জুবিন গাৰ্গক উভতি ধৰিলে সত্ৰাধিকাৰে। জুবিন গাৰ্গক শাৰীৰিকভাৱে অপদস্থ কৰাৰ হুংকাৰ সত্ৰাধিকাৰৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • জুবিন গাৰ্গক উভতি ধৰিলে সত্ৰাধিকাৰে। জুবিন গাৰ্গক শাৰীৰিকভাৱে অপদস্থ কৰাৰ হুংকাৰ সত্ৰাধিকাৰৰ। দুৰাৰোগ্য ৰোগ হৈ তললৈ নামিব বুলিও সমালোচনা জুবিনক
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 1.2K

  • @ssassam_1.5Million.
    @ssassam_1.5Million. 4 หลายเดือนก่อน +23

    সত্ৰাধিকাৰ হৈ কিয় এনেকৈ কব জুবিন দাই যি কৈছে ঠিকেই কৈছে support কৰো জুবিন দাক সত্ৰাধিকাৰ হ'ল বুলিয়েই প্ৰভূ ঈশ্বৰ হব পাৰে নি যদি প্ৰভূ ঈশ্বৰেই হয় তেন্তে প্ৰভূ ঈশ্বৰৰ মুখত কিয় এনেকুৱা কথা। Support কৰিলে like কৰা।

  • @tutumonibaruah1945
    @tutumonibaruah1945 4 หลายเดือนก่อน +37

    জুবিনক ইমান ডাঙৰ বেমাৰ হ'ব বুলি তেওঁ কেনেকৈ ক'ব পাৰিলে ভাবিব পৰা নাই , জুবিনক চৰ দিয়ক আমি একো নকওঁ কাৰণ তেওঁ জুবিনৰ পিতৃৰ স্বৰূপ কিন্তু ইমান ডাঙৰ বেমাৰ হ'ব বুলি কোৱা টো এজন সত্ৰাধিকাৰৰ মুখত শোভা নাপায়।

    • @Ranidas5280
      @Ranidas5280 4 หลายเดือนก่อน

      Ummm

  • @imonbaruah3126
    @imonbaruah3126 4 หลายเดือนก่อน +88

    সত্ৰাধিকাৰ মহোদয়, আপোনাক কৈছো। আপোনাক মই কিহৰ ভিত্তিত প্ৰভুত্ব সন্মান কৰিম? আপুনি ক'ৰ অবতাৰি পুৰুষ বাৰু? আপুনি এজন ঠগিলং ঠগিলং বামুন হে। ৰাইজৰ অৰিহণা ৰ ভিত্তিত আশীৰ্বাদ দি দক্ষিণা লোৱা এজন মানুহ। জুবিন গাৰ্গ ক অভিশাপ দিবলৈ আপুনি প্ৰথমে জুবিন গাৰ্গ ৰ দৰে এজন প্ৰকৃত মানুহৰ লগৰ মানুহ হৈ দেখুৱাই দেখাওক।

  • @Digantaborah21
    @Digantaborah21 4 หลายเดือนก่อน +28

    সত্ৰাধিকাৰ ভাষা ব্যবহাৰ ইমান বেয়া হব নেলাগে দেই। সত্ৰাধিকাৰ কেতিয়াও ভগৱান হব নোৱাৰে আপুনি নিজকে ভগৱান বুলি ভাৱি লৈছে যদি আপোনাৰ ডাঙৰ ভূল হৈছে। জুৱিন দাই একো বেয়া কথা কোৱা নাই।

  • @Ithinkend
    @Ithinkend 4 หลายเดือนก่อน +63

    মানুহ ভগৱান হয়নেকি?

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w 4 หลายเดือนก่อน +164

    শ্ৰীমন্ত শংকৰদেৱই নিজকে কেতিয়াও ঈশ্বৰ বুলি কোৱা নাছিল। সত্ৰাধিকাৰ সকল শংকৰদেৱতকৈ দাঙৰ নেকি?

    • @abanikrdas6562
      @abanikrdas6562 4 หลายเดือนก่อน +1

      সিও বগা পানী খাইছে নেকি?

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 4 หลายเดือนก่อน +4

      জুবিন পাগলৰ যুক্তিত গৈ। নিজকে পাগল হজাবলে নাযাব। কোনজন সত্রধিকাৰীয়ে কাৰোবাক কলে। মোক ভগৱান বুলি ক বুলি। প্রভূ ঈশ্বৰ বুলি তেওঁ লোকক সকলোৰে সন্মান কৰে। তাত জুবিন কুকুৰৰ কি আহে যায়। অন্তত এজন সত্রধিকাৰী তাৰ নিচিনা দালাল নহয়। বাকি কথা বাদ দিয়কচোন। সেই দিনা জুবিনক সত্রধিকাৰী ওপৰত কথা কবলে কোনে মাতিচিলে। তাক গান গাবলে হে মাতিচিলে। গান নাগাই কি আলৰ বালৰ কথা গাবলে লাগিলে সি। তাক সঁচাকৈয়ে কাণতলীয়া চৰ সুধাব হৈ গল।

    • @debajyotisaikiasaikiasaiki5040
      @debajyotisaikiasaikiasaiki5040 4 หลายเดือนก่อน

      Hoi axomot
      ha parese .....

    • @pranabbaruah8693
      @pranabbaruah8693 4 หลายเดือนก่อน +1

      ​তই কত পাইছিলি উ সএাধিকাৰিক সকলক ভগৱান বুলি তোৰনিছিনাটোৱে মান 👎👎

    • @nabajittamuli0095
      @nabajittamuli0095 2 หลายเดือนก่อน

      Kuwa ni but juntu ktha t tekhete lgi ase xaitu e bujaise

  • @samsulhaque4571
    @samsulhaque4571 4 หลายเดือนก่อน +13

    সত্ৰাধিকাৰে এনে কথা কোৱা উচিত হোৱা নাই বুজনিৰে কোৱা উচিত

  • @monigogoi8157
    @monigogoi8157 4 หลายเดือนก่อน +129

    হযতো কিছুমান সত্ৰাধিকাৰিযে নিজকে ভগৱান বুলি ভাবে।মই ভাবো জুবিনে নিজৰ মন্তব্য হে দিছে।

    • @simasaikia380
      @simasaikia380 4 หลายเดือนก่อน +1

      Right

    • @Dhwrwm502
      @Dhwrwm502 4 หลายเดือนก่อน

      @@simasaikia380 Nidileo Raijor aku apotti nasile sage. Moi Kunu Side t nohoi kintu Gayok ajone gaan gai guchi jabo lage.

  • @ChandanJyotiSaikia-de9ow
    @ChandanJyotiSaikia-de9ow 4 หลายเดือนก่อน +17

    অভিশাপ কিয় দিছে মই এইবোৰ ভাল নাপাওঁ অভিশাপ দিয়াটো

  • @user-ic7fo7tk1k
    @user-ic7fo7tk1k 4 หลายเดือนก่อน +6

    জুবিন গাৰ্গ বেয়া আমি বুজি পালোঁ জুবিন গাৰ্গে মদ খাই মাতাল হৈ থাকে খাইটো আমি বুজিলো কিন্তু প্ৰভু আপোনাৰ মুখৰ ব্যৱহাৰ কেনে আছিল
    আপুনি কি ভাল ব্যৱহাৰ কৰিলে
    জুবিন গাৰ্গে বেয়া ব্যৱহাৰ কৰিছিল জুবিনৰ বাপেকে কৰিছিল জানো আপুনি তেওঁকো মাজত টানি আনিলে
    প্ৰথমে নিজৰ ব্যৱহাৰ ভাল কৰক তাৰ পাছত আনলে আঙুলিয়াব।

