ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আপোনাৰ গীত বোৰ মোৰ বহুত প্ৰিয়❤❤।
বিজয় দা আপোনাৰ গীতবোৰ বহুত ভাল পাও | ফাগুন,চ'ত মাহৰ পৰা আপোৰ গীতবোৰ নুশুনিলে বহাগ অহা যেনেই নালাগে।
Humodhur hongeete manob jibon jipal kore hodai vijoy khura iman mitha hongeet di thakiba buli akha korilu
Thank you
❤
আপোনাৰ প্ৰতিটো গীতেই মোৰ সদায় প্ৰিয়,,,বহু মঞ্চত মই আপোনাৰ গীত গাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ,,,apuni সদায় ভালে kusole থাকক আৰু আমাক ধুনীয়া ধুনীয়া গীত উপহাৰ দিয়ক,,,love from Chirang ❤️❤️❤️ Thank you so much 🙏🙏🙏
অতি সুন্দৰ।মন চুই গ'ল।
কালিৰপৰা এতিয়ালৈকে বিশবাৰ গানটো শুনিলোঁ।খুবেই সুন্দৰ ভাৱধাৰা,মিউজিক লগতে ভূঞা ডাঙৰীয়াৰ কণ্ঠ♥️🙏👌দীৰ্ঘ আয়ুস লৈ আমাক এনধৰণে গান উচৰ্গা দি থাকিব🙏🙏🙏
1:55 1:55 1:55 1:58 1:59 2:00 bbl
Bahut dhuniya gaan mur xuni vhagar nalage
Bijay dangoriya, Bahu palamkoi huniloo Apunar geet ti-- bech bhaal laagil atee hunder hur dekhun Apunar, Dhanyabaad dangoriya
Eibor geet sunar pasot aan geet suniboloi mon nejai. Bijoy da always evergreen aamar babey.
Aei ganti moi horute deotar logot bohi xunu thaku,aji aei gaanti xuni deotaloi borke monot porise. Thank you Dada aei gaanti Amar majot punorai diyar babe
বিজয় দা,, তুমি আগৰ দৰে হৈ থকা,,তোমাৰ সুন্দৰ সুন্দৰ গীত বোৰ আমাক উপহাৰ দি যোৱা,,,
Sasai jibon mane akhoni naw mon sui jai nice song
sweet tune congratulationssweet tune congratuñeet
ইমান সুন্দৰ সুৰীয়া গীত .... মন প্ৰাণ চুই যোৱাকৈ গায়ছে ...বিজয় ভূঞাই আমাক যিমান দিছে আমি বাৰু সিমান স্বীকৃতি দিব পাৰিছোনে তেখেতক ?
😊
Good songs, you artist are creating a better society on earth❤
Class one meaningful song ❤❤❤❤
Bohut val lagil ❤
এই গানটি শুনিলে মোৰ লৰালী কাললৈ মনত পৰে। বা: কি সুন্দৰ গীত❤❤❤❤
কি সুন্দৰ গীত,বৰ ভাল লাগে বিজয় দা।
Please share
ধন্যবাদ বিজয়দা, লগতে জোতিৰময় বৰালৈ এনে এটি সুৰীয়া গীত সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে। ধন্যবাদ।
Thank you... please share
⁰⁰0
Excellent
Hiya vori jai ki khur ki kontho ko voice . Old is gold 🪙🪙🪙🥇
Beautiful song.....singing outstanding
অতি সুন্দৰ❤বিজয় দা আপুনি মোৰ অতিকৈ আপোন❤🙏
Bhahare bujabo nuwaru,Kiman je bhal lagil,gan tu huni,Bohut dhoinobad
গান টোত বেলেগ হে ওলাই ছিল। ৰবিণা অজয় কৰ পৰা ওলাল। ভাল লাগিল
উফ!ক'ত হেৰাল এই সুমধুৰ চিৰযুগমীয়া গানবোৰ?এইবোৰ গানে মন প্ৰাণ পুলকিত কৰি তোলে ৷
Super Beautiful ❤
Very nice song thank you
😊😊
বিজয় ভূঞা দাৰ ছন্দ খুব সাৱলীল ... বহু ধন্যবাদ এই প্রতিভাক ।
Mon vori gol gan tu huni
Bahut dhuniya.
All future ok sulutude sir🙏🙏🙏
Very nice song sir 👌👌👌👌
Wow wow lovely nice song❤❤😂❤❤
Bahut Bhala kisi se
অতি ভাল লগা গীত। শুনি আমনি নালাগে। ধন্যবাদ।
Mur bohut priyo gayok,,teuk ki dore jugajug Korib parim kunubai jonabo neki baru,,moiu teur geet gabo bisaru
So so nice.very heart touching.
