Akhil Gogoi Vs Piyush Hazarika | সদনত অখিল গগৈৰ এটা বাক্যক লৈ সৰৱ মন্ত্ৰী পিযুশ, জয়ন্ত মল্ল ! N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ต.ค. 2024
  • Akhil Gogoi Vs Piyush Hazarika | সদনত অখিল গগৈৰ এটা বাক্যক লৈ সৰৱ মন্ত্ৰী পিযুশ, জয়ন্ত মল্ল ! N18V
    বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈয়ে 'পঢ়াশুনা নাই, মিছন নাই, ভিজন নাই' বুলি কৰা মন্তব্যক লৈ আজি সৰৱ হৈ উঠিল মন্ত্ৰী পিযুশ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা ৷ পিছে কিয় বিধানসভাৰ মজিয়াত এই মন্তব্য কৰিলে অখিল গগৈয়ে?
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #pijushhazarika #akhilgogoi #jayantahazarika #akhilgogoi
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 130

  • @lakhyanath1313
    @lakhyanath1313 ปีที่แล้ว +35

    অখিল গগৈ জিন্দবাদ আৰু অখিল গগৈ সচা কথা কোৱা বাবে কব সুবিধা নিদিয়ে ....

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 ปีที่แล้ว +49

    সঁচা কথা কৈছে অখিল গগৈয়ে সেই কাৰণে মানুহক শিক্ষা ৰ দৰকাৰ কাপোৰ কানীয়ে মানুহ মান মজয়দা নৱ হাই

  • @monjulaborah8567
    @monjulaborah8567 ปีที่แล้ว +46

    সঁচাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ নিদি ছালে বেৰে কোবাই থাকে । শুনিবলৈ বেয়া হ'লেও সত্য ঠিকেই কৈ দিলে তেওঁক অনবৰত ইতিকিং কৰি থাকিব তেওঁটো প্ৰশ্নকেইটাহে কৰে তাৰ উত্তৰটো ভালকৈ ৰাইজে বুজি পোৱাকৈ উত্তৰ দিয়ক শাসকপক্ষই শুনিবই লাগিব । অবশেষত যিয়েই নহওক বিৰোধীৰ আনবিলাক হওক শাসকপক্ষই হওক অখিল গগৈৰদৰে স্পষ্টকৈ ৰাইজৰ সমস্যাসমূহ উত্থাপন কৰা দেখাই নাই ।

  • @jitulkalita4455
    @jitulkalita4455 ปีที่แล้ว +17

    বালোৰ অধ্যক্ষ দেখুৱা ইয়ো বি জে পি চৰকাৰৰ তাত বিক্ৰী গৈছে , অখিল গগৈ ভাল কথা মাত মাতিলে বিৰোধী হৈ কি মাত মাতে অধ্যক্ষ মহোদয় , অধ্যক্ষ হলে কাৰো পক্ষ পাতি হব নালাগে , অধ্যক্ষ আপোনি বহুত শিকিব বাকি আছে , অখিল গগৈৰ দৰে আৰু দহ জন হলে বিজেপি চৰকাৰ হাতাও হৈ যাব , পীজুহ গুৱাহাটীৰ এটা সময়ত কাম বন নোহোৱা বেলেগ দম দি ফুৰা এজন গুৱাহাটীৰ মহান দাদা আছিল , জয়ন্ত ইটো একোৰে মানুহ নহয় হিমন্ত বিশ্ব মন্ত্ৰীৰ পদ দিয়া বাবে নিজকে বহুত ওপৰৰ মাল বুলি ভাবে ,

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 ปีที่แล้ว +30

    সঁচা কথা অখিল গগৈৰ লগত আমি আছোঁ

  • @bishwanathgogoi1555
    @bishwanathgogoi1555 ปีที่แล้ว +36

    উপাধ্যক্ষ জনে বিৰুদ্ধিক চেপি ধৰে
    । তেওঁ নিৰপেক্ষ নহয়।

  • @samsulhaque4571
    @samsulhaque4571 ปีที่แล้ว +40

    অতুল বৰাৰ কোনো কাম নাই।নামত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি‌ আছে।নিজা অভিজ্ঞতা নাই।

  • @dipendas3311
    @dipendas3311 ปีที่แล้ว +21

    উপাধ্যক্ষ জন নিৰপেক্ষ নহয়....অখিল গগৈ ডাঙৰীয়াক কবলৈ সুযোগে নিদিয়ে......কৰবাত অংক আছে নেকি.....????????

