SABDABRIKHYO
SABDABRIKHYO
  • 18
  • 34 915
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে প্ৰকৃতিপ্ৰেমী দিপ্লৱ চুতীয়া..
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে দিপ্লৱ চুতীয়া ..
প্ৰকৃতিপ্ৰেমী,সমাজ-সচেতক ব্যক্তি দিপ্লৱ চুতীয়াই তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ হলৌ,মাগুৰি বিলৰ বিভিন্ন তথ্য ইতিমধ্যে ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছে ৷
হলৌৱে কি খায়, কেনেধৰণৰ আচৰণ কৰে,প্ৰজনন প্ৰক্ৰিয়া আৰু মানুহৰ মাজত কেনেদৰে অতীতৰে পৰা সহাৱস্থান কৰি আছে তাকে এই প’ডকাষ্টত আলোচনা কৰা হৈছে ৷
বাৰেকুৰিক এখন সম্ভাৱনাপূৰ্ণ পৰ্যটন থলী,এই বিষয়েও ইয়াত আলোচনা কৰা হৈছে ৷ #youtubechannel
#interview #career #education #podcast #life #music #singer #sabdabrikhyo #motivation #assam#nature #naturelovers #tourism #touristplace #birdslover #wildlife #gibbons#assamese #information #informative
@WildlifeTrap8988
@Hoolock334
@VildPG3232
@BarekuriVlogs
@GIBB0N
@hungrybirds4803
มุมมอง: 399

