"হিমন্ত চৰকাৰৰ ধন ঘটাৰ কৌশল" বিশেষ প্ৰতিবেদন🤪

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ก.ย. 2024
  • "হিমন্ত চৰকাৰৰ ধন ঘটাৰ কৌশল" বিশেষ প্ৰতিবেদন🤪#time8news #news18assamnortheast

ความคิดเห็น • 52

  • @nirmalpegu2841
    @nirmalpegu2841 21 วันที่ผ่านมา +8

    ৰাক্ষস চৰকাৰ দানৱ চৰকাৰ ৷

  • @hodaboys9913
    @hodaboys9913 20 วันที่ผ่านมา +1

    Smart meter Cancell কৰি দিয়ক

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 21 วันที่ผ่านมา +1

    বিজেপিয়ে ৰাইজৰ কথা শুনিবলৈ ইচ্ছা নকৰে কিয়?মিটাৰ এটা চলি আছিল সেইটো কাষৰাই স্মাৰ্ট মিটাৰৰ প্ৰয়োজন কত।নিশ্চয় ইয়াত কিবা গন্দোগল আছে।এতিয়া ৰাইজে যদি অসুবিধা পাইছে তেনেহলে ৰাইজে সিন্ধান্ত লৈ মিটাৰ বোৰ দলিয়াই পেলাব লাগে।

  • @rtamuli8511
    @rtamuli8511 21 วันที่ผ่านมา +1

    মুঠতে ডিজিটেল মিটাৰ বন্ধ হ'ব লাগে। গাওঁত স্মাৰ্ট মিটাৰ লগাইও নাই লগোৱা বুলিমিচা কথা কিয় কৈছে?

  • @gobindastidar2082
    @gobindastidar2082 21 วันที่ผ่านมา +5

    আহক অসমৰ সকলো ৰাইজ একত্ৰিত হৈ এই কাণ্ডৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চপাহে উচিৎ হ'ব ।

  • @JkTree-xl9dw
    @JkTree-xl9dw 21 วันที่ผ่านมา +1

    বি জে পি চৰকাৰৰ কাম নাই। অসমীয়া জাতিক তেজ শুহি খোৱা চৰকাৰ আৰু বি জে পি দল শেষ হ'বলৈ আৰু বাকী নাই।

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา +1

    অতি মিচলীয়া অতি ধুৰন্ধৰ

  • @kulodharborah9285
    @kulodharborah9285 21 วันที่ผ่านมา +1

    দুখীয়া মানুহৰ কি A/C আছে নে কি? ঘৰে২ গৈ চেক কৰক। ফাল টো

  • @tuleswardeogharia9192
    @tuleswardeogharia9192 21 วันที่ผ่านมา

    বিদ্যুৎ বিভাগৰ অফিচাৰ লগতে কম্মী বিলাকৰ কথা বিলাক ইটাল সিটাল । ইয়াত চৰকাৰৰ অৰ্থ থকা যেন পাওঁ । বিলৰ কোনো হিচাব নাই । একে মাহতে লাখ টকা অহা দেখা পাইছো । এই বিলাক তেজ পিয়া বুলি জনা উচিত ।

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา

    আমি প্ৰতি মাহৰ বিল দি আছো । কিন্তু পৰীক্ষা কৰক প্ৰায় মানুহৰ প্ৰায় বহু জনৰ একে অবস্থা।

  • @user-jg6ux1hb5x
    @user-jg6ux1hb5x 21 วันที่ผ่านมา +1

    আমি গাওর মানুষ দুগুন বাঢিছে

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 20 วันที่ผ่านมา

    এই মানুহক সৃষ্টিৰ শ্ৰেষ্ঠ স্থান প্ৰদান কৰা বুলি কোৱা হয়। কাৰণ মানুহৰ বিবেক কান্ডজ্ঞান প্ৰদান কৰিছে, এই বিবেক কান্ডজ্ঞান ধনীজনে এম এল এ বা এম পিয়ে নাইবা মন্ত্ৰী সকলে বেচি কৈ কিনিব পাৰিছে দুখিয়াই পয়চাৰ অভাৱে কিনিবৈ পৰা নাই এনেকুৱা তো নহয়। কৰুনা ময়ে বিবেক কান্ডজ্ঞান সকলোকে সমানে প্ৰদান কৰিছে।বিদ্যোৎ বিভাগে অসমৰ ৰাইজক জনাব লাগে কেনেকৈ দুশ টকাৰ ঠাইত ছয়শ টকা,তিনিশৰ ঠাইত কেনেকৈ নশ টকা বিল আহিবলৈ পাল? কিমান টকা এনেদৰে লুটিলে তাৰ আৰু ন্যায় লাগে অসম বাসীক।

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา

    মোৰ যোৱা মাহত 3শটকাবিল কিন্তু এই মাহত একেখিনি বস্তুৰ ব্যবহাৰ বাবেতেই 700শ টকা বিল আহিছে অতি সত্য।