  • @hiteshpadi5913
    @hiteshpadi5913 ปีที่แล้ว +24

    অখিল গগৈ জিণ্ডবাদ

  • @nababaishya9194
    @nababaishya9194 ปีที่แล้ว +5

    অখিল গগৈক অলপ ক'ব দিয়ক...যুক্তি কথা কৈ আছে তেওঁ

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml ปีที่แล้ว +14

    অধখ, উপাধি সকলোৱে এক পক্ষীয় মন্তব্য কৰা দেখা গৈছে। বিৰোধী সদস্য সকলক শাসক পক্ষই কিনি থৈছে নেকি? কিয় তেওলোকৰ মাত এষাৰ নাই। এজন মন্ত্রীয়ে শশ বিঘা কৃষি ভূমি কিনিচে আৰু বিৰোধীয়ে মুখ মেলি চায় আছে।

  • @ganeshborgohain2040
    @ganeshborgohain2040 ปีที่แล้ว +13

    অখিল গগৈ ধন বাদ থাকিল

  • @RajaPahadi-lk1zt
    @RajaPahadi-lk1zt ปีที่แล้ว +3

    অ মন্ত্ৰী,অ মন্ত্ৰী…আমাৰ মনত বহুত কস্ত পাইছে।মই এজন নিৰপেক্ষ নাগৰিক হিচাপে কৈছোঁ আপোনালোক আৰু ৰাজনীতি কৰিব নালাগে।যি এতিয়ালৈকে হৈ গৈছে তাতেই সন্তুষ্ট হৈ সমাজখনক বিশৃংখলতাৰ পৰা ৰক্ষা কৰক।শেষত কওঁ,মই বিজেপিকে ভোট দিছিলোঁ।বৰ্তমান বিধায়ক ও মোৰ সম্বন্ধীয় দাদা।কিন্তু আমাৰ নিচিনা মানুহবোৰে মৰি মৰি জীয়াই আছোঁ আপোনালোকৰ নিচিনা মন্ত্ৰীবিলাকৰ কাৰনে।আমি ৰাজনীতি নকৰো বুলিয়েই কৰা নাই।কিন্তু ৰাজনীতি কৰো বুলি কৰিলে লুটিয়াই দিবলৈও কুন্ঠাবোধ নকৰোঁ।আমাৰো আছে এক অভিনয়ৰ চৰিত্ৰ।প্লি'জ 🙏 এনেই ৰাইজৰ টকা-পইচাবোৰ অপচয় নকৰিবা অ মন্ত্ৰীসকল।এমুঠি এসাঁজৰ কথালৈ অন্ততঃ এবাৰ স্মৰণ কৰি দেশখন চলাওঁক।দেশখন অকৰা নহয় অ মন্ত্ৰীসকল,কেৱল আপোনালোকেই যে শাসন কৰিব পাৰে, সেয়া নহয়।আগতে যদি শংকৰদেৱ আছিল ধৰ্ম প্ৰচাৰৰ বাবে তেতিয়াহ'লে আজিও শংকৰদেৱ মানুহৰ মনত জীয়াই আছে অৰ্থাৎ শংকৰদেৱ ধৰ্ম প্ৰচাৰ চলাইছে।এজন আত্মা যাৰ শৰীৰ পইচাৰ আত্মাত যাক জনা যায় মহাত্মা।তেওঁৰ শৰীৰ আত্মা নহ'লে পইচাই অচল।ঠিক তেনে মানুহৰ আজিও মহানতা জীয়াই ৰখা মানুহ আছে দেশখন আৰামত চলাই নিব।সেয়ে কৈছোঁ আপোনালোক এৰি দিয়ক। আপোনালোকৰ এতিয়া যিমান পইচা মজুত হ'ল সেয়াই তিনি পুৰুষলৈ চলি যাব।আৰে ভাই লিখি থাকোতে ওলাই গৈ থাকে…আৰু নিলিখো ভাৱিছোঁ।শেষত কওঁ যে-- মন্ত্ৰীসকল লোভেই পাপ,পাপেই মৃত্যু।আমাৰ মিচিং মানুহৰ মৰা শহ থবলৈ মাত্ৰ ৬ ফুট মাটি খান্দে।আৰু বাকী জাতিসকলৰ কি কি লাগে অন্ততঃ এবাৰ স্মৰণ কৰক।শেষত এয়াই কম মোহনৰ---অ জিন জিন 😂😂😂😂। Bjp leader no comments please 🙏🙏🙏.

