ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অতীত ঘুৰাই পোৱাৰ দৰে সুখী হৈছোঁ জুবিন দা ❤️❤️❤️
জানমণি মানেই জুবিন ,, জুবিন মানেই প্ৰকৃত বিহু ❤
এতিয়া যি বুজিলো বা অনুভব হল সেই তাহানিৰ শৈশবতে এৰি অহা সুৰ গীতবোৰ একমাত্ৰ বিমান দা আৰু জুবিন দা দুয়ো মিলি হে উভতাই আনিব পাৰিব। জুবিন দাৰ কন্ঠত পুনৰ বহাগ, যৌৱন, শৈশৱক উভতাই পাওঁ কিঞ্চিত হলেও 🙏🙏♥️
অতীতলৈ ভূমুকি মাৰিলো।। জুবিন দা ❤❤❤
পুৰণি বিহু সুৰীয়া গীতসমূহ যে আকৌ ঘূৰাই পাইছো . এইবাৰ বিহু Nk Production য়ে ফালিব ...@জয় জুবিন দা❤👊
Zubeen dar Jaanmoni ❤❤Biman Baruah ❤❤NK production ❤❤Uffffff...... Evergreen combination. ❤❤❤❤❤❤ Missed our childhood. 😢
অতীতে ৰঙিয়াই মাতিলে🤍জয় জুবিন দা।এই কন্ঠ সদায় চিৰযুগমীয়া হৈ থাকিব
N.K.Production & জানমণি আবেগ❤ Childhood memories ❤❤🎉
অহ পূৰ্বৰ জানমণিৰ দিনলৈ মনত পৰি গৈছে।যেন অতীতটো ঘূৰাই পাইছো।love u jaanmoni❤❤❤❤❤এইবাৰ মাঘবিহু মজা।
জানমনি আমাৰ হিয়াৰ আমঠু। বিমান দা আপোনাক বহুত ধন্যবাদ।
I jjjoooooooooiiii....eiya he amar morom r JAANMONI joni....Thank you NK Production....JAANMONI k ako na-rupere loi oha karone....
Amaak Zubeen dar, enekua Bihu gaan aru lage ❤❤❤❤❤ otit ghurai paisu🎉🎉🎉❤❤❤ bohut val lagil,,,, thank you ❤❤
আজীৱনৰ বাবে নোৱাৰিলে ওশেষ উশাহটোলৈকে আপোনাৰ অনুৰাগী হৈ থাকিম ❤️🥀জানমণি ২০২৫ ৰ ভালে কেইটি গীতেই আজি মুক্তি দিলে। ভাল লাগিল । শুনি আছোঁ...এতিয়া।❤এটা কথা : জুবিন জুবিনেই সদায় 🔥🤘
জুবিন দা মাণেই জীৱন ❤😊
উফ্ অপেক্ষাৰ অন্তত আহি গল ❤️🎶
অনুৰোধ থাকিল। আগৰ দৰে জুবিন দাৰ একক কণ্ঠত গান কেইটা হয় যেন। আৰু জুবিন দাৰ একক কণ্ঠত আকৌ মন চিৰিজ বিচাৰিছো। সকলোৱে বিচাৰে।
Thui😂,, zubeen r notun gaan eku nosole ,, neelakash main hoi
@@KkLl-z5xKela Zubeen da main hoye Dr. Zubeen da is the king of Assam 👑❤
@AS_____vloger_____ neelakash main
@@KkLl-z5xটোৰ মাৰিৰ boos khan চলিব rende zubeen kot tor koti mara nel akhas kot rende
😂😂😂😂 uporot gan eta tanibo nware tur nill xutiyai .....stage parformance saiso ny kukur tur ....hytu age t zubeen dar stage performence sbi@@KkLl-z5x
ধুনীয়া হৈছে জানমণি এবাৰ কোনে পাই আৰু ভেলা ঘৰত
কি কম অতুলনীয় সেই কণ্ঠ , শুৰ, মাত ❤️! জুবিন দাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় 😍! Love You জুবিন দা! তোমাৰ দীৰ্ঘ আয়ো কামনা কৰিলোঁ ....🤗❤️🌸 Bhashya Jyoti Kakati
শুৰ - হাতীৰ শুৰ , সুৰ- গানৰ সুৰ , দীৰ্ঘায়ু
জানমণি, জুবিন দা, বিহু আমাৰ অসমবাসীৰ আবেগ 😊❤
Jaanmoni ako ghuri ahil❤
অতীত আকৌ ঘূৰি আহিছে বৰ ধুনীয়া আৰু সুন্দৰ হৈছে ❤❤🔥🥰🤗👌👌👍
মৰমৰ জানমণি আকৌ আহিল । বহুত ভাল লাগিছে ❤❤❤❤
Ai gantu huni he bihu bihu lagi gol gat ...... moja magh bihu hili jabo ❤❤❤❤❤ love you zg
২০০৫,২০০৬ ৰ বিহু আকৌ ঘুৰি আহা যেন লাগিছে
Bhut val lagil bihu❤❤❤...