অতি সুন্দৰ গীত ।
🎉❤nice song.nice voice..nice singer.good❤
বৰ ভাল লাগিল ।
Hi, elder brother your song is very sweet and emotional.
Khub sundor.
কি যে সুন্দৰ
অতি সুন্দৰ গান
সুন্দৰ
বহুত ভাল লাগে দাদা
my fav. bijay daaa
বিজয় দা গীত 12 মাহে জনপ্ৰিয়
B b da apuna gan khunibohutval Lage otitoloi monot pore
Heart touching...
Full sound di hunilu geet...TVl lagil ❤
কিযে সুন্দৰ গান
বিজয়দা, তুমি ভালে আছানে(?) মাজতে তোমাৰ অসুখ বুলি গ'ম পাইছিলো। তোমাৰ বহু গান মোৰ প্ৰিয়, বহু গান ডাউনলোড কৰিছোঁ
সুন্দৰ গীত।
Nice & wonderfull voiceking in life,
অতি সুন্দৰ গীত
My favourite song .♥️♥️♥️
'৯০ দশকৰ পৰাই শুনি আছো বিজয় ভূঞা দেৱৰ গীত । শুনি যেন হেপাঁহ নপলায় । ইমান মিঠা কণ্ঠ । ভূঞাদেৱৰ যোগাযোগ নাম্বাৰটো বাৰু মোক কোনোবাই দিব পাৰিব নেকি ?
কালজয়ী গীত । প্ৰেৰণাদায়ক গীত ।
বিজয় ভাইতি''''''',অতি সুন্দৰ গীত এটি আজি বহু দিনৰ মূৰত শুনিবলৈ পালো ।ই-মা-ন মিঠা কন্থৰে প্ৰাণ ঢালি গাইছা, মোৰ হৃদয় চুই গৈছা ।মই লিখা গীতযদি ইচছা কৰা দিব পাৰো । নেজানোমোৰ গীত বোৰ তোমাৰ পচন্দ হয় নেনহয় ।বয়সত সৰু বাবেই প্ৰথম অৱস্থাতেভাইটি বুলি কোৱাত বেয়া নেপাবা ।।
Ki jay sundar awaj
Wow very lovely song I salute for you.
মোৰজীৱন❤
Bohut khundor voice sir apunar agor gaan bor olop remek Kori bonabosun
অতি সুনদৰ
ভাল লগা গীত
কান দুখন যে কিমান মূল্যবান,এই গীত খনি শ্ৰবণ কৰাৰ পাছত বুজি পালো ।
Bijay sir selute you
Heart touching song
মোৰ প্ৰিয় গায়ক, তেখেতৰ গান মোৰ বহুত ভাল লাগে
100 persant raight...sir
Ki hunilu aji.gaan ki Buji nupua homoiote teapot hunisilu.kune gaisil najanu .aji gom palu❤
ভাল লাগিল
এটা সময় আছিল বিজয় ভূঞাঁ আৰু সন্ধ্যা মেনন বাইদেউ আৰু লোণা সোণোৱাল বাইদেউৰ গীত নাবাজিলে বিহুৰ মঞ্চ অথবা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠান বোৰ আধৰুৱা যেন অনুভৱ কৰিছিলোঁ !।
বিজয় ভোইয়া ডাঙৰিয়া মোৰ প্ৰিয় গায়ক । তেখেতৰ গীত বোৰে মোৰ হিদয় কপায় দিয়ে ।
জীৱন জীৱন জীৱন জীৱন জীৱন
Bijay da is my favorite
Ok
Sundar...
Great.voice.
গীতটো শুনি বহুত ভাল লাগিছে
Nice Song Bijoy Da
Geet ti khuni bohut val lagise
Aru nutun Geet oti khunkale upohar dim..