วีดีโอ

‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে কণ্ঠশিল্পী কাবেৰী বৰপাত্ৰ গোঁহাই..
มุมมอง 566วันที่ผ่านมา
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে কণ্ঠশিল্পী কাবেৰী বৰপাত্ৰ গোঁহাই.. শিল্পীগৰাকীৰ শৈশৱ,কৈশোৰ,যৌৱন,সংগীত আৰু জীৱন পৰিক্ৰমাৰ এক উমাল অনুভৱ ইয়াত পাব ৷ জুবিন গাৰ্গক লগ পোৱা,নানা ধৰণৰ স্মৃতি ৰোমন্থনৰে সমৃদ্ধ এই পড’কাষ্ট ৷ #youtubechannel #career #education #podcast #interview #love #life #assam#assamesesong#lifestyle @zubeengargmusic4594 @HindiSongsJukeboxx @VildPG3232 @JSSUnsscripted
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে খেলুৱৈ, অভিনেতা,ৰাজনীতিবিদ,সমাজসেৱক মনোৰঞ্জন শৰ্মা(বাবা দা) ..
มุมมอง 44714 วันที่ผ่านมา
‘শব্দবৃক্ষ’ৰ এই খণ্ডটিৰ অতিথি সকলোৰে মৰমৰ শ্ৰদ্ধাৰ বাবা দা নামেৰে জনাজাত সুদক্ষ খেলুৱৈ,সুনিপুন অভিনেতা,আবৃত্তিকাৰ,ৰাজনীতিবিদ, সমাজসেৱক মনোৰঞ্জন শৰ্মা ডাঙৰীয়া ৷ তেখেতৰ জীৱন-যৌৱন-জীৱিকা,অতীত-বৰ্তমানৰ বহুতো জনা-নজনা কথাৰে সমৃদ্ধ এই খণ্ডটি ৷ এই খণ্ডটিত মানুহে মানুহক কৰা অন্যায়,অৱহেলা,বিশ্বাসঘাটকতাৰ এখন নিতোল ছবি দেখা পাব ৷৷ #youtubechannel #singer #career #education #interview #life #movie #sabdabr...
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে পদ্মশ্ৰী দুলাল মান্‌কি ডাঙৰীয়া..@MichealpathorOfficial
มุมมอง 1Kหลายเดือนก่อน
‘শব্দবৃক্ষ’ৰ মজিয়াত বিশ্বজ্যোতি বৰুৱাৰ স’তে পদ্মশ্ৰী,ঝুমুৰ সম্ৰাট দুলাল মান্‌কি ডাঙৰীয়া আৰু কিছু মনৰ কথা..পদ্মশ্ৰী দুলাল মান্‌কিদেৱৰ দয়েদাম বাগিচাৰ পৰা পদ্মশ্ৰীলৈকে সকলো কথা সামৰি এই পড’কাষ্ট ৷ ঝুমুৰৰ তালে তালে অতীতৰ মিঠা তিতা স্মৃতি ৰোমন্থন ৷ চাহ জনগোষ্ঠীক লৈ ভবিষ্যতৰ পৰিকল্পনা ৷৷ #youtubechannel #sabdabrikhyo#education #interview #career #life #music #singer #podcast#jhumur #dulalmanki #adiva...
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে কনমানি প্ৰযুক্তি পৱন আৰু তেখেতৰ মা ৰুনু মৰান চাউৰক...
มุมมอง 702หลายเดือนก่อน
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱা স’তে প্ৰযুক্তি পৱন আৰু প্ৰযুক্তিৰ মাক ৰুনু মৰান চাউৰক ৷ প্ৰযুক্তিৰ গীত, মাকৰ জীৱন-জীৱিকা,ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰাৰ অভিজ্ঞতা লব্ধ বেদনা সিক্ত এখন ছবি ইয়াত উন্মোচিত হ’ব ৷ মৰানসকলৰ সমাজ- বিহু-পৰম্পৰাৰ ওপৰতো কথা হ’ব .. #youtubechannel #sabdabrikhyo #education #interview #career #life #music #podcast #singer #motivation , @VildPG3232 @antarachutia3399 @JSSUnsscripte...
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে ‘পথাৰ শিল্পী’ খ্যাত শ্ৰদ্ধাৰ লোহিত গগৈ ডাঙৰীয়া ...
มุมมอง 537หลายเดือนก่อน
‘শব্দবৃক্ষ’ৰ এই খণ্ডটিৰ অতিথি আমাৰ সকলোৰে বুকুৰ আপোন লোহিত গগৈ ককাইদেউ.. #youtubechannel #education#podcast #motivation #career #singer #music #interview #sabdabrikhyo @VildPG3232 @antarachutia3399 @aboyobbhuyan
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে অসমৰ সংগীত জগতৰ নৱ উন্মেষ,এক দৰদী কণ্ঠ “মেঘনা বৰপূজাৰী” ...
