ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

এমুঠি মনপৰশা গীত আৰু সৰু সৰু মৰমলগা কথাৰে সকলোৰে মৰমৰ কণমানি শিল্পী অন্তৰা চুতীয়া ...

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ก.ค. 2024
  • SABDABRIKHYO ৷৷ ASSAMESE PODCAST FT. ANTARA CHUTIA ৷৷ BISHWAJYOTI BORUAH ৷৷ EP - 5
    ‪@antarachutia3399‬
    ‪@VildPG3232‬
    ‪@assameseoldsongs3806‬
    ‪@assamesegoldensong6540‬
    ‪@AssameseMixture‬
    #sabdabrikhyo#
    #singer#
    #education#

ความคิดเห็น • 34

  • @user-um2nk8cu9r
    @user-um2nk8cu9r 23 วันที่ผ่านมา +1

    মৰমলগা অন্তৰাৰ কণ্ঠ অতি সুন্দৰ, আগুৱাই যোৱা আৰু সফলতাৰ শিখৰ স্পৰ্শ কৰা, শুভ কামনা সদায় আছে।লগতে শব্দ বৃক্ষৰ আঁত ধৰোঁতা বন্ধুলৈ আন্তৰিক ধন্যবাদ জনালোঁ। ইমান সুন্দৰ এটা পদক্ষেপ লোৱাৰ বাবে।

  • @sabinakhakha5509
    @sabinakhakha5509 17 วันที่ผ่านมา +1

    ভাল লাগিল ❤

  • @user-in2le2wq2e
    @user-in2le2wq2e 17 วันที่ผ่านมา +1

    Bhal lagise❤

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424 หลายเดือนก่อน +2

    Hundor ❤

  • @PrbinChutia
    @PrbinChutia หลายเดือนก่อน +2

    অন্তৰা, তোমাৰ এগৰাকী মৰম লগা ভন্তী আৰু এজন ভাইটি থকা হেঁতেন বৰ ভাল হ'ল হেঁতেন দেই। তোমাৰ লগত তেওঁলোকেও গীত গালে হেতেন,খেলিলে হেতেন,নাচিলে হেতেন,সাধু কথা পাতিলে হেতেন,উমলিলে হেতেন।কিমান যে ভাল লাগিল হেতেন।হাঃহাঃ।এনেয়ে ধেমালি কৰিলো দেই,অন্তৰা।বেয়া নেপাবা। তোমাৰ গীত শুনি বৰ ভাল লাগিল। আগুৱাই যোৱা। শুভেচ্ছা থাকিল। ধন্যবাদ।

  • @deepakalita6986
    @deepakalita6986 หลายเดือนก่อน +2

    Bohut vl hoise dei.....

