5ut5tr2d
      @user-re5ut5tr2d หลายเดือนก่อน +1

      Good news

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      @@dipjyotibora9405 female fish 🐠🐠🐠🐠

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr หลายเดือนก่อน +18

    Gaurav Gogoi zindabad zindabad

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f หลายเดือนก่อน +31

    শুভ বাৰ্তা

  • @GolapborpatraGohain677
    @GolapborpatraGohain677 หลายเดือนก่อน +38

    Gowrab Gogoi long live.

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      Kon gourab kor manuh

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 หลายเดือนก่อน

      @@user-ql1qt3gn5d toi Saroda live feku live saa bakor putak dee ase

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      @@yogeshborpatragohain6775 ow female fish 🐠😂😂😂😂😂😂😂😂😂😂😂😂

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 หลายเดือนก่อน

      @@user-ql1qt3gn5d Saroda mama jail jatra haju hoisa aru 26 ot toi u jabi naki lgt pokor dhuwabole

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      @@yogeshborpatragohain6775 mor pukor khabi neki ....

  • @dowarahsanab8230
    @dowarahsanab8230 หลายเดือนก่อน +11

    মুখ্যমন্ত্রীক অসমৰ ৰাজনীতি পৰা বিদায় দিৱ লাগে।

  • @user-of4yf2pu7w
    @user-of4yf2pu7w หลายเดือนก่อน +25

    Good news🎉

  • @kulenchpathak
    @kulenchpathak หลายเดือนก่อน +30

    গৌৰৱ গগৈ ডাঙৰীয়াক আদৰনি ৷

  • @dipakbaruah8987
    @dipakbaruah8987 หลายเดือนก่อน +89

    অকল HBS ই জেলত গ'লে নহ'ব, কিছুমান অন্ধভক্তকো জেলৰ ভাত খুৱাব লাগিব, কাৰণ অন্ধভক্তই যথেষ্ট বাধা প্ৰদান কৰিছে ।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 หลายเดือนก่อน +4

      অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
      এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক।
      ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
      আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
      এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়।
      অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়।
      যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।*
      Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।

    • @DipDas-vi8ki
      @DipDas-vi8ki หลายเดือนก่อน

      ​BJP ahi ki ghotitu korile nu

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih หลายเดือนก่อน +6

      @@thepoliticalawareness1021silapatharot gamosa kune gosokisil uttar diyok andho bandhu

    • @dipakbaruah8987
      @dipakbaruah8987 หลายเดือนก่อน

      ​@@thepoliticalawareness1021ডাঙৰীয়া আপুনি News Live ৰ লগত যোগাযোগ কৰিলে ভাল ফল পাৱ যেন লাগিছে ! আপোনাৰ স্থান ইয়াতে নহয় যেন লাগিছে, আপুনিও অলপ ওপৰৰ মাল যেন লাগিছে।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 หลายเดือนก่อน +1

      @@PrajenBorman-ud9ih অসমিঞাৰ analyzing capacity? Wow

  • @khagenkakati6380
    @khagenkakati6380 หลายเดือนก่อน +31

    Mama ৰ জেল জোৰোযাত্ৰা আৰম্ভ হবলৈ বেছি দিন নাই

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      Kon gourab kor manuh female fish

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw หลายเดือนก่อน

      পাগলে নকয় কি ।

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      @@HappyKnittingYarn-wx1pw ow female fish 🐠 CM hbo 2090,t

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 หลายเดือนก่อน

      @@user-ql1qt3gn5d 1500 tokiya vikhare atai seyore aku krebo nuwaro modi nija Jorhat ot aahi a horuwabo nuwarela

  • @birhangnarzary3699
    @birhangnarzary3699 หลายเดือนก่อน +8

    100/ Hobo Gourob Gogoi Chief Minister .Raij Wait Kori Ase Bogoban Sohai koribo Taij.

