জীয়াই থাকোতেই উপযুক্ত সন্মান দিয়ক বিপুল চেতিয়া ফুকনক!

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ม.ค. 2022
  • ▶️ জীয়াই থাকিবলৈ কষ্ট হৈছে বিপুল চেতিয়া ফুকনৰ!
    ▶️ আজিলৈকে নাপালে শিল্পী পেঞ্চন
    ▶️ কেমেৰাৰ আগত উচুপি উঠিল শিল্পীজন
    ▶️ চৰকাৰী আঁচনিবোৰ প্ৰকৃততে কাৰ বাবে?
    ▶️ শিল্পীজনৰ অনুৰোধ ৰক্ষা কৰিব নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
    ▶️ ছ'চিয়েল মিডিয়াযোগে আৰম্ভ হওক এক যোগাত্মক আন্দোলন
    ▶️ জীয়াই থাকোতেই উপযুক্ত সন্মান দিয়ক শিল্পীজনক

ความคิดเห็น • 263

  • @amu536
    @amu536 2 ปีที่แล้ว +70

    প্ৰকৃত অসমীয়া। বিহু মানেই বিপুল চেতিয়া ফুকন।যাৰ গান চোৰ কৰিও কিছুমান পপোলাৰ হৈছে।যি আজি উপেক্ষিত। আপোনাৰ প্ৰচেষ্টাক অন্তৰৰ পৰা ধন্যবাদ অনুপমদা। মূখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাবাদী

    • @gitikakalita1751
      @gitikakalita1751 2 ปีที่แล้ว

      Shosay akhabadi .jate tekhetok kiba eta Kori diye.

  • @rajenbora562
    @rajenbora562 2 ปีที่แล้ว +37

    বিত্ত মন্ত্ৰী মহোদয়া, অতি সোনকালে বৰেণ্য শিল্পী বিপুল দাক পেঞ্চন দিয়ে যেন ।অসমবাসীয়ে অতি আশাৰে বাট চাই আছে ।

  • @rajibdas8358
    @rajibdas8358 2 ปีที่แล้ว +57

    বহুত দুখ পালো কথাখিনি গম পাই। লগতে লাজ লাগিল যে এনেকুৱা এজন শিল্পীক আমি সন্মান দিব নোৱাৰিলো।
    মদনো কোনজন শিল্পীয়ে নাখায়???
    চৰকাৰে অতি সোনকালেই আৰ্থিক সাহায্য এটাৰ ব্যৱস্থা কৰি দিব লাগে। 🙏🙏🙏

    • @prafulladas6597
      @prafulladas6597 2 ปีที่แล้ว +2

      হয় দিয়ক বৰমুৰীয়া সকলে কাক কি দিব সেইটো যদি জানিলে হয় । আৰু আজি কালি অনুষ্ঠান বিলাকত টকা থকা মানুহৰ হে আদৰ সন্মান ।

    • @hiracharingia1601
      @hiracharingia1601 2 ปีที่แล้ว +2

      Amr ghrr usrte hoi.. Tekhetr gan bahute gaise o

  • @krishnagogoi1657
    @krishnagogoi1657 2 ปีที่แล้ว +35

    চৰকাৰে অতি সোণকালে শিল্পী পেঞ্চন বিপুল ছেতিয়া ফুকন দেৱক দিব বুলি আশা কৰিলো |

  • @user-ol4kj2qe3v
    @user-ol4kj2qe3v 2 ปีที่แล้ว +56

    প্ৰকৃত অসমীয়া ।
    মাটিৰ মানুহ ❤️

  • @rjbaruah751
    @rjbaruah751 2 ปีที่แล้ว +40

    অনুপম চক্ৰৱৰ্তী এ বহুত ভাল কাম কৰি আছে কিছুদিনৰ পৰা । ভাল লাগিল

  • @chitralekhagogoi3256
    @chitralekhagogoi3256 ปีที่แล้ว

    বিপুল চেতিয়া ফুকন এজন সহজ সৰল চহা শিল্পী । অসমীয়া সংস্কৃতিলৈ ইমান অৱদান থকাৰ পিছতো চৰকাৰে তেওঁক শিল্পী পেন্সনৰ পৰা বঞ্চিত কৰাটো দুৰ্ঘোৰ অন্যায় হৈছে। মদ খোৱা বহু শিল্পীয়েই বহুত সন্মান পাইছে। এতিয়া জীৱিত অৱস্থাতে বৰ্তমানৰ চৰকাৰে তেখেতক অন্ততঃ শিল্পী পেন্সনটো দি এটা স্বীকৃতি দিয়ক।