আকৌ উভতাই পালোঁ জানমণি ❤😍 জানমণি মানেই জুবিন দা 🙏❤🌍😘
আকৌ পালেহি মৰমৰ জানমণি ❤
জানমণি ❤
দয়ো গৰাকী শিল্পিলৈ বহুত মৰম ❤
Finally bisari axelu pai golu ❤❤ .
Old janmoni is back moja joy zubeen da❤❤
সঁচাকৈ অতীতৰ জানমণিলৈ ঘূৰাই লৈ গৈছে এই গীতটোৱে 😊❤❤ভাল হৈছে অনাগত দিনটো আশা ৰাখিলোঁ।
Love you zubeen da❤, bhitali ba k miss korisu😢
পুৰণি জানমণি জনীক পোৱা যেন লাগিল। জুবিন দা বহুত বহুত ধন্যবাদ। জয় জুবিন দা
Shiyamontika baa abihone janmoni hbo nware❤ 😊
ঠিক কথা ৷ বেলেগে যিমান ভাল নাচিলেও জানমণিৰ ৰূপত শ্যামন্তিকা বাৰ বাহিৰে কাকোৱেই নুশুৱাই 😊
ৰজা সদাই ৰজা হয় থাকিব আমাৰ মৰমৰ জুবিন দা Zubeen Dak vll pau hokole like kora ❤❤❤
Agor janmoni ghuri ahise dai
A jui beh jui .. zubeen da old vibes r back ❤❤
বিহু মানে আমাৰ মৰমৰ জুবিন ডা ❤❤
Zubeen dar babe ❤❤❤baki ata kou agor dore xuwad nai atiyar janmonit xosa kobo gole... Zubeen da e guwar babe ❤❤❤
মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ❤গীত টি জুবিন ককাইদেউ🙏আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ😘🌱 অসমবাসীৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো🙏😘❤️
Waoo..Agor janmoni loi mnt Pori goise 😩😩
ভাল লাগিছে 🎉🎉❤❤।
উফ জুবিন দা ❤❤
জয় জুবিন দা❤❤
সেই অতীত ৰ জানমণি,অঞ্জনা, ৰাংঢালী দিনবোৰ লৈ আকৌ উভতি যোৱা যেন লাগিছে ❤ বৰ্তমান পুৰণি অসমৰ সেই নিভাজ গীতবোৰ হেৰায় যাব ধৰিছে। কিন্তু জুবিন দাই আকৌ জানমণি ক ঘূৰাই আনিছে । সেই তাহানিৰ পুৰণি বিহু গীতবোৰৰ লগত বৰ্তমানৰ গীতবোৰক কেতিয়াও তুলনা কৰিব নোৱাৰি। আধুনিক যুগটো জানমণি ২০২৫ য়ে এক নিভাজ অনুভৱ দিলে। জানমণি ৰ সমূহ পৰিয়াললৈ বহুত বহুত মৰম আৰু শুভ কামনা যাঁচিলো। Love from Golaghat ❤️🥀
জানমণি+অঞ্জনা+জোনবাই+ৰংঢালি আৰু কত কি শ্ৰব্য কেছেট আছিল এইবোৰ আৰু সেই সময়বোৰ আছিল আমাৰ এক আবেগৰ নাম।
Mojja Zubeen da Joi Zubeen DA❤❤❤🎉🎉🎉
Joi zubeen da🎉🎉🎉🎉❤❤❤ mojja lagisa
Janmoni akou ghuri ahise ❤❤❤🎉joy zubeen da❤❤
❤️JANMONI❤️ IS BACK like Ata Mariba
জানমণি মানেই জুবিনদা❤❤❤❤Love You Dada❤❤❤❤
সুন্দৰ ❤❤❤❤❤❤❤❤
1st xuni lu bohut vall lagil montu kiba ata❤❤❤love from kaki❤❤
এইবাৰ হে ভাল লাগিছে বিহু বিহু লাগিছে ❤❤❤
Love from golaghat dada , kunuba asa nikeh golaghat r like kora
It seems like it was recorded in 2005❤
Jaanmoni❤❤❤
Wow Zubeen da mojja bihu song anekoi amk ntun bosort gaan di thakibo lagibo
সুন্দৰ জানমনি 👌জুবিদা 🔥❤
Very nice song...aku agor din buroloi mont pore gol .. love you Zubeen da ❤
That's my king Zubeen Da 🗿💗
Dada dada is back
বিহু বিহু লাগিছে গানটো শুনি Best of luck Zubeen da সুন্দৰ অতি সুন্দৰ গান ❤❤❤///
