কিয় নামঘৰলৈ যাবলৈ দিয়া নাছিল Nitumoni Saikiaক | Live from Chabua | Pratidin Time, Guwahati |

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ต.ค. 2019
  • Follow us on Instagram
    / saqlainmustakahmed
    Nitumoni Saikia, Pratidin Time is the best reporter in all over Assam .
    Ashromika Saikia
    Saqlain Mustak Ahmed
    #mausamentertainmentgroup #saqlainmustakahmed
    Thank you
    Abul Kashem Da for the send me the video
    #NitumoniSaikia #Pratidintime
  • บันเทิง

ความคิดเห็น • 279

  • @pahihazarika4615
    @pahihazarika4615 2 ปีที่แล้ว +1

    Hosakoi bohut val lagil apunar kotha i amak bohut hahokh diya bohut val lagil

  • @sukumarchoudhury1474
    @sukumarchoudhury1474 3 หลายเดือนก่อน

    আপোনাৰ কথা আৰু বাস্তৱ জীৱনৰ লগত ,কথাত মিল থাকক ,তাৰেই কামনা কৰিছো ভগৱানৰ ওচৰত

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว +1

    Very goodapunar kotha

  • @gahinkalita1343
    @gahinkalita1343 ปีที่แล้ว

    আমাৰ লগত মিল থকা ইমান আবেগিক কথা কলে এই ৭০ বছৰ বয়সতাে হৃদয়ৰ কােনােবাখিনি ঠাই কপি উঠে ৷ আপােনাক নমস্কাৰ ৷

  • @pradipboruah9251
    @pradipboruah9251 2 ปีที่แล้ว

    Nitumoni da apunar sopun fulfil hoouk subhokamona jonalu...Apunaloi .

  • @sdasassamesesong3616
    @sdasassamesesong3616 2 ปีที่แล้ว +1

    বহুত বহূত ধন্যবাদ আপোনি বহুতেই ভাল।

  • @rupjyotigogoi3896
    @rupjyotigogoi3896 ปีที่แล้ว

    💔💔😔😔😰😰 হৃদয় চুই গল 😭

  • @pranabsarma1502
    @pranabsarma1502 2 ปีที่แล้ว

    স্বাগতম

  • @tanjiroff9
    @tanjiroff9 2 ปีที่แล้ว

    Thank,you,dada,bardukhllagil

  • @lakhimaidas3381
    @lakhimaidas3381 2 ปีที่แล้ว +4

    উদ্গনিমূলক আৰু প্ৰেৰণামূলক ভাষণ,, ভাল লাগিল শুনি,,,

  • @dishabhuyan
    @dishabhuyan 2 ปีที่แล้ว +15

    ভাগ্যৱান মাতৃ ৰ সুযোগ্য পুত্ৰ ।🙏🙏 অসম আপোনাক লৈ গৌৰৱান্বিত 🙏🙏

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว +1

    Good dada

  • @kakuphukan7948
    @kakuphukan7948 2 ปีที่แล้ว

    Dada right kotha

  • @birurabha4093
    @birurabha4093 4 ปีที่แล้ว +10

    আপোনাৰ লগত এবাৰ কথা পাতিবলৈ বহুত মন গৈছে কাৰন মই আপোনাক বহুত বহুত ভাল পাও আপোনি এজন সৎ হ্ৰদয়ৰ মানুহ ।

  • @justnaligogoi6345
    @justnaligogoi6345 2 ปีที่แล้ว

    Apuner kothabure mon sui jai dada

  • @nibirg.kvlogsandsingandson5642
    @nibirg.kvlogsandsingandson5642 4 ปีที่แล้ว +9

    প্ৰথমে ইউটিউবাৰ দা দালৈ বহু ত ধন্যবাদ। এনে ধৰণৰ ভিডিঅ' দিয়া ৰ বাবে আৰু ভৱিষ্যতে ও দি থাকিব । নিতুমণি ছাৰ লৈ ও বহু ত ধন্যবাদ।