  • @muktiborah-pe6ix
    @muktiborah-pe6ix 4 หลายเดือนก่อน +163

    সত্ৰাধিকাৰ পাগল হ'ল নেকি? কিয় শাও দিব লাগে? ভকতৰ গুণ নেকি সেয়া।
    জুবিনে ঠিকেই কৈছে, "সত্ৰাধিকাৰ ঈশ্বৰ নেকি" স্বয়ম্ভু ঈশ্বৰ কেতিয়াৰ পৰা হ'ল। শঙ্কৰদেৱে নিজকে ঈশ্বৰ বুলি কৈছিল নেকি ক'ৰবাত। সেই জনৰ ভকতৰ গুণেই নাই। সত্ৰাধিকাৰ হোৱাটো পিছৰ কথা। পদত্যাগ কৰক সেই সত্ৰাধিকাৰে

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน +12

      ভালেই কৰিছে। শাও খাব লগা কাম কৰিছে। খাবৈয়ে। লাখ লাখ মানুহক দুখ দিছে মদাহী টোৱে।

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 4 หลายเดือนก่อน +11

      সত্রধিকাৰী এজন ভগৱান হওক বা নহওঁক। কিন্তু সেইদিনা জুবিনক সত্রধিকাৰী ওপৰত কিবা কবলে তাক কোনে মাতিচিলে। গান গাবলে মাতিচে গান গাব লাগে। কিহৰ আলৰ বালৰ কথা। জুবিন নহলেও চলিব, কিন্তু এজন সত্রধিকাৰী অসমৰ জাতিটোক লাগিবই। জুবিনে নিজৰ সন্মান নিজেই হেৰুৱাইচে।

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน +4

      @@AnnoyedGarden-jo1kh একদম শুদ্ধ কথা কৈছে আপুনি।

    • @user-ix3dl8fh1u
      @user-ix3dl8fh1u 4 หลายเดือนก่อน

      জুবিন গাৰ্গ এ মদৰ নিচাত কৈছে । কিন্তু সত্বাধিকাৰ এজন ভক্ত সমাজৰ । এই যে কাণতলিআ চৰ-তৰ কথাকেল সুভানাপায ।

    • @user-ix3dl8fh1u
      @user-ix3dl8fh1u 4 หลายเดือนก่อน +14

      শগুনৰ শাওত বুঢা গৰু নমৰে বুলি কথা এষাৰ আছে নহয় । তেখেত ভগৱান নেকি ? যে যিকব তাকেই হব ।

  • @nirmalsartschool6295
    @nirmalsartschool6295 4 หลายเดือนก่อน +73

    সত্ৰাধিকাৰজনৰ দয়া ক্ষমা কৰিব পৰা গুণখিনিয়েই নাই। তেওঁ প্ৰভূ ইশ্বৰ কেনেকৈ হব পাৰে। নিম্নখাপৰ মনৰ সত্ৰাধিকাৰ।

    • @axomiq132
      @axomiq132 4 หลายเดือนก่อน +1

      অসমৰ সাংস্কৃতিক প্ৰতিনিধি হোৱাৰ বাবে, জুবিনে এনে ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে যি বৃহত্তৰ অসম সমাজৰ জনসাধাৰণৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে।

  • @desiboys1887
    @desiboys1887 4 หลายเดือนก่อน +7

    এয়াই নেকি ভগৱানৰ গুন

  • @borntobeunique5582
    @borntobeunique5582 4 หลายเดือนก่อน +64

    আহোম স্বৰ্গদেউ সকলে সত্ৰৰ পৰিচালনাৰ অধিকাৰ দিয়া সকলক সত্ৰাধিকাৰ বোলে , তেখেত লোকক প্ৰভু বা ঈশ্বৰৰ সমময্যদা দিয়া বা ভৱা কিমান দূৰ সমিচিন, সৃষ্টি কৰ্তাৰ লগত আমাৰ দৰে মনুষ্যৰ তুলনা অসম্ভৱ। গতিকে জুবিন গাৰ্গে নিশ্চয় ভুল ব্যাখ্যা দিয়া নাই। ধন্যবাদ।

    • @bhaskarbordoloi9049
      @bhaskarbordoloi9049 4 หลายเดือนก่อน +1

      Right 🙏

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 4 หลายเดือนก่อน +1

      জুবিন নহলেও চলিব। কিন্তু অসমীয়া জাতিটোক এজন সত্রধিকাৰী লাগিবই। এজন সত্রধিকাৰীক কোনেও ভগৱান বুলি নাভাৱে। তেওঁক সকলোৰে সন্মান কৰে। প্রভূ ঈশ্বৰ বুলি কৈয় সেৱা কৰে। যত যিটো। এজন সত্রধিকাৰীক প্রভূ ঈশ্বৰ বুলি কলে জুবিনৰ খং ওঠে। কিন্তু জুবিনক ডাঙৰীয়া বুলি কলে তাৰ কিয় খং নুঠে। মুঠতে জুবিন পাগল হৈচে। দুখো নাই জুবিন বুঢা হল টো। গান গাব নোৱাৰে। তাকে নকৰি কৰিব কি।

    • @MultimediaTr.
      @MultimediaTr. 4 หลายเดือนก่อน +1

      ​@@AnnoyedGarden-jo1kh তই যে সকলোতে বে বে কৰি আছ' ?

    • @humenbhuyan4088
      @humenbhuyan4088 4 หลายเดือนก่อน +3

      ​@@AnnoyedGarden-jo1khজুবিন নহ'লে নচলে অ বোপাই, সত্ৰাধিকাৰ হ‌ওক বা ফত্ৰাধিকাৰ সিহঁতেও জুবিনৰে হৰিনাম গাই ঘৰ চলাই আছে😅

    • @prosanbora
      @prosanbora 4 หลายเดือนก่อน +1

      জুবিনৰ নিছিনা মদাহী এটা নাইকিয়া হলে কি নছলিবনো এতিয়ানো মদাহীতোও কি চলাই আছে মদাহী বিলাক ভালো পাব পাৰে়

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 4 หลายเดือนก่อน +104

    এই সত্রাধিকাৰ গৰাকীৰ জ্ঞান অতি নিম্ন ।তেখেতে অধিকাৰৰ পদটিৰ সন্মান বিনষ্ট কৰিছে।এই জনক কচাই যেন হে লাগিছে ।

    • @kanakdas4540
      @kanakdas4540 4 หลายเดือนก่อน +2

      Matalor bandhu

    • @bituponbora8062
      @bituponbora8062 4 หลายเดือนก่อน

      Kioo

    • @pankajbaishya7960
      @pankajbaishya7960 4 หลายเดือนก่อน

      Pagol hoi

    • @JyotishSarma-vp7yp
      @JyotishSarma-vp7yp 4 หลายเดือนก่อน

      আপুনি নেকি মাতাল

    • @dalimbarman27
      @dalimbarman27 4 หลายเดือนก่อน +1

      তুমি কি তামোল পান দি জুবিনৰ কথা কব লাগিচিল নেকি? জুবিনৰ দিন সচাকে বেয়ালে নামিচে নহলেনো জ্ঞানি মানুহবোৰকো অপমান কৰে নে! সত্ৰাধিকাৰজনে উচিত কথা কৈছে জুবিনে কিন্তু আমাৰ পহাপুৰুষিয়া সংস্কৃতিতো হাত দি মানুহৰ মাজত বিভ্ৰান্তি আনি দিব বিচাৰিচে। জুবিনে সত্ৰ সমাজক অপমান কৰি চিকাৰ চিনেমাখনৰ বাবে কিবা কৰি আচে যেন লাগিচে যদি এনে কৰিচে তেও শিয়াল

  • @rinagogoi2821
    @rinagogoi2821 4 หลายเดือนก่อน +160

    এজন সত্ৰাধিকাৰ দেৱৰ মূখত এই মন্তব্য সোভা নাপায়।

    • @jyotishmanchakraborty1238
      @jyotishmanchakraborty1238 4 หลายเดือนก่อน +2

      ❤💓👍👍

    • @bhaskarbordoloi9049
      @bhaskarbordoloi9049 4 หลายเดือนก่อน +1

      Right 🙏

    • @Bikram-Gamin
      @Bikram-Gamin 4 หลายเดือนก่อน +1

      👍

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 4 หลายเดือนก่อน +7

      কৰাক কৰিব লাগে ককাইদেউ। জুবিনৰ নিচিনা ফালতু মানুহ এটাক। তেনেকৈয়ে কব লাগে।

    • @user-iv1pn2jw6y
      @user-iv1pn2jw6y 4 หลายเดือนก่อน +2

      কিয় নাপায় ? তেওঁৰ কি ভাল পোৱা, বেয়া পোৱা নাই নেকি ? তেওঁৰ কি আত্মা নাই নেকি ?

