Assam Assembly Budget Session ত Akhil Gogoi ৰ প্ৰশ্নত বাৰে বাৰে থমকিল Atul Bora | N18V
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2024
- Assam Assembly Budget Session ত Akhil Gogoi ৰ প্ৰশ্নত বাৰে বাৰে থমকিল Atul Bora |
#atulbora #assamassembly #assamassemblybudgetsession #akhilgogoi #pijushhazarika
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
আৰু দুজন মান অখিল গগৈ দৰে লাগে সদনত ❤❤
Akhil akhil kori lav nai...akhil ako nejane
Yes Right ❤❤❤
অখিল গগৈলৈ ধন্যবাদ।অখিল গগৈর নিচিনা কণ্ঠ আমাক লাগে।অখিল গগৈ জিন্দাবাদ।
Akhil gogoi zindabad
Akhil gogoi a protito topic r pra bahir olai jai 😂
অখিল ককাইদেউ 🔥🔥🔥 সেই বাবে অন্তৰৰ পৰা ভাল পাওঁ ।
E ata faltu adhyakhy
Akhil Gogoi ৰ লগ দিবলৈ Lurinjyoti গগৈ ক বহুত দৰকাৰ হৈছে সদনৰ মজিয়াত।
অখিল গগৈ দৰে আৰু দুই তিনি জন যদি দায়িত্ব আৰু নিষ্ঠাবান হোৱা হলে অসম সোনালী হল হয়৷
শিয়াঁলৰ জাক জাক, সিংহৰ এটাই যঠেষ্ট😂😂
☝️💪👍🔥😀 মজা মজা আকৌ এবাৰ নাহে বিজেপি
0❤0) p
সঁচা কথা কোৱা বাবে বেয়া পাই বাবে আখিলক হুল স্তুল কৰে বুলি কয়,বাকী বিলাকে যে মনে মনে থাকে তেওঁ লোকে কিবা কিবি পাই নেকি
Ako napaleo Ako Najane sage jibur bixoye alusona kore.😊😊
Atul bara ajan fatiya mNuh
অসমৰ মাটিহে দিছে নেকি অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ সহজেই দিব পাৰে। মেঘালয়ৰ কোন ৰাজহ চক্ৰৰ মাটি অসমৰ মানুহে পালে অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে। সেই টো কথাকে শাসকসকলে কিয় ক'ব নোৱাৰে?
nice
Axome mati poai nii kijani xeikarane uttar dibo para nii.....
Right
Mati pale he uttor tu dibo
Nice
অখিল গগৈৰ দেৱে সচা কথা কৈছে বাবে সকলোৱেই বেয়া পাই । অখিল গগৈ জিন্দাবাদ ।
অখিল গগৈ ডাঙৰীয়া সদায় সদনত সচা কথাকে কয় অখিল গগৈ জিন্দাবাদ জিন্দাবাদ 👍👍👍🙏
অখিল গগৈ জিন্দাবাদ , অধ্যক্ষ ৰ কাম নাই ।
Apasi sakot ata jolokiya ki kam.
@@utpaldeka6306 জ্ঞানী মানুহৰ অভাৱ হোৱা নাই অসমত , সঙসদত কোনে কি বক্তব্য ৰাখিছে সকলোৱে দেখি আছে , শুনি আছে । হিঙঘয় ভূকত থাকিলেও ঘাঁহ নাখায় , অখিল গগৈয়ে ঘোঁৰা ঘাচ কাটি সদনৰ মূল্য বান সময় নষ্ট নকৰে ।
@@utpaldeka6306 গ্যানী মানুহৰ অভাৱ হোৱা নাই অসমত , সদনত কোনে কি বক্তব্য ৰাখিছে সকলোৱে দেখি আছে , শুনি আছে । হিঙঘয় ভূকত থাকিলেও ঘাঁহ নাখায় , অখিল গগৈয়ে ঘোঁৰা ঘাচ কাটি সদনৰ মূল্য বান সময় নষ্ট নকৰে ।
Anke thaki Jai main topic tu
@@himangshubharali7074 সিঙঘয় ভূকত থাকিলেও ঘাঁহ নাখায় , অখিল গগৈয়ে বিধানসভাত ঘোঁৰা ঘাচ কাটি মূল্য বান সময় নষ্ট নকৰে । সকলোৱে দেখি আছে , শুনি আছে বিধানসভাত কিছুমানে টুলুঙা মন্তব্য আগবঢ়ায় গা সাৰি থাকে ।
Akhil gogoi constructive criticised the ministers 😂😂😂.