  • @nimnitamahanta7390
    @nimnitamahanta7390 2 ปีที่แล้ว +1

    Bhal lgil sir🙏🙏🙏🙏

  • @mgcookingvloging8899
    @mgcookingvloging8899 2 ปีที่แล้ว

    Hundor

  • @birendutta6306
    @birendutta6306 2 ปีที่แล้ว +1

    Bahut vl lagil God bless you

  • @aninditabanditaworld4720
    @aninditabanditaworld4720 2 ปีที่แล้ว +7

    খুউব সুন্দৰ লাগিল দাদা আপোনাৰ কথা বোৰ শুনি, হৃদয় চুই গ'ল 🙏🙏 দাদা মই আপোনাৰ অনুপ্ৰেৰণা অনুষ্ঠানলৈ যাব খোজোঁ , আপোনাৰ ওচৰত গীত পৰিৱেশন কৰিব খোজোঁ🙏🙏

  • @dhirajrabha1491
    @dhirajrabha1491 2 ปีที่แล้ว

    ❤❤❤❣️❣️

  • @rebotisaikia661
    @rebotisaikia661 2 ปีที่แล้ว

    আপোনাৰো সংসাৰ খন যাতে পুণৰ সজীৱ আৰু সুখৰ হৈ উজ্জ্বলি উঠক ৷

  • @sikhaborah1853
    @sikhaborah1853 2 ปีที่แล้ว

    Thank

  • @rumibegum611
    @rumibegum611 2 ปีที่แล้ว +1

    Sir aponar maar kotha khuni b val lagil ❤️❤️🙏🙏,sir aponak log p bohut mon jai kot log pam

  • @dharitriphukan2507
    @dharitriphukan2507 4 ปีที่แล้ว +11

    Apuni kuwa true kothakhini xuni emotional hoisu.Your personality is Great,I respect you and respected Maa ....and ...Deota...
    Om shanti🙏🙏

  • @hirakjyotisaikiahirak8221
    @hirakjyotisaikiahirak8221 2 ปีที่แล้ว

    জীবনত আগবাঢ়ি যোৱাত আপোনাৰ কথাবোৰে বহুত সহায় কৰিব সকলোকে।

  • @dilipborahzg2426
    @dilipborahzg2426 4 ปีที่แล้ว +15

    দাদা, আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে । আপুনি আমাৰ গৌৰৱ । এজন নাৰায়নপুৰীয়া হিচাপে আপোনাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ । আনৰ আগত কৈ ভাল পাওঁ আপোনাৰ ঘৰৰ ওচৰতে আমাৰো ঘৰ বুলি ।

  • @renubordoloi6867
    @renubordoloi6867 2 ปีที่แล้ว +3

    এগৰাকী সাহসী সৎ মাতৃয়েহে সুযোগ্য সন্তান জন্ম দিব পাৰে । তাৰ জলন্ত উদাহৰণ আপুনি আৰু আপোনাৰ পৰিয়ালবৰ্গ। পিতৃদেৱতা তাৰো উৰ্দ্ধত ।এই ছেগতে আপোনাৰ পিতৃ-মাতৃক সেৱা জনালোঁ আৰু সপৰিয়ালে সুস্বাস্থ্যৰে দীৰ্ঘায়ু হোৱাৰ কামনা কৰিলোঁ।

  • @reempathak50
    @reempathak50 3 ปีที่แล้ว +3

    Proud of you @Nitumonisaikia .great .All the best .💐👏👏🙏

  • @rinadutta611
    @rinadutta611 3 ปีที่แล้ว +5

    বৰ দুখ লাগিল নিতুমনি দাৰ জীৱন কাহিনী শুনি 😪 কথাবোৰ 100% সচা

  • @nareswarbarman9048
    @nareswarbarman9048 2 ปีที่แล้ว +8

    You are a successful person. Now you are known to all.
    Salute to your parents.god bless you nitumani.