  • @malobikagogoi6518
    @malobikagogoi6518 4 หลายเดือนก่อน +24

    জুবিন দাই ঠিকেই কৈছে মানুহ কেতিয়াও ভগৱান হব নোৱাৰে গুৰু হব পাৰে

  • @ujjalchaliha2793
    @ujjalchaliha2793 4 หลายเดือนก่อน +40

    কাণতলিয়া চৰ দিয়ক আপত্তি নাই কিন্তু কাকো শাওপাত দিব নোৱাৰে,আৰু এটা কথা গোস্বামী,মহন্ত হল বুলি পভু ঈশ্বৰ হব নোৱাৰে।

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน +1

      আহোম কেইটাৰ টো পকৰ জলন থাকেই সদাই😂😂

  • @imonbaruah3126
    @imonbaruah3126 4 หลายเดือนก่อน +4

    সত্ৰৰ সত্ৰাধিকাৰ হৈয়ে জানো আজি আপুনি আপোনাৰ ঘৰ খন জয় জয় মই মই কৰি ৰখা নাই??? সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ নিজকে নিজে ভগৱান বুলি নাভাবিব। আপুনি ভগৱানো নহয় আৰু লোকক অভিশাপ দিয়াৰ বাবে যোগ্য ও নহয়। মনত ৰাখিব শগুনৰ শাওত বুঢ়া গৰু অতীত তো মৰা নাছিলে, বৰ্ত্তমান তো মৰা নাই আৰু ভবিষ্যতে ও নমৰে।

  • @rahimpreme7807
    @rahimpreme7807 4 หลายเดือนก่อน +6

    কিহৰ প্ৰভূ হয়? ঈশ্বৰী‌ গুণ থাকিলেহে ,,,,,

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h 4 หลายเดือนก่อน +101

    মিচা ক'লে কি দাল হ'ব,😅 সচাকথা কব গ'লে জুবিনৰ মুখখন লেতেৰা 😅😅 অন্তৰ খন ভাল। 😮😮

    • @villagemanvlogs4620
      @villagemanvlogs4620 4 หลายเดือนก่อน

      Right

    • @ankurdas5337
      @ankurdas5337 4 หลายเดือนก่อน

      Besi nkba majulit সংগীত সিন্ধু উপাধি দিছে ❤

    • @manashsharma7382
      @manashsharma7382 4 หลายเดือนก่อน

      Tenekuwa kotha jodi Apuni sti moy kolu hoy Tetya ki xole hoy but a sampurna kahani tu xoise natak bit manhua xosa ne buli bhavibo aru Satra dhukari jonok kuwa nashilume nije gaat pati loise you are not God osm not God xath khon dekhsi ashile zubeen da nijok o kuwa nashile aru Krishna bhagwan Nohoy he was a man but aikhini kotha beya Korishe Krishna bhagwan Nohoy bhagwan bhagwan manhu manhu a hoy aru ki darker nu Kobo jagha difference aitu je singer aru sadharan Manhu bahut difference beya sabd Kobo pare aru 2 number kotha matibo nalaghe Kyuo mate lavh hoy dangor artist labh nohuwa dangor Artist namate haikarone mate

    • @mrigankasahariah5811
      @mrigankasahariah5811 4 หลายเดือนก่อน

      Jubin sumpurnna soudha,Vagwane aikhini kathate,karobaak marim katim,ovisaap nidiye,,,,,,

  • @mrinalbaruah9474
    @mrinalbaruah9474 4 หลายเดือนก่อน +103

    জুবিন গাৰ্গে উচিত কথা কৈছে কিন্তু কথা কোৱা সুৰটোহে বেয়া হৈছে।

  • @purnimadas6913
    @purnimadas6913 4 หลายเดือนก่อน +19

    যুবিনক আমি আশীৰ্বাদ কৰিছো মুৰৰ চুলিৰ সমান আয়ুষ হওঁক।Heart of Zubeen❤️

  • @hdcreations2979
    @hdcreations2979 4 หลายเดือนก่อน +32

    এজন সত্ৰাধিকাৰৰো এনে আচৰণ ? পাৰ্থক্য ক’ত তেন্তে ?

  • @gitabharali7016
    @gitabharali7016 4 หลายเดือนก่อน +96

    অভিশাপ নিদিব। কাণতলীয়া চৰে দিয়ক লাগিলে। জুবিনৰ দিরঘাউ কামনা কৰিলোঁ।

    • @AllReelsVerse8.0
      @AllReelsVerse8.0 4 หลายเดือนก่อน +1

      Xi morok joldi , hindu dharam k Shree Krishna God k xi kun ulta palta ktha kobo

    • @prasurjadeka7397
      @prasurjadeka7397 4 หลายเดือนก่อน +1

      ​@@AllReelsVerse8.0 toi mor na kukur , Kam tu ni aku tur.

    • @AllReelsVerse8.0
      @AllReelsVerse8.0 4 หลายเดือนก่อน

      @@prasurjadeka7397 tur ki kam ase ,, tur okl zubeen pagol tuk support kora h Kam lage xi karubak Mari nepalouk ki , pagol fan

  • @RidipKrBora
    @RidipKrBora 4 หลายเดือนก่อน +21

    Right কথা কৈছে। তেওঁলোকে প্ৰভু ঈশ্বৰ নহয় যে কথাটো শুদ্ধ

  • @user-oq2pf5ds5p
    @user-oq2pf5ds5p 4 หลายเดือนก่อน +88

    জুবিন গাৰ্গ বেয়া বুজিলো। মাতাল হৈ থাকে, সেইটোও হয়, কিন্ত্ত মাটালৰ সভালৈ সেইসকল কি বিচাৰি আহিছিল? সত্ৰাধিকাৰ প্ৰভু আপোনাক ৰাইজে সন্মান কৰে, সাধাৰণ মানুহতকৈ বেলেগ বুলি ভাবে কিন্ত প্ৰভু আপোনাৰ মুখৰ বাক্য সমূহ জুবিনতকৈ কম নহয়, আপুনি জুবিনৰ বাপেকৰ কথা কবলৈ বেয়া পাব লাগিছিল। জুবিনৰ দেউতাক আপোনাৰ নিচিনা সত্ৰাধিকাৰ হব পাৰে, আপোনাৰ মন্তব্য গঢ়িত।

    • @Dhwrwm502
      @Dhwrwm502 4 หลายเดือนก่อน +3

      mojja likhisa

    • @prosanbora
      @prosanbora 4 หลายเดือนก่อน +6

      মদাহী জুবিন

    • @prosanbora
      @prosanbora 4 หลายเดือนก่อน +4

      মদাহী জুবিন

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน +4

      সত্ৰাধিকাৰ জনে ঠিকেই কৈছে। চৰিয়াব লাগে বলিয়া টোক। পেণ্ট খুলি কুবাব লাগে।

    • @kalpanasaikia2095
      @kalpanasaikia2095 4 หลายเดือนก่อน +1

      Behaviour is a part of life not even Zubeen or preast..for all

  • @tapandutta7449
    @tapandutta7449 4 หลายเดือนก่อน +72

    জুবিন গাৰ্গে ভুল কৰিছে,,,,,কিন্তু এজন সত্ৰাধিকাৰে ইমান নিম্ন মানৰ বক্তব্য ৰখাটো দুৰ্ভাগ্যজনক,,,

    • @Creatertapanraj
      @Creatertapanraj 4 หลายเดือนก่อน

      Thik a koise...

