maanuhok underestimate koribo nalage...karon tumar kunu bhumika nai....We liked listening to this song. We are unemployed, this song is for us, this song's lyrics, comosition and music everything is perfect but why you people felt bad is a mystery because your thinking is such that it pulls people back. You people are not able to move ahead.
maanuhok underestimate koribo nalage...karon tumar kunu bhumika nai....We liked listening to this song. We are unemployed, this song is for us, this song's lyrics, comosition and music everything is perfect but why you people felt bad is a mystery because your thinking is such that it pulls people back. You people are not able to move ahead
বাতি ভৰাই চিৰা খাবি, কাহিলি পুৱাতে দৰে হিট হিট গান লিখা মানুহজনে যেতিয়া লোকৰ সস্তীয়া কথাৰ বিহু গাব লগা হয় তাতকৈ দুৰ্ভাগ্যজনক কথা একো হব নোৱাৰে । তাতে নপতা ফুকনৰ সংগীত পৰিচালনাত 👏👏
Right
maanuhok underestimate koribo nalage...karon tumar kunu bhumika nai....We liked listening to this song. We are unemployed, this song is for us, this song's lyrics, comosition and music everything is perfect but why you people felt bad is a mystery because your thinking is such that it pulls people back. You people are not able to move ahead.
@@roktimnath-u7z বাকী তোমাৰ ভূমিকা কি আছে জনাবা নেকি ??
@@roktimnath-u7z বাকী কমেন্তবোৰ পঢ়িবা এইটো অকল মই কোৱা কথাই নহয় । বেছি ভাগেই কৈছে দেই 🙏🙏
বিপিন ককাইদেউ আপোনাৰ গীত বোৰৰ এক বিশেষ মাদকতা আছে।সচাই ভাল লাগিল শুনি। লগতে নতুন বছৰটোয়ে আপোনালৈ কঢ়িয়াই আনক সুখ সমৃদ্ধিৰ মেটমৰা বুজা তাৰ প্ৰভাবতে আপোনাৰ জীৱন হৈ পৰক ৰঙীন।❤❤❤
King of Assam.no.1-> Zubeen, Bipin ❤
বিপিন চাউডাঙৰ গীতৰ প্ৰতি দূৰ্বলতা আছে ৷ সেয়ে প্ৰায়ে শুনো গীতবোৰ ৷ সুন্দৰ হৈছে ৷ কিন্তু আগৰ ৰহেদৈৰ লগত তুলনা কৰি কৈছো আগৰতো যেন আৰু ভাল আছিল ৷
Bhal loga nai aibar... Bipin da r prothom gaan jitu bhal loga nai.. Agor gutei bur dhuniya ❤
maanuhok underestimate koribo nalage...karon tumar kunu bhumika nai....We liked listening to this song. We are unemployed, this song is for us, this song's lyrics, comosition and music everything is perfect but why you people felt bad is a mystery because your thinking is such that it pulls people back. You people are not able to move ahead
হয় দেই। এই গীত টো সেই সকল অসমৰ যুৱকৰ লগত খাপ খাই পৰে যি সকলে কৰ্ম আৰু কেইটামান টকাৰ সন্ধান ত পৰিয়ালৰ পৰা দূৰত থাকিব লগীয়া হয়😊।
Mojja lagile dei Bipin daa.. Amar Dore bahirot sakori kori thoka lorara babe eitu gaan..❤❤❤❤
Advance Happy New year 🎉🎉
Same to you Bhai ❤
প্ৰকৃত অসমীয়াৰ, সুন্দৰ শব্দ-সম্ভাৰেৰে লিখিত এক বিশেষত্বপূৰ্ণ গীত❤
thanks
গীতটি ধুনীয়া হৈছে।বিপিন দালৈ শুভেচ্ছা জনালোঁ।
Mojahh mojahh 👌👌
Super hit hoise bipin daa🥰❤️❤️
এই বাৰ উৰুকা হিলাই দিব ❤❤জয় আই অসম❤ 2:07
Mojja bipin da super song ❤️🎉
Bipin dai...
