ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মৃত্যুৰ পিছত হ'লেও আমি অসমবাসীয়ে তেখেতৰ কৰ্মৰাজী উপলব্ধ। তেখেতৰ প্ৰতি সশ্ৰদ্ধ প্ৰনাম।
অসমক Dr Manmohan Singh দেৱৰ অৱদান প্ৰায় শূন্য । তথাপিও তেখেত এজন ভাল মনৰ মানুহ আছিল বুলি ভাবো । লগতে তেখেত এজন great economist আছিল যিটো সকলোৱে স্মীকাৰ কৰিব ।
2014 ভাৰত স্বাধীন হোৱাৰ পিছত হে সকলো সম্ভৱ হৈছে নহয়নে।
অসমৰ কথা একো নাভাবিলে আৰু অসমত অহা নাছিল
ভাল মানুহ আছিল মানুহজন ।
দেশৰ বাবে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে অসম ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অঙ্গ দেশৰ বাবে কৰা মানে অসমৰ বাবে কৰা ।মুক্ত অৰ্থনীতি সুপ্ৰভাৱ অসমত পৰা নাছিল ? তথ্য জনাৰ অধিকাৰ আইনৰ সুবিধা অসমৰ ৰাইজৰ বাবেও এইবোৰ কত যাব । ড° মনমোহন সিং এজন প্ৰকৃত মহান ব্যক্তি তেওঁক যাতে কোনেও মিছা অপবাদ নিদিয়ে ৰাজনীতি উৰ্দ্ধত বিবেচনা কৰা উচিত ।
নিজকে দেশৰ কাৰণে দিলে ... আৰু বাকী কি দিব লাগে...
অসমীয়াৰ ভোটেৰে সাংসদ হৈ প্ৰধানমন্ত্ৰী হৈ নিজে কল খাই অসমবাসীক বাকলি দিছিল মনমোহন সিঙে । অবশ্যে মনমোহন সিং নৰেন্দ্ৰ মোদীৰ দৰে নিকৃষ্ট নাছিল ।মনমোহন সিং
Rip🙏🙏🙏 Great PM of India
অসমক বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য হিচাপে প্ৰতি বছৰে ১৩/১৪ হাজাৰ কোটি দি আহিছিল। যাৰ দ্বাৰা অসমৰ সামগ্ৰিক উন্নয়ন কৰিছিল অসম চৰকাৰে। ঋণ লৈ চৰকাৰ চলোৱা নাছিল তেওঁৰ দিনত এতিয়াৰ দৰে ঋণ লৈ চৰকাৰ চলোৱা নাছিল। যি বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য মোদীয়ে কৰ্তন কৰি দিয়া ফলত সকলো কাম ঋণ লৈয়ে কৰিব লগীয়া হৈছে। ফলত বিজেপিয়ে মাত্ৰ ৮ বছৰতে অসমক ধৰোৱা কৰিলে ১ লাখ ৬৫ হাজাৰ কোটি টকা।
Right
একো নাই মনমোহন সিঙে নিজৰ পেটৰ কথাই ভাবিলে অসমৰ কাৰনে একো কৰা নাই
Logote Muslim kotha totha Waqt Board babe o bohot Kam koril...
অসমক বিগ জিৰো দি গ'ল।
এই video টো সত্য তথ্যসমূহৰ দ্বাৰা আধাৰত প্ৰস্তুত কৰি অসমৰ ৰাইজলৈ আগবঢ়াই NB chennel টিয়ে পাহৰি যোৱা কথাবোৰ ৰাইজক মনত পেলাই দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ।
Ako Dal dianai assam k.
He was a good man in the wrong party.
Great man..m.sing
অসমক ঘাটিটো দিছে
কমচেকম এতিয়া জনৰ নিচিনাকৈ মিছা প্ৰতিশ্ৰুতি নিদিলে
Bht dise Narendra Modi a bit tohotor pet Bora nai
Assam or Pora PM hoi assamok sene napala .
🙏🙏
অসমীযাকএটা ডাঙৰ উপহাৰ দিছে যিটো হ'ল "ৰাম ঠগন"
Nice
নটকো আৰ কুশেৰ দিছিল।
Monmohan Singh ji korile only Waqt Board babe..Akhomor babe eku nkrile Monmohan Singh a....
Bhal manuh asil... But Assamot ki ki disile sobe jane... Kiba disil neki baru
কৰিছিল
Om Santi
Yes
10 years PM nesene mohan podatat thake Northeast or baba aku nokoril.000000
He was also MP of Assam but ?
Axomor Maanuh Okritogyo dei, Fotuaami hol Axomor Culture.