Tiger of sivsagar, roars alone.
অসমত এতিয় অসমীয়াৰ হকে মাত মাতিবলৈ এজন এই আছে শিৱসাগৰৰ নব নিৰ্বাচিত অখিল গগৈ ডাঙৰিয়া জিন্দাবাদ জয় আই অসম 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏💪💪💪💪💪💪💪💪💪
☝️☝️☝️☝️☝️☝️☝️☝️☝️
বাকী ভওজখোৱা বিধায়ক সকল টোপনি গলনএ কি? মেঘালয়ৰ পৰা মাটি কিমান অসমে পাইছে? অখিল ৰ লগত মাত নিদিয়াৰ অৰ্থ কি?অসমে কিমান দিলে দাতা হৈ ভোজ-ভাত খাওক।
অখিল গগৈ জিন্দাবাদ | অখিল গগৈ জিন্দাবাদ |
অখিল ❤❤❤
অখিলক তথ্যৰে নোৱাৰি বিজেপিয়ে চিঞৰ বাখৰ কৰিছে
Apunar hatat answer nai Atul daa
Akhil gogoi zindabad
Akhil gogoi moja .....😊 questions hudhise.... achorit iman phaltu answer tu dise
অখিল গগৈয় জিনদাবাদ।
ৰূপজ্যেতিৰ মাতটো ছাগলীৰ চিঞৰ যেন লাগে।
ছাগলীত কৈও বেয়া
😅😅😅
😂😂😮😮
মজা আকৌ এবাৰ 😅
😅
Tiger of Assam Mr Akhil Gogoi also future'of Assam 🎉
অসম চৰকাৰে সীমামূৰীয়া ৰাইজক মাটি দিয়াতহে আছে, আন ৰাজ্যৰ পৰা মাটি লব পৰা ক্ষমতা নাই৷
আমাকো বিক্রিব
B j p maat nohowa hoise...akhil daa zindabad
Good question Akhil Gogoi ❤
Right question
সদনৰ মজিয়া
ওলাইছে কথা ধাকিছে কথা
কথাৰ কথাৰে পাক
কিন্তু সদনত শুনিছোঁ সৌৱা
কিহৰ মাটিৰ ভাগ
আমাৰ অখিলৰ পোনপটীয়া প্ৰশ্ন
উত্তৰ নাই নিশ্চিত
মিত্ৰ যুতক যুটি ৰাখিবলৈ সকলো প্ৰকাৰৰ যত্ন।❤
সচা কথা কলে ,অখিলে চিঞৰা ঽয় , শিয়াল ঽত আৰু কিমান হোৱা নিদিয়
Akhil Gogoi is playing significant role as opponent
Wright akhil da
Akhil Gogoi zindabad
Akhil da zindabad
Akhil gogoi right kotha sudhise
Aru 10 jon akhil gogoi lage assamot
তথ্যৰে দিব নোৱাৰে কিন্তু মুখেৰে বহুত কিবা কিবি পোৱা বুলি ক’ব পাৰে…..
😊বিজেপিয়ে সকলোকে আভুৱা ভাৰি আছে,অসম খনেই শেষ কৰিলে কি দাল আছেগৈ?
Akhil gogai constructive criticized the minister.Tiger abhi zinda hai ❤❤❤❤
Rupjyoti ako enai fal2 aku gomai npaai
ৰূপজ্যোতি এতিয়া কংগ্ৰেছ নহয়, বিজেপিৰ সোপা ........