  • @chayanikanath7846
    @chayanikanath7846 2 ปีที่แล้ว +1

    Apunak khub val lage sir...apuni mr adorsha...emn dhunia kothonhoili apunar...vale thakok hdai...

  • @chatradharborah8479
    @chatradharborah8479 2 ปีที่แล้ว +1

    Xundar bhaashan Nitumoni. Bhal lagil

  • @manjukonwar9714
    @manjukonwar9714 2 ปีที่แล้ว

    বৰ ভাল লাগিল আমি ও মা দেউতা কথা মানিছিলো

  • @balinkachari2273
    @balinkachari2273 3 ปีที่แล้ว +1

    Bhal lagil apunar lecture khub miss korim

  • @djelectricals34
    @djelectricals34 2 ปีที่แล้ว

    🙏🙏🙏

  • @mafitazaram9710
    @mafitazaram9710 2 ปีที่แล้ว +4

    আপোনাৰ ভাষন শুনি বৰ ভাল লাগিল, নিতুমনি দা।👍

  • @jahnabineog6012
    @jahnabineog6012 3 ปีที่แล้ว +2

    Eman hundor vakhon bor val lagil huni

  • @rajendasofficial7121
    @rajendasofficial7121 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল ছাৰ

  • @biradattadas9216
    @biradattadas9216 4 ปีที่แล้ว +27

    আপোনাৰ সপোন হয়তো শীঘ্ৰই পুৰণ হব।ভগবানে আপোনাৰ আশাপুর্ণ করিব।

  • @anjaliborgohain820
    @anjaliborgohain820 2 ปีที่แล้ว +1

    ধন্যবাদ নিতুমনীদা। আপোনী সকলোকে সবাই কৰি আহিছে। আমাকো এটা সবাই কৰিব নে?? ৰজ ভেলীৰ টকা বিলাক উলিওৱা ত সহাই কৰিব পাৰিব নে???

  • @himakshikalita8634
    @himakshikalita8634 2 ปีที่แล้ว +1

    Bahut val lagil sar

  • @bubulbaruah4926
    @bubulbaruah4926 3 ปีที่แล้ว +6

    আপোনি ইমান খোলা অন্তৰে কথাখিনি ‌কৈছে।কি কম , একেবাৰে সচা কথা। ধন্যবাদ নিতুমনী ছাৰ।

  • @birurabha4093
    @birurabha4093 4 ปีที่แล้ว +6

    আপোনাৰ এই প্ৰেৰনাই সকলোকে আগুৱাই লৈ যাওক বহুত বহুত ধন্যবাদ ।

  • @najminsultana6496
    @najminsultana6496 2 ปีที่แล้ว +3

    ❤️❤️❤️❤️❤️

  • @dhrubalochanpatgiri2035
    @dhrubalochanpatgiri2035 2 ปีที่แล้ว +3

    Thanks.my life also like same to you.

  • @faridabegum3766
    @faridabegum3766 2 ปีที่แล้ว +1

    ভাল লাগিল আপোনাৰ বক্তব্য শুনি ।

  • @user-wt1xu2wh4q
    @user-wt1xu2wh4q 4 ปีที่แล้ว +8

    এনে দৰে মন খুলি সচাঁ কথা কোৱা মানুহ জন আচল অসমীয়া অদুৰ ভবিষ্যতৰ অসমৰ এজন সু সন্তান হব বুলি আশা কৰিলোঁ

  • @ratanborah2502
    @ratanborah2502 3 ปีที่แล้ว +1

    ধন্যবাদ দাদা

  • @chantivlogs4778
    @chantivlogs4778 2 ปีที่แล้ว

    Soku pani wlai gol.dada lv u

  • @dipalidutta6888
    @dipalidutta6888 2 ปีที่แล้ว

    আপোনাৰ কথা ‌বোৰ‌ শুনি বহুত‌ দুখ লাগিল ‌।‌ আশা কৰো ‌আপোনী আৰু আগুৱাই যাওঁগ ‌।

  • @preetirekhaborah8627
    @preetirekhaborah8627 4 ปีที่แล้ว +5

    Sokupani ulai goise de Nitumoni dar ktha khini xuni.. khub dhuniya ktha koise de....

