ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সুন্দৰ উপস্থাপন কৰিলে। কিন্তু দুখ লাগিল।।কৃষ্ণ।
Moja dihanam 🙏🙏🙏✨👏👏👏nice
বহুত বহুত ..... বহুত সুন্দৰ হৈছে @ ৰুপম ❤ মোহন আৰু কে কে দা
এৰা এইসকলোৱেইটো ভগৱানৰে সৃষ্টি, সেয়ে চিৰদিন নহয় এই জীৱন, শুনিখুব ভাল লাগিল,,, সেয়ে আপোনালোকে গাই যাওক চোন,, গীতটো শুনি খুবেই ভাল লাগিল,,,,,
কৃষ্ণ কৃষ্ণ।পৰা যাব। অতি সুন্দৰ হৈছে।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ মন পৰশা গীত ভাল লাগিল ধণ্যবাদ
😊😊😢😢😢😢🎉😮😮❤❤😂😂
ইমান সুন্দৰ গীত, ভগৱানে মংগল কৰক ,
Atiya loika 20 baror uprot hunilu bor vl laga❤❤❤
বহুত ভাল লাগিল চাই
Xundor kontho 3 niw tare ❤ git te a antor sui goi se ❤
সুন্দৰ লাগিল , তিনিও গৰাকী বান্ধৈ লৈ অজস্ৰ মৰম
কৃষ্ণ কৃষ্ণ বাপ সকল শুনি বহুতো ভাল লাগিল।
😢z7czcg b l l
কৃষ্ণ কৃষ্ণ সুন্দৰ কৃষ্ণ মাজত সুন্দ হৰি নাম
অতি সুন্দৰ প্ৰদৰ্শন ❤❤👍👍👍🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
❤❤❤
Bohut vl lagise
Bhut val lagise dau
অতি সুন্দৰ 😊
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল শুনি ❤️❤️
সচা কথা মানৱ জীৱনটোৱেই এনেকুৱা হয়, সুন্দৰ ৰূপত উপস্থাপন কৰি গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল আপোনালোকৰ এই টোকাৰী গীত টো, কিন্তু শুনি ও খুব দুখ লাগিল,,ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত টোকাৰী গীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক এনে গীত শুনাবলৈ, কুশলে থাকক এই মানসেৰে ই
Bohut Borhiya git
Hundor mohon kk. Da
Mujjang
অতি সুন্দৰ প্ৰদৰ্শন 🙏🙏🙏👌
Hundar 🙏🙏🙏❤
মই মৰিম যিদিনা অ বান্ধৱ নালাগে সোৱৰণী গীত নালাগে মিচা নাম চিতাৰ কাষত বহী চকুলু টুকি তোমাৰ এটুপাল চকু পানী য়ে হ'ব মোৰ গাণ বান্ধৱ চকুৰ পাণীয়ে হব গাণ ইতি তোমা লোকৰ মৰমৰ প্ৰিয়ে চিৰ যোগমিয়া প্ৰিয়ে❤❤
Moja harinam Nam Ki val lagil
Val lagil
সুন্দৰ আমাৰ ভাঙনা নাট খুল পৰা নাট সামৰণি পৰিল
Mojjsh lgil kk daaaa love 7:40 tukari geet tu bhut khuiji val lagil dhanya bad akha koru aru ankoi bonabo
বহুত ধুনীয়া হৈছে ❤
হৰি মোৰ বান্ধৱ🙏সকলো ভগৱানৰ মায়া 😢
Bohut val lagile ❤
Hundor 🙏🙏🙏💐
কৃষ্ণ কৃষ্ণ ❤❤
সুন্দৰ গীত
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল শুনি❤
কৃষ্ণ কৃষ্ণ বাপ সকল বহুত ভাল লাগিল
অতি,সুন্দৰ,
Ati shundor hoise❤
Dhuniya 😊
বৰ ধুনীয়া হৈছে
কৃষ্ণ প্ৰভু অতি সুন্দৰ ❤
/*),😅😅
Bohut besi bhal lagil❤
সুন্দৰ🥰🥰🥰
Hundor bor❤❤😢😢😢
Val lagil 🙏🙏🙏
অতি সুন্দৰ হৰি নাম বহুত ভাল লাগিলে
Bohut val lagil huni❤❤
Bohut vahl lagil gantu huni❤
Bohut vall lagill 🥰🥀
সুন্দৰ হৈছে
বহুত ভাল লাগিল আৰু আগুৱাই যায় যেন।
Bhl lagil Krishna ❤
❤😊
বৰ সুন্দৰ ❤❤❤❤❤❤🎉🎉🎉🎉
Bohut bohut vhal lagil 😢😢😢😢
বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ 🙏❤️❤️
Xosai bor val lgil
বহুত ভাল লাগিল।ধন্যবাদ সকলো কলাকৌশলীলৈ গীতটি ইমান ধুনীয়াকৈ সজাই তোলাৰ বাবে।ধন্যবাদ দীপা।ভগৱানে দুয়োকে ভালে ৰাখক।
বৰ সুন্দৰ
Bohut vall hoise xei git tu diyar babe thanks 🙏👍
Mojja 🎉
Bht vl lagil sai ❤️
বহুত ভাল লাগিছে সঁচাকৈ
Bor hundor....
