দেখি থকা আৰক্ষীগৰাকীৰ নুশুনা কাহিনী || Vodcastৰ এইবাৰৰ অতিথি আৰক্ষী কনিষ্টবল ধৰ্মেন্দ্ৰ হাজৰিকা
ฝัง
- เผยแพร่เมื่อ 2 ต.ค. 2024
- Vodcastৰ এইবাৰৰ অতিথি আৰক্ষী কনিষ্টবল ধৰ্মেন্দ্ৰ হাজৰিকা
দেখি থকা আৰক্ষীগৰাকীৰ নুশুনা কাহিনী
#nbnews #nbnewsdigital #podcast #assampolice #constable
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
নমস্কাৰ ।এনে এজন ব্যক্তিৰ উপস্থিতি আৰক্ষী বিভাগত নিযুক্তি পোৱাটো খুবেই ভাল হৈছে।
অতি সুন্দৰ গাইছে। শুনি খুব ভাল লাগিছে। তেখেতৰ ভবিষ্যৎ উন্নতি কামনা কৰিলো।
অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই এওঁৰ প্ৰতিভা সমুহ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। এওঁৰ দৰে বিভিন্ন দিশত প্ৰতিভা থকা অসম আৰক্ষীৰ জোৱান সকলক শীৰ্ষ বিষয়া সকলে গুৰুত্ব প্ৰদান কৰিলে তেওঁলোকৰ সুপ্ত প্ৰতিভা বোৰ বিকাশ সুবিধা হব। এওঁলোকৰ দৰে জোৱান সকলক সম্পদ লৈ পৰিবৰ্তন কৰিব লাগে।❤❤❤ শেষত তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো ্❤❤❤❤❤
অতি সুন্দৰ আপোনাক দেখি ভকতি ভক্তি ভাৱ আছে প্ৰভু ভগৱন্তই কৃপা কৰক সেৱা জনালোঁ আগ বাঢ়ি যাওঁক কৃষ্ণ
কৃষ্ণ কৃষ্ণ ! বাপজনাৰ সু স্বাস্থ্য কামনা কৰিলো।এগৰাকী ব্যতিক্ৰমী আৰক্ষী কৰ্মী।আৰু আগুৱাই যাওক।এয়াই আশা কৰিলো।
এনে এজন ব্যক্তি অসম আৰক্ষীত থকা বুলি জানি বুকুখন বহুত ফুলি গল। অসম গৌৰৱ ব্যক্তি।
আৰক্ষী বিভাগত এনেলোক খুব কমেইহে পোৱা যায় ।শুভ কামনা যাছিলো।কৃষ্ণ ।
Hosai dai bohut hundor kontha
Moja guruji...🙏🏼
😮অতি সুন্দৰ হৈছে আপোনাৰ বহুমূলীয়া গীতৰ আৰু সুৰৰ লহৰে সকলোৰে। মণ আনন্দ কৰিলে ধন্যবাদ জনাইছো
ভাল লাগে মানুজনক। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
ইমান সুন্দৰ কণ্ঠ, ভগৱানে তেখেতক কুশলে ৰাখক।
ঘিলামৰা, (ঢকুৱাখনা, লখিমপুৰৰ) অসম অসমীয়াৰ গৌৰৱ ❤
❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ। ধমেন্দ হাজৰিকা এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। এও অসম আৰক্ষীৰ কাৰণে গৌৰব। অতি নম্ৰ আৰু ভদ্ৰ ব্যক্তি। এও লোকসঙ্গীতৰ এগৰাকী নীৰব সাধক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। এগৰাকী লক্ষীমপুৰীয়া হিচাপে আমিও গৌৰৱান্বিত। তেওঁৰ এই গৌৰৱময় যাত্ৰা অনাগত দিনলৈও অব্যাহত থাকক তাৰেই আন্তৰিক শুভ কামনাৰে। ❤❤❤
Kot chuti nepai police a 1mahot 10baar ghorot ahe
Very good dear my brother you shuld try to go in your life
Kantha bahut sundar.
Bohut hundar voic.god bless you
Bohut vl lgise prgam tu sai aru vl km kri juwa aaguwai juwa
Ati Sundar 🔥💕💕💕🙏🙏
অতি সুন্দৰ । হাজৰীকালৈ শত শ্ৰদ্ধা যাঁচিছো ।
সুন্দৰ বন্ধু ❤
আগুৱাই যোৱা শুভ কামনা জনালোঁ।
Bahuat val lagisa sai
❤
Assam police hoi ane dharanr padkhep luwar babe bhut vaal lagise. Sakalu jadi vaal hol hetan tente desar durniti nathakile hoi. Apunak bohut bohut dhainybad.
