ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
28/12/2024এই বয়সতো এনে উৎপাত কন্ঠ 😍🔥🔥🔥🔥জয় জুবিন দা 👍🏾সকলোকে মাঘ বিহুৰ আগতীয়া হিয়াভৰা ওলগ জনালো🔥এইবাৰ উৰুকাত এইটো গীত বাজিব🤍
পুৰণি বিহু সুৰীয়া গীতসমূহ যে আকৌ ঘূৰাই পাইছো . এইবাৰ বিহুত ফাটিব ...@জয় জুবিন দা❤👊
কি কম অতুলনীয় সেই কণ্ঠ , শুৰ, মাত ❤️! জুবিন দাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় 😍! Love You জুবিন দা! তোমাৰ দীৰ্ঘ আয়ো কামনা কৰিলোঁ ....🤗❤️🌸 Bhashya Jyoti Kakati
জুবিন দাৰ গান মানে কি কম আৰু শুনি হেঁপাহ নপলাই , কিন্তু হলেও কৰবাত যে আগৰ গানৰ জানমণি ,অঞ্জনা জনি বিচাৰি নোপোৱা হলোঁ 😢😢,
বহু বছৰ পিছত আগৰ জানমনিৰ দিনবোৰ ঘূৰাই পাইছো গীত টোৰ জড়িয়তে.....Joi zubeen daa❤❤
আনবোৰে টানিব নোৱাৰা সুৰ সমূহ, জুবিন দাৰ বাবে সকলো সম্ভৱ,,জয় জুবিন দা ,,❤
(অসমৰে তুমি বৰ জীয়ৰীহিয়াৰে আমঠু অ জানমনি, বহাগৰে কুলি অ জানমনিতাতে আকৌ বিহুৰে বতৰ, চ'তে গৈয়ে গৈয়ে বহাগে পালেহিতথাপিও নালাগে ভাগৰ। ) কিবা এটা লিখিছিলো কেতিয়াবাই.... জানমনি এটা এলবামেই নহয়। আবেগো। লগতে জুবিন দা ❤🔥
উফ কি ধুনীয়া গীত জুবিন দা ❤❤
আহিগল অগ্নি 🙏🔥 কপাব এইবাৰ
এইবাৰ মাঘৰ বিহুৰ উপহাৰ NK production য়ে আগতীয়াকৈ দিলে। ❤Thank you NK Production, Zubeen Daa and team of Jaanmoni 2025.
জয় জুবিন দা ❤❤❤ কিন্তু পূৰণি গীত বোৰৰ তুলনাত কৈ নতুন বোৰ সোৱাদ ও অনূভৱ বহু শতাংশই কম ! কিছূয়ে বেয়া পাব হ'য়তো এই Comment টো, কিন্তু ভূল নুবুজিব, ই এক অপ্ৰিয় সত্য 🙏
দুবাৰ শুনিলো বহুত বেছি ভাল লাগিছে তাহানি বিহু খোৱাত পালোঁ ’ বিহু মানে জুবিন দা জয় জুবিন দা❤
জুবিন দাৰ গান যিমানেই পুৰণি হ'ব সিমানেই ✨✨✨✨
পুৰণি বিহু সুৰে আকৌ প্ৰাণ পাইছে, বহুত সুখি হৈছো।
জানমণি এক আবেগ ❤
বৰ 😍 Zubeen Da🔥 ধুনিয়া লাগিল.. ❤🎉 happy new year 2025 all ZG Love's 😍💞❤.#musiccoolvoice
“যিয়েই চাব বিচাৰ সকলোবোৰ দেখুৱাম তোক”, “নিদিয়া মৰমবোৰ দিমে ওৰেৰাতি দুয়ো উজাগৰে থাকি” কি যে তৰল গীতৰ কথা একেবাৰে সেই “তোৰে কোমল বুকুখনি চুই চাওঁ চুই চাওঁ” টোৰ দৰে মা-দেউতা, ভাই-ভনীৰ লগত একেলগে বহি শুনিব নোৱাৰা গান ৷ বাকি ভগৱানৰ লগত ৰিলেটেড কথাখিনিৰ অস্তিত্ব ক’ৰবাতে হেৰাই থাকিল 😞😭আগৰ জানমণি,অঞ্জনাৰ দৰে কেতিয়াও হ’ব নোৱাৰে আৰু 😞😭
ai bihu jate onadi kaloi boi thake❤❤
ইমান ধুনীয়া গান জুবিন দা বাহিৰে কোনেও গাব নোৱাৰে
Cinema holot release diyok ...nisssoi samgoi ami......janmoni❤❤❤
ধুনীয়া লাগিছে জয় জুবিন দা ❤❤❤
Aati hundar bihu ❤❤❤....