  • @austinpegu4802
    @austinpegu4802 ปีที่แล้ว +16

    অখিল দা সত্যৰ প্ৰতীক

  • @rajibgogoi9869
    @rajibgogoi9869 ปีที่แล้ว +13

    Akhil gogoi zindabad

  • @hemantaborgohain4493
    @hemantaborgohain4493 ปีที่แล้ว +12

    ইহঁতে দেশখন লুটি পুতি খালে । পঢ়াশুনা কৰাকেইটায়ে দেখোন অৰ্থ নাই । আনক কয় ! অধ্যক্ষ জনেও পক্ষপাতিত্ব কৰিছে । হিমন্তইনো কি ভাল কলে ? কিহৰ চকী পৰীক্ষা কৰিব লাগে । এইয়া বিধান সভাৰ বক্তব্যনে এজন মূখ্যমন্ত্ৰীৰ ।

  • @DeepankarGayan-nt4es
    @DeepankarGayan-nt4es ปีที่แล้ว +16

    সকলো কেৱল বিজেপিৰ কাৰণেই নেকি?

  • @bishnuramrabha4714
    @bishnuramrabha4714 ปีที่แล้ว +19

    Hosa kotha study less BJP MLA Montri..

  • @masrafali927
    @masrafali927 ปีที่แล้ว +3

    পঢ়া শুনা নথকা সকলৰ গাত ভালকয়েই লাগিল।

  • @jakirlaskar6949
    @jakirlaskar6949 ปีที่แล้ว +4

    অখিল গগৈ জিন্দাবাদ

  • @produmnya9340
    @produmnya9340 ปีที่แล้ว +1

    বিজেপি আৰু অনভক্তসকলে অসমখন ধ্বংস কৰিহে এৰিব |

  • @ruhitdihingia8210
    @ruhitdihingia8210 ปีที่แล้ว +19

    Akhil Gogoi seems to be a Hero of this Session.

  • @jaihind8229
    @jaihind8229 ปีที่แล้ว +5

    Hero Akhil Gogoi ❤❤❤

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 ปีที่แล้ว +3

    Well done👍 akhil da right

  • @BhupenGogoi-jp6ti
    @BhupenGogoi-jp6ti ปีที่แล้ว +4

    Hosa.kotha.moja.dise.gogoi.is.a.tigar

  • @ramcharanthakuria928
    @ramcharanthakuria928 ปีที่แล้ว

    অখিল গগৈক সম্পূৰ্ণকৈ কব দিব লাগে। তেতিয়া হে জনসাধাৰণে ভাল দৰে জানিব আৰু বুজিবলৈ সক্ষম হব।

  • @akshaydas3990
    @akshaydas3990 ปีที่แล้ว +4

    পঢ়া-শুনা কৰি জ্ঞান গোটাই অখিল গগৈ ডাঙৰীয়াই গোটেই সদনখনকেই বজাৰ আৰু নদীৰ ঘাটলৈ পৰিৱৰ্তন কৰিলে।

  • @dipupatangia9860
    @dipupatangia9860 ปีที่แล้ว +1

    অতি সুন্দৰ।

  • @bichitrahazarika2461
    @bichitrahazarika2461 ปีที่แล้ว +7

    Mama r ei dalal dutar kub besi hoise....

  • @PradipDas-nb2nl
    @PradipDas-nb2nl ปีที่แล้ว +1

    পাগলৰ পৰিচয় দিয়া উচিত নহয় , ধৈৰ্য্য নেথাকিলে ৰাইজৰ প্ৰতিনিধি হব নেলাগে !

