সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ส.ค. 2024
  • সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫#news18assamnortheast #time8news

ความคิดเห็น • 455

  • @rofiqulislam1080
    @rofiqulislam1080 4 หลายเดือนก่อน +70

    সোণোৱাল ডাঙৰীয়া, কঙগ্ৰেছে ষাঠি বছৰে একো কৰাই নাই তেন্তে কোনবোৰ সম্পত্তি বিজেপি চৰকাৰে এপদ এপদকৈ বিক্ৰী কৰি আছে নাইবা ব্যক্তিগত খণ্ডক গতাই দি আছে ?? আপোনাৰ প্ৰতি মোৰ বিশ্বাস আছিল যে আপুনি অন্ততঃ বাজপেয়ী ডাঙৰীয়াৰ দৰে বাস্তৱ ধৰ্মী-গঠনমূলক আলোচনা কৰিব, কিন্তু আপুনিও দেখোন নৰেন্দ্ৰ মোদী আৰু হিমুমামাৰ দৰে ওভতগোৰে নাচি বেবেৰিবাং কথাৰে ৰাইজক বিভ্ৰান্ত কৰাৰ প্ৰতিযোগিতাত নামিছে !!!

    • @SahadurRahma79
      @SahadurRahma79 4 หลายเดือนก่อน

      Right

    • @budheswarnath6516
      @budheswarnath6516 4 หลายเดือนก่อน

      👍👍

    • @pranatiborthakur9462
      @pranatiborthakur9462 4 หลายเดือนก่อน

      আপোনালোকে অতি সুন্দৰ কৈ ৰাজপাট খায় থাকিব পাৰিব।

    • @makibarrahman6763
      @makibarrahman6763 3 หลายเดือนก่อน

      Right

    • @sumelnarzary3714
      @sumelnarzary3714 3 หลายเดือนก่อน

      ❤❤

  • @samadg5388
    @samadg5388 4 หลายเดือนก่อน +21

    Gourab is the best.

  • @dilipgogoi1204
    @dilipgogoi1204 4 หลายเดือนก่อน +32

    8:09 8:09 সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছোঁ কওঁকচোন আমাৰ অসম বাসী ৰাইজৰ বাবে কি কাম কৰিলে আৰুg জাতিয়তা বাদৰ শ্লোগান দিয়াৰ পাছত আপুনি কিয় নাগৰিক সংশোধনী আইন খনৰ বিৰুদ্ধে মাত মতা নাছিল কিয় এইখন অসমৰ জনতাক ভগনীয়া কৰিব বিচাৰিছে নেকি ? এইবাৰ আপোনাৰ সময় উকলিল এতিয়া নব প্ৰজন্মৰ যুব নেতা লোৰিন জ্যোতিৰ দৰে এজন নেতা হোৱাটো প্ৰয়োজনীয়। জয় আই অসম

    • @Factophobia18
      @Factophobia18 2 หลายเดือนก่อน

      ❤p😊😊😊

  • @balendas4259
    @balendas4259 4 หลายเดือนก่อน +33

    নহ'ব নহ'ব । চব কাম ডকাইতৰ দৰে কাম কৰিছে । হিমন্তই দুৰ্নীতিত লুতুৰ পুতুৰ । আপোনাৰ কলিজা আছে নে হিমন্তৰ দুৰ্নীতিৰ কথা কবলৈ । অসম ধ্বংশৰ ঠিকা কিমান দিন চলিব । আপোনালোকৰ চাদ্দাম হুচেইনৰ নিচিনা গতি হ'ব । সেই দিন আহিব । বিজেপিৰ মানুহে আপোনালোকক লেংটা কৰিব আনে কোবাব নালাগে । আহি আছে দিনবোৰ । 😮😮😮😮

    • @legendjunior5538
      @legendjunior5538 4 หลายเดือนก่อน

      Ll1llllllllllll1lllll1lllllllll1llllllll1l1l1l1l7

    • @HimalayBordoloi
      @HimalayBordoloi 3 หลายเดือนก่อน +1

      ধাৰ লৈ
      লৈ দেশ চলোৱা
      চৰকাৰ খন মুখত
      ডাঙৰ ডাঙৰ কথা ।

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc 3 หลายเดือนก่อน +3

    সৰ্বানন্দ সোনোৱালে এই কথাটো বহুত দেৰীকৈ বুজি পালে।

  • @user-pm4el9uj5o
    @user-pm4el9uj5o 4 หลายเดือนก่อน +18

    Gourav g good zindabad❤

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 3 หลายเดือนก่อน +2

    সৰ্বানন্দ এক মহাত্মা সদৃশ মানুহ তেওঁ কোনো দিনে কেতিয়াও কাকো অহংকাৰী ভাবে কথা নকয় সদায় দাস্যভাৱ প্ৰকাশ কৰে ৷