  • @sukumalatoz5296
    @sukumalatoz5296 หลายเดือนก่อน +1

    ধুনীয়া লাগিছে । প্ৰশ্ন বোৰ ধুনীয়া লাগিছে ।

  • @papuboruah7406
    @papuboruah7406 หลายเดือนก่อน +2

    বৰ ভাল লাগিল ছোৱালী গৰাকী বৰ ভাল লাগিছে

  • @paporiphatowali9607
    @paporiphatowali9607 หลายเดือนก่อน +1

    অতি সুন্দৰ কণ্ঠ কণমানিজনীৰ।লগতে শব্দবৃক্ষৰ আঁতধৰোতা বিশ্বজ্যোতিৰ কথাকোৱাৰ কৌশল।

  • @deepdas6189
    @deepdas6189 23 วันที่ผ่านมา

    Khub dhuniya hoise sir ❤

  • @user-vc4iw5ln2u
    @user-vc4iw5ln2u 23 วันที่ผ่านมา

    Bhal hoise bhallagese

  • @user-ig3zz8vg7w
    @user-ig3zz8vg7w หลายเดือนก่อน +2

    Nice keep it up 👍❤

  • @debajitvlog7954
    @debajitvlog7954 หลายเดือนก่อน +8

    Bor morom loga konmañi joni r kontho

  • @MEENUBORDOLOI-qk7dh
    @MEENUBORDOLOI-qk7dh หลายเดือนก่อน

    Bor hundr hoise

  • @runumoran4773
    @runumoran4773 หลายเดือนก่อน +1

    bohut dhuniya hoise, agoloi aru agbarhi juwatu bisarim

  • @jubitaphukankalita
    @jubitaphukankalita หลายเดือนก่อน +1

    Bohut bhal lagil, konmani jonir logote apunr kothaburu

  • @user-wg5ny2lb1z
    @user-wg5ny2lb1z หลายเดือนก่อน +1

    Bhaut vl lagil sir

  • @rajarshigogoi3690
    @rajarshigogoi3690 หลายเดือนก่อน +1

    সুন্দৰ ❤

  • @user-il3ff7ud7z
    @user-il3ff7ud7z หลายเดือนก่อน +1

    Dhunia

  • @mompihazarika3621
    @mompihazarika3621 หลายเดือนก่อน +1

    ভাল লাগিল দেই

  • @jakerydeer
    @jakerydeer หลายเดือนก่อน +1

    Xundor

  • @saisanative5715
    @saisanative5715 หลายเดือนก่อน

    মৰমলগা শিল্পীগৰাকীলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰি শুভেচ্ছা যাঁচিলো৷

  • @munmikachari6189
    @munmikachari6189 หลายเดือนก่อน

    বহুত বহুত সুন্দৰ হৈছে। sweet voice Thank you. ❤❤🎉🎉

  • @pallabjyotiboruah155
    @pallabjyotiboruah155 หลายเดือนก่อน +1

    Morom loga vonti Joni aguai jaok aru sabdabrikhyo loi aru sabdabrikhyo logot jorit hoi thoka protijon korm korta loi bohut bohut dhoinbad hodai anakua vl vl video bur sab pam buli akha koriluu

  • @bubulaklesh1638
    @bubulaklesh1638 หลายเดือนก่อน +1

    Bor bhal lagil dai

  • @jahnobimunukalita8755
    @jahnobimunukalita8755 หลายเดือนก่อน

  • @abhijitmoran399
    @abhijitmoran399 หลายเดือนก่อน +1

    Nice

  • @shibangiboruah87
    @shibangiboruah87 หลายเดือนก่อน +1

    👍❤

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs หลายเดือนก่อน +1

    সুমধুৰ কণ্ঠ কণমানি জনী ❤❤❤

  • @RohinPhukanVlogs
    @RohinPhukanVlogs หลายเดือนก่อน

    Best of luck

  • @PrbinChutia
    @PrbinChutia หลายเดือนก่อน +1

    আমাৰ অসমীয়া ভাষাৰ গীত মাত সমূহ ইমান সুমধুৰ,ইমান সুৱদী সুৰীয়া আৰু ইমান অৰ্থ ব্যঞ্জক ও মাদকতাপূৰ্ণ, ভাবিলে আচৰিত লাগে । আমাৰ অসমীয়া সমাজৰ পূৰ্বসুৰী স্ননাম ধন্য, বিখ্যাত গীতিকাৰ, সুৰকাৰ সকলে, আমাৰ ভাষাৰ গীত মাত সমূহত ইমান মিঠা মিঠা,বাচক বনীয়া শব্দ সম্ভাৰ প্ৰয়োগেৰে সুৰৰ মায়া জাল সৃষ্টি কৰি, দৰ্শক/শ্ৰুতা মণ্ডলীৰ অন্তৰত খলকনিৰ সৃষ্টি কৰি,যোগে যোগে আপ্লুত কৰি ৰখাৰ লগতে আই অসমীৰো চৰণ পোখালি গৈছে। সেই সকল চিৰ নমস্য, মহান পুৰুষৰ অৱদানক শ্ৰদ্ধা ৰে সুঁৱৰিছো আৰু লগতে কণমানি গৰাকীকো অন্তৰিক মৰম, শুভেচ্ছা আৰু আশীৰ্বাদ জনাই, তাইৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ।

  • @Whothefreak-x3d
    @Whothefreak-x3d หลายเดือนก่อน

    Nice 👍🏻

  • @user-jg7iz2jy6z
    @user-jg7iz2jy6z หลายเดือนก่อน

    ❤❤❤

  • @kdramaHub-gv6yv
    @kdramaHub-gv6yv หลายเดือนก่อน +1

    Borhia 👍🏻