  • @pravegzeguar
    @pravegzeguar หลายเดือนก่อน +11

    Mama go back ❤

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u หลายเดือนก่อน +21

    কোনো কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী নিবিচাৰোঁ।

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p หลายเดือนก่อน +14

    Good news

  • @kumuddas9578
    @kumuddas9578 หลายเดือนก่อน +12

    Right. Koise

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n หลายเดือนก่อน +6

    এতিয়া হেজাৰ হিমন্ত বিশ্ব শৰ্মা আহিলেও অসমৰ ৰাইজে দেলাল বিজেপিক ভুট নিদিয়ে আমাৰ জনসাধাৰণৰ তেজ খাই দিলে, দুখিয়াৰ চৰকাৰ নহয় ধনিৰ চৰকাৰ পঞ্চায়ত নিৰ্বাচনত বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ কংগ্ৰেছ

  • @rajenborah6629
    @rajenborah6629 หลายเดือนก่อน +24

    2026 ত আহিবনেকি দুমূহা কি হব 😅😅😅

    • @Bnb717
      @Bnb717 หลายเดือนก่อน +2

      Congress govt. 2026

  • @santanusaikia1127
    @santanusaikia1127 หลายเดือนก่อน +3

    Gaurav gogoi is a real person , history repeat itself. Tarun gogoi dangoria or lora jihetu.

  • @ZakirHussain-uz9os
    @ZakirHussain-uz9os 7 วันที่ผ่านมา

    অকল উজনিত নহয় নামনিতো গৌৰৱ গগৈৰ নাম সকলোৰে মুখত, গৌৰৱ গগৈ জিন্দাবাদ ।

  • @dakwamrongphar2729
    @dakwamrongphar2729 หลายเดือนก่อน +2

    Honourable Sir Gourav Gogoi Long Live.🔥👍❤

  • @DebanandaKaman
    @DebanandaKaman หลายเดือนก่อน +25

    অসমৰ অৰ্থনীতি ধংশ কৰা হিমন্তক বিদায় নিদিলে অসম ৰসাতালৈ যাব

  • @sivarajdeepgogoi3432
    @sivarajdeepgogoi3432 หลายเดือนก่อน +7

    Good news ❤

  • @ujjalnandi4157
    @ujjalnandi4157 หลายเดือนก่อน +9

    Yess

  • @Hirub1996
    @Hirub1996 หลายเดือนก่อน +13

    😭Himanto Jail jabo... Good News📰

    • @ktamuli6
      @ktamuli6 หลายเดือนก่อน +2

      Jail juwatu khang hoi goise .

  • @nripenborgohain201
    @nripenborgohain201 หลายเดือนก่อน +1

    অসমৰ ৰাইজে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ গৈ আছে ৷

  • @Bora_Traveling_vlog
    @Bora_Traveling_vlog 9 วันที่ผ่านมา

    গৌৰব গগৈক ভগৱানে কৃপা কৰেযেন ।

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko หลายเดือนก่อน +3

    চাব গৌৰব গগৈ ডাঙৰিয়া আপোনা লোকৰ অহংকাৰ হৈছে ..

  • @BorahDa-xd1bh
    @BorahDa-xd1bh หลายเดือนก่อน +3

    এইবাৰ বামুণ চেটেপ!!!!

  • @BorahDa-xd1bh
    @BorahDa-xd1bh หลายเดือนก่อน +2

    হিমন্তই জেল গলে মুখবেকা আৰু ওপৰৰ মালে ভৰি মালিচ কৰিবলে যাব।

  • @pranborah1469
    @pranborah1469 หลายเดือนก่อน

    গৌৰৱ গগৈ জিন্দাবাদ। চবৰে হুৰ তুলিব লাগে

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 หลายเดือนก่อน +2

    Gourav Gogoi zindabad

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d หลายเดือนก่อน

      Kon gourab kor manuh female fish

  • @NajidAli-we4px
    @NajidAli-we4px 11 วันที่ผ่านมา

    Gurav. Go-go. Jindabaad🇮🇳✔️✔️✔️🌹🌹🌹🌹🤚🤚🤚🤚

  • @user-tw8io4pn7p
    @user-tw8io4pn7p 10 วันที่ผ่านมา

    Gourab gogoi sir jindabad

  • @user-bt1cx3pv1c
    @user-bt1cx3pv1c หลายเดือนก่อน +3

    Coming up 2026 on gaurov gogoi😮😮😮

  • @kakoligayan2065
    @kakoligayan2065 หลายเดือนก่อน +2

    হিমন্তক যাবত জীবন জেল দিব লাগিব

  • @BisheswrGogoi
    @BisheswrGogoi หลายเดือนก่อน +1

    Very good news .....

