অৰুণাচলৰ কনচা বস্তীৰ ৰজাৰ ঘৰত ‘প্রতিদিন টাইম’ৰ সাংবাদিক
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- অৰুণাচলৰ লংডিং জিলাত অৱস্থিত ভাৰতৰ শেষৰখন গাঁও কনচা বস্তি। বিদ্ৰোহী সংগঠনৰ বাবে অতিকৈ পৰিচিত এই গাঁওখনৰ ৰজাই ক’লে সীমান্তৰ অকথিত কাহিনী। ম্যানমাৰৰ গাঁৱতো চলে ভাৰতৰে শাসন। কিন্তু শেহতীয়াকৈ ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ সিদ্ধান্তই চিন্তিত কৰি তুলিছে গাঁওখনৰ ৰজাক। দেশৰ অন্তিমখন গাঁৱত উপস্থিত হোৱা আমাৰ সাংবাদিকৰ যোগেদি কেন্দ্ৰীয় চৰকাৰলৈ বিশেষ আহ্বান জনালে গাঁওখনৰ ৰজাই। প্ৰতিদিন টাইমৰ এক Exclusive Report.
#pratidintime #assamnews #arunachalpradesh #Konsabasti
ভাল লাগিল,অসমীয়া ভাষাটো যে ইমান দূৰলৈ বিস্তৃত আছে!
হয়, কাৰণ আগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনজাতিসকলৰ নিজা ভাষা আছিল তেনে ক্ষেত্ৰত এটা জনজাতিয়ে আন এটা জনজাতিৰ মাজত মনৰ ভাৱ বিতৰণ কৰিবলৈ বা কথা পাতিবলৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল অৰ্থাৎ অসমীয়া ভাষা আছিল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী ভাষা। সেইবাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এতিয়াও কম বেছি পৰিমাণে অসমীয়াত কথা পাতিব পাৰে।
@@Nirmalkumarray2000 বৰ অসমো গল লগতে ঠোনুক ঠানাক কৈ কোৱা মিঠা অসমীয়া শব্দ বোৰো নাইকীয়া হল ?
Boria
আগৰখিনিয়ে ধুনিয়া অসমীয়া কয় বা কব পাৰে । কিন্তু এতিয়া হিন্দীভাষীৰ উৎপাতত নতুনচামে হিন্দীত কথা পাতে ।
অতি সুন্দৰ সঁচাকৈ ভাল লাগিল যে সেই ঠাইৰ ৰজা জনেও যে আকৰ্ষণীয় অসমীয়া ভাষাটো সুন্দৰ ভাৱে ব্যৱহাৰ কৰি বাৰ্তালাপ কৰিলে।
আমি নজনা কথাবোৰ জানিব ভাল লাগিল আৰু সুন্দৰ ভগা ভগা অসমিয়া ছন্দ বোৰ শুনি আপ্লুত হলো ! আশীৰ্বাদ কৰিছো যাতে এই পৰম্পৰা চিৰ কাল অব্যাহত থাকে ?👍🇮🇳👍
অসমীয়া ভাষাটো সমগ্ৰ উত্তৰ-পূব অঞ্চলতে সংযোগী ভাষা হিচাপে কোৱা হৈছিল, কিন্তু হিন্দী ভাষাই সকলো শেষ কৰিলে । 😢
Bakwas baate mat kiya karo
সঁচাকৈয়ে সমগ্ৰ উত্তৰ-পূবতে হিন্দী ভাষাৰ আগ্ৰাসন চলিছে
@@moran6664 Gutei Northeast tu Separate kori dile bhal asil kela. Nepale jodi Separat ke Solibo parise amar Northeaste tatke bhalke Solibo paribo karon amar Assamot prakitik hompodot sohoki
Moran motok koch kalita ahom ityadi mili Brahmaputra upatyaka jenekua bonaisile aji loike tenekua jega bona nasil, anki shillong aru Dimapur Axomiya manuhe foundation tu gathoni nokora hole ihotr eku aukaad nathakile hoi
@@Mercury-h7gগোটেই নৰ্থ ইষ্ট ঘূৰি আহিবি গম পাবি এতিয়াও বুঢ়া মেঠাই অসমীয়া কয় 😊
ভাল নিউজ ৷ বহু কথা শিকিব পাৰিলো ৷
অতি সুন্দৰ ❤❤❤❤
বহুত বহুত ভাল লাগিল
অতি সুন্দৰ News❤
জানিবলগীয়া বিষয়,সুন্দৰ উপস্থাপন!