बिजै
Bijoy da i l love you,
Khundar
I like this songs dada
Wcome Beautiful
Nice song
Wow great singing 🤩🥰🫂 likhoni otikoi hundr😍🫂
Prithibir prokit aru hongokriti karu logot tulona nohoi😊
❤❤❤❤❤❤❤
Great voice
0
@@hiramanikandulana5526 ddddvvvjrjn j
মই আপোনাৰ গোটেই গীতেই শুনো। আপোনাৰ শ্ৰব্য কেছেট--আপোন,চিনাকী গাওঁ, ইত্যাদি ইত্যাদি আটাইবোৰ। মোৰ দুৰ্ভাগ্য আপুনি যে এবাৰ মালয়বাৰীৰ মালৈক্ষেত্ৰত আহিছিল মোৰ ঘৰ তাৰপৰা ৩কি;মি: আতৰত, কিন্তু আপোনাক চাব নোৱাৰিলো,। আপোনাক কেতিয়া আৰু দেখা পাম বাৰু ক'ব নোৱাৰোঁ।
My, fevaret, singar, bijoy, vuai
Evergreen song
good
So sweet song
Very nice song
Trek to dia❤
আপোনাৰ গীত বোৰ মোৰ বহুত প্ৰিয়❤❤।
বিজয় দা আপোনাৰ গীতবোৰ বহুত ভাল পাও | ফাগুন,চ'ত মাহৰ পৰা আপোৰ গীতবোৰ নুশুনিলে বহাগ অহা যেনেই নালাগে।
Humodhur hongeete manob jibon jipal kore hodai vijoy khura iman mitha hongeet di thakiba buli akha korilu
Thank you
❤
আপোনাৰ প্ৰতিটো গীতেই মোৰ সদায় প্ৰিয়,,,বহু মঞ্চত মই আপোনাৰ গীত গাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ,,,apuni সদায় ভালে kusole থাকক আৰু আমাক ধুনীয়া ধুনীয়া গীত উপহাৰ দিয়ক,,,love from Chirang ❤️❤️❤️ Thank you so much 🙏🙏🙏
অতি সুন্দৰ।মন চুই গ'ল।
কালিৰপৰা এতিয়ালৈকে বিশবাৰ গানটো শুনিলোঁ।খুবেই সুন্দৰ ভাৱধাৰা,মিউজিক লগতে ভূঞা ডাঙৰীয়াৰ কণ্ঠ♥️🙏👌
দীৰ্ঘ আয়ুস লৈ আমাক এনধৰণে গান উচৰ্গা দি থাকিব🙏🙏🙏
1:55 1:55 1:55 1:58 1:59 2:00 bbl
Bahut dhuniya gaan mur xuni vhagar nalage
Bijay dangoriya, Bahu palamkoi huniloo Apunar geet ti-- bech bhaal laagil atee hunder hur dekhun Apunar, Dhanyabaad dangoriya
Eibor geet sunar pasot aan geet suniboloi mon nejai. Bijoy da always evergreen aamar babey.
Aei ganti moi horute deotar logot bohi xunu thaku,aji aei gaanti xuni deotaloi borke monot porise. Thank you Dada aei gaanti Amar majot punorai diyar babe
বিজয় দা,, তুমি আগৰ দৰে হৈ থকা,,তোমাৰ সুন্দৰ সুন্দৰ গীত বোৰ আমাক উপহাৰ দি যোৱা,,,
Sasai jibon mane akhoni naw mon sui jai nice song
sweet tune congratulations
sweet
tune congratuñ
eet
ইমান সুন্দৰ সুৰীয়া গীত .... মন প্ৰাণ চুই যোৱাকৈ গায়ছে ...বিজয় ভূঞাই আমাক যিমান দিছে আমি বাৰু সিমান স্বীকৃতি দিব পাৰিছোনে তেখেতক ?
😊
Good songs, you artist are creating a better society on earth❤
Class one meaningful song ❤❤❤❤
Bohut val lagil ❤
এই গানটি শুনিলে মোৰ লৰালী কাললৈ মনত পৰে। বা: কি সুন্দৰ গীত❤❤❤❤
কি সুন্দৰ গীত,বৰ ভাল লাগে বিজয় দা।
Please share
ধন্যবাদ বিজয়দা, লগতে জোতিৰময় বৰালৈ এনে এটি সুৰীয়া গীত সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে। ধন্যবাদ।
Thank you... please share
⁰⁰0
Excellent
Hiya vori jai ki khur ki kontho ko voice . Old is gold 🪙🪙🪙🥇
Beautiful song.....singing outstanding
অতি সুন্দৰ❤বিজয় দা আপুনি মোৰ অতিকৈ আপোন❤🙏
Bhahare bujabo nuwaru,Kiman je bhal lagil,gan tu huni,Bohut dhoinobad
গান টোত বেলেগ হে ওলাই ছিল।
ৰবিণা অজয় কৰ পৰা ওলাল। ভাল লাগিল
উফ!ক'ত হেৰাল এই সুমধুৰ চিৰযুগমীয়া গানবোৰ?এইবোৰ গানে মন প্ৰাণ পুলকিত কৰি তোলে ৷
Super Beautiful ❤
Very nice song thank you
😊😊
বিজয় ভূঞা দাৰ ছন্দ খুব সাৱলীল ... বহু ধন্যবাদ এই প্রতিভাক ।
Mon vori gol gan tu huni
Bahut dhuniya.