  • @dhirajnath5233
    @dhirajnath5233 2 ปีที่แล้ว +1

    I love nitumoni Saikia

  • @gopalnath8302
    @gopalnath8302 3 ปีที่แล้ว +4

    নিতুমনি ছাৰ জয়হওক , দিৰঘাও হওক ; তাৰ কামনাৰে ..........?

  • @rumidas9660
    @rumidas9660 3 ปีที่แล้ว +1

    ধন্যবাদ নিতুমনি শইকীয়া

  • @gunumedhi2270
    @gunumedhi2270 4 ปีที่แล้ว +1

    Hoi nitu da apunar Katha bor bohut vl lage

  • @prodipkalita812
    @prodipkalita812 2 ปีที่แล้ว +5

    God bless "Nitumoni" da""!

  • @jurichaliha58
    @jurichaliha58 3 ปีที่แล้ว +1

    Sir kotha khini bhut vl lagise apunar.... Hunile huni thakibo mon jai ru monot nije nije ata hahokh ahi jai

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 2 ปีที่แล้ว +1

    ভাল লাগিল-----💙🌷

  • @kukildas2860
    @kukildas2860 2 ปีที่แล้ว

    🙏🙏🙏🙏🙏

  • @nirodasaikia6915
    @nirodasaikia6915 4 ปีที่แล้ว +3

    You are my source of inspiration Thanks you so much

  • @labanyadas3186
    @labanyadas3186 4 ปีที่แล้ว +2

    সচাঁ আমিও ভুক্ত ভূগি । নিতুমনি দাৰ কথাৰ লগত ময়ো একমত। এয়া জীৱন সংগ্ৰাম। ভাল লাগিল কথাষাৰ।

  • @sarakhacreations3426
    @sarakhacreations3426 3 ปีที่แล้ว +1

    Mor priya sangbadik jonai hol nitumani sir thank ❤🌹🙏 sir

  • @anitakeot3795
    @anitakeot3795 2 ปีที่แล้ว

    ji hoi valor babe hoi. .

  • @rojatboro1950
    @rojatboro1950 4 ปีที่แล้ว +1

    ভাল লাগিলthanks

  • @KukseswarChutia
    @KukseswarChutia 2 ปีที่แล้ว

    Bhut vhal lage apunr kothabur

  • @duluboruah9734
    @duluboruah9734 4 ปีที่แล้ว +5

    Val lagil, nitumoni Da hosakoi mohan,

  • @bornaligohain4207
    @bornaligohain4207 3 ปีที่แล้ว +13

    কথা বোৰ শুনি সঁচাকৈয়ে বহুত ভাল লাগিল ,,,,এক হৃদয় চুই যোৱা ‌ভাষণ... আপুনি আমাৰ আদৰ্শ .....

  • @sangitahazarika4097
    @sangitahazarika4097 4 ปีที่แล้ว +3

    Mojja lgil nitumoni daa you are great

  • @nikunjalatabora9290
    @nikunjalatabora9290 2 ปีที่แล้ว

    My Son ..you hearts and minds of the store and I don't know what you

  • @AnkanBorah
    @AnkanBorah 2 ปีที่แล้ว +1

    Nice

  • @mamonibaishya2239
    @mamonibaishya2239 2 ปีที่แล้ว +2

    U r great 🙏🙏🙏🙏

  • @anitakeot3795
    @anitakeot3795 2 ปีที่แล้ว +1

    You are the grate man god bless you.