  • @jyotishgogoi6264
    @jyotishgogoi6264 ปีที่แล้ว

    জয়ন্ত মল বৰুৱা এজন মাঠা নাইকীয়া, লগতে পিয়ুশ হাজৰিকা হৈছে এটা ডকাইট।

  • @ranjitduttaey3967
    @ranjitduttaey3967 ปีที่แล้ว +2

    সদনত বিৰুদ্ধীক কথা কোৱাত মন্ত্ৰী সকলে হে টুলুঙা মন্তব্য কৰে আৰু আনৰ প ঢ়া কথা কৈ ৰাইজে অশিক্ষিত বিধায়ক জিকাই অনা বুলি কয়, কাৰণ ৰাইজে জানে কোন পঢ়া কোন নপঢ়আ কথাতে জনাযায়

  • @hemantakumarborah6196
    @hemantakumarborah6196 ปีที่แล้ว +4

    Akil jida bad👏👏

  • @jibongogoi6940
    @jibongogoi6940 ปีที่แล้ว

    ৰিনিকি ভুঞাঁ মাটি kelengkarit pijus আৰু জয়ন্তই নিমাতে আছে কিয়
    অখিল গগৈ জিন্দাবাদ

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq ปีที่แล้ว +1

    অধ্যক্ষ সদায় নিৰপেক্ষহব লাগে

  • @NilaSarmah-t2n
    @NilaSarmah-t2n 7 หลายเดือนก่อน

    ৰূপজ্যোতি য়ে কৰিলে অধ্যক্ষই একো নকৰে

  • @rakashdas9087
    @rakashdas9087 8 หลายเดือนก่อน

    পঢ়া শুনা থাকিলে দাদাই ডাক্তৰ ডি চি এছ পি হলেহৈ

  • @anuradhadas5494
    @anuradhadas5494 ปีที่แล้ว

    Akhil Gogoi Jindab . Kunu answer dib nuwarile BJP ye enekuwa korei . ...

  • @emergencywallah2003
    @emergencywallah2003 7 หลายเดือนก่อน

    Only one in one Akhil Da❤

  • @sofikulali5248
    @sofikulali5248 ปีที่แล้ว +1

    Okhil...you...are..karat...you...are don't..kiar....o....k.....god...bay.......chariful....hogue

  • @pranabjyotikashyap6238
    @pranabjyotikashyap6238 7 หลายเดือนก่อน

    পঢ়া শুনা নকৰা কোন কোন আছে মন্ত্ৰী নাম কলে ভাল লাগিব । nation want to know from you . Please tell us

  • @birendeka5674
    @birendeka5674 ปีที่แล้ว

    GOGOI dangaria future you plass

  • @rahuldarrangian3068
    @rahuldarrangian3068 ปีที่แล้ว +1

    Akhil Gogoi bagh hoi.baki bure howa di ase...ata mnh ak fale baki akfale😂naii para ni ...juji ase matho😂😂😂😂😂ru akhil Gogoi k ktha koi time ndie...ses a

  • @bituponsaikia1907
    @bituponsaikia1907 ปีที่แล้ว +1

    Good 👍

  • @AbdulAlim-y5i
    @AbdulAlim-y5i 3 หลายเดือนก่อน

    100%

  • @rajudutta7246
    @rajudutta7246 7 หลายเดือนก่อน

    অসুৰ বিলাকে সঁচা কথা কব নিদিয়ে।

  • @hirokmahanta5132
    @hirokmahanta5132 ปีที่แล้ว

    অনাঅসমীয়া মাটি লৈ শেষ কৰি আছে নেদেখে ককাইদেউ

  • @junkonwar4943
    @junkonwar4943 10 หลายเดือนก่อน

    ONLY AKIL GOGOI NO 1 N REAL HERO

  • @minhajularif4464
    @minhajularif4464 ปีที่แล้ว

    Ba sabbash akhil gogoi

  • @tahimabegum5896
    @tahimabegum5896 ปีที่แล้ว

    Akhil is great.