มุมมอง 831หลายเดือนก่อน
‘শব্দবক্ষৃ’ৰ মজিয়াত বিশ্বজ্যোতি বৰুৱাৰ স’তে উদীয়মান দৰদী কণ্ঠ মেঘনা বৰপূজাৰী.#youtubechannel .#education #podcast #motivation #life #career #singer #music #interview @zubeengargmusic4594 @VildPG3232 @JSSUnsscripted @Antarachutia
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতিৰ স’তে পাপনৰ ‘মৃগতৃষ্ণা’,জুবিনৰ‘মেঘৰ ময়ূৰে’ৰ দৰে জনপ্ৰিয় গীত লিখা দিগ দিগন্ত
มุมมอง 4622 หลายเดือนก่อน
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে অসমৰ উদীয়মান গীতিকাৰ-সুৰকাৰ দিগ দিগন্ত... #youtubechannel #life#education #career#podcast #singer #music #interview
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে ‘নমতা বিয়া খাই ফুৰা’ ল’ৰাজন@VildPG3232
มุมมอง 5K2 หลายเดือนก่อน
শব্দবৃক্ষৰ এই খণ্ডটিৰ অতিথি নমতা বিয়া খোৱা ল’ৰা বুলি জনাজাত পৰমা গগৈ ...#youtubechannel #prank #pranks #career #podcast #privatejobs #education #life @VildPG3232 @vildpgreallife3860 @antarachutia3399 @aboyobbhuyan @JSSUnsscripted @aichengfaboruah
‘নমতা বিয়া খাই ফুৰা’ ল’ৰাজন ‘শব্দবৃক্ষ’ৰ আলহী ৷৷
มุมมอง 1632 หลายเดือนก่อน
শব্দবৃক্ষৰ মজিয়াত ‘নমতা বিয়া খাই ফুৰা’ HANDSOME ল’ৰাজন ৷৷ @VildPG3232 @antarachutia3399 #_vild pg #_antara chutia
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে আবৃত্তিকাৰ,নাট পৰিচালক,নাট্যকাৰ মধুমিতা পাটোৱাৰী....
มุมมอง 8212 หลายเดือนก่อน
‘শব্দবৃক্ষ’ত বিশ্বজ্যোতি বৰুৱাৰ স’তে মধুমিতা পাটোৱাৰী.. আবৃত্তিকাৰ,নাট পৰিচালক,নাট্যকাৰ অভিনেত্ৰী #youtubechannel #actress #dramma #dance #sabdabrikhyo#education #podcast #career #life #interview @VildPG3232 @antarachutia3399
এমুঠি মনপৰশা গীত আৰু সৰু সৰু মৰমলগা কথাৰে সকলোৰে মৰমৰ কণমানি শিল্পী অন্তৰা চুতীয়া ... #_sabdabrikhyo
มุมมอง 18K3 หลายเดือนก่อน
SABDABRIKHYO ৷৷ ASSAMESE PODCAST FT. ANTARA CHUTIA ৷৷ BISHWAJYOTI BORUAH ৷৷ EP - 5 @antarachutia3399 @VildPG3232 @assameseoldsongs3806 @assamesegoldensong6540 @AssameseMixture #sabdabrikhyo #singer# #education#music #interview
উদ্যমী উদ্যোগী ৰাজৰ্ষি গগৈ আৰু মনৰ কথা ,দ্বিতীয় খণ্ড ...
มุมมอง 2223 หลายเดือนก่อน
উদ্যমী উদ্যোগী ৰাজৰ্ষি গগৈ আৰু ব্যৱসায়,পৰিকল্পনা আৰু ৰূপায়ণৰ লগতে ৰাজনীতিৰ ইটো সিটো.... #entrepreneur entrepreneu journey entrepreneur and social resposibility emtrepreneur aim and dream
‘শব্দবৃক্ষ’ৰ এই খণ্ডটিৰ অতিথি উদ্যমী উদ্যোগী ৰাজৰ্ষি গগৈ আৰু মনৰ কথা
มุมมอง 6153 หลายเดือนก่อน
‘শব্দবৃক্ষ’ৰ এই খণ্ডটিৰ অতিথি উদ্যমী উদ্যোগী ৰাজৰ্ষি গগৈ আৰু মনৰ কথা
‘শব্দবৃক্ষ’ৰ মজিয়াত পৰিনীতা শ্ৰীনন্দিনী আৰু মনৰ কথা....
มุมมอง 2.5K4 หลายเดือนก่อน
‘শব্দবৃক্ষ’ৰ মজিয়াত পৰিনীতা শ্ৰীনন্দিনী আৰু মনৰ কথা....
‘শব্দবৃক্ষ’ৰ মজিয়াত অখিল চন্দ্ৰ বৰুৱা আৰু কিছু কথা
มุมมอง 1.9K4 หลายเดือนก่อน
‘শব্দবৃক্ষ’ৰ মজিয়াত অখিল চন্দ্ৰ বৰুৱা আৰু কিছু কথা