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh หลายเดือนก่อน +1

    Next CM Gaurav Gogoi zindabad 💯🙏💪 Hemanta Biswas Sharma Jalore thakibo maja bhumika alankari mama

  • @user-iu9yo6oq2u
    @user-iu9yo6oq2u หลายเดือนก่อน

    Gaurav gogoi is great leader 👏

  • @muned6442
    @muned6442 หลายเดือนก่อน +3

    কি হ'ব ওপৰৰ মালবোৰৰ 😂😂😂😂😂😂

  • @MaxShort-o4d
    @MaxShort-o4d 21 วันที่ผ่านมา

    Gourav gouoi ❤❤❤❤❤❤❤ nice

  • @anilmissong8018
    @anilmissong8018 29 วันที่ผ่านมา

    Yes yes gourav Gogoi

  • @shoburuddin4804
    @shoburuddin4804 หลายเดือนก่อน +1

    Right

  • @user-wv1ev5dp1h
    @user-wv1ev5dp1h หลายเดือนก่อน

    গৌৰৱ গগৈ অসমৰ গৌৰৱ

  • @ParamanandaBora-l2w
    @ParamanandaBora-l2w หลายเดือนก่อน

    Gourav gogoi next cm

  • @NaliniDeka-mq1rf
    @NaliniDeka-mq1rf 26 วันที่ผ่านมา

    অসমৰ ৰাইজে এতিয়া গৌৰৱক বিচৰাতো অতি প্ৰয়োজনীয় হৈ পৰিছে অসম বচাবলৈ হলে অসমীয়া সচেতন হবৰ হল

  • @SomaDutta-rx6lz
    @SomaDutta-rx6lz หลายเดือนก่อน

    Yes next cm gaourav

  • @pkvlogs1406
    @pkvlogs1406 18 วันที่ผ่านมา

    Gourav gogoi jindabaad 🙏👍🙏🙏💯💯💯💯💯💯💯💯

  • @balendas2049
    @balendas2049 หลายเดือนก่อน

    অসমবাসী ৰাইজে সু ৰাজনৈতিৰ আশ্ৰয় লৱ। আৰু মেৰুদণ্ড হিন ৰাজনৈতিক কবৰ দিৱ

  • @himashreepegu1868
    @himashreepegu1868 10 วันที่ผ่านมา

    Gourav gogoi zindabad

  • @nivasaikia2249
    @nivasaikia2249 หลายเดือนก่อน +1

    Next cm G.gogoi hoga❤❤❤

  • @user-rv5zc7vj4b
    @user-rv5zc7vj4b 18 วันที่ผ่านมา

    Gaurav Gogoi zindabad

  • @dipak7876
    @dipak7876 หลายเดือนก่อน

    Gourav Gogoi

  • @ZakirHussain-uz9os
    @ZakirHussain-uz9os 7 วันที่ผ่านมา

    ইয়াত কোনো সন্দেহ নাই যে ২০২৬ চনত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নহ'ব।