Monmohone lootpat cholaysil George Soror namot ,anekua manuhok moy khin khoru .
Bhabisil grahon korisil kintu rupayan kori dekhuabo nowarile
মৃত্যুৰ পিছত হ'লেও আমি অসমবাসীয়ে তেখেতৰ কৰ্মৰাজী উপলব্ধ। তেখেতৰ প্ৰতি সশ্ৰদ্ধ প্ৰনাম।
অসমক Dr Manmohan Singh দেৱৰ অৱদান প্ৰায় শূন্য । তথাপিও তেখেত এজন ভাল মনৰ মানুহ আছিল বুলি ভাবো । লগতে তেখেত এজন great economist আছিল যিটো সকলোৱে স্মীকাৰ কৰিব ।
2014 ভাৰত স্বাধীন হোৱাৰ পিছত হে সকলো সম্ভৱ হৈছে নহয়নে।
অসমৰ কথা একো নাভাবিলে আৰু অসমত অহা নাছিল
ভাল মানুহ আছিল মানুহজন ।
দেশৰ বাবে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে অসম ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অঙ্গ দেশৰ বাবে কৰা মানে অসমৰ বাবে কৰা ।
মুক্ত অৰ্থনীতি সুপ্ৰভাৱ অসমত পৰা নাছিল ?
তথ্য জনাৰ অধিকাৰ আইনৰ সুবিধা অসমৰ ৰাইজৰ বাবেও এইবোৰ কত যাব ।
ড° মনমোহন সিং এজন প্ৰকৃত মহান ব্যক্তি তেওঁক যাতে কোনেও মিছা অপবাদ নিদিয়ে ৰাজনীতি উৰ্দ্ধত বিবেচনা কৰা উচিত ।
নিজকে দেশৰ কাৰণে দিলে ... আৰু বাকী কি দিব লাগে...
অসমীয়াৰ ভোটেৰে সাংসদ হৈ প্ৰধানমন্ত্ৰী হৈ নিজে কল খাই অসমবাসীক বাকলি দিছিল মনমোহন সিঙে ।
অবশ্যে মনমোহন সিং নৰেন্দ্ৰ মোদীৰ দৰে নিকৃষ্ট নাছিল ।মনমোহন সিং
Rip🙏🙏🙏 Great PM of India
অসমক বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য হিচাপে প্ৰতি বছৰে ১৩/১৪ হাজাৰ কোটি দি আহিছিল। যাৰ দ্বাৰা অসমৰ সামগ্ৰিক উন্নয়ন কৰিছিল অসম চৰকাৰে। ঋণ লৈ চৰকাৰ চলোৱা নাছিল তেওঁৰ দিনত এতিয়াৰ দৰে ঋণ লৈ চৰকাৰ চলোৱা নাছিল। যি বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য মোদীয়ে কৰ্তন কৰি দিয়া ফলত সকলো কাম ঋণ লৈয়ে কৰিব লগীয়া হৈছে। ফলত বিজেপিয়ে মাত্ৰ ৮ বছৰতে অসমক ধৰোৱা কৰিলে ১ লাখ ৬৫ হাজাৰ কোটি টকা।
Right
একো নাই মনমোহন সিঙে নিজৰ পেটৰ কথাই ভাবিলে অসমৰ কাৰনে একো কৰা নাই
Logote Muslim kotha totha Waqt Board babe o bohot Kam koril...
অসমক বিগ জিৰো দি গ'ল।
এই video টো সত্য তথ্যসমূহৰ দ্বাৰা আধাৰত প্ৰস্তুত কৰি অসমৰ ৰাইজলৈ
আগবঢ়াই NB chennel টিয়ে পাহৰি
যোৱা কথাবোৰ ৰাইজক মনত পেলাই দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ।
Ako Dal dianai assam k.
He was a good man in the wrong party.
Great man..
m.sing
অসমক ঘাটিটো দিছে
কমচেকম এতিয়া জনৰ নিচিনাকৈ মিছা প্ৰতিশ্ৰুতি নিদিলে
Bht dise Narendra Modi a bit tohotor pet Bora nai
Assam or Pora PM hoi assamok sene napala .
🙏🙏
অসমীযাকএটা ডাঙৰ উপহাৰ দিছে যিটো হ'ল "ৰাম ঠগন"
Nice
নটকো আৰ কুশেৰ দিছিল।
Monmohan Singh ji korile only Waqt Board babe..
Akhomor babe eku nkrile Monmohan Singh a....
Bhal manuh asil...
But Assamot ki ki disile sobe jane...
Kiba disil neki baru