কথা সুন্দৰ ❤❤
Etu he puroni Bihu geetor dore lagel eman bosror porai ❤❤ hit ❤❤ Jay zubeen da ❤❤
dada tumi juii hodai anedore humodhur konthore jiliki thaka love you zubeen da
Bohute vall lagil❤❤❤❤
Ufff জুবিন দা অতীতৰ জানমণি আকৌ ঘোঁৰাই পোৱা যেন লাগিল জানমণি সদাই প্ৰিয় তাতোকৈ আপুনি প্ৰিয় thanks দাদা 😊
এইবাৰ জানমণিয়ে মাঘ বিহুত ফালিব ।
ভাল লাগিলে দেই ❤❤Love from Hyderabad 💕
Joy Zubeen Da 💫❤️❤️
Bohut dhuniya bihu....joi Zubeen da
এইবাৰ জানমণিয়ে ফালিব, ধন্যবাদ জুবিন দা ❤
জুবিন দাৰ কণ্ঠত বিহু 🔥🔥
অতি সুন্দৰ হৈছে❤
Uff Dada
Eibur he bihu ❤❤❤❤🎉🎉Bohut xukh palu xuni;;; very nice song ❤❤
জুবিন দাদা ❤
A mojah beh old vibes are back again❤
Mojaah ❤❤
Wow zubeen da ❤
অতুলনীয় কণ্ঠ ❤
Nice song 🥰🌹🌹🌹🌹🌹🌹🌹
জানমণিলৈ বহুত বহুত মৰম থাকিল।আৰু লাগে জানমণিৰ গীত।
❤❤❤❤❤❤❤dhunia dhunia
আগৰ দিনৰ বিহু আকৌ ঘূৰি আহিছে যদিও আগৰ জানমণি সোৱাদ দৰে সোৱাদ কম ❤।।।
ভাল লাগিছে ❤❤
Dhuniya lagiseeeeee
Val hoise
Dhuniya hoise o zubeen da love you❤❤❤❤❤🤟
Moja❤❤❤
জয় জুনি দা ❤
Sunit, tumar lyrics aru tune Khub val lagise. Congratulation.
Bhutt val lagil dei huni😊❤️❤️ জয় জুবিন দা❤❤
❤️❤️❤️🔥🔥🔥🔥🔥 ZG BOSS
Ati xundar mozzza love from SRINAGAR Jammu and Kashmir❤❤❤❤
Val lagise ❤❤❤❤
দেবেশ্বৰ দা অসমীয়া গীতৰ আৱেগ৷তেখেতৰ মাতটোৰ অবিহনে জুবিন আধৰুৱা৷গতিকে দুয়ো দুয়োৰে পৰিপূৰক৷
Uff zubeen da❤❤❤
❤janmoni still alive❤
Jai zubeen daa 2025 1no song
Awesome❤
Sundar hoise
Bhal hoise aeibar... lahe lahe agor din ubhoti aha jen onubhob hoise
Hia xat pori goise ❤❤❤
Oue,tumi my deddy ❤
Hundor hoise🎉❤
Moja lgise zubeen daa❤❤❤❤ love you too
জুবিন দা 🔥❤
অতি সুন্দৰ
👍 , বহুত ভাল লাগিছে
Zubaan da mojja🎉🎉❤❤❤
বহুত ভাল লাগিল ❤
Zubeen da main joi zubeen da ❤❤❤❤❤
Super hit song ❤❤❤❤
Moja song ❤❤
ককাই ❤❤️🔥💙
Val lagise geet bur Agor janmonir bipin dai likha geet bur bor val asil
বিহু মানে জুবীন দাৰ গান, তাতে নতুন সোৱাদ ধুনীয়া ❤❤