ความคิดเห็น

  • @nayanmonidutta9768
    @nayanmonidutta9768 วันที่ผ่านมา

    ভাল লাগিল সাক্ষাৎকাৰটি

  • @UshaSarma-x6j
    @UshaSarma-x6j วันที่ผ่านมา

    শব্দবৃক্ষলৈ বহুত বহুত ধন্যবাদ জনালো৷শব্দবৃক্ষই জন্মলগ্নৰে পৰা যিবোৰ অনুষ্ঠান ৰাইজৰ মাজলৈ আনিছে তাৰপৰা আমাৰ অঞ্চলৰ বিভিন্ন বিষয়ে জানিবলৈ সক্ষম হৈছো বিষদভাৱে৷ কিন্তু এই অনুষ্ঠানটোৰ অৰ্থাৎ হলৌ বান্দৰৰ বিষয়ে যিমানখিনি জানিবলৈ পালো আগেয়ে ইমানখিনি কোনো অনুষ্ঠানে দাঙি ধৰিছে যেন মনে নধৰে৷এই আপুৰুগীয়া হলৌ বান্দৰৰ বিষয়ে যিমানেই শুনিছো সিমানেই আৰু উৎসুক হৈ পৰিছো আৰু জানিবলৈ৷শব্দবৃক্ষৰ জৰিয়তে সেইসকল ৰক্ষকলৈ প্ৰণাম জনাইছো৷শব্দবৃক্ষই ভবিষ্যতে আৰু বিষদভাবে এনেকুৱা অনুষ্ঠানৰ বিষয়ে দাঙি ধৰিব বুলি বাট চালো৷লগতে শব্দবৃক্ষই জন্মলগ্নৰে পৰা যি কষ্টৰ মাজেৰে ক্ৰমাত উন্নতিৰ পথত আগুৱাই গৈছে তাৰ বাবে আন্তৰিক শুভেচ্ছা জনালো৷