  • @assamshoter5726
    @assamshoter5726 2 ปีที่แล้ว +48

    এওঁলোক হে প্ৰকৃত অসমীয়া গায়ক , অনুৰোধ যে তেখেতে প্ৰকৃত সন্মানখিনী চৰকাৰে অৰ্পন কৰে 🙏🙏🙏🙏

  • @prafulladas6597
    @prafulladas6597 2 ปีที่แล้ว +5

    সঁচাই বহুত দুখ লাগিল আমাৰ বৰ মুৰিয়া সকলে কাক কি দিব লাগে তাক বাছনি কৰিব পাৰিলেহেতেন আজি এনেকৈ তেওঁ কান্দিব লগা নহলেহেতেন
    আৰু আজি কালি অনুষ্ঠান বিলাকত ও বেছি ভাগ টকা পইচা থকা মানুহ খিনিক হে আগস্থান দিয়ে ধনী শিল্পী খিনিক মৰ্যাদা দিয়ে । এনেবোৰ শিল্পীক যদি আমি আগতেই আগবঢ়াই নিব পাৰিলোঁ হয় আজি অসমে বেছি এওঁলোকে দিয়া মূল্যবান বস্তু পালোঁ হয়।

  • @champagogoi7435
    @champagogoi7435 2 ปีที่แล้ว +12

    গাঁৱৰ দুখীয়া মানুহৰ মাজত হে প্ৰতিভাথাকে বিপুল দাক সন্মান প্ৰদান কৰে যেন ❤️

  • @bubulboruah1123
    @bubulboruah1123 2 ปีที่แล้ว +22

    বহুত ভাল ৰচনাৰে বিপুলদাই বিহু গীট গাই শুনোৱালে। চৰকাৰে তেখেতক অলপ সহায় কৰিব বুলি আশা কৰিলো।
    অনুপম দাদালৈ ধন্যবাদ জনালো💐💐

  • @kukilgogoi7155
    @kukilgogoi7155 2 ปีที่แล้ว +29

    প্ৰকৃত জনক সন্মান দিব নোৱাৰে, কিছুমানে কিবা এটা মাথোঁ কৰি দেখালেই হাজাৰ টা সন্মান দিয়ে,যিবোৰ ইমান গুৰুত্বপূৰ্ণ নহয়।।

  • @nripensarma6681
    @nripensarma6681 2 ปีที่แล้ว +22

    অকল চৰকাৰক আশাকৰি থকাতকৈ লতাশিল আৰু বেলতলা বিহু কমিটীৰ দৰে ডাঙৰ কমিটীবোৰে ব্যবষ্ঠা লব পাৰে।

  • @gulukgogoi8679
    @gulukgogoi8679 2 ปีที่แล้ว +9

    বিপুল চেতিয়া ফুকন দেৱে আজি লৈকে শিল্পী পেঞ্চন পোৱা নাই কথা ষাৰ শুনি মনত বৰ দুখ লাগিল ।এনে এগৰাকী লোক শিল্পীক চৰকাৰে আজি কোপতি সৃকৃতি নিদিয়াতো অসমীয়া জাতি ৰ বাবে বৰ লজ্জানত বিষয় ।

  • @AJ-nd3kf
    @AJ-nd3kf 2 ปีที่แล้ว +5

    বহুত বহুত ধৈন্যবাদ অনুপম দা লৈ, অসমৰ চুকে কোনে গৈ এনেকুৱা প্রতিভা, কিছুমান আমাৰ প্ৰজন্মই নজনা কথা জনোৱাৰ বাবে।

  • @dipanjalgogoi8389
    @dipanjalgogoi8389 2 ปีที่แล้ว +47

    অসমীয়াই অসমীয়াক সন্মান দিবলে শিকক ।

  • @reemakakati5695
    @reemakakati5695 2 ปีที่แล้ว +15

    লেবেল দিবলৈ নোৱাৰে প্ৰকৃত খাটি অসমীয়া শিল্পী গৰাকীয়ে । গতিকে তেখেতক সন্মান আৰু উপযুক্ত মৰ্যদা দিয়া হোৱা নাই ।