Joi zubeen da❤
Old janmoni back🎉❤ zg❤
Wow jui 🔥 ZG da
Mja
Moja❤❤❤🎉🎉
😍❤️
Zubeen daa nice bihu mojja January fali dibr
Nice Zubeen da ❤❤❤
Uff❤❤
জয় জুবিন দা❤❤❤❤❤❤
Mojja ❤
Awesome song zubeen da ❤️ joi zubeen da ❤️ god bless you zubeen da ❤️
Mojaa anekua gan he call lage dada Jay Zubeen da
মজা
Val lagile❤
আগৰ জানমনি তোলনাত এইবোৰ একেবাৰেই গোৱৰ
Agor janmoni keniki aki hbo dada agor din gol holio zubeen dai je xai nahanir janmoni morom aji dhori rakhise
Zubeen da ❤
So sweet ❤❤❤
Love Assam.. ❤
A mojaa zubeen da ❤❤❤
জয় জুবিন দা❤❤❤❤
Bihu manei Zubeen da ufffffff na
28/12/2024
এই বয়সতো এনে উৎপাত কন্ঠ 😍🔥🔥🔥🔥
জয় জুবিন দা 👍🏾
সকলোকে মাঘ বিহুৰ আগতীয়া হিয়াভৰা ওলগ জনালো🔥
এইবাৰ উৰুকাত এইটো গীত বাজিব🤍
পুৰণি বিহু সুৰীয়া গীতসমূহ যে আকৌ ঘূৰাই পাইছো . এইবাৰ বিহুত ফাটিব ...@জয় জুবিন দা❤👊
কি কম অতুলনীয় সেই কণ্ঠ , শুৰ, মাত ❤️! জুবিন দাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় 😍!
Love You জুবিন দা! তোমাৰ দীৰ্ঘ আয়ো কামনা কৰিলোঁ ....🤗❤️🌸
Bhashya Jyoti Kakati
জুবিন দাৰ গান মানে কি কম আৰু শুনি হেঁপাহ নপলাই , কিন্তু হলেও কৰবাত যে আগৰ গানৰ জানমণি ,অঞ্জনা জনি বিচাৰি নোপোৱা হলোঁ 😢😢,
বহু বছৰ পিছত আগৰ জানমনিৰ দিনবোৰ ঘূৰাই পাইছো গীত টোৰ জড়িয়তে.....Joi zubeen daa❤❤
আনবোৰে টানিব নোৱাৰা সুৰ সমূহ, জুবিন দাৰ বাবে সকলো সম্ভৱ,,জয় জুবিন দা ,,❤
(অসমৰে তুমি বৰ জীয়ৰী
হিয়াৰে আমঠু অ জানমনি,
বহাগৰে কুলি অ জানমনি
তাতে আকৌ বিহুৰে বতৰ,
চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
তথাপিও নালাগে ভাগৰ। )
কিবা এটা লিখিছিলো কেতিয়াবাই.... জানমনি এটা এলবামেই নহয়। আবেগো। লগতে জুবিন দা ❤🔥
উফ কি ধুনীয়া গীত জুবিন দা ❤❤
আহিগল অগ্নি 🙏🔥 কপাব এইবাৰ
এইবাৰ মাঘৰ বিহুৰ উপহাৰ NK production য়ে আগতীয়াকৈ দিলে। ❤
Thank you NK Production, Zubeen Daa and team of Jaanmoni 2025.
জয় জুবিন দা ❤❤❤ কিন্তু পূৰণি গীত বোৰৰ তুলনাত কৈ নতুন বোৰ সোৱাদ ও অনূভৱ বহু শতাংশই কম !