Zubeen Garg and Janmoni back ♥️🙏
কিমান অপেক্ষাৰ পাছত জুবিন দাৰ বাৰিষাৰে আৰু কুলি চৰাই গান দুটা শুনিব পৰিছো
Mjh mjh ahi gol amar Jaanmoni
বিহু মানেই জুবিনদা 🔥🔥🔥
Aebaar hei.....❤❤❤ Tq for returning these bihu songs... ZG❤
Zubeen daa king 👑 off assam king Zubeen is back 🎉❤
Bahut Bhal Hoiche Aibar Janmonit Bhihu Ganto
Aiiijoiiiiiii❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ Zubeen 🔥🔥🔥🔥 Da..
Moja ❤❤❤ zg
জানমণি মানেই জুবিন দাৰ বিহু।
Anekoi Sob Puroni Album Akow Ghurai Anok Zubeen Da 🔥🔥🔥❤❤
Joii Dr. Zubeen daa 🙏❤🌍😘
Aijooi kolija❤😘 uff dada❤😍
জানমণিৰ ৰজা হয়,,, জানমণি মানেই জুবিন গাৰ্গ ❤
Lvly sng
Ufff জুবিন দা আগৰ জানমণি আকৌ ঘোঁৰাই পোৱা যেন লাগিল জানমণি সদাই প্ৰিয় এইবাৰ বিহু হিত হব দাদা 😊
Geet tu r recording puwa r pisor pora a rokhi asilu.....finally palu geet to❤
Awesome song zubeen da ❤️ god bless you zubeen da ❤️
Jai zubeen da
Lovely ❤
Bihu manei Zubeen da❤❤❤
এইবাৰ বহাগ কপাই দিব এই গানটোৱে।
Always Zubeen da is in heart ❤❤❤❤
Zubeen da jaanmoni-2025❤❤❤
Assam king 👑💖
Mojja
Zubeen da ❤❤❤
Nice song ❤
Jaanmoni is back on top 🥳🕺💃
জানমনি আমাৰ শৈশৱ love you zubeen da❤
Bhout val lagise❤❤❤❤
MJ 😢🎉
আগৰ অভিনেতা অভিনেত্ৰী সকলক পোৱা হলে জানমণি বেছি ভাল লাগিল হয় চায় , জুবিন দা কথা নকলেও হব জুবিন দা গীতৰ অবিহনে জানমণি আধৰুৱা ❤
Yaah jaanmoni again hit hit
Jai Jaanmoni ,Jay Jubin Da, Jai Biman Baruah Da , Agor Jaanmoni Akou Bahut Dinor Murat Guri Ahil ,Gan2 Huni Bhal Lagil ,
Joi zubeen da ❤❤❤
অতীত ঘুৰাই পোৱাৰ দৰে সুখী হৈছোঁ জুবিন দা ❤️❤️❤️
জানমণি মানেই জুবিন ,, জুবিন মানেই প্ৰকৃত বিহু ❤
এতিয়া যি বুজিলো বা অনুভব হল সেই তাহানিৰ শৈশবতে এৰি অহা সুৰ গীতবোৰ একমাত্ৰ বিমান দা আৰু জুবিন দা দুয়ো মিলি হে উভতাই আনিব পাৰিব। জুবিন দাৰ কন্ঠত পুনৰ বহাগ, যৌৱন, শৈশৱক উভতাই পাওঁ কিঞ্চিত হলেও 🙏🙏♥️
অতীতলৈ ভূমুকি মাৰিলো।। জুবিন দা ❤❤❤
পুৰণি বিহু সুৰীয়া গীতসমূহ যে আকৌ ঘূৰাই পাইছো . এইবাৰ বিহু Nk Production য়ে ফালিব ...@জয় জুবিন দা❤👊
Zubeen dar Jaanmoni ❤❤
Biman Baruah ❤❤
NK production ❤❤
Uffffff...... Evergreen combination. ❤❤❤❤❤❤ Missed our childhood. 😢
অতীতে ৰঙিয়াই মাতিলে🤍
জয় জুবিন দা।
এই কন্ঠ সদায় চিৰযুগমীয়া হৈ থাকিব
N.K.Production & জানমণি আবেগ❤ Childhood memories ❤❤🎉
অহ পূৰ্বৰ জানমণিৰ দিনলৈ মনত পৰি গৈছে।যেন অতীতটো ঘূৰাই পাইছো।love u jaanmoni❤❤❤❤❤এইবাৰ মাঘবিহু মজা।
জানমনি আমাৰ হিয়াৰ আমঠু। বিমান দা আপোনাক বহুত ধন্যবাদ।
I jjjoooooooooiiii....eiya he amar morom r JAANMONI joni....