  • @rebasaikia1639
    @rebasaikia1639 4 ปีที่แล้ว +25

    আপোনাক মোৰ বহুত ভাল লাগে নিতু দা। মোক বহু কেইজন লগৰ শিক্ষকে কৈছে আপোনাৰ ভাৱ ভাষা মোৰ লগত হেনো মিল আছে। ধন্যবাদ জনালোঁ আপোনাক।

    • @manjubaruah8045
      @manjubaruah8045 4 ปีที่แล้ว

      তোমাৰ মা দেউতাৰ লগতে তোমাৰ গৌৰবে আনৰ বাবে আদৰ্শ হওক. ভগবানে আৰু আশীৰ্বাদ দিয়ক তোমাক

    • @gayatrigogoi1296
      @gayatrigogoi1296 4 ปีที่แล้ว

      আপুনি মোৰ বাবে এগৰাকী আদৰ্শ ব্যক্তি।মই দ্বিতীয় বাৰৰ বাবে মাক হওঁতে youtube ৰ পৰা আপোনাৰ সকলো video dawnload কৰি মাথোঁ শুনিছিলোঁ বাৰে বাৰে...

    • @faridabegum3766
      @faridabegum3766 2 ปีที่แล้ว

      আপোনাৰ সপোন বাস্তব হওক ।

  • @dgogoi4546
    @dgogoi4546 4 ปีที่แล้ว +90

    কিমান নিৰ্মল অন্তৰৰ মানুহ হ'লে নিজৰ অতীতৰ নিঃকিন অৱস্থাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিব পাৰে! অসংখ্য উঠি অহা ল'ৰা ছোৱালীক অনুপ্ৰাণিত কৰিব আপোনাৰ ভাষনে।
    ধন্যবাদ নিতুমনি শইকীয়া চাৰ।

    • @BhugendraChutia-jx5hy
      @BhugendraChutia-jx5hy 2 ปีที่แล้ว

      Gtr

    • @jorjinabegum7419
      @jorjinabegum7419 2 ปีที่แล้ว

      @@BhugendraChutia-jx5hy de f

    • @tarulatadeuri539
      @tarulatadeuri539 2 ปีที่แล้ว

      নিতুমণি চার ,আপোনার বিষয়ে কবলৈ ম‌ই ভাষাইবিচারি নেপাও আপোনার কথা শুনা বহুত দুখ লাগিছে কারন আপোনি এজন সৎ,মহান মোর দৃষ্টিত গতিকে আপোনার দোখ হোবাটো নিবিচারো ভগবানে মঙ্গল করক সুখী করক তারে কামনা করিলো ধন্যবাদ

  • @pritamroy12345
    @pritamroy12345 2 ปีที่แล้ว +6

    কথাবোৰ শুনি বৰ ভাল লাগিল নিতুমণি দা। আপোনাৰ কথাবোৰ শুনি মোৰ শৈশৱ কালৰ কথাবোৰ মনত পৰিছে । আপোনাৰ বাতৰি বোৰ চাই ভাল লাগে । ধন্যবাদ নিতুমণি দা ।

  • @jibanarrang2378
    @jibanarrang2378 3 ปีที่แล้ว +1

    সুন্দৰ 🙏🙏🙏

  • @progyankhanikor1613
    @progyankhanikor1613 4 ปีที่แล้ว +6

    নিতুমনি দা আপোনাৰ ভাষণটো শুনি বহুত ভাল লাগিলে

    • @minakshiphukan6503
      @minakshiphukan6503 2 ปีที่แล้ว

      বহুত ভাল লাগিল শুনি ।

  • @sanjibborgohain2081
    @sanjibborgohain2081 2 ปีที่แล้ว +1

    Dada you are a great

  • @saurabhdeka2628
    @saurabhdeka2628 3 ปีที่แล้ว +3

    nice..❤❤❤

  • @_ritupon_gogoi___4828
    @_ritupon_gogoi___4828 2 ปีที่แล้ว +1

    Nitu da apuni hosakoi great

  • @jayantihazarika9607
    @jayantihazarika9607 2 ปีที่แล้ว +1

    Vl lagise

  • @ratnadutta1414
    @ratnadutta1414 2 ปีที่แล้ว +2

    পৃথিৱীৰ সকলো গুৰুৱে পিতৃ মাতৃ কে প্ৰথম গুৰু মানি চলিব কৈছে গতিকে। মাকৰ। আশীৰ্বাদ শিলৰ ৰেখা