কিছূয়ে বেয়া পাব হ'য়তো এই Comment টো, কিন্তু ভূল নুবুজিব, ই এক অপ্ৰিয় সত্য 🙏
দুবাৰ শুনিলো বহুত বেছি ভাল লাগিছে তাহানি বিহু খোৱাত পালোঁ ’ বিহু মানে জুবিন দা জয় জুবিন দা❤
জুবিন দাৰ গান
যিমানেই পুৰণি হ'ব
সিমানেই ✨✨✨✨
পুৰণি বিহু সুৰে আকৌ প্ৰাণ পাইছে, বহুত সুখি হৈছো।
জানমণি এক আবেগ ❤
বৰ 😍 Zubeen Da🔥 ধুনিয়া লাগিল.. ❤🎉 happy new year 2025 all ZG Love's 😍💞❤.#musiccoolvoice
“যিয়েই চাব বিচাৰ সকলোবোৰ দেখুৱাম তোক”, “নিদিয়া মৰমবোৰ দিমে ওৰেৰাতি দুয়ো উজাগৰে থাকি”
কি যে তৰল গীতৰ কথা একেবাৰে সেই “তোৰে কোমল বুকুখনি চুই চাওঁ চুই চাওঁ” টোৰ দৰে মা-দেউতা, ভাই-ভনীৰ লগত একেলগে বহি শুনিব নোৱাৰা গান ৷ বাকি ভগৱানৰ লগত ৰিলেটেড কথাখিনিৰ অস্তিত্ব ক’ৰবাতে হেৰাই থাকিল 😞😭
আগৰ জানমণি,অঞ্জনাৰ দৰে কেতিয়াও হ’ব নোৱাৰে আৰু 😞😭
ai bihu jate onadi kaloi boi thake❤❤
ইমান ধুনীয়া গান জুবিন দা বাহিৰে কোনেও গাব নোৱাৰে
Cinema holot release diyok ...nisssoi samgoi ami......janmoni❤❤❤
ধুনীয়া লাগিছে জয় জুবিন দা ❤❤❤
Aati hundar bihu ❤❤❤....
কথা সুন্দৰ ❤❤
Etu he puroni Bihu geetor dore lagel eman bosror porai ❤❤ hit ❤❤ Jay zubeen da ❤❤
dada tumi juii hodai anedore humodhur konthore jiliki thaka love you zubeen da
Bohute vall lagil❤❤❤❤
Ufff জুবিন দা অতীতৰ জানমণি আকৌ ঘোঁৰাই পোৱা যেন লাগিল জানমণি সদাই প্ৰিয় তাতোকৈ আপুনি প্ৰিয় thanks দাদা 😊
এইবাৰ জানমণিয়ে মাঘ বিহুত ফালিব ।
ভাল লাগিলে দেই ❤❤
Love from Hyderabad 💕
Joy Zubeen Da 💫❤️❤️
Bohut dhuniya bihu....joi Zubeen da
এইবাৰ জানমণিয়ে ফালিব, ধন্যবাদ জুবিন দা ❤
জুবিন দাৰ কণ্ঠত বিহু 🔥🔥
অতি সুন্দৰ হৈছে❤
Uff Dada
Eibur he bihu ❤❤❤❤🎉🎉
Bohut xukh palu xuni;;; very nice song ❤❤
জুবিন দাদা ❤
A mojah beh old vibes are back again❤
Mojaah ❤❤
Wow zubeen da ❤
অতুলনীয় কণ্ঠ ❤
Nice song 🥰
🌹🌹🌹🌹🌹🌹🌹
জানমণিলৈ বহুত বহুত মৰম থাকিল।
আৰু লাগে জানমণিৰ গীত।
❤❤❤❤❤❤❤dhunia dhunia
আগৰ দিনৰ বিহু আকৌ ঘূৰি আহিছে যদিও আগৰ জানমণি সোৱাদ দৰে সোৱাদ কম ❤।।।
ভাল লাগিছে ❤❤
Dhuniya lagiseeeeee
Val hoise
Dhuniya hoise o zubeen da love you❤❤❤❤❤🤟
Moja❤❤❤
জয় জুনি দা ❤
Sunit, tumar lyrics aru tune Khub val lagise. Congratulation.
Bhutt val lagil dei huni😊❤️❤️ জয় জুবিন দা❤❤
❤️❤️❤️🔥🔥🔥🔥🔥 ZG BOSS
Ati xundar mozzza love from SRINAGAR Jammu and Kashmir❤❤❤❤
Val lagise ❤❤❤❤
দেবেশ্বৰ দা অসমীয়া গীতৰ আৱেগ৷
তেখেতৰ মাতটোৰ অবিহনে জুবিন আধৰুৱা৷
গতিকে দুয়ো দুয়োৰে পৰিপূৰক৷