Akhil Gogoi' s demand is cleared that what was or what is received from Meghalaya, with datas or respective informations of land received from Meghalaya is necessary to apprise as demand as Akhil Gogoi. It was very easy to enter , reflect what are received fr. Meghalaya in the paper for necessary appraisal. Few rulling party MLAs are seen to Control Akhil Gogoi jointly, are they entitled to do so in stead of Chairman???
অখিল❤❤❤
Assam needs more MLA like Akhil Gogoi
Ji question korise tar answer nai😂😂😂ভোবোৰাই কি বেবাই আছে 😂😂😂????
Akhil daa zindabad
Akhil Gogoi jindabad
Akhil da brave man
এতিয়া সকলো বিধায়কে খানা খাওক আৰু শোৱাৰ বাবে ভাবক ।
BJP ৰ মুখাবোৰ খুলিবলৈ সদনত মাত্ৰ এজনমান অখিল গগৈ ডাঙৰীয়াৰ দৰে মন্ত্ৰী লাগে😀
অখিল ♥♥♥♥
JH
Atul sir u have no answer for this question
অখিল গগৈ এ disturb দিয়া নাই তেওঁ সাহস কৰি সকলো সত্য উদঙাই দিছে যাৰ বাবে আপোনালোকৰ দৰে মানু্হ কিছুমানৰ ভয় হৈছে
Akhil sir.. Love you❤
Akhil da jindabad 🙏
Akhil gogoi is always right 👍
Val nologa manuhjon pijush
Respected Gogoi,I support your argument.
Great 👍👍👍
Akhil sir is bullet..
Akhil gogoi is a real hero.
gogoi zindabad ❤❤❤❤
ৰাইজে চাই আছে । অখিল গগৈয়ে সোধা প্ৰশ্নটো মেঘালয়ৰ কোনটো ৰাজ চক্ৰৰ মাটি অসমে পাইছে ! সেই উত্তৰটো আমিও শুনিবলৈ আশা কৰিছিলো !! নপালো ।
অখিল sir দৰে আৰু দুজন মান থাকিলে অসম বহুত উপৰত থাকিল হৈ
" Ism " is reflected in the floor of the House.কাগজত লিখি নিদিয়া দিশটোহে গগৈৱে দাবী কৰিছে। মাটি দিয়াটো লিখিছে, সেইদৰে মাটি লাভ কৰাটো লিখি নিদিয়াটো হে কৈ আছে গগৈয়ে। ভূমি পোৱাটো লিখি দিয়াত চৰকাৰৰ আনন্দ আছে, তাকে লিখি দিয়া নাই, কথাটো কি???
অসমৰ মাটি দি থাকক,,, আৰু মেঘালয় আৰু অৰুণাচলে অসমৰ মানুহ মাৰি থাকক
Respected Minister Sir, Please reply the questions directly.
Good question akhil da
Good Akhil Da....
Akhil da Love you kip your josh high
Akil is very good ❤