  • @alekh-xopun989
    @alekh-xopun989 2 ปีที่แล้ว +37

    বিপুল খুৰা বিহুগীতবোৰ বহুত ভাল বহু পুৰনি শিল্পী ....আজি কালি আধুনিক বিহু গীতবোৰত একো মৰ্যাদা বিচাৰি নেপাওঁ কিয়নো ঢোল,তাল, পেপা ,বাঁহী সলনি বেলেগ বাদ্যহে বজায়. নিৰ্মাজ বিহু বিপুল খুৰাহতেহে গাইছিল।

  • @sadhansonowal2693
    @sadhansonowal2693 2 ปีที่แล้ว +4

    ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে আমি তিনিচুকীয়া চহৰৰ পৰা বিপুল চেতিয়া ফুকনলৈ বহুত বহুত আৰ্শীবাদ তথা দীঘজীৱী কামনা কৰিলো 🙏

  • @travellerajs9929
    @travellerajs9929 2 ปีที่แล้ว +6

    সচাকৈ তেখেতক চৰকাৰে সন্মান জনোৱা উচিত। নৱ প্ৰজন্মৰ বাবে তেখেত অনুপ্ৰেৰণা দায়ক।

  • @prasantaborah5229
    @prasantaborah5229 2 ปีที่แล้ว +5

    জীয়াই থকাৰ কালতেই উপযুক্ত সন্মান প্ৰদৰ্শন কৰিলে ভাল.....

  • @rinaburagohain126
    @rinaburagohain126 2 ปีที่แล้ว +25

    এওঁলোকক কোনেও নেদেখে কিন্তু আপুনিহে দেখিলে ।তেওঁৰ গীত জুবিনদাইও গাই। বিপুল চেতিয়া ফুকন ডাঙৰীয়াক চৰকাৰে সন্মান জনালে আমিও নথৈ সুখী হম।

  • @jagajyotiborah4633
    @jagajyotiborah4633 2 ปีที่แล้ว +4

    বৰদেউতাক উপযুক্ত সন্মানকণ দিয়াৰ আহবান জনাইছো অসমচৰকাৰক কিয়নো তেও হৈছে এজন মাটিৰ মানুহ যি জনৰ শিল্পীৰাজিক আমি সকলোৱে সন্মান কৰা উচিত।

  • @nayanjyotibaishya8483
    @nayanjyotibaishya8483 2 ปีที่แล้ว +4

    মুখ্যমন্ত্রী মন্ত্রী মহোদয়ক অনুৰোধ কৰিছো মানুহ জনক অলপ সহায় তথা সন্মান দিয়ক। বিপুল দা প্রণাম জনাইছো লগতে অনুপম দাক বিশেষ ভাবে ধন্যবাদ জনাইছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @lipikamedhi6114
    @lipikamedhi6114 ปีที่แล้ว

    তেওঁক দেখি কিবা এটা মনটো বহুত বেয়া লাগিল ... আশা কৰোঁ তেওঁৰ কাৰণে চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰিব

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 ปีที่แล้ว +27

    মানুহৰ প্ৰশংসা তেতিয়া পাই যেতিয়া চাৰিজনৰ কান্ধত উঠি শ্মশানলৈ যায় ৷

  • @bubulgogoi3852
    @bubulgogoi3852 2 ปีที่แล้ว +2

    উপেক্ষিত যোগ্য ব্যক্তি কথা শুনি মনত কষ্ট পাওঁ, আমিবোৰ গাঁৱৰ সহজ সৰল মানুহ, অনুপম দা আপোনাৰ এই উপেক্ষিত সমাজৰ হৈ কাম কৰা যি ধাৰাবাহিক প্ৰচেষ্টা হাতত লৈছে তাক অতুত ৰাখি সেই সকলৰ মনোকষ্ট কিছু লাঘৱ কৰিব বুলি আশা কৰিলো.

