50 টা ভাষাত গীত গাই চমক সৃষ্টি কৰা ডিকী সোণোৱালক কেনেদৰে আদৰিলে

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2023
  • #assam #tinsukia #viralvideo #trendingvideo #trendingvideo #assamese #newvideo #assamesetrendingvideo #indiabookofrecords#asiabookofrecords@monisha

ความคิดเห็น • 14

  • @monudekari2919
    @monudekari2919 8 หลายเดือนก่อน

    এক অত্যন্ত আবেগিক মুহূৰ্ত ৷ সঁচাই ডিকী সোনোৱাল আজি অসমৰে নহয় ভাৰতৰে নহয় বিশ্বৰ বাবেই এক বিৰল প্ৰতিভা হৈ জিলিকি উঠিছে ৷ ডিকী সোনোৱাললৈ আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু শুভাশিষ যাচিলোঁ উত্তৰ উন্নতিৰ বাবে ৷৷

  • @nagench.baishya4486
    @nagench.baishya4486 8 หลายเดือนก่อน

    ছোৱালী জনীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ৷৫০ টা ভাষাত গান গাব পৰাটো এটা ডাঙৰ গৌৰবৰ বিষয় ৷ এই গৌৰব চিৰ দিন অটুত থাকক ৷

  • @pinkuboruah2245
    @pinkuboruah2245 8 หลายเดือนก่อน

    Moi video to assamr bahiyr pora saisu bohut+bohut val lagil,

  • @chalinbaruah1087
    @chalinbaruah1087 10 หลายเดือนก่อน

    ডিকী সোণোৱালৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো ৷ তেওঁৰ এই যাত্ৰা থমকি নৰওক ৷ ৫০ টা ভাষাৰ পৰা যাতে ১০০ টা ভাষাৰ গীত গাবলৈ সক্ষম হয় - তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏 নাওহলীয়া গাওঁ ৷

  • @tuluhazarikadevi1587
    @tuluhazarikadevi1587 10 หลายเดือนก่อน

    Val karisa di

  • @user-jk9iu2hc9m
    @user-jk9iu2hc9m 7 หลายเดือนก่อน

    Very. Good😊

  • @monujsaikia9184
    @monujsaikia9184 7 หลายเดือนก่อน

    🎉🎉🎉🎉

  • @deepahazarika2765
    @deepahazarika2765 10 หลายเดือนก่อน

    Aagaloi aagbahi jowa aamar falar para aakhiwad thakil

  • @GOPINATHBURAGOHAIN-vb2vm
    @GOPINATHBURAGOHAIN-vb2vm 10 หลายเดือนก่อน

    ডিকী সোণোৱালৰ ভৱিষ্যৎ সুন্দৰ হওক ।

  • @Krishnasadiya
    @Krishnasadiya 11 หลายเดือนก่อน +1

    Nice song❤️❤️❤️❤️❤️

  • @rajdeepsaharia1556
    @rajdeepsaharia1556 10 หลายเดือนก่อน

    আগুৱাই জোৱা!ৰাম ৰাম

  • @Krishnasadiya
    @Krishnasadiya 11 หลายเดือนก่อน

    Diki ভন্তিক চিনি পাওঁ । সুন্দৰ গীত গাই মই মোৰ Krishna sadiya channel টো পৰা শুভেচ্ছাৰ জনালোঁ।

  • @Hiradeka07
    @Hiradeka07 10 หลายเดือนก่อน

    Xhundar hoysa val gaisa ❤ tumar new subscriber holu dai ❤ tumi u hoba buli akha korilu ❤ aru mur video buru Saba dai ❤❤

  • @pradipkalita6363
    @pradipkalita6363 2 หลายเดือนก่อน

    Eating je bhoridi mohari thori paar hoi jab,a pari , taake dekhuyai dile , xeya🎉