  • @distriranjansaikia717
    @distriranjansaikia717 4 ปีที่แล้ว +13

    Proud to be a Narayanpuria

  • @medhilogichouse7859
    @medhilogichouse7859 2 ปีที่แล้ว

    নিতুমনি আপুনি নিজৰ জীৱনৰ কথা প্ৰচাৰ কৰিছে । আজিৰ দিনত কাৰোবাৰ সময় আছে জানো আপোনাৰ কথা শুনাৰ । অসমৰ বহুত problem আছে সেয়ে বোৰত। মাত মাতক

  • @rimpyborgohainburagohain705
    @rimpyborgohainburagohain705 2 ปีที่แล้ว

    Bohut hundor kotha mohan manuhor mohan kotha.

  • @sabitadas9114
    @sabitadas9114 4 ปีที่แล้ว +4

    নিখুমণি তোমাৰ জৱনৰ সত্য খিনিজানিবৰ ভাল লগিচে।তোমাৰ আদৰশ লৈ উঠিঅহা লৰা ছোৱালীবোৰছজেন আাগবাঢ়িযয়।

  • @rupjyotideka7635
    @rupjyotideka7635 2 ปีที่แล้ว

    👌👌👌👌👌👌😭😭😭😭

  • @nayanmoniborah1233
    @nayanmoniborah1233 2 ปีที่แล้ว

    Apuni mur guru hoy sir

  • @padumidas7785
    @padumidas7785 2 ปีที่แล้ว +1

    I wish great success

  • @rupambarman18
    @rupambarman18 2 ปีที่แล้ว +1

    🙏🙏🙏 Nitumoni Saikia Daa 🔥🔥🔥

  • @NS_GAMING_1319
    @NS_GAMING_1319 2 ปีที่แล้ว +4

    This video is very sad 😭😭

  • @niruborah1823
    @niruborah1823 4 ปีที่แล้ว +20

    মোৰ জীৱনটো আপোনাৰ লগত অলপ মিল আছে ছাৰ ।গতিকে আপূনি এজন আদৰ্শ ব্যক্তি ।

  • @tulagohainchetiya2806
    @tulagohainchetiya2806 4 ปีที่แล้ว +2

    Val lagil Nitumoni soikiy apunar kotha keitai hidoi sui goise

  • @hamidurrahman8869
    @hamidurrahman8869 2 ปีที่แล้ว +4

    ছাৰ আপোনাৰ বক্তব্য শুনি চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ।

  • @junalimech7243
    @junalimech7243 3 ปีที่แล้ว +1

    Kirshna kirshna bapjanaa kirshna kirshna 🙏🙏🙏🙏🙏🙏

  • @themotohertz8522
    @themotohertz8522 4 ปีที่แล้ว +2

    Bhut vl lagil nitumoni da.

  • @djelectricals34
    @djelectricals34 4 ปีที่แล้ว +4

    bhal lagil

  • @pratulbaishya1468
    @pratulbaishya1468 4 ปีที่แล้ว +2

    শইকীয়া দা কি ব্ৰেনৰ মানুহে আপুনি একেবাৰে চকুপানী ওলাই গল, এইবিলাক কথা জদি শিক্ষাকালত শুনিব পালোহেতেন নিশ্চয় বহুত কামত দিলেহেতেন,এতিয়া লৰা ছোৱালীৰ কামত আহিব নিশ্চয়,আপোনাক অসমৰ মুখ্য মন্ত্ৰী হিচাপে বিচাৰো অসমৰ স্বাৰ্থত

    • @alockbora
      @alockbora 4 ปีที่แล้ว

      নালাগে মূখ্যমন্ত্ৰী হব। নোৱাৰে।

  • @priyankasaikia6574
    @priyankasaikia6574 3 ปีที่แล้ว +1

    Mor duk lagise aru ...vl lgise bhut kohtai bujilu nito da