  • @bhabenbasumatary9250
    @bhabenbasumatary9250 4 หลายเดือนก่อน +18

    যাৰ আছে তাক দিয়া হ'ব, যাৰ নাই তাৰ পৰা যি আছে তাকো কাঢ়ি অনা হ'ব।
    হয়, বিজেপি চৰকাৰে গুজৰাটী কোম্পানীক সকলো গটাই দিলে, দৰিদ্ৰ- মধ্যবিত্ত শোচনীয় ভাৱে দূৰ্বিহ জীৱন যাপন কৰিব লগা হৈ গৈ আছে।

    • @kandarpa2622
      @kandarpa2622 4 หลายเดือนก่อน +2

      100% correct.

    • @dilipgogoi3009
      @dilipgogoi3009 4 หลายเดือนก่อน

      মিছলীয়া চুতমাৰানী ইউটিউবাৰ ৷

  • @rofiqulislam1080
    @rofiqulislam1080 4 หลายเดือนก่อน +34

    CAAক লৈ কিয় নিমাতী কইনা ? ক্ষমতাৰ খকত নহয় জানো সোণোৱাল ডাঙৰীয়া ?

    • @indirabaruah8033
      @indirabaruah8033 4 หลายเดือนก่อน

      100% right .

    • @Brekinsonroypohtam
      @Brekinsonroypohtam 4 หลายเดือนก่อน

      Honualsir ajilogejodi okhom cmholeheten eiokhomtu imanoittosarnoholeheten thanku honual sir

    • @offsonicstreams
      @offsonicstreams 3 หลายเดือนก่อน

      CAA I ki beya korile atya Assamr.

    • @probinkalita4247
      @probinkalita4247 3 หลายเดือนก่อน

      CAA Batil korok Nohole B.J.P. Mundabad

    • @probinkalita4247
      @probinkalita4247 3 หลายเดือนก่อน

      কংগ্ৰেছ Aliance। 336। B j p 192। বাকী। অন্যান্য দলে পাব

  • @nuhindradoley4338
    @nuhindradoley4338 4 หลายเดือนก่อน +37

    মেডিচিন ৰ দাম বঢ়াই দেশৰ উন্নতি কৰিছে

  • @budheswarnath6516
    @budheswarnath6516 4 หลายเดือนก่อน +7

    এইজনা মহাশয় কেৱল মোদীৰ গদগদতেই সীমাবদ্ধ হৈ থাকি " হয় হুজুৰ " নীতিকে সৰোগত কৰি কৰি আজিৰ তাৰিখত কাৰ্য্য কাল থকাৰ স্বত্তেও কেৱল লুৰিণ জ্যোতি গগৈক " লেং মাৰিবলৈ " পুনৰ আহি গল ডিব্ৰুগড় লৈ.... ৰাইজ এইজনা " মেৰুদণ্ডহীন " তথাকথিত নেতা " ক পৰিত্যাগ কৰক !!!! 🙏🙏🙏

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 3 หลายเดือนก่อน +1

    Best video, my favourite video.

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 4 หลายเดือนก่อน +11

    আপুনি কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে অসম , উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল ??? এয়া ৰাজহুৱা কৰক । আৰু মুখ্য মন্ত্ৰীৰ দিনত ???