  • @khirudsaikia5867
    @khirudsaikia5867 2 ปีที่แล้ว +8

    চৰকাৰ খনে এটা সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰে যেন

  • @ajxopun746
    @ajxopun746 ปีที่แล้ว

    বিপুল তেতিয়া ফুকন আমাৰ অসমৰ গৌৰব । তেখেত আমাৰ বহু সন্মানৰ যোগ্য 🙏🙏🙏

  • @bimansaikia4305
    @bimansaikia4305 2 ปีที่แล้ว +8

    এই টো চৰকাৰক কব লগা কথা নাই। চৰকাৰে নিজ ইচ্ছাৰে কৰিব লাগে।যদি এখেতৰ দৰে ব্যক্তি য়ে শিল্পী পেঞ্চন নাপায় ।সেই বিভাগতো থাকি নো কি লাভ আছে।

  • @Anuraganurag778
    @Anuraganurag778 2 ปีที่แล้ว +2

    বিপুল চেতিয়া ফুকন দাৰ দৰে প্ৰত্যেক জন শিল্পীক চৰকাৰে উচিত সন্মান দিব বুলি আশা থাকিল।

  • @tradingandfinance3
    @tradingandfinance3 2 ปีที่แล้ว +10

    True Legend...Shri Bipul Chetia Phukon... Respect His Talent

  • @kkentertainmentaxom5934
    @kkentertainmentaxom5934 2 ปีที่แล้ว +6

    মানুহ জন বৰ সহজ সৰল ।।

  • @jadumonigohain8064
    @jadumonigohain8064 2 ปีที่แล้ว +8

    Anupam da heibabe apunak val Lageee ,,,

  • @hemkantaborah7434
    @hemkantaborah7434 2 ปีที่แล้ว +5

    বিপুলদাদালৈ হিয়াভৰা মৰম যাচিলো।

  • @pankajbhuyan3746
    @pankajbhuyan3746 2 ปีที่แล้ว +5

    Really Bipul chetia Phukan is great.He is best Assamese Bihu singer. I respect you 🙏🙏🙏

  • @abhijitgogoi3305
    @abhijitgogoi3305 2 ปีที่แล้ว +8

    এজন পুৰণি সহজ সৰল মাটিৰ শিলপী

  • @kukilgogoi7155
    @kukilgogoi7155 2 ปีที่แล้ว +11

    বহুত দুখ লাগিল ।

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 2 ปีที่แล้ว +4

    হয় , খগেন গগৈ ,বিপুল চেতিয়া ফুকন কিনো difference ....দুইয়োজনৰ বিহুৰ ক্ষেতৰত তুলনা নাই ... চৰকাৰে চকু দিয়ক...

  • @MahananGogoi
    @MahananGogoi 2 ปีที่แล้ว +12

    I grew up listening to his bihu songs. He was my late father's favourite singer. My father had a collection of lot of cassettes of bihu songs sang by Bipul Chetia Phukan. He's a great artist. He must be given the due respect that he deserves

  • @anantamoranvloge7255
    @anantamoranvloge7255 2 ปีที่แล้ว +4

    সুন্দৰ সচাকৈ এজন সহজ-সৰল মানুহ বিপুল চেতিয়া ফুকন দা, এবাৰ কিন্তু একেবাৰে ওচৰৰ পৰা লগ পাবলৈ মন গৈছে।।

  • @samujjalborthakur6515
    @samujjalborthakur6515 2 ปีที่แล้ว +6

    আপোনাক দেখি মোৰ চুকু পানি উলাই গল ককাঁ।

  • @chayaslittleworld2039
    @chayaslittleworld2039 2 ปีที่แล้ว +3

    শিল্পীক জীয়াই থাকোতেই সন্মান কৰিবলৈ শিকক

  • @mnksic2328
    @mnksic2328 ปีที่แล้ว +1

    Bohut val manuh hoi.....asolote aibilak karonte khong uthe .......morjoda pabo loga jone khothik morjoda napai....😔
    Val lagise sir ajiu aulukor video sirokheuj hisape thakibo