Apuni jui...❤❤
সুন্দৰ ককাই ❤❤
বহুত সুন্দৰ লাগিল শুনি। এইবাৰ এই গানে অসমৰ ইমুৰে সিমুৰে হিলাব মোৰ বিস্বাস। ককাইয়ে আমাক ইমান সুন্দৰ গীত উপহাৰ দিয়ে।
Bohut vaal hoise gaantu❤
মাঘ বিহু ইবাৰ Hit❤❤
ককাইদেউ ধুনীয়া লাগিলে গানটো 😙♥️
বৰ ধুনীয়াকৈ সজীৱ ভাষাৰে সুন্দৰ গীত টি পৰিধান কৰিলে। ভাল লাগিল অাৰু অজয় দা সু চিন্তক।
শুভ কামনা কৰিলোঁ আগলৈ আগুৱাই যোৱাৰ মঙ্গল কামনা কৰিলোঁ।
🙏🏻🙏🏻💐
thanks
কৰ্ম ক্ষেত্ৰৰ বাবে জীৱিকাৰ নিমিত্তে বহু যুৱক যুৱতী তথা বিভিন্নজনে ঘৰখন, গাঁওখন নিজৰ জন্ম ঠাইখন এৰি বহু দূৰৈত গৈ থাকিব লগা হৈছে
কোনোবাই চাকৰি, আন কোনোবাই ব্যৱসায় ইত্যাদি কৰি আছে। কৰ্ম ব্যস্ততাৰ বাবে কেতিয়াবা আমাৰ বিভিন্ন উৎসৱত আনকি অসমীয়াৰ জাতীয় উৎসৱ বিহুটো ঘৰলৈ আহিম বুলি আহিব নোৱাৰে। কাৰণ বহু সমস্যা আহি পৰে আৰু পৰিবেশ পৰিস্থিতিৰ বাধ্য হৈ পৰে। সেয়া হয়তো বৰ বেদনাদায়ক !
গতিকে তেখেত সকলৰ মনৰ ভাৱনাবোৰক লৈ এই গীত সৃষ্টি কৰিছোঁ মই আৰু অভিজিত ভট্টাচাৰ্য্য ডাঙৰীয়াই ককাইদেউৰ বিপিন চাউদাঙৰ বাবে।
নিজা ঘৰৰ পৰা বহু দূৰৈত থকা সকলৰ বাবে গীতটি উপহাৰ হিচাপে আগবঢ়াইছোঁ দেই।
এই নিভাঁজ অসমীয়া গীতটি সকলোৱে শুনিব আৰু আপোনজনক শুনাবলৈ নাপাহৰিব দেই...
Bhut dhunia hoise kokaideo❤️❤️❤️
ৰহেদৈ ২.০❤❤❤সুন্দৰ কথা,সুৰ,কণ্ঠ আৰু সংগীত ব্যৱস্থাপনা👍
ধুনীয়া ❤
ককাই বৰ সুন্দৰ হৈছে গীতটো❤
Majjja❤❤❤❤
❤❤❤ hit Hit, moja lagise
Dhuniya lgise😍❣️
আশাৰে ৰম। আপোনাৰ গীত প্ৰতিটোৱে ভাল লাগে।🎉🎉❤❤
Mojaa aaibar hit hobo dai bipin da 2.0
অতি সুন্দৰ ❤
অতি সুন্দৰ 💐💐 শুভ কামনা জনালো
সুন্দৰ কন্ঠ, কথা,সুৰ আৰু সংগীত ব্যৱস্থাপনা💚 বহুত বহুত শুভেচ্ছা ককাইদেউ💚
Wow kokaideu 😮❤ aibar tamama lagise maghor feel paisu🎉
Rohedoi 🔥🔥🔥🔥🔥Bipin da ❤❤❤❤dhuniya lagise 👍👍
সুন্দৰ 🎉🎉🎉🎉
Xundor hoise
এইবাৰ ভাল নালগিল শুনি বিপিন দা
সুন্দৰ হৈছে ❤
Juiiii❤❤❤
আকৌ নতুন সোৱাদ দিলে ৰহেদৈ।।।বহুত শুভেচ্ছা ককাইদেউ❤❤❤❤