  • @ratanbaishya4565
    @ratanbaishya4565 หลายเดือนก่อน +1

    Cm gourab gogoi k lage

  • @prabinsarma7499
    @prabinsarma7499 หลายเดือนก่อน +1

    Hbs go back

  • @user-dv2mi3no3f
    @user-dv2mi3no3f หลายเดือนก่อน

    Next c m Gourav gogoi conform

  • @karabibaruah2135
    @karabibaruah2135 หลายเดือนก่อน +3

    Yesssssss❤

  • @nijamuddin-228
    @nijamuddin-228 หลายเดือนก่อน

    Gourav gogoi zindabad tupamari

  • @plabitabora-nt4op
    @plabitabora-nt4op หลายเดือนก่อน

    হিমন্ত বিশ্ব শৰ্মাইহে উপযুক্ত ষাসন দণ্ড ছলাইছে । যদিহে যোৱা দশকটো হিমন্ত বাহিনীয়ে দেশৰ শাসন ভাৰ নললে হেতেন ডঃ ভূপেন হাজৰিকাই গানত গোৱাৰ দৰে অসমত আসমীয়া "ভগনীয়া হোৱাৰ উপক্ৰম হ'ল হেতেন "।অপ্ৰিয় হলেও খাঁছ গাঁৱলীয়া নাগৰীক হিছাপে মই এই কথা বুকুত হাতথৈ কৈছো । ইমান দিনে অসমীয়া জাতিক সুৰক্ষা দিয়াতো অসমৰ এচাম সংবাদ সেৱীকে আদি কৰি বহু গুণী জ্ঞানী ব্যক্তিয়ে ব্যক্তিগত কাৰণত এই ভয়ানক সমষ্যাতো হিমন্তক বেয়া পোৱাৰ কাৰণে টুলুঙা কথা মূখ্য মন্ত্ৰীয়ে কৈ আছে বুলি ক'ব বিছাৰে । ই জাতিৰ বাবে দুভাগ্যৰ কথা । এচাম বহু গুণী জ্ঞাণী দেশৰ আগ শাঁৰিৰ নাগৰীকে বুজি লৈ মূখ্য মন্ত্ৰীৰ এই কথা বোৰক সমৰ্থন কৰি জাতিৰ হ'কে থিয় দিয়া হ'লে জাতিৰ বাবে শক্তি হ'ল হেতেন । চকুৰ আগতে সেই সকলে গুৱা হাটীৰ নগৰীক পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী ডেকা বুঢ়া বুঢ়ীক ঘৰৰ ভিতৰত আহি সোমাই কি নিৰ্মম আত্যাছাৰ কৰিছে সেই বোৰ দেখি শুনিও চকু মুদা কুলিৰ ভাঁও ধৰি ছাই আছে । এই বোৰ সছা কথা যদি মুখ্য মন্ত্ৰীয়ে ক'ব খোজে জাঙুৰ খাই উঠে গুৱা হাটীৰ বিশেষ এছাম নাগৰীক আৰু মিডীয়া মেন সকল । দেখা গ'ল যি দিনাই অসমত ৩ বিৰোধীৰ সাংসদ বিজয় হৈছিল তাৰ পাছৰে পৰাই এটা বশেষ জাতিয়ে অসমীয়া জাতিটোক পদে -পদে নিঃশেষ কৰাৰ চেষ্টা কৰি আহিছে । এই লৈ মিডীয়া ই সছা কথা নে মিছা কথা টক চ' পাতি আনক হে সোধে । মোৰ মতে প্ৰত্যেক টো চেনেলৰ এংকৰ জনে ভাল কৰিছেনে বেয়া কৰিছে টক চ' টোৰ সবিশেষ বক্তব্য শুনাৰ লগে লগে অন্যায়ৰ পক্ষে সজোৰে মাত মাতিব পাৰিব লাগে । দুটা চেনেলৰ কেইজন মান এং কৰে কিন্তু উচিৎ কৰে ।ধন্য বাদ তেঁখেত সকলক । শেষত কঁও মই এজন দেশৰ সাধাৰণ সছেতন নাগৰীক হে ।কোনো ৰাজ নৈতীক নেতা কিন্তু নহও ।

  • @MunnaShobdokor
    @MunnaShobdokor 29 วันที่ผ่านมา

    Himonto MAma jindabad

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe หลายเดือนก่อน +1

    Good

  • @সেইপুৰণিবিহুবোৰ196cd
    @সেইপুৰণিবিহুবোৰ196cd หลายเดือนก่อน

    Gourav Gogoi Salute
    HBS Go Back

  • @mukutsaikia6302
    @mukutsaikia6302 หลายเดือนก่อน

    Congress❤❤❤❤❤❤❤❤

  • @kamaltalukdar46
    @kamaltalukdar46 10 วันที่ผ่านมา

    Nex CM g gourov gogoi sei2 Fainel a hoise ak Prokar .

  • @sumanborah9605
    @sumanborah9605 หลายเดือนก่อน +1

    যাব লাগে

  • @kantanarzary7884
    @kantanarzary7884 หลายเดือนก่อน

    Next CM Gaurob Gogoi.

  • @myway3433
    @myway3433 หลายเดือนก่อน

    গৌৰৱ গগৈ ডাঙৰীয়া আহি আছে আতৰি দিয়ক মামা ।

  • @arindamcreation6571
    @arindamcreation6571 หลายเดือนก่อน

    অভিনন্দন গৌৰৱ দা

  • @jyoshreegogoi7958
    @jyoshreegogoi7958 หลายเดือนก่อน

    Gourav Gogoi ❤❤❤

  • @chittunrabharabha605
    @chittunrabharabha605 หลายเดือนก่อน

    Yes gaurav sir ❤❤❤

  • @jagannathdas484
    @jagannathdas484 หลายเดือนก่อน +4

    জেললৈ কিয় বিচাৰ ৰাইজেহে কৰিব

  • @gh12138.
    @gh12138. หลายเดือนก่อน +1

    Bjp go back😠

  • @dipduttathakuria8147
    @dipduttathakuria8147 หลายเดือนก่อน +3

    👍👍👍

  • @bokulkarmakar7784
    @bokulkarmakar7784 หลายเดือนก่อน

    Good News.... Gaurav Gogoi Zindabaad.