Thank you NK Production....
JAANMONI k ako na-rupere loi oha karone....
Amaak Zubeen dar, enekua Bihu gaan aru lage ❤❤❤❤❤ otit ghurai paisu🎉🎉🎉❤❤❤ bohut val lagil,,,, thank you ❤❤
আজীৱনৰ বাবে নোৱাৰিলে ও
শেষ উশাহটোলৈকে আপোনাৰ অনুৰাগী হৈ থাকিম ❤️🥀
জানমণি ২০২৫ ৰ ভালে কেইটি গীতেই আজি মুক্তি দিলে। ভাল লাগিল । শুনি আছোঁ...এতিয়া।❤
এটা কথা : জুবিন জুবিনেই সদায় 🔥🤘
জুবিন দা মাণেই জীৱন ❤😊
উফ্ অপেক্ষাৰ অন্তত আহি গল ❤️🎶
অনুৰোধ থাকিল। আগৰ দৰে জুবিন দাৰ একক কণ্ঠত গান কেইটা হয় যেন। আৰু জুবিন দাৰ একক কণ্ঠত আকৌ মন চিৰিজ বিচাৰিছো। সকলোৱে বিচাৰে।
Thui😂,, zubeen r notun gaan eku nosole ,, neelakash main hoi
@@KkLl-z5x
Kela Zubeen da main hoye
Dr. Zubeen da is the king of Assam 👑❤
@AS_____vloger_____ neelakash main
@@KkLl-z5xটোৰ মাৰিৰ boos khan চলিব rende zubeen kot tor koti mara nel akhas kot rende
😂😂😂😂 uporot gan eta tanibo nware tur nill xutiyai .....stage parformance saiso ny kukur tur ....hytu age t zubeen dar stage performence sbi@@KkLl-z5x
ধুনীয়া হৈছে জানমণি এবাৰ কোনে পাই আৰু ভেলা ঘৰত
কি কম অতুলনীয় সেই কণ্ঠ , শুৰ, মাত ❤️! জুবিন দাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় 😍!
Love You জুবিন দা! তোমাৰ দীৰ্ঘ আয়ো কামনা কৰিলোঁ ....🤗❤️🌸
Bhashya Jyoti Kakati
শুৰ - হাতীৰ শুৰ , সুৰ- গানৰ সুৰ , দীৰ্ঘায়ু
জানমণি, জুবিন দা, বিহু আমাৰ অসমবাসীৰ আবেগ 😊❤
Jaanmoni ako ghuri ahil❤
অতীত আকৌ ঘূৰি আহিছে বৰ ধুনীয়া আৰু সুন্দৰ হৈছে ❤❤🔥🥰🤗👌👌👍
মৰমৰ জানমণি আকৌ আহিল । বহুত ভাল লাগিছে ❤❤❤❤
Ai gantu huni he bihu bihu lagi gol gat ...... moja magh bihu hili jabo ❤❤❤❤❤ love you zg
২০০৫,২০০৬ ৰ বিহু আকৌ ঘুৰি আহা যেন লাগিছে
Bhut val lagil bihu❤❤❤...
আকৌ উভতাই পালোঁ জানমণি ❤😍 জানমণি মানেই জুবিন দা 🙏❤🌍😘
আকৌ পালেহি মৰমৰ জানমণি ❤
জানমণি ❤
দয়ো গৰাকী শিল্পিলৈ বহুত মৰম ❤
Finally bisari axelu pai golu ❤❤ .