  • @junsoikia6891
    @junsoikia6891 4 หลายเดือนก่อน +8

    সকলো বস্তুৰ দাম বহাই ধাৰ কৰি দেশ আগুৱাই কেনেকৈ নিব, নিবনুৱা সমস্যা ,পতিজন জনতাৰ মুৰৰ ওপৰত হাজাৰ হাজাৰ টকা কৰৰ বোজা এয়া নেকি উন্নতি।

  • @kuladhardas6311
    @kuladhardas6311 2 หลายเดือนก่อน

    হকে বিহকেআপোনালোকে এইবোৰে বলকি থাকক ।বিজেপি জিন্দাবাদ।

  • @chiranjittakoe8333
    @chiranjittakoe8333 4 หลายเดือนก่อน +7

    সৰ্বানন্দক সচাঁ মানুহ বুলি ভাবিছিলো । কিন্তু এই জনো একে পে পে ।

  • @skylark13
    @skylark13 3 หลายเดือนก่อน +7

    এনেকুৱা বাতৰি শিৰোনাম নিদিব।

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx 4 หลายเดือนก่อน +13

    কিন্তু তেখেতে সাম্প্ৰদায়িক দল এটাত সোমাই পৰিল!!!!

  • @binoykalita7597
    @binoykalita7597 4 หลายเดือนก่อน +9

    কি কৰ্ম আচনি যুবক সকললৈ আগবঢ়ালে দেখোৱাই দিলে ভাল হয়। মিছা কথা কোৱাত এই জন পাকৈত। জাতীয় জীৱনলৈ কি অৰিহণা আগবঢ়াইছে আমি সকলোৱে অবগত।

  • @hemantakumarroy1410
    @hemantakumarroy1410 3 หลายเดือนก่อน +3

    ভিডিওটো বহুত ভাল লাগিল। কিন্তু এই ভিডিও আগবঢ়োৱা ইউটিউবাৰজন ভাল নালাগিল। তেওঁ শিৰোনামাটো দিছে-"সৰ্বানন্দ ই
    ক'লে,'হিমন্তক মই চাই ল'ম?"মই সম্পূৰ্ণ ভিডিওটো চালোঁ, কিন্তু এই কথাখিনি কোৱা নুশুনিলোঁ।তেনেহ'লে তেওঁ অকল আকৰ্ষণ বঢ়াবলৈ মিছাৰ আশ্ৰয় লৈছে
    । এজন ইউটিবাৰে সামাজিক দায়ৱদ্ধতা আৰু নীতি মানি চলিব লাগে।

  • @NabinGogoi-pn7fi
    @NabinGogoi-pn7fi 2 หลายเดือนก่อน +1

    সৰ্বানন্দ ৰ প্ৰথম ভাল vdo এটা শুনিলো। সৰ্বানন্দ ক বুজিলো।

  • @pompipatgiri
    @pompipatgiri 4 หลายเดือนก่อน +28

    কা।।আমাক।।কিয়।।লাগে।

  • @indrajitbaruah1676
    @indrajitbaruah1676 3 หลายเดือนก่อน +1

    " হিমন্তক মই চাই লম " এই ধৰনৰ কোনো বক্তব্য সোণোৱাল ডাঙৰীয়াই কোৱা দেখা নগ'ল ‌,
    বিভ্ৰান্তিকৰ হেড লাইনে চেনেলটোক কোনো ধৰনৰে সহায় নকৰে ।
    Be careful 😉

  • @minatidevi7122
    @minatidevi7122 4 หลายเดือนก่อน +11

    হেৰৌ,হেড লাইনৰ লগত সঙ্গতি ৰাখি প্ৰচাৰ চলাব লাগে, হিমন্তক গালি পৰা কত পালি? কঙগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য এইটোৱেই,

    • @montupadun6101
      @montupadun6101 4 หลายเดือนก่อน +1

      সঁচা , কে অ' !

  • @puspabora7030
    @puspabora7030 2 หลายเดือนก่อน

    লাজ লাগিছে,১৯৫১ চনৰলগত অসমবাসীক উত্তৰ দিয়ক

  • @ajijalom8646
    @ajijalom8646 3 หลายเดือนก่อน

    💯 right Assam ke Ananda sarvanand Sonowal sir salute sir

  • @niramchandrahaloi1871
    @niramchandrahaloi1871 2 หลายเดือนก่อน

    মিছা শিৰোনামা দি সমাজক বিচলিত কৰিব খুজিছে কিয়?বেয়া কথা।

  • @bipulborah582
    @bipulborah582 4 หลายเดือนก่อน +18

    তহতৰ বুদ্ধি আমি জানো কেলা ।বেচি অকৰা বনাব নালাগে

    • @manojnewar2796
      @manojnewar2796 4 หลายเดือนก่อน

      😅😅😅😅

  • @jamilhussainchoudhury52
    @jamilhussainchoudhury52 2 หลายเดือนก่อน +1

    Thank you sir

  • @user-dc6dd5he2x
    @user-dc6dd5he2x 3 หลายเดือนก่อน +2

    এইজনাৰ শিক্ষা আছে কিন্তু তেওঁ নিজৰ মানসিকতাৰে কাম কৰিবলৈ সক্ষম নহয় কাৰণ তেওঁৰ সেইটো সৎ সাহসী নহয়।