  • @PBMUSIC-kp1zr
    @PBMUSIC-kp1zr 2 ปีที่แล้ว +3

    Cm অসম তেখেতক শিল্পী পেন্সন দিয়াৰ অনুৰোধ জনালোঁ।

  • @guningogoi8007
    @guningogoi8007 2 ปีที่แล้ว +1

    ভাবিলে সচাঁয়ে দুখ লাগে । আগতেও তেখেতৰ ওপৰত tv. ত প্ৰতিবেদন প্ৰকাশ পাইছিল । তাৰ পাছত জুবিন দাই লগতলৈ ফুৰিছিল । তথাপিও শিল্পী গৰাকীক উপযুক্ত সন্মান দিয়া দেখা নাপালো । টকা থকা মানুহ হোৱা হ'লে কাহানিবাই সন্মান পালে হয়৷ এয়াই চৰকাৰৰ চৰিত্ৰ ।

  • @user-uq4fq3lt8t
    @user-uq4fq3lt8t 2 ปีที่แล้ว +1

    🙏🙏🙏হয়, সুন্দৰ উপস্থাপন দাঙিধৰিলে
    অনুপদা।

  • @simrajhussain9229
    @simrajhussain9229 2 ปีที่แล้ว

    শিল্পী গৰাকী জীয়াই থাকিতেই উপযুক্ত সন্মান দিয়ক, চৰকাৰ আৰু দল - সংগঠনে

  • @sonmoniboruah7079
    @sonmoniboruah7079 2 ปีที่แล้ว +4

    মৰা দিনা হে আজি কালি সন্মান দিয়ে বেচি জিৱিত কালত চিনি নাপায়..... অসমৰ এটি উজ্জ্বল তৰা তেখেত ..... তেখেতক চৰ কাৰে সকলো সুবিধা দিৱ লাগে.....

  • @yz3637
    @yz3637 2 ปีที่แล้ว +4

    চৰকাৰে তেওঁৰ প্রতি কিবা এটা পদক্ষেপ লওক সোনকালে

  • @irennath1411
    @irennath1411 2 ปีที่แล้ว +4

    Anupam da bhal lagil

  • @d.bvlogs9908
    @d.bvlogs9908 ปีที่แล้ว

    বিহুৰ গুৰি ধৰোতাৰ ৰূপত বিপুল তেতিয়া ফুকন ৰ অৱদান বহুত বেছি। তেওঁ যোগ্য সন্মান পোৱা উচিত

  • @deeprajbonshimusic1346
    @deeprajbonshimusic1346 2 ปีที่แล้ว +5

    Hai oooi haai ooi lili toie mure kolija khali , ki dhuniya gaan asil bipul da mohan tumi

  • @monjulahon7712
    @monjulahon7712 2 ปีที่แล้ว +2

    আমাৰ অসমীয়া জাতিৰ এটা বৃহৎ ডাঙৰ বৈশিষ্ট , অসমীয়াই অসমীয়াক সন্মান দিবলৈ নিশিকিলে ।

  • @aparajitagogoi4539
    @aparajitagogoi4539 2 ปีที่แล้ว +3

    চৰকাৰে পেঞ্চন টো অতি সুনকালে দিলে ভাল হয়।

  • @silcharoxomiadeka7353
    @silcharoxomiadeka7353 ปีที่แล้ว

    কোটি কোটি প্ৰণাম তেখেতক
    চৰকাৰ খনে কিবা এটা কৰক তেখেতৰ বাবে

  • @manusasdiary311
    @manusasdiary311 2 ปีที่แล้ว +2

    🥺😢🙏 চকু পানী বোৱাই দিলে বৰদেউতাই 🙏🙏🙏🙏 সহায় কৰক plz 🙏 মামা🙏

  • @sewaliborah3146
    @sewaliborah3146 2 ปีที่แล้ว +8

    Honman diyok jibontu thakuty

  • @uzzwalbora2158
    @uzzwalbora2158 2 ปีที่แล้ว

    Aiburt soku nopore karure
    Bea lagil pai ....
    Salute bipul koka 😍😘😘😘

  • @bishmitisharma2513
    @bishmitisharma2513 2 ปีที่แล้ว +1

    Bipul Dak ushit moijoda diboloi c.m.sirok anurodh jonalu

  • @PankajDas-do1wt
    @PankajDas-do1wt 2 ปีที่แล้ว

    অসম চৰকাৰে অলপ সহায় কৰিব বুলি আশা কৰিলো

  • @putulnath1715
    @putulnath1715 ปีที่แล้ว

    সঁচাই অসমীয়া মানুহক বিহু গীতৰে বাত দেখুওৱা মানুহ এওঁলোক।বিপুল chetia ফুকন,বিমান বৰুৱা,বিপিন চাউদাং,জুবিন । আৰু কিছুমানৰ নাম মনলৈ আহে যাৰ বিহু শুনিলে হেপাহ নপলাই তেওঁ হৈছে দ্বিপেন বৰুৱা ডাঙৰিয়া । এওঁ লোকক চৰকাৰে সুবিধা দিয়া উচিত।