    • @WorldwideentertainmentN
      @WorldwideentertainmentN 4 หลายเดือนก่อน +1

      জুবিনৰ কথাটো সঁচা

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน

      একো দূৰ্ভাগ্যজনক নহয়। ঠিকেই কৈছে। লাখ লাখ মানুহক আঘাত দিছে বলিয়াই।

    • @ratulchoudhury8854
      @ratulchoudhury8854 4 หลายเดือนก่อน

      কি ভুল কৰিছে জুবিনে?

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน

      @@ratulchoudhury8854 জুবিনক কান্তলিয়া দিব লাগে। একো ভুল নকৰিলেও দিব লাগে।

  • @dhanmanideka4524
    @dhanmanideka4524 4 หลายเดือนก่อน +34

    সত্ৰাধিকাৰৰ মুখতো এনেকুৱা কথা শোভা নাপায়... প্ৰকৃত সত্ৰাধিকাৰৰ মুখত এনেকুৱা শব্দবোৰ নাথাকে...

    • @bijudevi5722
      @bijudevi5722 4 หลายเดือนก่อน

      Zubeen right kaise je praman dile prabhu isware

  • @jayanath8989
    @jayanath8989 4 หลายเดือนก่อน +39

    তেখেতে নিজকে প্ৰভু ঈশ্বৰ বুলি ভাবিছে নেকি? জুবিনে ঠিকে কৈছে।

    • @Utpal-zs6hm
      @Utpal-zs6hm 4 หลายเดือนก่อน

      নিজৰ মতামত নিজৰ লগতে থাকিব লাগে, ইযাক ৰাজহুৱা কৰিবলৈ নালগে।

    • @as03y87
      @as03y87 4 หลายเดือนก่อน

      Zubeen da ktha bea kola bohut bea lage

    • @NayanmoniDutta-gt2tg
      @NayanmoniDutta-gt2tg 4 หลายเดือนก่อน

      Takeea oe modahi zubeen da tu

  • @simabora2998
    @simabora2998 4 หลายเดือนก่อน +2

    Zubeen right 👍

  • @pareshch.talukder8490
    @pareshch.talukder8490 4 หลายเดือนก่อน +56

    জুবিনে কোৱা কথা সত্য,সএাধিকাৰ জন কেনেকৈ ঈশ্বৰ হব পাৰে,মহাপুৰুষ গুৰু দুজনাৰ চৈধ্য়য়ত্য

    • @kaustavnath1150
      @kaustavnath1150 4 หลายเดือนก่อน

      Toi mone mone thak, Vasudev kutumbakam ki hoi jani ahibi

  • @ntbnaba4611
    @ntbnaba4611 4 หลายเดือนก่อน +2

    jubeen right

  • @buddhachoudhury3368
    @buddhachoudhury3368 4 หลายเดือนก่อน +230

    Jubeen daa thike koise .manuh ketiyao Bhogowan ba Prabhu hobo noware. Manuh kebol guru hobo pare.

    • @monjulaborah8567
      @monjulaborah8567 4 หลายเดือนก่อน +2

      Right

    • @durgeswarphukan8498
      @durgeswarphukan8498 4 หลายเดือนก่อน

      Pagol. Jubin

    • @deeprabha2232
      @deeprabha2232 4 หลายเดือนก่อน

      Right

    • @simantadas3352
      @simantadas3352 4 หลายเดือนก่อน +5

      Manuhr karone to aaponi jonmo paise...., tetiyahole bhgban kon hol....?

    • @juriborah1162
      @juriborah1162 4 หลายเดือนก่อน +1

      Agreed

  • @huntuhazarikahuntuhazarika9915
    @huntuhazarikahuntuhazarika9915 4 หลายเดือนก่อน +39

    সত্ৰাধিকাৰ জন বেচিহে তললে নামিল
    খুজি সন্মান লব বিচাৰিছে
    নিউজ টো বেছি কুবাইছে
    কা ৰ কাৰণে বজাব লাগে

  • @basudevdas4535
    @basudevdas4535 4 หลายเดือนก่อน +5

    Zubeen daa hosa kotha koisa guru hoi guru buli kbo lgy vgbn buli kisumn manuhe aji kali kua dkha pau vgbn nhoi n guru hoi Zubeen daa thik kotha koisa

  • @user-kq6qg5vb5j
    @user-kq6qg5vb5j 4 หลายเดือนก่อน +2

    I love juben

  • @abhinobneog8272
    @abhinobneog8272 4 หลายเดือนก่อน +4

    সমগ্ৰ মানুহ ক এটা কথা কব বিচাৰিছোঁ যে আচলতে সত্ৰাধিকাৰ কাক কই ভালদৰে বুজি লব এইজনা সত্ৰাধিকাৰ ৰ মুখত শব্দৰ স্থিৰতা নাই। যেতিয়া আমি সত্ৰত হৰন লবলৈ যাও তাত সত্ৰাধিকাৰ জনেই হৰণ দিওঁতে কৈ আমি কাকো উচ্চ স্বৰত থাপৰ মৰা গলি দিয়া আদি কৰ্ম ৰ পৰা বিৰত থাকিম কিন্তু যিহেতু এই vibeo টোত তেওঁৰ সকলো গুণ কৰ্তন হোৱা দেখা গৈছে।

  • @BinudSaikia-tf2ow
    @BinudSaikia-tf2ow 4 หลายเดือนก่อน +1

    Yes,প্ৰভু ঈশ্বৰে কেতিয়াও কাকো সাও নিদিয়ে।আপুনি এজন সাধাৰণ মানুহ।আপোনাৰ ব্যৱহাৰত প্ৰভুৰ অকন্মানো গুণ নাই।

  • @11mailorlora9
    @11mailorlora9 4 หลายเดือนก่อน +23

    জুবিন গাৰ্গে সুদ্ধকথাষাৰ কৈছিল কিন্তু কথাৰ সুৰতো বেয়া হৈছিল । আৰু সেইজন গোসাই নেকী তেওঁৰ ইমান খংনে ? ইমান খংকৰাজন গোসাই বা সত্ৰাধীকাৰ হব নোৱাৰে । কানত ধৰাই আঁঠুকঢ়োৱজনক ৩৫বছৰীয়া সফল ডেকা যেনহে অনুভৱ হৈছে ।

  • @ramcharanthakuria928
    @ramcharanthakuria928 4 หลายเดือนก่อน +30

    নমস্কাৰ গ্ৰহণ কৰিব ্ সন্মানীয় সত্ৰাধিকাৰ গোস্বামীদেৱ, আপুনি জুবিনক অনুশাসন মূলক মন্তব্য দিয়ক। কিন্তু অভিশাপ নিদিব, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'বলৈ কোৱা টো অতি দোষনীয় কথা।

  • @user-qg6te4xn5x
    @user-qg6te4xn5x 4 หลายเดือนก่อน

    অভিশাপ কিয় দিছে 😢😢 জুবিন গাৰ্গে ঠিকেই কৈছে মানুহ কেতিয়াও ভগৱান হব নোৱাৰে। জুবিন দাক দিয়া অভিশাপ টো যাতে আপোনাৰ গাতে লাগে সেয়ে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত 🙏🙏🙏। জুবিন গাৰ্গে একো বেয়া কথা কোৱা নাই মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ জুবিন দা সদাই ভালে থাকক। জুবিনক দিয়া অভিশাপ টো যাতে আপোনাৰ গাতে লাগে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।

  • @bikramjitsinghdas2311
    @bikramjitsinghdas2311 4 หลายเดือนก่อน +28

    আমি ইমান দিনে মিছাতেই সত্ৰাধিকাৰ সকলক মহান গুনৰ অধিকাৰী বুলি ভাবিছিলো । সত্ৰাধিকাৰ জনৰ দেখোন দয়া , ক্ষমা, সহনশীলতাৰ....... দৰে সামান্যতম গুণেই নাই.. ।