  • @pullokthengal3346
    @pullokthengal3346 4 หลายเดือนก่อน +9

    যিমানেই যি নহওক মতামানুহক এইখন চৰকাৰে মাহীআই চকুৰে চাই😂

  • @user-zw1ro7cp4i
    @user-zw1ro7cp4i 4 หลายเดือนก่อน +7

    Gourav g ji❤

  • @jatiramkaman6960
    @jatiramkaman6960 4 หลายเดือนก่อน +1

    ৰাজনীতিক বাদ দি নিৰপেক্ষ ভাৱে সাক্ষাৎকাৰটো শুনি ভাল লাগিল।অসমৰ ক্ষেত্ৰত সামগ্ৰিক ভাৱে এক বাস্তৱসন্মত কথোপকথন।

  • @user-fv4si7vt9j
    @user-fv4si7vt9j 4 หลายเดือนก่อน +1

    Lurin gogoi jindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @abushamamollah4984
    @abushamamollah4984 4 หลายเดือนก่อน +21

    ₹৪১৪ টকাৰ গেছ ছিলিন্ডাৰ বৰ্তমান ১২০০ টকা এয়াই বিজেপিৰ উন্নয়নৰ ফপলা সৰূপ

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 4 หลายเดือนก่อน +2

      এটা মিঞাৰ হাজিৰা 2013 ত 50/- টকা আছিল, আজি কিয় 1000/- টকা হল ? ঠিক সেইদৰে 450/-টকা গেছৰ দাম 900/- বা হাজাৰ টকা নহব কিয় ?

    • @krishnalalsharma2356
      @krishnalalsharma2356 4 หลายเดือนก่อน

      গেচৰ দাম ২০০০টকা হলেও বিজেপিকে ভোট দিম।অবকি বাৰ ৪০০পাৰ

    • @user-iz8ri1eh7i
      @user-iz8ri1eh7i 3 หลายเดือนก่อน

      Hajira kela sorkare diye niki

    • @loskarforhan3975
      @loskarforhan3975 3 หลายเดือนก่อน

      Anwar Hussain Laskar HKD ❤❤❤❤❤❤❤

  • @jibonjyotidutta622
    @jibonjyotidutta622 3 หลายเดือนก่อน +2

    সৰ্ব্বানন্দ সোনোৱাল এজন ভাল মুখ্যমন্ত্রী আছিল

  • @SwapnaRaniBasumatary
    @SwapnaRaniBasumatary 2 หลายเดือนก่อน

    Good news. Thankyiy sir.

  • @rohimuddin3655
    @rohimuddin3655 3 หลายเดือนก่อน +2

    হিমন্তই যদি ইমান সময় কথা পাতিলে হয় কমেও একশ বার হিন্দু মুছলিম মিঞা শব্দটো ব‍্যবহার করিলে হয়।

  • @gungunmusicstudio
    @gungunmusicstudio 4 หลายเดือนก่อน +4

    সেই কাৰনে কেন্দ্ৰ চৰকাৰে অসম এৰিব নোখোজে।ইয়াত সোণৰ কণি পৰি হাঁহ আছে যে।

  • @user-fv4si7vt9j
    @user-fv4si7vt9j 4 หลายเดือนก่อน +1

    Garav gogoi jindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @borntobeunique5582
    @borntobeunique5582 4 หลายเดือนก่อน +7

    41:57 পাটকাই পৰ্বত কয়লা খান্দি শেষ কৰিছে, পঞ্চাছ টন পস্পন টন গাড়ীৰ অভা লদিং কোনো ধৰা ধৰি নাই MVI কাগজৰ প্ৰয়োজন নাই হিন্দী ভাষীৰ ৰামৰাজ্য। আপোনাৰ ৰাজ্যৰ নিজৰ জিলাৰ মাজেদি সৰবৰাহ সকলো সময়তেই হৈছে, এই বিলাক কি অসমী আই মাতৃৰ বুকুত লোনঠণ কৰা আপোনাৰ দৃষ্টি গোচৰ হোৱা নাই নে?