  • @tridipdoley5902
    @tridipdoley5902 2 ปีที่แล้ว +1

    Thanks to Nktv for this.. 🙏🏻🙏🏻🙏🏻❤️❤️❤️✌✌✌.. Hmy thakute hosake teuk honman diya usit..

  • @amiyokumardas9048
    @amiyokumardas9048 2 ปีที่แล้ว +6

    Yes
    Thanks

  • @bismiyagogoibismiyagogoi9177
    @bismiyagogoibismiyagogoi9177 2 ปีที่แล้ว

    বহুত ভালকে গাই শুনোৱালে আশা কৰো তেখেতক তাতে চৰকাৰে সহায় কৰক

  • @narayanbabubharali9846
    @narayanbabubharali9846 2 ปีที่แล้ว

    সুন্দৰ

  • @jayantarajkhowa4863
    @jayantarajkhowa4863 2 ปีที่แล้ว

    বিপুল দাক উপযুক্ত পাৰিশ্ৰমিকৰ লগতে সন্মান দিয়ক |

  • @nitiskitchen4659
    @nitiskitchen4659 2 ปีที่แล้ว

    হয় তেখেতক উপযুক্ত সন্মান দিব লাগে।

  • @tribanibishal02819
    @tribanibishal02819 2 ปีที่แล้ว +1

    Ajon porda r pisfale thka asomiya sangit r mahamanav... Teor ktha khini agole ana babe dhoinyobad dada...

  • @pankajbharali514
    @pankajbharali514 2 ปีที่แล้ว

    Hosa kotha...dukh lagill bohut...

  • @jyotikalita2106
    @jyotikalita2106 2 ปีที่แล้ว

    Anupam da....bohut bhal kam korise
    Tekhetok dekhi soku pani ulai goise
    Amar C.M Sir tekhetok otti hunkale ata bhal khobor dibo buli ami 100% sure.

  • @manashnath1873
    @manashnath1873 2 ปีที่แล้ว +1

    সচা কথা

  • @hiranyasaharia8930
    @hiranyasaharia8930 2 ปีที่แล้ว +2

    CM should take personal initiative for the Silpi pension of Bipul da,a real artist.

  • @bablukoch3410
    @bablukoch3410 ปีที่แล้ว

    Bipul da moi amnk..bohut vall paw

  • @pulakjyotibora123
    @pulakjyotibora123 ปีที่แล้ว

    Vogobane vale Rakhok Bipul Daak.....

  • @parthajitborah3364
    @parthajitborah3364 2 ปีที่แล้ว +1

    I salute you sir for your great contribution in the world of Music..
    God bless you Sir🙏

  • @jaychankarboro4439
    @jaychankarboro4439 2 ปีที่แล้ว

    I thank this channel

  • @PapuRajkhowa-ty1je
    @PapuRajkhowa-ty1je 2 ปีที่แล้ว

    Bipul chetia phukan k Usit honman diyok...Bortar sakupani hoijyo nhoi..
    #Himanata biswa sharmah
    #CMO assam

  • @okikayastha7068
    @okikayastha7068 2 ปีที่แล้ว

    সন্মানীয় শিল্পী আপুনি

  • @pranabborah7403
    @pranabborah7403 2 ปีที่แล้ว +4

    Good step

  • @jyotistune3545
    @jyotistune3545 2 ปีที่แล้ว +1

    Please bipul chetia phukan sir ok help korok please please 🙏🙏

  • @north-eastentertainment8895
    @north-eastentertainment8895 2 ปีที่แล้ว

    হয় ময়ো একমত

  • @bishnugurung9408
    @bishnugurung9408 2 ปีที่แล้ว

    Tew honmanor vagidar ❤️❤️👍👍🙏🙏

  • @lux1888
    @lux1888 2 ปีที่แล้ว

    প্ৰকৃত অসমীয়া

  • @Bohikhua7583
    @Bohikhua7583 2 ปีที่แล้ว

    Mor bohut dukh Lagise 😭 🙏🙏

  • @montudeka1053
    @montudeka1053 2 ปีที่แล้ว +5

    Sonman suji lobologa hoise...
    So sorry....
    Bipul da apunr gan khuni khosake bihu bihu lage...