    • @bishwajyotiboruah8913
      @bishwajyotiboruah8913 วันที่ผ่านมา

      @@UshaSarma-x6j আন্তৰিক ধন্যবাদ বাইদেউ ৷ শব্দবৃক্ষৰ জন্মলগ্নৰে পৰা আপোনালোকে আগবঢ়োৱা সাহস আৰু অনুপ্ৰেৰণাই আমাক আৰু এখোজ আগবঢ়াত শক্তি প্ৰদান কৰিছে ৷ মৰম কৰি থাকিব ‘শব্দবৃক্ষ’ক ৷৷

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    সুন্দৰ

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Bhal lagil

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    সুন্দৰ

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Bhal lagil

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Bhal anusthan

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Bhal lagil

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Bhal lagil

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Borhiya

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Borhiya

  • @khirudboruah4478
    @khirudboruah4478 วันที่ผ่านมา

    Khub bhal lagil nojona kotha janilu

  • @paporiphatowali9607
    @paporiphatowali9607 2 วันที่ผ่านมา

    বৰ ভাল লাগিল।বিষয় ,ব্যক্তি আৰু ব্যক্তিত্বৰ নিৰ্বাচন সদায় সঠিক হৈছে।দুয়োজনলৈ ধন্যবাদ।

  • @jubitaphukankalita
    @jubitaphukankalita 3 วันที่ผ่านมา

    Bhal lage apunar video bur Sai ,bohu to nojona kotha janibo parisu

  • @sukumalatoz5296
    @sukumalatoz5296 3 วันที่ผ่านมา

    বহুত নজনা কথা শিকিলোঁ😮

  • @dipuboruah7300
    @dipuboruah7300 3 วันที่ผ่านมา

    Great podcast

  • @moutushedamgogoi3134
    @moutushedamgogoi3134 3 วันที่ผ่านมา

    Moja holou r ata database diyar babe bhal lagil

    • @bishwajyotiboruah8913
      @bishwajyotiboruah8913 3 วันที่ผ่านมา

      ধন্যবাদ ৷ চাই থাকিব

  • @akhilofficial9476
    @akhilofficial9476 3 วันที่ผ่านมา

    এটি গুৰুত্বপূৰ্ণ তথ্য সমৃদ্ধ সাক্ষাৎকাৰ ।

  • @rakibarrahman711
    @rakibarrahman711 4 วันที่ผ่านมา

    Good sir

  • @himangshusonowal6011
    @himangshusonowal6011 6 วันที่ผ่านมา

    সুন্দৰ আমাৰ কাবেৰী বৌ ❤

  • @paporiphatowali9607
    @paporiphatowali9607 7 วันที่ผ่านมา

    বৰ ভাল লাগিল বিশ্ব

    • @bishwajyotiboruah8913
      @bishwajyotiboruah8913 7 วันที่ผ่านมา

      @@paporiphatowali9607 ধন্যবাদ বাইদেউ

  • @lonibora4417
    @lonibora4417 8 วันที่ผ่านมา

    খুউব ভাল লাগিল দেই ❤

    • @bishwajyotiboruah8913
      @bishwajyotiboruah8913 7 วันที่ผ่านมา

      @@lonibora4417 ধন্যবাদ বাইদেউ

  • @Bhaktisagarkalita
    @Bhaktisagarkalita 9 วันที่ผ่านมา

    সুন্দৰ🎉

  • @biswajitscreation6065
    @biswajitscreation6065 9 วันที่ผ่านมา

    Hundor khura🎉 sai vall lagise. Logote talk kora style tu heavy lagise😊

  • @ChoyanikaBorah
    @ChoyanikaBorah 10 วันที่ผ่านมา

    Bohut val hoise 🎉🎉❤

  • @debajyotikalita6801
    @debajyotikalita6801 10 วันที่ผ่านมา

    Bohut hundor❤

  • @jahnobimunukalita8755
    @jahnobimunukalita8755 10 วันที่ผ่านมา

    Vl lgel mama

  • @gogoiraagini864
    @gogoiraagini864 10 วันที่ผ่านมา

    Mojaa dein

  • @shyamolipatra1960
    @shyamolipatra1960 10 วันที่ผ่านมา

    Khub bhal lagil sai. Keep growing 😊👍

  • @antarachutia3399
    @antarachutia3399 10 วันที่ผ่านมา

    Dhuniya

  • @AnuradhaBoro-oe4qn
    @AnuradhaBoro-oe4qn 10 วันที่ผ่านมา

    বহুত গহীনত সোধা কিন্তু প্ৰশ্নবোৰ..গাম্ভীৰ্যপূৰ্ণ হৈছে অনুষ্ঠানটি..বঢ়িয়া

  • @diptimoran695
    @diptimoran695 11 วันที่ผ่านมา

    Hoi

  • @dayademow5114
    @dayademow5114 11 วันที่ผ่านมา

    ❤🎉

  • @biswajitscreation6065
    @biswajitscreation6065 11 วันที่ผ่านมา

    Mojja khura🎉🎉

  • @UdiptaKalita-z2j
    @UdiptaKalita-z2j 11 วันที่ผ่านมา

    Aguai jawk mama

    • @AnuradhaBoro-oe4qn
      @AnuradhaBoro-oe4qn 10 วันที่ผ่านมา

      বহুত গহীনত সোধা কিন্তু প্ৰশ্নবোৰ,..গাম্ভীৰ্যপূৰ্ণ হৈছে অনুষ্ঠানটি!..সুন্দৰ

  • @shyamolipatra1960
    @shyamolipatra1960 12 วันที่ผ่านมา

    Enjoy watching it 😊

  • @ChoyanikaBorah
    @ChoyanikaBorah 16 วันที่ผ่านมา

    Program tu bohut val hoise

    • @bishwajyotiboruah8913
      @bishwajyotiboruah8913 16 วันที่ผ่านมา

      @@ChoyanikaBorah বহুত বহুত ধন্যবাদ

  • @saratborahgoatfarm1599
    @saratborahgoatfarm1599 16 วันที่ผ่านมา

    সুন্দৰ হৈছে

  • @saratborahgoatfarm1599
    @saratborahgoatfarm1599 16 วันที่ผ่านมา

    সুন্দৰ হৈছে

  • @saratborahgoatfarm1599
    @saratborahgoatfarm1599 16 วันที่ผ่านมา

    সুন্দৰ হৈছে

  • @saratborahgoatfarm1599
    @saratborahgoatfarm1599 16 วันที่ผ่านมา

    সুন্দৰ হৈছে

  • @debajyotikalita6801
    @debajyotikalita6801 17 วันที่ผ่านมา

    Ag bhi jaa anekoi a😊

  • @deepsikhagogoi6387
    @deepsikhagogoi6387 17 วันที่ผ่านมา

    Its very nice and inspiring....

  • @AnuradhaBoro-oe4qn
    @AnuradhaBoro-oe4qn 17 วันที่ผ่านมา

    বহুত ভাল লাগিছে কথাবোৰ শুনি😊 সুন্দৰ হৈছে অনুষ্ঠানটি

  • @narayanpretin5946
    @narayanpretin5946 17 วันที่ผ่านมา

    Hundar

  • @gitanjalineog4628
    @gitanjalineog4628 17 วันที่ผ่านมา

    Baba da ami hokolue tumar adorkhok aguai nibo paru tare sesta thakibo

  • @debajitvlog7954
    @debajitvlog7954 17 วันที่ผ่านมา

    Program bur val loga hoi goi ase .aru val hobo tar ai kamona korisu.

  • @BishnuBoruah-er1kf
    @BishnuBoruah-er1kf 17 วันที่ผ่านมา

    সুন্দৰ

  • @msengupta1967
    @msengupta1967 17 วันที่ผ่านมา

    Nice...

  • @chinuBoruah-e6o
    @chinuBoruah-e6o 17 วันที่ผ่านมา

    Bhal lagel video tu sai🎉❤❤