  • @ranjanchangmai1306
    @ranjanchangmai1306 3 หลายเดือนก่อน +1

    ক'ত হিমন্তক চাই লম বুলি কল্? ভুৱা প্ৰচাৰৰে নিউজ দি viewers বঢ়োৱাৰ ভুৱা বাতৰি।

  • @user-gl2wr2sl4x
    @user-gl2wr2sl4x 4 หลายเดือนก่อน +1

    সুন্দৰ ভাষন

  • @LokhinathMoran-pu6kv
    @LokhinathMoran-pu6kv 4 หลายเดือนก่อน +4

    দলৰ কথা মতে চলাচল কৰা কেন্দ্ৰীআমাক নেলাগেই

  • @jagadishgayan
    @jagadishgayan 3 หลายเดือนก่อน

    I VERY VERY LIKE IT

  • @babitahazarika6300
    @babitahazarika6300 3 หลายเดือนก่อน

    ইয় জাঁ মানুহ খাব নোপোৱাত পৰিছে। বেমাৰ t dorob kinibo nuwarat porise ! Ki দলং দলং মৰি আছে। দলং বোনাইছে ভাল কৰিছে। আৰু কি কৰিছে? হব আপুনিও সেই একেই হৈ গল। আপোনাৰ মুখত এনেকুৱা কথা শুনিব আশা কৰা নাছিলোঁ।

  • @samudra_music_axom
    @samudra_music_axom 4 หลายเดือนก่อน +1

    নিজৰ ঘৰৰ মানুহবোৰৰ অৱস্থা ৰাস্তা পদুলি ভাল কৰিব পৰা নাই
    বয় বস্তুৰ দাম ধনী মানুহ সদায়েই ধনী আৰু দুখীয়াৰ সদায়েই দুখীয়া হৈ গৈ আছে

  • @user-zg1or9ho3e
    @user-zg1or9ho3e 3 หลายเดือนก่อน +1

    অসম এখন দাম্পিং গ্ৰাউণ্ড ৰাজ্য হয়। নতুন ৰাস্তা পাঁচ বছৰহে লাস্তিং হয়। তাৰ পাছত ওখৰা মুখৰা হয়। কাৰণ অসমৰ মাটি বোৰ কোমল হোৱাৰ বাবে ৰাস্তা লাস্তিং নহয়।

  • @intorceartor8494
    @intorceartor8494 4 หลายเดือนก่อน +8

    এইটো একো কামৰ মানুহ নহয় ।

    • @hemantakumarroy1410
      @hemantakumarroy1410 3 หลายเดือนก่อน

      তোমাৰ মূৰত গাহৰিৰ গু আছে।এই কথোপকথন বুজিবলৈ তোমাৰ মগজুৱে নাই।

  • @forhanalaskar-bz4go
    @forhanalaskar-bz4go 2 หลายเดือนก่อน

    Anwar Hussain Laskar ❤❤❤❤❤ Hailakandi ❤❤ Assam

  • @amarjoytidas8141
    @amarjoytidas8141 4 หลายเดือนก่อน +4

    নিজৰ সা সুবিধা লোৱাৰ বাবে ভোট খেলে।

  • @samudranathdeka4879
    @samudranathdeka4879 3 หลายเดือนก่อน

    BJP ZINDABAD. আকৌ এবাৰ মোদী চৰকাৰ । 400 পাৰ😊।

  • @sibcharantanti2456
    @sibcharantanti2456 3 หลายเดือนก่อน

    Very good

  • @dadulali2185
    @dadulali2185 3 หลายเดือนก่อน +1

    ভাৰতৰ সকলো উদ্যোগ প্ৰতিষ্ঠান বিক্ৰী কৰি টহলিং কৰি ভাৰতৰ অৰ্থনৈতিক কাঠামো ভাঙি পেলোৱা পাছত ভাৰত 2047 চনত কেনেকৈ পৃথিৱীৰ ভিতৰত এখন উন্নয়ন শীল আত্মনিৰ্ভৰশীল ভাৰত হ'ব।

  • @goutamdas6479
    @goutamdas6479 4 หลายเดือนก่อน +2

    এইবাৰ বৰলাক ভোত নিদিও

  • @prahladdanah6629
    @prahladdanah6629 4 หลายเดือนก่อน +2

    বহুত দেৰি হ'ল। হিমন্তই দলিয়াই পেলালে মনে মনে থাকিল।

  • @kethametha4452
    @kethametha4452 4 หลายเดือนก่อน +4

    আপোনি কিয় মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিলে ????