Bhut Val lagise so much kk da aru muhan
সুন্দৰ, সুন্দৰ,, আপোনাৰ এই গীতটো শুনি বৰকৈ চিন্তিত কৰি তোলে মোক,, আপোনাসবৰ পৰিৱেশন চাইও ভাল লাগিল সাধাৰণতে মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ, কিন্তু শুনিলে মোৰ মন টো বৰকৈ চিন্তিত হৈ পৰে সেয়ে নকলেও হব, আপোনাসবে গাইযাওকচোন শুনি মই খুবেই ভাল পালোঁ,, ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা গীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখেৰে ৰাখক সচাকৈ দেই ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে এনে ভক্তি মূলক গীত শুনিবলৈ,,
সুন্দৰ বাপসকল।
কৃষ্ণ কৃষ বহুত ভাল লাগিল বাপ সকল ।
Hundor 👌
Xosa koi bohut dhunia .... Lagisa
Ki kom mne besari pua naii,eman vl hoise❤,anakoi amar hori naam bur xuni thakele oxomia buli gourob koribo paru,bohut vl bohut vl,Sri horia TEU lukok vle rakhok❤
অতি সুন্দৰ হৰি হৰি ৰাম
সুন্দৰ লাগিছে দেই বাপ
হয়তো হয়,,গীত টো শুনি মই খুবেই চিন্তিত হৈ পৰোঁ,, মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ,, মনটো বিশাদে আৱৰি ধৰে বৰকৈ,, সেয়ে আপোনালোকে গাই যাওক চোন, শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় কেতিয়াবা বৰকৈ চিন্তিত কৰি তোলে,,
কৃষ্ণ🙏কৃষ্ণ
Bohut val lagil gan tu xuni ♥️
সুন্দৰ, পৰিৱেশন চাইও ভাল লাগিল আপোনালোকৰ এইভকতি্ মূলক টোকাৰী গীত শুনিবলৈ পাই মনতে খুব সুখ পালো ভবিষ্যত ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি খুবেই আশা কৰিলোঁ, কিন্তু সেই সকলোবোৰ জীৱনত কিয়নো ঘটে ইয়াকে ভাবি পাৰ নাপাওঁ বৰকৈ, সেয়ে চিন্তিত হৈ পৰোঁ বৰকৈ,
খুব ধুনীয়া গান শুনী ভাল লাগীল
সুন্দৰ দেহ বিচাৰ গীত🙏🙏🙏
বৰ ভাল লাগিল
Mon pran jurai gol. Xosai bohut dhunia hoise.,,🙏🙏🙏
Jai guru sankar বৰ ভাল লাগিল
ইমান সুন্দৰ গীত ❤❤❤❤
😮😮😢😢😢😢😢😊
কৃষ্ণ কৃষ্ণ প্ৰভূ🕉️
Bohut val lagil ❤😢😢
hundor hoise
ভাল লাগিল ।
অতি সুন্দৰ ❤🤗🤗
বৰ সুন্দৰ হৈছে অ
Bahi xur xunu bohut val lagisa ❤❤❤❤❤❤
Vl lagile
বৰ সুন্দৰ উপস্থাপন l বৰ ভাল লাগিল 🙏🙏🙏🙏
Bor hundor tokari geet.. ❤
মজা ❤
Moja ❤❤
ভাল লগিল এই জীৱন ভৰষা নাই
সচাঁই এইটো গীত শুনাৰ পিছত নিজৰ জীৱনটোৰ ওপৰটো একোৱেই মায়া নালাগে , সকলো ইশ্বৰৰ দান, কোনদিনা লৈ যায় কোনেনো জানে , মিছাতে কিয় ধন, জন, সম্পত্তিৰ পিছত দৌৰিছো,, সকলো ইশ্বৰৰ হে,, দুদিনৰ আলহি আমি,, আজি আছো কালি নাই
বহুত বহুত ভাল লাগিল
সুন্দৰ❤
সুন্দৰ উপস্থাপন কৰিলে। কিন্তু দুখ লাগিল।।
কৃষ্ণ।