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 4 หลายเดือนก่อน +3

      নহয়, আপোনি ভূল বুজিচে। গৰুক ঘূৰিআহ বুলিয়ে খেদিব লাগিব। অ হোন যা বুলি কলে গৰুটো গুচি নাযাই। জুবিনৰ নিচিনা মানুহটোক কাণতলীয়া চৰ সুধাবই লাগে। গান গাবলে মাতিচে গান গা।কিহৰ আলৰ বালৰ কথা। এজন সত্রধিকাৰীয়ে টো জুবিনৰ ওপৰত কোনোদিন একো মন্তব্য কৰা নাই। তাৰ কি খজুৱতি লাগিলে। গতিকে নিজৰ সন্মান জুবিনে নিজেই হেৰুৱাইচে।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 4 หลายเดือนก่อน

      ​@@AnnoyedGarden-jo1kh এজন ভগৱান ৰ তুল্য ব্যক্তি সত্বৰ সত্ৰাধিকাৰ হিচাবে দায়িত্ব ভাগ গ্ৰহণ কৰাৰ পিছত , তেওঁৰ অন্তত ক্ষমা কৰিব পৰা গুণ টো থাকিব লাগিছিল ।

  • @user-tg4ue6eh1d
    @user-tg4ue6eh1d 4 หลายเดือนก่อน +1

    ❤❤Jubinda Is Right.Because -Priest or Sadhu are not -Probhu Iswar.❤❤

  • @loknathdas9457
    @loknathdas9457 4 หลายเดือนก่อน +18

    জুবিন দাই প্রকৃত তে সতাধিকাৰ জনক কোৱা নাই, মই বুজা মতে জুবিন দাই প্রভু ঈশ্বৰ শব্দ টো তেওঁ নিজেই বেয়া পোৱাটো বুজাই ছে।

    • @Hirak_JT
      @Hirak_JT 4 หลายเดือนก่อน +1

      অধপতনে যাই আছে সেইবাবে

    • @arjundeka9938
      @arjundeka9938 4 หลายเดือนก่อน

      ​@@Hirak_JT Pise Alla,God ok beyapai neki jubin dai😂😂

    • @Hirak_JT
      @Hirak_JT 4 หลายเดือนก่อน

      @@arjundeka9938 সেইবাবেই টো আধপতনে গৈ আছে।

  • @NFacts708
    @NFacts708 4 หลายเดือนก่อน +39

    তই নিজকে ভগৱান বুলি ভাবিছ মহেশ গোস্বামী তই নিজকে ভগৱান বুলি কবলৈ ক'ত ক্ষমতা পালি তোক মই কাণতলিয়া চৰ দিম mr. Guswami. Love Zubeen Garg ❤💗💖

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 4 หลายเดือนก่อน +4

      জুবিনক জাংগিয়া ধুবলে মানুহ এটা লাগে। তয়ে গুচি যা। মাঠা নাইকীয়া।

    • @prosanbora
      @prosanbora 4 หลายเดือนก่อน

      Jubin hosai half pagol nii

    • @prosanbora
      @prosanbora 4 หลายเดือนก่อน

      Modahi jubin

    • @NFacts708
      @NFacts708 4 หลายเดือนก่อน

      @@AnnoyedGarden-jo1kh tur maharok pota gida khowa

    • @NFacts708
      @NFacts708 4 หลายเดือนก่อน

      @@prosanbora toi MOD nakhao tur bapere nakhi... Ha.... Toi u modahi tur bapere u modai... Gida khowa sob

  • @jayadutta756
    @jayadutta756 4 หลายเดือนก่อน +4

    প্ৰভূ মানে ভকতক সম্বোধন কৰা হয় । প্ৰভূ মানে যি ঈশ্বৰৰ বাট দেখুৱাই দিয়া জন । হনুমানে ৰামক প্ৰভূ ৰাম বুলি সম্বোধন ধৰিছিল । আমি ভকতক প্ৰভূ বুলি সম্বোধন ধৰো নামঘৰত । এজন শিক্ষকক শিক্ষাগুৰু বা আচাৰ্য বুলি কোৱা হয় । তাকেই ইংৰাজীত ছাৰ বুলি যেনেকৈ কয় । অৰ্থ বুজাত ভূল কৰিলে । বুজাই দিলেই হল বিতৰ্ক কৰাতকৈ । জুবিনৰ মাতৃ সৰুতেই হেৰুৱা লৰা এজন ।

  • @user-sj7sj5zw8i
    @user-sj7sj5zw8i 4 หลายเดือนก่อน +2

    Zubin is the best

  • @thetop7042
    @thetop7042 4 หลายเดือนก่อน +3

    চৰ দিম বুলি সত্ৰাধিকাৰ জনৰ মুখত কিয় আহিল বাৰু 'চৰ দিয়া সত্ৰাধিকাৰ' মেন পাইছোঁ।।।

  • @mamonisaikia39
    @mamonisaikia39 4 หลายเดือนก่อน +49

    😊জুবিনে জিতো বেয়া পাই সেই তো হে কৈছে সএাধিক সকলক কোৱা নাই নহয় । জুবিনে নিজে বেয়া পোৱেতোহে কৈছে

    • @AnnoyedGarden-jo1kh
      @AnnoyedGarden-jo1kh 4 หลายเดือนก่อน

      প্রথমে জুবিনক ৰাইজে বেয়া পোৱা কাম বিলাক কৰিবলৈ মানা কৰি লোৱা। জুবিনে ভাল পোৱা কাম যে অসমৰ ৰাইজে কৰিব লাগিবই তাৰ কি মানে আচে। জুবিন কোন হয়।

  • @arunjyotikonch9573
    @arunjyotikonch9573 4 หลายเดือนก่อน +5

    জুৱিন গাৰ্গৰ কথা বাদ দিলো কিন্তু এজন সএাধিকাৰৰ ব্যৱহাৰ বা কথাবোৰ তেনেকুৱা হব নালাগে৷৷৷৷

  • @assamesevahwna8465
    @assamesevahwna8465 4 หลายเดือนก่อน +2

    Zubin Garg King 👑 Assam ᭄

  • @mitudoley1348
    @mitudoley1348 4 หลายเดือนก่อน +16

    এইটো একো বিতৰ্ক বিষয় নহ্য়

  • @iveehazarika3737
    @iveehazarika3737 4 หลายเดือนก่อน +2

    Jubin Sir is right.❤❤🎉🎉❤❤.

  • @rekhagogoi7677
    @rekhagogoi7677 4 หลายเดือนก่อน +29

    শগুণৰ শাওত বুঢ়া গৰু নমৰে । ইমান বয়সীয়াল বুঢ়া এটাৰ মুখৰ ভাষা শুনা।ইফালে গোসাই,সত্ৰাধিকাৰ তাৰ মুখত এনে ভাষা কিয় !!

    • @nibagaro6976
      @nibagaro6976 4 หลายเดือนก่อน

      বুঢ়াৰ আগত কিয় কবলাগে।বুঢ়া
      কম নহয় উপাই নাই❤❤

    • @manashsarmaofficial8071
      @manashsarmaofficial8071 4 หลายเดือนก่อน

      100%

    • @manashsarmaofficial8071
      @manashsarmaofficial8071 4 หลายเดือนก่อน

      100%

  • @BhaskarBorah-zt6xi
    @BhaskarBorah-zt6xi 4 หลายเดือนก่อน +1

    জয় জুবিন দা❤️❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bhupendas3078
    @bhupendas3078 4 หลายเดือนก่อน +4

    জুবিন গাৰ্গ ভাল গাযকৰ লগতে এজন উচ্চ চিন্তা ধাৰাৰ সুন্দৰ আৰু সফলতা পৰিপূৰ্ণ বক্তি আৰু ভাল সমাজ সেৱাক, I support & salute.

