মুখ্যমন্ত্রীৰ মুখত পুনৰ ৩ গগৈৰ প্রসংগ, কোনে কাক লেং মাৰিব ধৰিব নোৱাৰিঃ মুখ্যমন্ত্রী
ฝัง
- เผยแพร่เมื่อ 5 ต.ค. 2024
- তিনি গগৈৰ মণিকাঞ্চন সংযোগে উজনিত টোপনি হৰিছে বিজেপিৰ। গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ ঐক্যবদ্ধ যুঁজে উজনিত বিজেপিৰ গতি ৰুদ্ধ কৰিব পাৰে বুলি চলিছে ব্যাপক চৰ্চা। এনে সময়তে তিনি গগৈক লৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ। তিনি গগৈক বিশ্বাস কৰিব নোৱাৰি। কোনে, কাক লেং মাৰিব ধৰিব নোৱাৰি। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে কঠোৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ। এক কথাত উজনিৰ ৰাজনীতি এতিয়া হৈ পৰিছে তিনি গগৈ বনাম মুখ্যমন্ত্ৰীকেন্দ্ৰিক।
#pratidintime #assam #electionwithpratidintime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম
গৌৰৱ গগৈ,লুৰীণ গগৈ আৰু অখিল গগৈ জিন্দাবাদ❤❤❤❤❤
তিনি গগৈ এক হৈ থাকিব সদায়
L
গৌৰব গগৈ জিন্দাবাদ
অখিল গগৈয়ে ভাল উত্তৰ দিছে হীমন্তক। জেগাত দিছে। মজা পাইছোঁ।
Dada eie Himonto bishyo sormah k Jaalokbarti bakhiye kiyo jikai ase kiyo
Icds
নিজেই সৰ্বানন্দ সোণোৱালক লেংমাৰি মুখ্যমন্ত্ৰী হোৱা নাই জানো এই কথা অসমবাসী জানে ।
😂😂😂
মাজুলীৰ দলং আনিলে সৰ্বানন্দই, গুণ গাইছে তপনৰ, মেডিকেল কলেজ আনিলে কোনোবাই, নাম ওলাইছে তপনৰ, কি যে কথা- কি যে বতৰা।
😢😢😢
তিনি গগৈ সদায় একলগ হৈ কাম কৰক অসমৰ
আপোনি ভয় কি্য় খাইছে মামা আপোনি ভাল হে পাব লাগে 😅😅😅, গৌৰৱ গগৈ জিন্দাবাদ
অখিল গগৈ দেৱে মুখ্য মন্ত্ৰী ক যোগ্য প্ৰত্যুত্তৰ দিয়ে।
সৰ্বানন্দক লেংমৰা নাই নহয়, ডাইৰেক্ট বুকুত গোৰ মাৰিলে।
হিমন্তক চাব মন নোযোৱা কাৰনে বিজেপিক ভোট দিছিলো এতিয়া সিয়ে উঠি ৰজা বহি ৰজা হৈ আছে । ইয়াক চাব মন নোযোৱা কাৰনে আকৌ কংগ্ৰেচক ভোট দিম । এক নম্বৰ চোৰ হিমন্ত ।
Yes
সঁচা কথা কৈছে আপুনি চুৰৰ চৰ্দাৰ
@@subashgogoi263 Teri jali kiya😂😂....jali nah😂
@@sanjitakundu5287 Nijor ghounikor xompotti bohuk bad di aku kora nai... iat teri jali meri Jali aku kotha nai
সুন্দৰ দিছে দেই অখিল ককাই ❤
আপুনিটো বহুতোকে লেং মাৰি আহিছে , লেং মাৰি আজি অসম মুখ্যমন্ত্ৰী হবলৈ যে সুযোগ পালে ইয়াতকৈ আপোনাৰ ডাঙৰ পুৰস্কাৰ কি লাগে আপোনাক , সেই বাবেই আপুনিও বেলেগৰ মাজত যুদ্ধ খন লগা চাব বিচাৰিছে , তিনি গগৈ কেতিয়াও মন ভাঙিব নোৱাৰে , আপুনি গাদি খনৰ পৰাই যেতিয়া এৰা খাই পৰি তেতিয়াহে চাব ভাল হব , কত সুৰংগ খান্দি থাকিব লগা হয় ,
দাইৰেক টিহাৰ পঠাই দিব লাগে
We love 3Gogai
হিমন্তই নিজে লেঙ মাৰা মানুহ বেলেগ ক কতাখ্য কৰা অধিকাৰ নাই😂
হিমন্ত বিশ্ব শৰ্মা লেং মাৰা মানুহ গগৈ লেং নামাৰে
Thanks to Akhil Gogoi a lot for expressing the truth.🙏🙏🙏
মামাৰ লেং ঘোঁৰাৰ ঠেং সবে জনে মামাই আবুল টাবল বকাৰ অর্থ কি বিজেপি গোঁ হাৰা দিব
অখিল দা সচাঁ কথা কৈছে । ❤❤❤
Akhil Gogoi,Lurinjyoti Gogoi Zindabad
Appropriate and intelligent reply. Great!!! 👍👍👍
বুৰঞ্জীয়ে কয় অসমত আহোমৰ কি ভূমিকা আৰু কিছুমান জাতিৰ কি ভূমিকা😂😂😂😂
আৰু এতিয়াৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিষয়ে কি হিচাপে ইতিহাসত থাকি যাব বাৰু?