Ashirbad thakil bupai, bor xundar, xadhona neriba dei
কৃষ্ণ কৃষ্ণ বাপ ।
বন্ধু ; কুশলে থাকক ।
Xundor dada love from Lakhimpur
Bhal Lagil Sai Ag Bahi Jaok
He pravu
অতি সুন্দৰ ভাল লাগিল ❤❤
🙏🙏🙏, বৰ ধুনীয়া। প্রভূকৃপা।
কৃষ্ণ কৃষ্ণ, সুন্দৰ কণ্ঠ ।দুয়ো গৰাকীক ধন্যবাদ জনালো ।
Bor bhal hoise.
কৃষ্ণ কৃষ্ণ ।
kantha bahut sundar
Jai sree krisha,
ইমান সুন্দৰ কণ্ঠ। ভগৱানে তেখেতক কুশলে ৰাখক।
Krishna Krishna guruji....10ap jindabad ❤
Xundor kontho 👌👌👌
ভাল লাগিছে বান্ধৈ কৃষ্ণ 🙏 প্ৰভূৰ কৃপা হওঁক
বৰ সুন্দৰ অনুষ্ঠান, ভাল লাগিল। ভগৱানে মঙ্গল কৰক আপোনাক।
❤🕉️
চাৰৰ ঘৰ কত বাৰু
এইয়া ব্যতিক্রম আৰক্ষী বিষয়া
কৃষ্ণ কৃষ্ণ, ভগৱানে আপোনাক কুশলে ৰাখক, দীৰ্ঘায়ু কৰক, আগবাঢ়ি যাওক।
Krishna,,krishna Bhogobane mongol korok ❤❤❤❤❤
🎉🎉🎉
ভাল লাগিল🙏🙏
অতি সুন্দৰ আৰু হৃদয়স্পৰ্শী অনুষ্ঠান।
Best of luck from ghilamara.raidongia gaon
Akhomot aneke vogobanok bishakh kori thakile vogobane ketiaow dukhot narakhe
অৰূপ দা আপোনাৰ ঘৰ কত , জনাব চোন , আপোনাৰ interview লোৱা style টো বহুত ভালো লাগে
বৰ সুন্দৰ কণ্ঠ কৃষ্ণ কৃষ্ণ কুশলে ৰাখক।❤❤❤
Krishna
Nice
Bor sundor lagise
Borhiya Dharmendra daa❤❤❤😊
❤🙏🙏🙏 bhakha nai
Dhomendo hazorika . hundor hoise.
🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Krishana 🙏🙏🙏
Bahut bhal lagil interview to sai.Agbarhi juwa
Krishna Krishna Krishna ❤ bhagabanar an ata rup❤
সুন্দৰ ❤
সচাই সুন্দৰ। এনেধৰনৰ অনুষ্ঠান পুনৰ পাম বুলি আশা কৰিলো ।
সুন্দৰ বন্ধু
Vallagil
Kot log paam❤nambertu diyana
Thanks 🙏🙏🙏
বৰ ভাল লাগিল। উজ্বল ভৱিষ্যতৰ কামনা কৰিলো,
Amar gaonr dada gaon khobor hompod
সুন্দৰ
বৰ ভাল লাগিল।
বৰ সুন্দৰ ।🎉
🙏🙏🙏🙏🙏❤❤❤❤❤
কৃষ্ণ কৃষ্ণ ৰাম
ধুনীয়া লাগিল । তেখোৱাই হ'ব লাগে। ধন্যবাদ ডাঙৰীয়া ।
বহুত ভাল লাগিল ।
Nice
বৰ ভাল লাগিল 🙏🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ ❤
শুভেচ্ছা জনাইছো।
❤❤️❤️❤️🙏🙏🙏
Val lagil sar
Krishna Krishna 🙏🙏
ককাইদেউ❤🎉
Manisu daye.
❤❤❤
God bless you Darrang DEF Mangaldoi Deben Nath
সুন্দৰ কন্ঠ❤
❤
Nice🎉🎉🎉🎉
Krishna Krishna. Bhagawane kushale rakhak ❤
Krishna krishna 🙏🙏 . Gog bless you.
❤❤
সুন্দৰ
❤
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤
বহুত ভাল লাগিল, উচ্চাৰন বিলাক ইমান সুন্দৰ, মানুহ জন খুব ধাৰ্মিক যেন লাগিছে, সেৱাহে জনাইছো,,,,
Police or dress ot vall nalaga a bur. Uniform jur khule lok aru tar pasot video bonayok. Uniform ot vall nalaga a bur.