  • @pranabnath2195
    @pranabnath2195 4 หลายเดือนก่อน +32

    জুবিনে নিজক লৈহে কথাটো কৈচিল তাত কি ভোল হল ইয়াকে লৈ ইমান হৈ হাল্লা কৰিব নেলাগে দেই আৰো কথা হল তেউ সাউ দিলে কিয় জুবিন গাট লাগিব তেউ কি কলি কালৰ ভগবান নেকি আ

  • @hemanta-tc4vx
    @hemanta-tc4vx 4 หลายเดือนก่อน +9

    মই কইছো সত্ৰাধিকাৰ কোন সিহতলোকে নিজকে সত্ৰাধিকাৰ বুলি কবলৈ লাজ কৰা নাই নেকি যত মাজুলীৰ এজন সত্ৰাধিকাৰে মানুহক শৰন‌ দি নিজৰ ভকতৰ হাতে ছোৱা খাদ্য নাখায়
    মিছিং মানুহ‌ হ'লে মিৰিক ছোলে বিস্তাক ছোৱা কাৰ্য কৰে , তিনি বস্ত পিন্ধিলে ভকত নহয়। জুবিন গাৰ্গে যি কলে ঠিকেই কলে নিজৰ চৰিত্ৰ , ব্যবহাৰ ভাল কৰি নিজৰ পৰিচয় সত্ৰাধিকাৰ বুলি কব তেতিয়া ভাল লাগিব জুবিন দা এ আৰু এনেকৈয়ে আগ বাঢ়ে যেন। 🙏🙏

    • @MultimediaTr.
      @MultimediaTr. 4 หลายเดือนก่อน

      ১০০%✓ সত্য

    • @dibyojyotigogoi4562
      @dibyojyotigogoi4562 4 หลายเดือนก่อน

      Poisa nulua ke jdi pgm kribo pora dom ase den moi eitu kotha matim

    • @MultimediaTr.
      @MultimediaTr. 4 หลายเดือนก่อน

      @@dibyojyotigogoi4562 ও আই! এইটোৱে টোপনিতে আছে! সাৰ পুৱাই নাই ! জুবিনে কিমান প্ৰগ্ৰেম পইচা নোলোৱা কৈ কৰে গমেই নাপায় আমাৰ প্ৰভু ঈশ্বৰে! প্ৰভু ঈশ্বৰ! 😁

  • @arpanaphukan9562
    @arpanaphukan9562 4 หลายเดือนก่อน +1

    নিজকে ভগৱান বুলি দাবী কৰা সত্ৰাধিকাৰ এজন সাধাৰণ মানুহতকৈও তলখাপৰ। তেওঁহে মানুহৰ প্ৰতি এনে বেয়া শব্দ প্ৰয়োগ কৰাৰ বাবে ক্ষমা খুজিব লাগে

  • @bhaikanhazarika1837
    @bhaikanhazarika1837 4 หลายเดือนก่อน +2

    Jubeen is right

  • @devajitdas5678
    @devajitdas5678 4 หลายเดือนก่อน +18

    Zubin da আপোনাৰ কথা ১০০%শুদ্ধ।

  • @ranjitdas5337
    @ranjitdas5337 4 หลายเดือนก่อน +2

    Jubin is right

  • @Randeep-kb1xh
    @Randeep-kb1xh 4 หลายเดือนก่อน +8

    ঈশ্বৰ এক বিশ্বাস পৰম শক্তি,নিৰকাৰ, অনাদি অনন্ত, অহিংস,সৰ্ব ব্যাপী আছে সৃষ্টি বিনাশ সকলো ,পাপ পুণ্য বিচাৰ সমস্ত তেওঁৰ নিয়ন্ত্ৰণত ।
    জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ যি কৈছে তাৰ কিছু অংশ সমৰ্থন কৰোঁ আৰু কিছু অংশ নকৰোঁ । মানৱ ঈশ্বৰ নহয় হব নোৱাৰে ।
    জুবিন গাৰ্গে অমাৰ্জিত শব্দ প্ৰয়োগ কৰি ৰাজহুৱা ভাৱে তেনেদৰে কব নালাগিছিল ।
    সত্ৰাধিকাৰ হৈ কাণতলীয়া চৰ দিম বুলি কোৱা উচিত হোৱা নাই । এজন সত্ৰাধিকাৰ আৰু এজন জনপ্ৰিয় শিল্পী দুই গৰাকী ব্যক্তিৰ নিজৰ এক সুকীয়া সন্মানীয় স্থান আছে অসমৰ সমাজ সংস্কৃত জগতত গতিকে অমাৰ্জিত শব্দ প্ৰয়োগ ৰ পৰা সকলো বিৰত থাকি নিজ নিজ স্থানৰ পৰা অসমৰ বাবে অসমৰ সমাজ জীৱনৰ বাবে নিজ কৰ্ম দ্বাৰা অৱদান আগবঢ়াই যোৱা ভাল ।

  • @arpanrabha8530
    @arpanrabha8530 4 หลายเดือนก่อน +2

    Zubin Da Zindabaad

  • @user-ic7fo7tk1k
    @user-ic7fo7tk1k 4 หลายเดือนก่อน +10

    জুবিন গাৰ্গে একো ভুল কথা কোৱা নাই। তাৰ পৰিচয় আপুনি নিজে প্ৰমাণ কৰি দিলে,
    এজন সত্ৰাধিকাৰ হিচাপে আপুনি আশীৰ্বাদ দিয়াৰ হে অধিকাৰ আছে অভিশাপ দিয়াৰ অধিকাৰ নাই,
    এজন গুণী গীয়ানি সত্ৰাধিকাৰৰ মুখত এই ব্যৱহাৰ সুভা নিদিয়ে
    নে আপুনি নিজকে ঈশ্বৰ বুলি ভাৱে নেকি ?

  • @rajani149
    @rajani149 4 หลายเดือนก่อน +2

    সত্ৰাধিকাৰ গৰাকীক উচতাই দিয়া হৈছে জুবিন গাৰ্গৰ বিপক্ষে মন্তব্য দিবলৈ....😢😢😢 এখন গণতান্ত্ৰিক দেশত নিজৰ মতামত দিয়াৰ সকলোৰে অধিকাৰ আছে..🤔🤔🤔 যদিও সেই মতামত কিছু সংখ্যক লোকৰ গ্ৰহণযোগ্য নহবও পাৰে...🤔🤔🤔

  • @mamonisaikia1545
    @mamonisaikia1545 4 หลายเดือนก่อน +3

    এখেত মানে মহেশ্বৰ গোস্বামী কেনেকুৱাধৰণৰ। জুবিনে ভুল কৰিব পাৰে। ক্ষমা পাৰ্থি হৈছে। কিন্তু সত্ৰাধি কাৰে এনে মন্তব্য কৰেনে। জুবিন দাতা কৰ্ণও। লগতে গোস্বামী ডাঙৰীয়াই ক্ষমা প্ৰাৰ্থনা কৰিলে ভাল হয়। প্রকিত সত্ৰাধিকাৰ এ দুৰাৰোগ্য ৰোগত ভুগিব শাও নিদিয়ে।

  • @bigboss.3213
    @bigboss.3213 4 หลายเดือนก่อน +1

    এইটো হে ভাল মন্তব্য দিছে,, সত্ৰাধিকাৰ জনে জুবিন লৈ। ।
    ঠিকে কৈছে জুবিন কে লা অসম ৰ অভিভাৱক নেকি।

  • @jayanath8989
    @jayanath8989 4 หลายเดือนก่อน +9

    প্ৰভু ঈশ্বৰৰ মুখত এনে কথা শোভা নাপায়। জুবিনে কষ্ট কৰি ধন লয়। এনেয়ে কোনেও কাকো ধন নিদিয়ে। সঁচা কথা শুনি গা জ্বলি গৈছে