  • @sunyronghang2271
    @sunyronghang2271 8 หลายเดือนก่อน

    Akhil is hero

  • @pankajkalita5138
    @pankajkalita5138 ปีที่แล้ว +3

    Adhykha jonr kam ni

  • @nitulsonowal9645
    @nitulsonowal9645 ปีที่แล้ว

    Akhil Gogoi hero

  • @anupamphukan3617
    @anupamphukan3617 ปีที่แล้ว

    মূখ্য মন্ত্ৰী পিজুজ নে হিমন্ত নে জয়ন্তমল্লৱ ????? কাৰণ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিচে মূখ্যমন্ত্ৰীক কিন্তু ইয়াৰ উত্তৰ দিছে এই বাকী ভৰুৱা দুজনে 😂😂😂😂😂😂

  • @JOHN_T123
    @JOHN_T123 หลายเดือนก่อน

    Akhil Gogoi tiger hoi

  • @RamenYein
    @RamenYein ปีที่แล้ว +3

    Heijan adhakhyar kunu kam nai

  • @achyutgogoi1211
    @achyutgogoi1211 ปีที่แล้ว

    💯% right

  • @chellengvlogs9993
    @chellengvlogs9993 7 หลายเดือนก่อน

    Good

  • @pranabdihingia9373
    @pranabdihingia9373 ปีที่แล้ว

    A mozzaa

  • @moonmoonthakuria1113
    @moonmoonthakuria1113 ปีที่แล้ว

    Akhil gogoi jindabad

  • @paramanandabora1047
    @paramanandabora1047 7 หลายเดือนก่อน

    Pijus is no match against Akhil. What Akil says is absolutely true. Pijus when Akhil says something, let him say without interference No one
    likes listening Pijus

  • @makrijabegum7286
    @makrijabegum7286 ปีที่แล้ว

    Akhil gogoi very good protes by vs bjp government

  • @bhupendeka3730
    @bhupendeka3730 ปีที่แล้ว

    Yes akhil.

  • @rahulbaro1644
    @rahulbaro1644 ปีที่แล้ว

    Good Akhil da

  • @nayanmoni4342
    @nayanmoni4342 ปีที่แล้ว

    Akhil Gogoi good step

  • @gouravkumar2783
    @gouravkumar2783 8 หลายเดือนก่อน

    Unducated.....israam ....ki ki hoise dei

  • @B1Vlogs
    @B1Vlogs ปีที่แล้ว

    Akhil is real hero

  • @jyotishkolita1063
    @jyotishkolita1063 ปีที่แล้ว +1

    Akhil da jindabad.bjp murdabad

  • @nabinpatir4008
    @nabinpatir4008 ปีที่แล้ว

    Hero akhil gogoi

  • @bhupendeka3730
    @bhupendeka3730 ปีที่แล้ว

    Only akhil but other full.

  • @prasantaborah8139
    @prasantaborah8139 ปีที่แล้ว

    Hosa kothat lag pale ki hobo.

  • @tidal1637
    @tidal1637 ปีที่แล้ว

    speaker should be equal to everyone,, but had been seen only biased for bjp, last speaker was also the same.

  • @apurbadeka4071
    @apurbadeka4071 ปีที่แล้ว +1

    Jayanta malla I sasakoi pahra suna eko nakare jen lage..

  • @ROUNDER_GAMING.
    @ROUNDER_GAMING. 7 หลายเดือนก่อน

    Pijus buli kuwa tu metrik pas hoi ne nohoi hondeh

  • @Janobipanging
    @Janobipanging ปีที่แล้ว

    Duyujonai bukusat utha balok😅😅😅😅😅😅

  • @ghanashyamborah1063
    @ghanashyamborah1063 ปีที่แล้ว

    It is something difficult to understand whether we are witnessing the Assam Assembly debates or "PUHARI SUPATI" sorry to say,excuse me. Comments - all Hon'bles should go ahead on their respected ways. Thanks.

  • @KhiromohanRabha
    @KhiromohanRabha ปีที่แล้ว

    Kam nai jayanta

  • @tidal1637
    @tidal1637 ปีที่แล้ว

    I support bjp in certain things but yes gogoi is right few ministers don't have good education other then the cm 😂😂😂😂😂

  • @rupaliborag7293
    @rupaliborag7293 6 หลายเดือนก่อน

    Belatat vote karak moi hadai koi asu

  • @TutuKonwar-vr2jh
    @TutuKonwar-vr2jh หลายเดือนก่อน

    Agote zinda bad di thake.. Atiya kenkuwa lagise akhil ggi j miyar frend. 😂😂😂

  • @hitutpalboruah
    @hitutpalboruah 7 หลายเดือนก่อน

    Akhil gogoi apunaluk emn poha xuna manuh hoi xodonot tetu falibo jai kela.. Monti mlr Kam siyora neki

  • @upenkalita3491
    @upenkalita3491 ปีที่แล้ว

    Asom khon sob siyal r hatot prise re .......