Mojja ❤
ধুনীয়া হৈছে দাদা ❤
Lovey song ❤❤❤ congratulations 🎉🎉🎉
বিপিন দা শুভেচ্ছা জনালোঁ। 😍
Moja Bipin da
Beautiful song❤
বহুত ভাল হৈছে গানটো দাদা
সুন্দৰ ❤
Mojjaa lagisa👍👍👍
Love from Golaghat ❤❤❤
Ufff heart touching 🔥💔
Dhuniya 😇💕
সুন্দৰ দাদা
Lovely song dada ❤❤❤
Val lagil 🥰
Rohedoi 2.0 hit kokaideu ❤
আপোনাৰ গীত বিলাকত বেলেগ এটা মাদকতা পাওঁ গীত টো শুনি বহুত ভাল লাগিছে ককাইদেউ।গীতৰ শব্দ বোৰে বহু কথাই কৈ গৈছে সেই শব্দ বোৰৰ কথা চাগে তেওঁ লোকে হে বুজিব যি সকল ব্যক্তিয়ে কৰ্ম সূত্ৰে নিজৰ ঘৰ বা আপোন জনক এৰিছে অভাব অনাটনৰ বাবে কলমে নিগৰি অহা শব্দ বোৰে বহু সঁচা কথাই কৈ যায়। সুন্দৰ গীত ❤❤❤❤
ekdom hosa antor suise
Bipin Da 💙✅
Mojja
Val lagil Bipin da ❤
ককাইদেউ আগৰ টো ভাল আছিলে এইটো বেয়া বুলি কোৱা নাই ভালেই হৈছে কিন্তু আগৰটোৰ নিছিনা নহ’ল মানে Music টো ভাল লগানাই কিন্তু কথা সুৰ ধুনিয়া৷❤❤❤❤
Dada dhuniya lagise❤
ধুনীয়া লাগিছে।
best song of the year bipin da ajoy 🤘🤘🤘🤘🤘❤🔥❤🔥❤🔥
Vl lagise bipin da ❤❤
Mojhaaa ❤
Mur vl pua singar jon❤
Superb ❤️🥀
Ultimed bipin da❤❤🎉🎉
❤❤❤বহু সুন্দৰ
Ati xundar 👏❤️
ভাল লাগিছে গানটো শুনি👍 শুভেচচ্ছা থাকিল
বহুত মজা বিহুত ফালিব লাগিব আৰু
❤❤❤❤❤❤Bohut bhal lagil Bipin da😊😊
Bohut vaal hoi sa❤️
ধুনিয়া হৈছে 🎉🎉🎉😊
Moja lagise ❤️
Rohedoi ❤❤❤❤
উৰুকাৰ দিনা বাজিব আৰু 🎉❤🎉❤
আগৰ ৰহেদৈ দৰে হিট নহলে।
Hit hit 🔥🔥🔥🔥
Hundor kokai❤
Supar hits song ❤🎉
Hundor gaan ati upohar plu bipin da
শুনি ভাল লাগিল 🎉🎉
সুন্দৰ ❤️❤️❤️❤️
গানটো শুনি বৰ ভাল লাগিল…👏👏👏👍
Nice song ❤❤
সুন্দৰ ককাই ❤️ জয় আই অসম ✊✊
আশাহত হলো ককাইদেউ। আগন্তুক গীতবোৰ ভাল হওক ❤
Very nice
Moja kokaiiideu🎉
ভাল লাগিল শুনি 👍🥰
Moja hoise
বৰ ধুনীয়া ককাই😊😊❤❤❤
ধুনীয়া ❤..... বিপিন দা.... 🌱
My favourite singer ❤❤❤ I love you Bipin chawdang
Full josh❤
Neriba❤❤❤❤
Wildfire 🥵🔥