  • @PhilosopherAssam
    @PhilosopherAssam หลายเดือนก่อน

    Super Hero Gaurav Gogoi 😎

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s หลายเดือนก่อน

    বিজেপি মুক্ত হ'ব নেকি অসম?

  • @pkvlogs1406
    @pkvlogs1406 18 วันที่ผ่านมา

    Good news 🔥🔥🔥👍👍👍👍🙏🙏🙏🙏

  • @ramen5972
    @ramen5972 หลายเดือนก่อน

    2026 nhoi atiyai hb l lage jindabad

  • @thaneswarkagyung2463
    @thaneswarkagyung2463 28 วันที่ผ่านมา

    Good News

  • @fotikdas2264
    @fotikdas2264 9 วันที่ผ่านมา

    Mojjaaaa

  • @rubilaskar8874
    @rubilaskar8874 8 วันที่ผ่านมา

    তাকেই কামনা কৰোঁ ।

  • @SomaDutta-rx6lz
    @SomaDutta-rx6lz หลายเดือนก่อน +1

    Bjp out

  • @mriduldas7259
    @mriduldas7259 หลายเดือนก่อน

    Gaurav Gogoi ✍️ 🙏 💐 ✊..

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u หลายเดือนก่อน +1

    হিমন্ত ই বজাৰত টেঙা আম বহুত বেছিলে আৰু আমি আৰু টেঙা আম নাখাও।

  • @pranborah1469
    @pranborah1469 หลายเดือนก่อน

    Mojja

  • @VolaNath-jb6ys
    @VolaNath-jb6ys หลายเดือนก่อน

    Wel come gourav gogoi

  • @jahirulislam4311
    @jahirulislam4311 หลายเดือนก่อน +1

    ২০২৬ ত গৌৰৱ গগৈ মূখ্যমন্ত্রী হলে মামা হব বিধান সভাৰ অধ্যক্ষ নাইবা ৰাজ্যসভাৰ সাংসদ এয়া হৈছে ৰাজনীতিৰ সূত্র।

  • @ParamagogoiParamagogoi
    @ParamagogoiParamagogoi 26 วันที่ผ่านมา

    Thanks

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km หลายเดือนก่อน

    Gaurav Gogoi jindabad.

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 หลายเดือนก่อน

    Gaurav Gogoi welcome and longlive forever in india and Assam .

  • @abdulkaiyum7897
    @abdulkaiyum7897 7 วันที่ผ่านมา

    Gaurav gogoi Subway surfers mukhymantri Assamese

  • @AfjalKhan-yi7ey
    @AfjalKhan-yi7ey หลายเดือนก่อน

    Congratulations

  • @himanshudutta609
    @himanshudutta609 หลายเดือนก่อน

    gaurav da zindabad ami apunar logot aso

  • @pgoswami5378
    @pgoswami5378 หลายเดือนก่อน +5

    কথাটো যেনেদৰে আৰু যিমান আশা কৰি ভবা হৈছে
    আচলতে ইমান সহজো নহয়।
    এতিয়াও তৃণমূল পৰ্যায়ত কংগ্ৰেছে সৰ্বসাধাৰণ ৰাইজৰ মাজত আশানুৰূপ ভাবে শিপাব পৰা নাই। বিজেপি শাসনৰ থিক আগৰ পোন্ধৰ বছৰীয়া কংগ্ৰেছী শাসনৰ পৰা জনতাই পাই থোৱা
    বহুতো জনবিৰোধী তিক্ততাপূৰ্ণ অভিজ্ঞতা এতিয়াও পাহৰিব পৰা
    নাই বাবেই জনপ্ৰিয় হৈ উঠা নাই। অহা দুবছৰত কংগ্ৰেছ দলে
    সদ্ভাৱেৰে জনতাৰ ওচৰলৈ গৈ কথাই কামে সম্পূৰ্ণ বিশ্বাস জন্মাব পাৰিলেহে হয়তো ৰাইজে পুণৰ্বাৰ দলটিৰ কাষ চাপি ভাল ফলাফল দেখুৱাই দিব পাৰে।কিন্তু ৰাইজে দলৰ মাজত শৃঙ্খলাহীনতা আৰু নানান খামখেয়ালি দেখিলে দলটিক
    আঁকোৱালি নলবও পাৰে।

  • @bipulsonowalbipulsonowal5129
    @bipulsonowalbipulsonowal5129 หลายเดือนก่อน

    Good 👍👍