    • @subalchdev9262
      @subalchdev9262 4 หลายเดือนก่อน

      😅😅😅😅😅

  • @fajlurrahman4605
    @fajlurrahman4605 4 หลายเดือนก่อน +3

    মিছা headline দেখুৱাই ভাহণ হুনালে বাঃ

  • @manjugogoiboruah9007
    @manjugogoiboruah9007 2 หลายเดือนก่อน

    মিছা শিৰোনামাৰে আভুৱা ভৰোৱা ইউটিউবাৰ মুদ্ৰাবাদ।

  • @user-qo1ph3hi5r
    @user-qo1ph3hi5r 4 หลายเดือนก่อน +1

    ভিডিঅ'টোৰ কতো হিমন্তক চাইলম বোলা কথা নাপালো। কিয় মিছা প্ৰচাৰ কৰিছে মহোদয়

    • @user-ni9oe3mi5k
      @user-ni9oe3mi5k 4 หลายเดือนก่อน

      Report marok youtuber tuk

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 4 หลายเดือนก่อน +3

    সৰ্বা কাই আপোনাৰ ব্যক্তিত্বক সন্মান কৰোঁ ৷ আসন খন এৰি দিয়াতহে বেয়া পালো ৷

  • @anilbaruah8775
    @anilbaruah8775 3 หลายเดือนก่อน

    মুখস্থ কৰি আহিছে ৷

  • @sanjualom8459
    @sanjualom8459 3 หลายเดือนก่อน +2

    এওঁৰ নিজৰ মাঠাত একো নাই লোকৰ কথাত চলে ।গতিকে অসমৰ হৈ কি কাম কৰিব ?

    • @nayankumarpawe2671
      @nayankumarpawe2671 3 หลายเดือนก่อน

      আনৰ মাঠাত একোনাই কোৱা জনৰ মাঠাত কি আছে কোনোবাই জানে জানো।

  • @hemantakumarroy1410
    @hemantakumarroy1410 3 หลายเดือนก่อน

    সৰ্বানন্দ সোণোৱাল সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিত এগৰাকী সফল ৰাজনৈতিক নেতা।অসমৰ বহুতো গেলি যোৱা নেতা,পালিনেতা তথা অকামিলা ধোদৰ -পচলা আৰু ৰাজনীতি বুজি নোপোৱাই যা-তা কমেণ্ট আগবঢ়াই থাকে। ইহঁতৰ মূৰত এতিয়া 'কা'-ৰ পোকে বাহ লৈছে। এইবিলাক হৈছে আই অসমীৰ খাটি সন্তান।নাদৰ ভেকুলী।

  • @rupjyotipatowary5405
    @rupjyotipatowary5405 3 หลายเดือนก่อน +1

    আপোনাক মুখ্যমন্ত্ৰী চকীখনৰ পৰা আতৰাই দিওঁতে কিমান দুখ পাইছিলো জানেনে । কিয়নো আপুনি নিৰ্বাক হৈছিল।

  • @binandagogoi2941
    @binandagogoi2941 4 หลายเดือนก่อน +1

    আমাৰ গাওঁ টঙনা চাহ বাগিছাৰ কাষতেই, কিন্তু ২কিলোমিটাৰ আলিবাটৰ অসুবিধাৰ কাৰণে ২৫টকাৰ ঠাইত এজেণ্টে১৫ টকা দাম দিয়ে। গতিকে ৰাষ্টা সুবিধা কৰি দিয়ক।

  • @rimjimnath558
    @rimjimnath558 4 หลายเดือนก่อน +1

    ২০২১ চনত ভেঁন চাৰ স্কুল কৰিবলৈ গৈ এখন স্কুলৰ দুজনক দি দুজনক নিদিয়া মন্ত্ৰী জন আপুনি নহয় নে? ইয়ে নেকি বিকাশ