  • @sailendranathdeori7467
    @sailendranathdeori7467 21 วันที่ผ่านมา

    যোৱা মাহত বিল আহিছিল ৪০০ টকা । এই মাহত বিল আহিল ৯২১ টকা । কেনেকৈ সমাধান হ'ব বা সিদ্ধান্ত দিব ।দিয়ক ।

  • @ShakibHussn-eo6zc
    @ShakibHussn-eo6zc 17 วันที่ผ่านมา

    Right kotha koise

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 21 วันที่ผ่านมา +1

    সঞ্চালকজন বিজেপিৰ এজেন্ট যেন পাইছো।

  • @krishnabhatta636
    @krishnabhatta636 20 วันที่ผ่านมา

    High court is the best solution

  • @MazirUddin-e5z
    @MazirUddin-e5z 20 วันที่ผ่านมา

    All,population,maybe,protest,Against,the,APDCL

  • @Prabhatgogoi-cb8sh
    @Prabhatgogoi-cb8sh 21 วันที่ผ่านมา

    Do not try to punish the common people of assam.

  • @krishnabhatta636
    @krishnabhatta636 20 วันที่ผ่านมา

    সঞ্চালক জনে মিছা কথা কেছেট বজাইছে।

  • @kohinurname3684
    @kohinurname3684 20 วันที่ผ่านมา +2

    Faltu meter.

  • @mahiorrahman7197
    @mahiorrahman7197 21 วันที่ผ่านมา

    Agote koi. Bill. Dugunot koi besi hoise. Agote. Bill asil 500 atiya bill ahe. 1200

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา

    আমাৰ যোৱা 23 বৰ্ষৰ বিল হাতত আছে

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา

    ওহ ওহ ওহ

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา

    কিন্তু বিদ্যুত অতি অ নিয়মীয়া।

  • @hussainlaskar3662
    @hussainlaskar3662 21 วันที่ผ่านมา

    Dada. Smart prepaid MTR. aamak vikari bnaise.

  • @DowG-wb7tr
    @DowG-wb7tr 18 วันที่ผ่านมา

    1912t phn kore sok sob line beje bule koi

  • @ArupSonowal-r7h
    @ArupSonowal-r7h 21 วันที่ผ่านมา +1

    Himanta CM a Dukhiyak Dia Arunuday ,Bikhya Rupan, Aadi Namat Diya Hakalu Taka Hude Mule Ghurai Ni Ase. Gugaratat Smarat Mitter Nai Kio?

  • @user-sd7ub2nn6h
    @user-sd7ub2nn6h 21 วันที่ผ่านมา

    ওদালগুৰীৰৰৌতাগাওনহয়নেকি

  • @MazirUddin-e5z
    @MazirUddin-e5z 20 วันที่ผ่านมา

    Sir,always,paid,over,bill

  • @HSKing78
    @HSKing78 20 วันที่ผ่านมา

    Himanta Bishya smart meter Jihad kori ase.

  • @BijuNath-op6zw
    @BijuNath-op6zw 21 วันที่ผ่านมา

    No smart meter

  • @aakashbora2659
    @aakashbora2659 18 วันที่ผ่านมา

    B j p go back

  • @niranjansut5432
    @niranjansut5432 18 วันที่ผ่านมา

    Smart meter bondh. Korok altu faltu boloki lv nai. Bohut state ot hua nai.

  • @kushalbaruah8438
    @kushalbaruah8438 21 วันที่ผ่านมา

    AAP zindabad... Delhi PUBLIK k electricity bill apox. FREE... ASOMAR C.M . AKO TAKAR DOYE...DELHI SARKARAK.....YE. ASOM SES KARILE ..

  • @gopalnarah7942
    @gopalnarah7942 19 วันที่ผ่านมา

    Jibon golew B J P but nidu

  • @sailendranathdeori7467
    @sailendranathdeori7467 21 วันที่ผ่านมา

    🎉

  • @smritihandique8463
    @smritihandique8463 20 วันที่ผ่านมา

    চুৰে চুৰৰ থেং দেখে সেইকেতা চুৰ

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา

    1912

  • @sibanathburagohain7573
    @sibanathburagohain7573 21 วันที่ผ่านมา

    1971

  • @hobiburrahman2988
    @hobiburrahman2988 21 วันที่ผ่านมา

    I have paid rs four hundred forreconection

  • @MazirUddin-e5z
    @MazirUddin-e5z 20 วันที่ผ่านมา

    Apdcl,deptt.mrdabad

  • @arunchdutta7079
    @arunchdutta7079 20 วันที่ผ่านมา

    Bjp Ram ka bani not pure Milk

  • @user-id1wn9co6h
    @user-id1wn9co6h 18 วันที่ผ่านมา

    Atu bjphumale neki gorusur..tu

  • @user-id1wn9co6h
    @user-id1wn9co6h 18 วันที่ผ่านมา

    Atu bjphumale neki gorusur..tu