All future ok sulutude sir🙏🙏🙏
Very nice song sir 👌👌👌👌
Wow wow lovely nice song❤❤😂❤❤
Bahut Bhala kisi se
অতি ভাল লগা গীত। শুনি আমনি নালাগে। ধন্যবাদ।
Mur bohut priyo gayok,,teuk ki dore jugajug Korib parim kunubai jonabo neki baru,,moiu teur geet gabo bisaru
So so nice.very heart touching.
অতি সুন্দৰ গীত ।
🎉❤nice song.nice voice..nice singer.good❤
বৰ ভাল লাগিল ।
Hi, elder brother your song is very sweet and emotional.
Khub sundor.
কি যে সুন্দৰ
অতি সুন্দৰ গান
সুন্দৰ
বহুত ভাল লাগে দাদা
my fav. bijay daaa
বিজয় দা গীত 12 মাহে জনপ্ৰিয়
B b da apuna gan khunibohutval Lage otitoloi monot pore
Heart touching...
Full sound di hunilu geet...T
Vl lagil ❤
কিযে সুন্দৰ গান
বিজয়দা, তুমি ভালে আছানে(?) মাজতে তোমাৰ অসুখ বুলি গ'ম পাইছিলো। তোমাৰ বহু গান মোৰ প্ৰিয়, বহু গান ডাউনলোড কৰিছোঁ
সুন্দৰ গীত।
Nice & wonderfull voiceking in life,
অতি সুন্দৰ গীত
My favourite song .♥️♥️♥️
'৯০ দশকৰ পৰাই শুনি আছো বিজয় ভূঞা দেৱৰ গীত । শুনি যেন হেপাঁহ নপলায় । ইমান মিঠা কণ্ঠ । ভূঞাদেৱৰ যোগাযোগ নাম্বাৰটো বাৰু মোক কোনোবাই দিব পাৰিব নেকি ?
কালজয়ী গীত । প্ৰেৰণাদায়ক গীত ।
বিজয় ভাইতি''''''',অতি সুন্দৰ গীত এটি আজি বহু দিনৰ মূৰত শুনিবলৈ পালো ।
ই-মা-ন মিঠা কন্থৰে প্ৰাণ ঢালি গাইছা, মোৰ হৃদয় চুই গৈছা ।মই লিখা গীত
যদি ইচছা কৰা দিব পাৰো । নেজানো
মোৰ গীত বোৰ তোমাৰ পচন্দ হয় নে
নহয় ।বয়সত সৰু বাবেই প্ৰথম অৱস্থাতে
ভাইটি বুলি কোৱাত বেয়া নেপাবা ।।
Ki jay sundar awaj
Wow very lovely song I salute for you.
মোৰজীৱন❤
Bohut khundor voice sir apunar agor gaan bor olop remek Kori bonabosun
অতি সুনদৰ
ভাল লগা গীত
কান দুখন যে কিমান মূল্যবান,
এই গীত খনি শ্ৰবণ কৰাৰ পাছত বুজি পালো ।
Please share
Bijay sir selute you
Heart touching song
মোৰ প্ৰিয় গায়ক, তেখেতৰ গান মোৰ বহুত ভাল লাগে
100 persant raight...sir
Ki hunilu aji.gaan ki Buji nupua homoiote teapot hunisilu.kune gaisil najanu .aji gom palu❤
ভাল লাগিল
এটা সময় আছিল বিজয় ভূঞাঁ আৰু সন্ধ্যা মেনন বাইদেউ আৰু লোণা সোণোৱাল বাইদেউৰ গীত নাবাজিলে বিহুৰ মঞ্চ অথবা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠান বোৰ আধৰুৱা যেন অনুভৱ কৰিছিলোঁ !।
বিজয় ভোইয়া ডাঙৰিয়া মোৰ প্ৰিয় গায়ক । তেখেতৰ গীত বোৰে মোৰ হিদয় কপায় দিয়ে ।
জীৱন জীৱন জীৱন জীৱন জীৱন
Bijay da is my favorite
Ok
Sundar...
Great.voice.
গীতটো শুনি বহুত ভাল লাগিছে
Nice Song Bijoy Da
Geet ti khuni bohut val lagise
Aru nutun Geet oti khunkale upohar dim..
बिजै
Bijoy da i l love you,
Khundar
I like this songs dada
Wcome
Beautiful

Trek to dia
❤