  • @SaifulIslam-yn3gi
    @SaifulIslam-yn3gi 4 หลายเดือนก่อน +2

    সাং বাদিক মেল কিয় নামতে মণিপুৰ ত এদিন ও নাহিল কিয় মিচলিয়া জাতিদ্ৰহি সৰ্বানন্দ
    তেলমৰা সাংবাদিক

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 4 หลายเดือนก่อน

      মনি পূৰৰ বিষয়ে ইমান মাথা মাৰিবলৈ তই কোন ? কোন মুছলমানে কোন দিনা বিজেপিক ভোট দিয়ে ? কেৱল UDF Congress বুলি চিঞঁৰি থকাৰ অৰ্থ কি ? মণিপুৰৰ সাংসদে নিজে তাৰ পৰা পলাই ফুৰিছে, মুখ্যমন্ত্ৰীয়ে পলাই ফুৰিছে, পুলিচ প্ৰশাসনে ওচৰত যাব নোৱাৰে, এইবোৰৰ কাৰণ কি একো নজনাকৈ পাগলৰ প্ৰলাপ বন্ধ কৰা।

  • @sanjoyroy4492
    @sanjoyroy4492 4 หลายเดือนก่อน

    🙏🙏🙏 খুব সুন্দর কথা বতরা লাগিসে স্যার ,🙏🙏❤️❤️

  • @anilsaikia6953
    @anilsaikia6953 4 หลายเดือนก่อน +5

    মিছলীয়া ইউ কিউবাৰ তই।

  • @asrider9519
    @asrider9519 4 หลายเดือนก่อน +3

    বৰলা কথা শুনিব ভাল, কাম নাই। যা নাই তিৰী ,কাম হি

    • @user-ni9oe3mi5k
      @user-ni9oe3mi5k 4 หลายเดือนก่อน

      Jar lora maiki ny hi ki desh or kotha vabibo

  • @dilipgoswami4475
    @dilipgoswami4475 3 หลายเดือนก่อน

    আসনৰ কথা কওতে নাকটো খজুৱাই কোৱাত কিবা প্ৰশ্নবোধক আছেনেকী বাৰু ?

  • @tangu987
    @tangu987 2 หลายเดือนก่อน

    সৰ্বানন্দ দাসগুপ্ত লিদাৰ নহয় । চিদা
    চিদি লিদাৰ ।

  • @xzaxe
    @xzaxe 4 หลายเดือนก่อน +1

    সকলোকৈ কাম নাইকীয়া মূখ্যমন্ত্ৰী !

  • @sazidahmed2876
    @sazidahmed2876 4 หลายเดือนก่อน +1

    Lurin Gourav are best

  • @jimikantadoley5659
    @jimikantadoley5659 4 หลายเดือนก่อน +3

    Maiki muria Sarbananda

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uw 4 หลายเดือนก่อน +17

    Apuni ejan nimati koinnya

  • @nitishdoley9288
    @nitishdoley9288 4 หลายเดือนก่อน +6

    তোমাৰ কাম নাই,

  • @pranayankumarbora6787
    @pranayankumarbora6787 3 หลายเดือนก่อน +2

    আপোনাৰ লোকে আমাৰ অসমৰ কাৰণে ki korile ভালকৈ চাবচোন

  • @MozahirulHoqur
    @MozahirulHoqur หลายเดือนก่อน

    Mozahar Ali Dhubri Thanks

  • @santanugogoi9907
    @santanugogoi9907 4 หลายเดือนก่อน +3

    Kakhor Mandir to Tarun Gogoi
    ...Prithibi Maji....r. dinot....hoisil

  • @user-tt5pq4xm6i
    @user-tt5pq4xm6i 2 หลายเดือนก่อน

    আপুনি আজি কিমান। সন্মান দিছে?