এই নিউজটোত যি সকলে অখিল গগৈৰ বিৰুদ্ধে কথা কৈ আছে, তেখেত সকলে এবাৰ মানুহজনক ইতিবাচক চিন্তাৰে কথাবোৰ চালি জাৰি চাব। কাৰণ ক'ব লগীয়া কথাবোৰ পোনপটীয়াকৈ ৰহণ নলগোৱাকৈ কৈ দিয়ে কাৰণে তেখেতক অধৈৰ্য, আন্দোলনকাৰী, হুলস্থুলকাৰী, কাজিয়াখোৰ আদি বিশেষণ দি থাকে। আৰু অসমৰ বাকী মন্ত্ৰী সকলে অলপ ৰহণ সানি সঁচাক মিছাকৈ কথাবোৰ মিঠাকৈ কয় বাবে তেখেত সকল ভাল। কিন্তু কি জানেনে....সঁচা কথাবোৰ শুনিবলৈ এ.জি.পি, বিজেপি, কংগ্ৰেছ হ'ব নালাগে। লাগে মাথো শুনি হজম কৰিব পৰা অলপ শক্তি। অসমত বৰ্তমান প্ৰায় সকলোৱে বিজেপিৰ ছোলা পিন্ধি আছে। গতিকে বিজেপি নদীৰ পানী মিঠা পাবই। আকৌ কংগ্ৰেছ আহিলে, কংগ্ৰেছৰ ছোলা পিন্ধিব আৰু সেগ নদীৰ পানী মিঠা পাব। কিন্তু সঁচা কথাবোৰ ফল বোৰ ৰাইজে ভূগিবই লাগিব আমাৰ দৰে সাধাৰণ ৰাইজে। গতিকে ৰাইজ, সকলোৱে নিজৰ ছোলা পিন্ধি চিন্তা কৰিব। কাৰণ এই ছোলা বোৰ স্থায়ী নহয়। মনত ৰাখিব। 'কা' আইনৰ অধীনত বিদেশী হিন্দু সকলক সমগ্ৰ ভাৰতবৰ্ষই সমানে ভগাই নলয়, কেৱল অসমে বোজা সহিব লাগিব। সেই কথা এশ শতাংশ সত্য। ইয়াত যিমানেই যিয়েই যুক্তি নিদিয়ক এই কথা অপ্ৰিয় সত্য। ( বিঃ দ্ৰঃ ....মই কোনো হিন্দু বিৰোধী নহওঁ আৰু কোনো ৰাজনৈতিক দলৰ মানুহ নহওঁ। মই এজন গৰ্বিত অসমীয়া, হিন্দু।)
অখিল গগৈ 🔥🔥
Gogoi Right 👍
তেওঁ যে direct ধৰি লৈ।
অখিল গগৈয়ক লাগিব আমাৰ কাৰণে❤❤
অখিল গগৈয়ে অকলেই সমগ্ৰ বিৰোধীৰ কাম কৰে।সেইকাৰণেই অখিল গগৈক ভাল লাগে।
দশমিকৰ পাছৰ সংখ্যা কেনেকৈ উচ্চাৰণ কৰিব লাগে।
Akil gogoi very good.
Good job gogoi assam or mati sob di asa
Akhil Gogoi jindabad,,,,tik ase,,,👍👍
দেশৰ আটাইতকৈ ডাঙৰ বেপাৰী আৰু মিছলীয়া সোপাৰ কাজিয়া কৰা সংযোগস্থলত পৰিণত হৈছে বিধানসভা। সঁচা কথা ঢাকিবলৈ আৰু কিমান চিঞৰ মাৰিব।আমাক আৰু দহজন অখিল গগৈৰ দৰকাৰ আছে।
Akhil da Zinda bad...akhil der logot sobai sohojog korok
অখিল দাদা জিন্দবাদ👍👍👍👍
Good
Akhil da only
Akhil sir Jindabat khosha kothakuar babe dhoinobat
Very good Gogoi da, Govt.'a direct answer dibo kiyo tan paise
অসমৰ মাটিকে মেঘালয়ৰ পৰা পোৱা বুলি কলে হব নিকি?
Akhil gogoi zindabad, tew ejon bagh hoi🙏🙏🙏
Great men of Assam Akhil Gogoi.. ❤❤❤❤
অখিল দা সদায় এনেকৈয়ে থাকিব আপুনি 🔥🔥🔥
I like you Akhil Gogoi
Mza dise akhil dai ❤❤❤❤❤❤❤❤
Joi Akhil
Akhil Gogoi Sir is the best ❤️. Actual leader of the people ❤.
Akhil gogoir dare aru dujanman manuh habo lage
Akhil da long live from karbi Anglong
Akhil sar good
প্ৰবছন এষাৰ আছেই, বোলে ঢেঁকীত মহে খাই ৱালত(বেৰত) ফৰফৰাই । সদনৰ মজিয়াত ঠাই/জেগাৰ চোৱাৰ সময় নাথাকে তথ্যৰ প্ৰয়োজন হয় ।
ok Akhil da
akhil gogoi ❤ jui ❤
দিগন্ত কলিতা এটাশিয়াল হয় সুবিধা পালেই চিঞৰি উঠে।
😅😅😅😅😅😅 বিজেপি আকৌ তেওঁ নেগুৰ ধৰা