  • @user-es3te9zv3e
    @user-es3te9zv3e 4 หลายเดือนก่อน +2

    আপোনাক কথা এটা কৈছোঁ আপুনি চৰ দিম বুলি কৈছে একো নাই কিন্তু শাও দিবলৈ কত অধিকাৰ পালে। আপুনি বেয়া নাপাব প্ৰভু আপোনাৰে ব্যৱহাৰ ভাল নহয়। ধন্যবাদ।

  • @monjulahon7712
    @monjulahon7712 4 หลายเดือนก่อน +6

    প্ৰভূ যীশুক শাস্তি আৰু ক্ৰ্যুচত মৃত্যু দিওঁতে , যীশু য়ে শাস্তিদিয়া সকলক পৰমপিতা পৰমেশ্বৰক প্ৰাৰ্থনা কৰিছিল ক্ষমা কৰি দিবৰ বাবে । কিন্তু আমাৰ প্ৰভূ ইশ্বৰ জনাৰ ভাষ্য ওলোটা ।

    • @muninsaikia9476
      @muninsaikia9476 4 หลายเดือนก่อน

      Iat jisu sisu kio humuaisa....
      Jat changers

  • @chandanbharali4096
    @chandanbharali4096 4 หลายเดือนก่อน +2

    Zubin 100% right

  • @madhurjyamahanta
    @madhurjyamahanta 4 หลายเดือนก่อน +13

    কাৰোবাক সন্মান জনাই প্ৰভূ ঈশ্বৰ বুলি কোৱাটো অপৰাধ হ'ব নোৱাৰে । মানুহৰ ব্যক্তিগত কথা ।পিছে 'ঘেণ্টা' বা অন্য অশ্লীল শব্দ ব্যৱহাৰ কৰি ৰাইজৰ আগত কথা কোৱাটো অপৰাধ নহয় নেকি ?

  • @rumabhattacharjee9302
    @rumabhattacharjee9302 4 หลายเดือนก่อน +2

    Right

  • @jarabaribakarigaonkapiliic810
    @jarabaribakarigaonkapiliic810 4 หลายเดือนก่อน +10

    এজন সত্ৰাধিকাৰৰ মুখত এনে বাক্যই সোভা নাপাই । এজন মানুহৰ ইমান অহিত চিন্তা এজন সত্ৰাধিকাৰে কেনেদৰে কৰিব পাৰিলে।এজন মানুহৰে ভাল চিন্তা কৰিব নোৱাৰিলে ,পিথিবীৰ লাখ লাখ মানুহৰ চিন্তা কেনেদৰে কৰিব এই জনে।

    • @shriatiramrabha9388
      @shriatiramrabha9388 4 หลายเดือนก่อน

      সত্য কথা। ধন্যবাদ।

  • @angsumanraja3368
    @angsumanraja3368 4 หลายเดือนก่อน +25

    সত্ৰাধিকাৰ কেতিয়াও প্ৰভূ ঈশ্বৰ হ'ব নোৱাৰে।কিহৰ প্ৰভূ ঈশ্বৰ?ময়ো নামানো এইসকলক। মাজুলীখনকে ধৰি ৰাখিব নোৱাৰিলে। আৰু প্ৰভূ ঈশ্বৰৰ এনে ব্যৱহাৰ নেকি? জুবিনক চৰ দিবলৈ হ'লে আগতে সত্ৰাধিকাহতে লেংটা হৈ আহিব লাগিব। হেজাৰ সত্ৰাধিকাৰ আহিল হেজাৰ গ'ল কিন্তু এজন জুবিন হেৰাই গ'লে চাবি মানুহৰ মাজত কি প্ৰতিক্ৰিয়া হয়।

    • @nandeswarbora8015
      @nandeswarbora8015 4 หลายเดือนก่อน +2

      এইজননো কেনেকৈ সত্ৰাধিকাৰ হ'ল....? সত্ৰাধিকাৰৰ মুখত এনে ভাষা

  • @user-gm8mn5tl4k
    @user-gm8mn5tl4k 4 หลายเดือนก่อน +1

    Zubeen da long live.. Zubeen da always right..❤❤❤❤❤

  • @india1157
    @india1157 4 หลายเดือนก่อน +26

    জুবিনে কোনো ভূল কোৱা নাই। যদি ভগৱান বুলি কোনোবা আছে তেন্তে পৃথিবী খনত অধৰ্ম বা পাপ বোৰ হৈ থাকে কিয়?? কিয় ভাল মানুহৰ লগত বেয়া আৰু বেয়া বিলাকৰ লগত ভাল হয় ??? আচলতে মাক- বাপেকৰ বাহিৰে সংসাৰত কোনো ভগৱান নাই। মাক বাপেকে চাকি ধূপ , বা পূজা - পাঠ বা কোনো GIFT নোলোৱা কৈ অন্তৰৰ পৰা সন্তানক আশীৰ্বাদ দিয়ে। সেয়ে পূজা অকল মাক বাপেকক কৰাৰ দৰকাৰ আৰু সৎ নাগৰিক আৰু ধাৰ্মিক হোৱাটো উচিত ।

    • @Tora532
      @Tora532 4 หลายเดือนก่อน

      Well written

    • @india1157
      @india1157 4 หลายเดือนก่อน

      @@Tora532 😊

  • @goutamnah6575
    @goutamnah6575 4 หลายเดือนก่อน +1

    আপোনাৰ লোকৰ এনে বক্তৃতা পৰাই বহুতো অসমীয়া মানুহে আন ধৰ্মৰ গ্ৰহণ কৰে

  • @pulakkonwar5082
    @pulakkonwar5082 4 หลายเดือนก่อน +40

    ক্ষমা এটা মহৎ গুণ।
    মহেশ গুস্বামী সত্ৰৰ অধিকাৰী হোৱাৰ উপযুক্ত হয়নে নহয় সন্দেহ থাকি গল ।

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 4 หลายเดือนก่อน

      Very correct bro.

    • @arjundeka9938
      @arjundeka9938 4 หลายเดือนก่อน

      ​@@kanaklalsutradhar6998মহত গুণ বিলাকৰ সুবিধা লোৱাটো ভুল আকৌ

  • @prakashkhatiwoda3964
    @prakashkhatiwoda3964 4 หลายเดือนก่อน +1

    সত্ৰাধিকাৰ মহাশয়ে বেয়া কোৱা নাই। তেওঁৰ আপত্তিজনক মন্তব্যত ইমান খিনি কোৱা স্হল আছে। নিজৰ সন্মান ৰাখক,আনেও সমানে মৰম দিলে ভাল পাওঁ। তেওঁ বৰঠাকুৰ মানে বামুন , আৰু গাৰ্গ উপাধি কৰি খ্ৰীষ্টান হৈ আমাকে গালি পাৰিব ? তেখেতে যুক্তিসংগত কথা কৈছে।

  • @bhaskarjyotiborah4671
    @bhaskarjyotiborah4671 4 หลายเดือนก่อน +11

    এই জন সত্ৰাধিকাৰ হোৱাৰ যোগ্য নহয়, মই আচৰিত হৈছোঁ যে আমি কেতিয়াও নাম নুশুনা এইজন মানুহে কেনেকৈ সাহস পালে যে তেওঁ জুবীনদাক কানতলীয়া চৰ দিম বুলি কবলে

  • @bubugogoi592
    @bubugogoi592 4 หลายเดือนก่อน +2

    Zubin da 👍🙏♥️♥️♥️♥️♥️♥️is 100+%correct.