  • @Pakistanisheretokiddnappyou
    @Pakistanisheretokiddnappyou 3 หลายเดือนก่อน

    বেলেগৰ কথা নকওঁ কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ দিনত দুলীয়াজানৰ মূল বাট পথ উৱলি গল।

  • @bijusaikia5372
    @bijusaikia5372 4 หลายเดือนก่อน

    লেং মৰা প্ৰতিযোগিতা । আপুনি গমেই নাপালে ।

  • @Tulikaartacademy912
    @Tulikaartacademy912 3 หลายเดือนก่อน +1

    আপোনাৰ দিনত আপুনি কি কৰি লে‌ ঘটিটো লোটা টো ।মাঠা কম‌‌ আছে ।

  • @reetaborahhazarika2704
    @reetaborahhazarika2704 4 หลายเดือนก่อน

    এইবোৰ উটিউবাৰক এশিকণি দিব লাগে। মিছলিয়া.... 👹👹

  • @user-hs7nu6uq1p
    @user-hs7nu6uq1p 4 หลายเดือนก่อน

    Good Sonal

  • @ujjalkonwar2859
    @ujjalkonwar2859 2 หลายเดือนก่อน

    বগিবিল মিছিং শেষ হ'ল এই বগিবিল দলঙৰ পিছৰ পৰাই । ভালকৈ গৈ চাই লব । চুলাই বনাই বৰ্তমান ।

  • @user-gm3ng5nz8k
    @user-gm3ng5nz8k 4 หลายเดือนก่อน

    মিছা কথাৰ ঠেং চুটি ।হেড লাইনৰ লগত বিষয় বস্তুৰ সংগতি নাই ।

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 4 หลายเดือนก่อน +4

    তোমাৰ কাম নাই।তোমাৰ মাতটো শুনিবলৈ মন নাযায়।

    • @sktaye130
      @sktaye130 4 หลายเดือนก่อน

      Ahum puwali..... Toi tu kobi... Kam nai kiya jattt

  • @riturajboruahsgkclass5510
    @riturajboruahsgkclass5510 4 หลายเดือนก่อน +2

    CAA ৰ জঢ়িয়তে বিদেশী অনা বাবে ভোট বিচৰাৰ সাহস আছেনে?

  • @om6083
    @om6083 3 หลายเดือนก่อน

    কিবা খং উঠিলে ভোট নিদিও,,,,,,
    কিন্তু পাপ্পুক প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও মানি নল‌ও

  • @subhansaikia3952
    @subhansaikia3952 3 หลายเดือนก่อน

    ডাঙৰীয়া আপোনাৰ দিনত কিমান উদ্যোগ গঢ় দিলে ?

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 3 หลายเดือนก่อน

    😢😢go back habanda w

  • @tulonmohan9583
    @tulonmohan9583 4 หลายเดือนก่อน

    এই সাক্ষাৎকাৰটো ইতিমধ্যে T Vত চালো । আকৌ চাই কি লাভ? লোকৰ ভিডিঅ' বোৰ দেখুৱাই আপোনি নিজৰ কি অভীষ্ট সিদ্ধি কৰিব বিচাৰিছে; বুজা নাই। কাম নাই যদি টোপনি মাৰকগৈ যাওক।

  • @phulkumarikalita9927
    @phulkumarikalita9927 4 หลายเดือนก่อน

    এই বাৰ কাক দিয়ে

  • @bt521952
    @bt521952 4 หลายเดือนก่อน +1

    গছত কঠাল ওঠত তেল নোখৌতে চেল বেল.....

  • @user-tt5pq4xm6i
    @user-tt5pq4xm6i 2 หลายเดือนก่อน

    ঢাল লোৱা সোণোৱাল কাম নাই

  • @user-jv8tn1ol1f
    @user-jv8tn1ol1f 3 หลายเดือนก่อน

    সোনোৱাল ডাঙৰীয়াই প্ৰেক্ষাপতত যি কথায় নকওক কিয় তেওঁ নিজ ৰাজ্যৰ মন্ত্ৰী পদতুকে চলাব নোঁৱাৰী লে নিজৰ বাঢ়ি থোৱা ভাত খিনিও জদি আনে কাঢ়ি খোৱা পৰি লক্ষীত হয় । তেনে ব্যক্তিৰ ওপৰত আজি অসম বাসিয়ে কেনেকৈ বিস্বাসত লব ।

  • @tankswargohain6701
    @tankswargohain6701 3 หลายเดือนก่อน

    ফাল্টু মন্তব্য নিদিব, কংগ্ৰেছ চৰকাৰে কাম নাই কৰা বুলি। নিজক ভালদৰে বিশ্লেষণ কৰি চাওঁক।