Old janmoni is back moja joy zubeen da❤❤
সঁচাকৈ অতীতৰ জানমণিলৈ ঘূৰাই লৈ গৈছে এই গীতটোৱে 😊❤❤ভাল হৈছে অনাগত দিনটো আশা ৰাখিলোঁ।
Love you zubeen da❤, bhitali ba k miss korisu😢
পুৰণি জানমণি জনীক পোৱা যেন লাগিল। জুবিন দা বহুত বহুত ধন্যবাদ।
জয় জুবিন দা
Shiyamontika baa abihone janmoni hbo nware❤
😊
ঠিক কথা ৷ বেলেগে যিমান ভাল নাচিলেও জানমণিৰ ৰূপত শ্যামন্তিকা বাৰ বাহিৰে কাকোৱেই নুশুৱাই 😊
ৰজা সদাই ৰজা হয় থাকিব আমাৰ মৰমৰ জুবিন দা Zubeen Dak vll pau hokole like kora ❤❤❤
Agor janmoni ghuri ahise dai
A jui beh jui .. zubeen da old vibes r back ❤❤
বিহু মানে আমাৰ মৰমৰ জুবিন ডা ❤❤
Zubeen dar babe ❤❤❤baki ata kou agor dore xuwad nai atiyar janmonit xosa kobo gole... Zubeen da e guwar babe ❤❤❤
মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ❤গীত টি জুবিন ককাইদেউ🙏আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ😘🌱 অসমবাসীৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো🙏😘❤️
Waoo..Agor janmoni loi mnt Pori goise 😩😩
ভাল লাগিছে 🎉🎉❤❤।
উফ জুবিন দা ❤❤
জয় জুবিন দা❤❤
সেই অতীত ৰ জানমণি,অঞ্জনা, ৰাংঢালী দিনবোৰ লৈ আকৌ উভতি যোৱা যেন লাগিছে ❤ বৰ্তমান পুৰণি অসমৰ সেই নিভাজ গীতবোৰ হেৰায় যাব ধৰিছে। কিন্তু জুবিন দাই আকৌ জানমণি ক ঘূৰাই আনিছে । সেই তাহানিৰ পুৰণি বিহু গীতবোৰৰ লগত বৰ্তমানৰ গীতবোৰক কেতিয়াও তুলনা কৰিব নোৱাৰি। আধুনিক যুগটো জানমণি ২০২৫ য়ে এক নিভাজ অনুভৱ দিলে। জানমণি ৰ সমূহ পৰিয়াললৈ বহুত বহুত মৰম আৰু শুভ কামনা যাঁচিলো। Love from Golaghat ❤️🥀
জানমণি+অঞ্জনা+জোনবাই+ৰংঢালি আৰু কত কি শ্ৰব্য কেছেট আছিল এইবোৰ আৰু সেই সময়বোৰ আছিল আমাৰ এক আবেগৰ নাম।
Mojja Zubeen da
Joi Zubeen DA❤❤❤🎉🎉🎉
Joi zubeen da🎉🎉🎉🎉❤❤❤ mojja lagisa
Janmoni akou ghuri ahise ❤❤❤🎉joy zubeen da❤❤
❤️JANMONI❤️ IS BACK like Ata Mariba
জানমণি মানেই জুবিনদা❤❤❤❤
Love You Dada❤❤❤❤
সুন্দৰ ❤❤❤❤❤❤❤❤
1st xuni lu bohut vall lagil montu kiba ata❤❤❤love from kaki❤❤
এইবাৰ হে ভাল লাগিছে
বিহু বিহু লাগিছে ❤❤❤
Love from golaghat dada , kunuba asa nikeh golaghat r like kora
It seems like it was recorded in 2005❤
Jaanmoni❤❤❤
Wow Zubeen da mojja bihu song anekoi amk ntun bosort gaan di thakibo lagibo
সুন্দৰ জানমনি 👌
জুবিদা 🔥❤
Very nice song...aku agor din buroloi mont pore gol .. love you Zubeen da ❤
That's my king Zubeen Da 🗿💗
Dada dada is back
বিহু বিহু লাগিছে গানটো শুনি Best of luck Zubeen da সুন্দৰ অতি সুন্দৰ গান ❤❤❤///
Zubeen Garg and Janmoni back ♥️🙏
কিমান অপেক্ষাৰ পাছত জুবিন দাৰ
বাৰিষাৰে আৰু কুলি চৰাই গান দুটা শুনিব পৰিছো