অতি সুন্দৰ
অসমীয়া❤❤❤❤ ভাষাৰ ৰাজত্ব❤
অৰুণাচল ৰ নোযোৱা জেগাহ বোৰত গৈ ঘূৰি ফুৰিব মন যায় কিন্তু ভয় ও লাগে বেলেগ পাৰ্টীয়ে লৈ যায় বুলি।
Proud to listen 👂Assamese language from his mouth👄❤❤❤❤❤❤❤❤❤❤❤❤
সেইবোৰ(সমগ্ৰ নাগালেণ্ড, ম্যানমাৰৰ নগা অঞ্চল আৰু দক্ষিণ-পূব অৰুণাচল) আগৰপৰাই নগাসকলৰ "স্বাধীন নাগালিম" ৰ অন্তৰ্গত, ভাৰতৰ নহয় । লাগিলে সেইবোৰ বাৰ্মাৰ ভিতৰত হওঁক বা ভাৰতৰ দখলত যতেই নাথাকক ।
Bad diyok 😂😂😂
Bhal lagil huni
Bhal lagil❤❤❤
প্ৰতিদিনক চেলুত জনালোঁ
ইন্দিৰা মিৰিৰ দৰে চনামধন্য অসমীয়া প্রেমীয়ে এসময়ত পহাৰীয়া ৰাজ্যত অসমীয়া বিদ্যালয় গঢ়িছিল আজি হিন্দী বলয়ৰ প্রভাবত বিদ্যালয় শেষ হল আজি গৰু মাংসৰ আলোচনা বেছি
Thik koice dada . Jatito ses .
কনচা বস্তুি নহয় অ খূনছা বস্তি ।
কনচা লংডিঙৰ আৰু খুনচা টিৰাপ জিলাত আছে
Khunsa beleg Konsa beleg
Khunsa tirap district t pora konsa longding t district t pora
Full support bro❤❤❤❤❤
খুনচা বুলিহে ক য় ,কোন চা নকয়
কনচা আৰু খুনচা দুয়োখন বেলেগ ঠাই
Khunsa hoise Tirap districtr aru Konsa basti hol Longding districtr.
খুনচা বেলেগ কনচাও বেলেগ।ইয়াত কনচাৰ কথা কৈছে।
Last place of Eastern India🇮🇳
..maya😊❤❤
সীমামূৰীয়া অঞ্চলত এই বোৰেই দিকদাৰী,
ৰাজ্যৰ সীমা বোৰো কম নহয় কিন্তু।
❤❤❤❤❤❤❤❤
Bhal News, Ei Hindi aru Bongali bhaxar agraxon nuhua hole aji North East khon bohut developed hol hoi
Good
Axomot etai news channel ase
Pratidin time
এইয়াই amar bor axom।
Ene news sai bbohut vl lge....
सअपोने🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Good job
আমি,বহুত,আগত,গৈ, আহিলো, আৰু, সেই, ৰজা জনৰ,ঘৰত,খাই,,বৈ,আহিছো,,
Asomor Asomiya manuhak kheti koriboloi prerona jogabo lage. Manish
Camera quality olp improve korok
❤❤❤🎉🎉🎉
বেলি ওলাটো প্ৰথম আৰু গাওঁতো হলে লাছ কি ডাল হল
Konsa town goisilu
Reporter jon Rokibul Hussain nisina lgise
Tar vaiti😂😂😂😂
😂😂😂
Bhi.hoi
Last basti chatting basti, longding nahoi
Wrong reporting. Neusa hol last village
Moi goi paisu
Prabhusahani
ghanta , xei jegat jnmo pbo lagisil moi 😂 wahi pr hi acchli shanti h ❤
Aibilak misa kotha
apuni konsar bikhoye eku najane,so paltu comment nidibo!apuni ji hunila eibur hocha
Out Country bilakor kotha News bilake sob Phakibas kothai koi.
Mi goi tku bhara loi
Bangladesh border seal korkk firsttt
Nokol videos