  • @rituponphukon860
    @rituponphukon860 4 หลายเดือนก่อน +3

    Tewluke nijoke bhogoban buli vabe heikarole gat lagise

  • @mooassam9950
    @mooassam9950 4 หลายเดือนก่อน +1

    Your right jubin da 💯

  • @jarabaribakarigaonkapiliic810
    @jarabaribakarigaonkapiliic810 4 หลายเดือนก่อน +5

    এইজনক এই পদটোৰ পৰা এৰাই দিব লাগে।এই পদতোৰ বাবত থকা যোগ্যতা এই জনৰ নাই। এনেবোৰ মানুহৰ হিদয়বোৰ সদায় পবিত্ৰ হ'ব লাগে। কিন্তু এইজনৰ হিদয়খন অপবিএ। এইবোৰ মানুহে মানুহৰ ভাল চিন্তা কৰিব নাজানে ।

  • @user-kn3kw2dm4v
    @user-kn3kw2dm4v 4 หลายเดือนก่อน +2

    ইমান বিতৰ্ক মাজলৈ আগনবঢ়া ভাল। জুবিন গাৰ্গ কিন্ত শক্তিকেন্দ্ৰিক ব্যক্তি,নিজকে সৰ্বোচ্চ বুলি ভাৱি লয় নেকি ?? ৰাজহৱা ঠাইত কব নলগা বাক্যৰে নিজে নিজে বিতৰ্ক টানি আনে। গান গাবলৈ মাতিছে যেতিয়া গাব লাগে আৰু মাননি লৈ ভাল মানুহৰ দৰে উদযাপন সমিতিৰ পৰা বিদায় লব লাগে । কিন্ত মাননি বেছি লৈ বিতৰ্কৰে একেখিনি গান গায় সময় অপচয় কৰি কোনো নতুনত্ব সমাজক আগবঢ়োৱাৰ পৰিবৰ্তে অশ্লিন শব্দ প্ৰয়োগ কৰি গুৰু গোহাঁই নমনা হৈছে । এইয়া অধঃপতনৰ সংকেত।

  • @LakhiPhukan.23
    @LakhiPhukan.23 4 หลายเดือนก่อน +4

    সত্ৰাধিকাৰ যেন নালাগিল । যিখিনি গুণৰ প্ৰয়োজন সিমান খিনি‌ গুণ দেখা নাপালোঁ।

  • @user-ch9le4qy3p
    @user-ch9le4qy3p 4 หลายเดือนก่อน +1

    Zubeen dai ji koi xosa kothai koi. Zubeen dak xodei vogobane bhale khukole rakhok 🙏🙏. Zubeen dai axomiyar pran ❤

  • @rlaskarkam3616
    @rlaskarkam3616 4 หลายเดือนก่อน +15

    জুবিন গাৰ্গে সকলো বিষয়তে মাত মাতিব নালাগে । তেখেত এজন প্ৰতিষ্ঠিত সকলোৰে মৰমৰ সংগীত শিল্পী । তেখেত সংগীত জগততে ব্যস্ত থকাটো ভাল। আনহাতে এজন সত্ৰাধিকাৰৰ মুখত ইমান বেয়া কথা ওলাব পাৰে বুলি ভাবিৱ নোৱাৰি । এখেত কিমান স্বাৰ্থপৰ ? প্ৰভুঈশ্বৰ কলে ভাল , নকলে অভিশাপ দিব আৰু চৰ মাৰিব ।

  • @dess_launda_yt8460
    @dess_launda_yt8460 4 หลายเดือนก่อน +2

    Zubin Garg Kun hoi... a part of life... Not heart of life... Honskarot thakile nijei hantit thakibo... Belekok opoman dukh di, nijei hantit ketiaw thakibo nuware.. jodi thake ai manuhjon hobyo nohoi okhoibyo ... Khurai thikei koise...

  • @hemantaborgohain4493
    @hemantaborgohain4493 4 หลายเดือนก่อน +20

    জুবিনো ভাল বুলি নাভাবো । অভদ্ৰামী কৰি বাতৰিৰ শিৰোনাম দখল কৰি ভাল পায় । কিন্তু সত্ৰাধিকাৰজনো ধৰ্মীয় ভাৱাপন্ন নহয় বুলি ভাবিবলৈ বাধ্য হলো । জুবিনেও কাকো খুওৱা নাই আপুনিও খুওৱা নাই কাকো । শালীনতা ৰক্ষা কৰি কলেহে সমস্যা সমাধান হয় । কাৰোবাক চৰ-ভুকুৰে কি বুজাব আপুনি । নিজৰ সন্মান নিজে বচাই ৰাখে যেন । এনে ব্যক্তিৰ লগত চুপতি নমৰাই ভাল ।

  • @Dipankar_das_90
    @Dipankar_das_90 4 หลายเดือนก่อน +1

    সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি কিয় কয়...?

  • @hirakjyotikalitaassam567
    @hirakjyotikalitaassam567 4 หลายเดือนก่อน +7

    Zubeen Garg jindabaad ❤ জুবিন সদাই জুবিন 🔥🔥

  • @prasantagoswami1477
    @prasantagoswami1477 4 หลายเดือนก่อน +1

    সত্ৰাধিকাৰ সকলক বাধ্যকৰাইছে গতিকেহে তেনে মন্তব্য মুখৰ পৰা ওলাইছে। সত্ৰাধিকাৰে কোনোদিন নিজ মুখে কাকো কেতিয়াও কোনো কালে কোৱা নাই আমাক প্ৰভূঈশ্বৰ বুলি কওক। দেখাক দেখি মানুহে কৈ আহিছে। যেনেকৈ আজিকালি খুৰা খুৰি বুলি যিকোনো মানুহৰ মুখত শুনা যায়। মোকযদি কোনোয়ে খুৰা আম এটা দিব-- মই ক'ম নেকি যে তোৰ কোনটো বাপেৰৰ ভায়েক । এইবোৰ চলি অহা কথা। জুবিন সৰু হৈয়ে আছে , মনটো ভাল , মুখখনহে মোৰদৰে লেতেৰা। সত্ৰাধিকাৰক আক্ৰমন কৰিব নালাগিছিল। নিজৰ কাম কৰি গ'লে ভাল। বিৰ্তকৰ সৃষ্টি হ'ব নালাগে।

    • @bibidha
      @bibidha 4 หลายเดือนก่อน

      শুদ্ধ কথা

  • @assamesefunni7522
    @assamesefunni7522 4 หลายเดือนก่อน +6

    জুবিন গাৰ্গে সঁচা কথা হৈছে

  • @user-lz9fy6gm3i
    @user-lz9fy6gm3i 4 หลายเดือนก่อน +1

    জুবিনৰ মাতলামিক মানুহে কিয় আকোঁৱালি লয় । অন্য এজন লোক হোৱা হলে মঞ্চৰ পৰাই তানি আনিলে হেতেন । মই ও সত্ৰাধিকাৰক প্ৰভূঈশবৰ‌ বুলি নকয় । জুবিন গাৰ্গ কোন ? যতে যাব মই ভয় নকৰোঁ , কোন আছে মই চাই লম , ঘেণটা এইবোৰ। কি শব্দ । বাপেক মাকৰ কমাৰশালতে আৰ্হি লৈ আহিছে ।

  • @rtamuli8511
    @rtamuli8511 4 หลายเดือนก่อน +3

    যাক অতি ভালপোৱা হয় তেওঁক অনুকৰণনো কৰাহয়। জুবিন গাৰ্গে ভদ্ৰ আচৰণ কৰি সহনশীলতা অমায়ীক শৈলী ৰে চলিলেহেতেন উঠিঅহা প্ৰজন্মৰ বৰসুন্দৰ জীৱনশৈলী দেখিবলৈপালোহেতেন!প্ৰভুজনাকো অনুৰোধ জনালোঁ শাও নিদিবছো আপোনালোক গুণী জ্ঞানী ধহ্য-শহ্যশীল গুৰু ,আপুনি যদি জুবিনদাৰ দৰে হয় তেন্তে জুবিন আৰু আপোনাৰ(গুৰু)ৰ প্ৰৰ্থক্য কিথাকিব?

  • @kulenrajbongshi734
    @kulenrajbongshi734 3 หลายเดือนก่อน

    অসমৰ অসমীয়াৰ প্ৰধান সম্পদ জুবিন দা মোৰ কাৰণে ভগৱান হয় আৰু বেয়াকৈ কৱ লগা দৰকাৰ নাই মাজুলী বাসিন্দা