  • @mriduldutta8000
    @mriduldutta8000 2 ปีที่แล้ว +2

    সঁচাই অনুপম দা বাতৰিটো চাই মইও বহুত আবেগিক হৈ পৰিলোঁ।
    হিমা দাস, লভলিনা ই খেলি দেশৰ তথা অসমৰ নাম ৰাখিলে এটা চাকৰি দিছে ভাল লাগিছে শলাগ লৈছোঁ,
    বিপুল দাইও কিন্তু অসমৰ সংস্কৃতি জগত খনলৈ বহুত অৱদান দিছে যাক আমি অসমীয়া জাতিয়ে নুই কৰিব নোৱাৰোঁ তেখেতক এটা আৰ্থিক সাহায্য দিলে বহুত ভাল লাগিব চৰকাৰক বিনম্ব্ৰ ভাৱে জনাইছোঁ।

  • @neergoutamsarma4546
    @neergoutamsarma4546 2 ปีที่แล้ว

    Anakuwa video bur raijor agot dagi dhora babe vl lagil

  • @chaodaniel5919
    @chaodaniel5919 2 ปีที่แล้ว +3

    Its a very sad and shameful story for our Assam and Assamese language people. We should give the price for him who has been shown a legendary example during three decades for our Assamese people and also given lion share contribution towards our rich Assamese culture and able to made a strongest foundation for our Assamese music industry. However when I have watched this heart touching story, I feel so bad and as a indian army person I again and again request all our people's to bring this story to limelight and try to encourage him and also I humbly request our CM Sir to look into the matter as a genuine case. Joi aai Assam. Regards Nb Sub Jayanta Kumar Duara. Indian Army

  • @AshokKumar-zj6dc
    @AshokKumar-zj6dc 2 ปีที่แล้ว

    Sure, silpi pension diyak.

  • @chandragogoi460
    @chandragogoi460 2 ปีที่แล้ว

    অসম চৰকাৰে এওক অলপ গুৰুত্ব প্ৰদান কৰেযেন এইয়াই আহ্বান জনাও

  • @bongaonacademyphysicalguwa3973
    @bongaonacademyphysicalguwa3973 2 ปีที่แล้ว

    Bohut Val Val Bihu Geet dise Bipul Chetia Phukon a Axomor Raijor majot Teuk ata usit honman dya tu bohut joruri

  • @nationaltradingco2546
    @nationaltradingco2546 2 ปีที่แล้ว

    100% right anupam da apuni olop lagog Manu Jon kosai bhot val

  • @tridipdoley5902
    @tridipdoley5902 2 ปีที่แล้ว +1

    Anupom Da, please eibur kotha Cm sir r kanot pelauk..

  • @arnobmotivationchannel5500
    @arnobmotivationchannel5500 2 ปีที่แล้ว

    Hoi dorkar hoi 🙏

    • @faridabegum3766
      @faridabegum3766 2 ปีที่แล้ว

      বহুত দুখ লাগিল 🙏

  • @Bohikhua7583
    @Bohikhua7583 2 ปีที่แล้ว

    Teu kandise ow mor bohut dukh Lagise 😭 please teuk respect korok 🙏🙏🙏🙏

  • @kumarikadowari5040
    @kumarikadowari5040 2 ปีที่แล้ว +1

    Bipul da 👌

  • @ritadalu1516
    @ritadalu1516 2 ปีที่แล้ว

    Every Assamise should think about Vipul da

  • @apurbadutta4261
    @apurbadutta4261 2 ปีที่แล้ว +3

    Bohut aapun hohaj haral...moramiyal..nirmol monar silpi..Bipul da..moi abar Guwahati pora Jorhat jaute garit log paisilu.. akonman time kotha patisilu...pls sarkar e help krak Mohan silpi jonak.

  • @dubbingvideodk2540
    @dubbingvideodk2540 2 ปีที่แล้ว

    Bipul setiya ajn val singar