@@mridulsarma3894lang mora buli
@@mridulsarma3894 adhunik badan.
Akhil is great
Akhil gogoi jindabad
Congress Jindabad jindabad jindabad from silchar Assam
Akhil sir Zindabaad......
Gaurav gogoi Zindabad
Akhil Gogoi's savage reply😂😂❤❤
G gogoi jindabad
CM Sir r montu val nohoi.sob nijor dore voba thik nohoi.
একেবাৰে সত্য কথা কৈছে
Right gogoi da
Apunat ka kuna val ka janibo sir...Tarun gogoi sir la mont palae hoi ....Him anta dokait
Gourav Gogoi sir jindabad
কোনোবাই লেং মাৰিব পাৰে সাৱধান
100%
3 gogoi jindabad
চিনো গগৈ জিন্দাবাদ
এশ শতাংশ সত্য কথা কৈছে অখিল গগৈ ডাঙৰীয়াই
গগৈ গগৈ গগৈ তিনি গগৈ জিন্দাবাদ জয় আই অসম
Ahom vs bamum
Gogoi jindabad.....
3 গগৈ জিন্দাবাদ জিন্দাবাদ
অসমৰ মিছলিয়া মুখ্যমন্ত্ৰী।
যাৰ কথা মূল্য নাই।
উত্তৰ ভাল দিছে গগৈ এ 😂
Rahul Gandhi jindabad Rokibul Hussain jindabad Gourop Gogoi jindabad AIDUF go back
thanks ,mr gogoi
Asa kotha
moja dise👍
বিৰাট শীয়াল মামা
তিনি গগৈ জিন্দাবাদ
Gogoi gikibo
চিনো গোগোই জিন্দাবাদ
C.M. Himanta Misa katha kuwa no. 1 . Kajiya laguwa tu no. 1 .
৩ গগৈ জিন্দাবাদ
৩ গগৈ জিন্দাবাদ ❤
গৌৰবেই যোৰহাটৰ গৌৰব।
শৰ্মা tu bor letera bostu. Ki j khesera soritro. Ahom birudhi
অসমৰ গৌৰৱ।
ৰাইজৰ নেতা গৌৰৱ গগৈ ।
আমাৰ গৌৰৱ ।
অখিল দায়ে সঁচা কথা কৈছে
মামা❤❤
অখিলে গৈৰব গগৈক লেং মাৰিব মাৰিব ।
Right অখিল ডা. হিমন্ত চুৰ এটা....maha
Tini gogoi vhai vhai ❤❤
অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ
আপুনি সবাদাক লেং মাৰিছে
লেং মাষ্টৰ 😂😂👍
এক শৰ্মাক ধৰিব/ বুজিব / বিশ্বাস কৰিব নোৱাৰি । কাৰণ এই শৰ্মা জন , মিছাৰাম, বেপাৰী , ঠগিৰাম , খকোৱা , আৰু লোভীয়া ।
Gourav gogoi jindabad ❤❤❤❤
Akhil gogoi mor lagt challenge korok na. I will open challange with Akhil
Kun nu tumi .tmr lgt challange koribole.mama vagin sage n.sakori ata pale sage ghror kunubai.
তিনি গগৈ জিন্দাবাদ....❤
কালন্ত মামা মূৰ্দাবাদ 😂
Right
অখিল গগৈ জিন্দাবাদ -
😂😂 G. gogoi Zndabad
Dhui Akhil Uddin
অখি ল দাদা আপোনি নিজৰ কথা ভাবক ৰাইজে কাক দিব ভোট নিজৰ কথা আনক সমালোচলনা কৰি কি লাভ
তাৰ দিন গল
Akhil gogoi mor lagt challenge korok na. I will open challange with Akhil gogoi
Pranjit sharma toi baperar mukhdi topka mohapapi monubadi, brahmonyabadi, jatibadi jehadi virus.
তৰুণ গগৈ নোৱাৰিলে দে
আজি অখিল গগৈৰ কথাত মই একমত
TINI GOGOI JINDABAD
Dyynnabad Akil Bhai. Joy Ai Ahom. Joy soti Joymoti, godhapani
নিজেই লেং মাৰি মাৰি ইমান খিনি পাইছে 😂😂😂
Right 👍
গৈৰৱ গগৈ জিকিৱ ❤
We believe that 3 Gogois should unitedly give with United strength kick wrong leng
Akhil Gogoi God bless you.
Vle ans
আমাৰ মুৰ্খ মনতি জিনদা বাদ
Mama tumi sorbasanda sonuwalak marisa sure he surar theing dekhe
Jorhat bjp😂😂😂 bye bye
Nais okilgogoi
❤
আপুনিও লেং মৰা মানুহ mama
Good idea.
Good akhil daa😂😂
Akhil is a feaut person
Pranjit Sharma hol ata ghur monubadi, brahmonbadi, jatibadi jehadi virus.
Love you ❤
Gaurav Gogoi Zindabaad 👍
Forget about the political party....But Gaurav Gogoi dares to speak volume...n one should be fearless to speak about our state Assam n Assamese 😊