  • @darshanandhereverythingbhu7996
    @darshanandhereverythingbhu7996 ปีที่แล้ว

    Amak Akhil gogoir dare pratinibhi lage haiya ji dalar babei nahaiwk, ghehu bikhatak subject tu gurutta paba lage

  • @SailenBori-rh3tp
    @SailenBori-rh3tp ปีที่แล้ว

    Åk̊h̊i̊l̊ g̊o̊g̊o̊i̊ j̊i̊n̊d̊å b̊åt̊

  • @bhanudeka640
    @bhanudeka640 ปีที่แล้ว

    No akhil only bjp

  • @khirodsonowal2224
    @khirodsonowal2224 ปีที่แล้ว

    Fijush hajorika cmr ghorot kam kora bonua .

  • @MinajulHoque-j8g
    @MinajulHoque-j8g ปีที่แล้ว

    Akhil gogoi🐅🐅🐅🐆🐆 .baki bor kio mat nai

  • @harikantagogoi2607
    @harikantagogoi2607 ปีที่แล้ว

    Shamsha keitar kiman gyaan ase sobei jaane.....aru sobei boojise kothatu divert kari loi goise....

  • @kamaldeka7123
    @kamaldeka7123 ปีที่แล้ว

    কিয় ane hal mantri sava..,..

  • @khirodadas-rt9fe
    @khirodadas-rt9fe ปีที่แล้ว

    Piajtoy ako najane

  • @pboroboro6837
    @pboroboro6837 ปีที่แล้ว

    মুখ বেক আৰু মুখ বহল দুটা ই

  • @utpalboro9880
    @utpalboro9880 ปีที่แล้ว

    Atul bora samsa

  • @Rupjyoti9319
    @Rupjyoti9319 ปีที่แล้ว

    Kol kune khaise koute ulai dise neja 😂😂😂

  • @manojkumarbarman8823
    @manojkumarbarman8823 ปีที่แล้ว +1

    😃😃moja koise piyaaj k...poha huna nuhua illiterate dadho piyaaj sala

  • @saytanathtamuli9975
    @saytanathtamuli9975 ปีที่แล้ว

    যত মুতা অংক থাকিব টাতহে তেওঁ লোকে মন দিয়ে কাৰণ হোবিধা বিলাক খেতিয়কৰ হাতত থাকিব

  • @bishalsarma5306
    @bishalsarma5306 ปีที่แล้ว +2

    মেট্ৰিক ফেইল কৰা bidhyayok এটা আনিলে শিৱসাগৰ বসিয়ে 😂😂

    • @manojkumarbarman8823
      @manojkumarbarman8823 ปีที่แล้ว +1

      Oi gadho...kun matrik sabi

    • @pabitrasaikia5831
      @pabitrasaikia5831 ปีที่แล้ว +3

      Toi kiman poha oh Akhil gogoi englishot MA

    • @rameshpayang7871
      @rameshpayang7871 ปีที่แล้ว

      Akiluddin miyar dalal ghada hoi. Assam r mentel hoi. Tumi right kotha koise.

    • @bishalsarma5306
      @bishalsarma5306 ปีที่แล้ว

      @@pabitrasaikia5831 মায়ে টাং খন MA কৰিছে🖕

    • @Dhasu-Gamer-----------6115
      @Dhasu-Gamer-----------6115 ปีที่แล้ว

      প্ৰথমে অসমীয়া শব্দ বানান বোৰ শুদ্ধকৈ লিখিবলৈ শিক তাৰ পাছত comments কৰিবা

  • @DipshikhaDas-e9c
    @DipshikhaDas-e9c ปีที่แล้ว

    kotha bjp burok he chance diye sun...

  • @Gautamphukan-lk3wj
    @Gautamphukan-lk3wj ปีที่แล้ว

    B.j.p montree keyta l p school pus akol

  • @SanataniHindustani1
    @SanataniHindustani1 ปีที่แล้ว

    Toi bohut pohiso Akhil?Dalalit MBA koriso no?

  • @rameshpayang7871
    @rameshpayang7871 ปีที่แล้ว

    Akiluddin r kotha aku belu nai. Simpanj to