ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অতিশয় সুন্দৰ গীত। প্ৰখ্যাত গীতিকাৰ প্ৰশান্ত বৰদলৈ আৰু সুৰকাৰ মনোৰঞ্জন গগৈ দেৱৰ এক কালজয়ী সৃষ্টি। আপোনাৰ দৰদী কন্ঠত গীতটি প্ৰাণ পাই উঠিছে।প্ৰাণ ভৰি উপভোগ কৰিলোঁ গীতটি। ধন্যবাদ।
অশেষ ধন্যবাদ 🙏
দাদা আপোনাক কি বুলি কম মোৰ ভাষা নাই ।ইমান ধুনীয়া গাইছে ।প্ৰফেক্ট
ধন্যবাদ।
সুন্দৰ কন্ঠ
আপোনাৰ সুমধুৰ কণ্ঠৰ বহুকেইটা গীতেই শুনিলো, প্ৰাণঢালি গোৱা প্ৰতিটো গীতেই সৰুতে ৰেডিঅʼত শুনি থকা সময়খিনিলৈ লৈ যায়। আগুৱাই যাৱক, শুভেচ্ছা সদায়েই আছে 💐 কুশল কামনা কৰিলো 🙏 লগতে বাদ্যযন্ত্ৰী সকলকো শুভেচ্ছা জনালোঁ 💐 কাৰণ বাদ্যযন্ত্ৰৰ অবিহনে সংগীত অসম্পূৰ্ণ।
মোৰ অতি প্ৰিয় গীত। শুনিলে শুনি থাকিবলৈ মন যায়।♥️♥️♥️♥️♥️♥️
নতুন প্ৰজন্মই এইবোৰ শব্দ এইবোৰ শালিনতা পূৰ্ণ প্ৰয়োগ কি একো বুজিএই নোপুৱা যেন লাগে।শেষত ধন্যবাদ ৰাজখোৱা। চেতনা বোধৰ বাবে।
শুনি আমনি নলগা ... ভিতৰত ৰৈ ৰৈ বাজি থকা প্ৰিয় মনোৰঞ্জনদৰ এটি চিৰসুন্দৰ গীত।তোমাৰ সুমধুৰ কন্ঠ আৰু সুৰীয়া গায়কী মোৰ সদায়ে ভাল লাগে প্ৰশান্ত। তোমাৰ কন্ঠৰ গীত শুনি জুৰ পৰে মন...। বৰ ধুনীয়াকৈ গীতটি পৰিবেশন কৰিলা তুমি। গাই যোৱা এনেদৰেই... জিলিকি থাকা আমাৰ সংগীত জগতত... শুভকামনা অন্তৰেৰে...।❤❤❤
সুন্দৰ গীত সুমধুৰ পৰিবেশন ৷❤
Ati hundor mon porosha geet.khub.bhal lagil
প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠও প্ৰয়াত মনোৰঞ্জন গগৈৰ দৰেই দৰদী ।সুন্দৰ কণ্ঠ । তেখেতৰ কণ্ঠত কলাগুৰু বিষ্ণু ৰাভাৰ "এয়ে মোৰ শেষ গান "টোও বৰ সূন্দৰ হৈছে।
Wah wah.eman hundorkoi poribekhon korisa hosai bohut bhal lagise.horukalor porai huni ahisilu aji akou tumi gua babe tumaloi okhekh dhanybaad thakil..❤
বৰ ধুনীয়া লাগিল শুনি
বৰ সুন্দৰ গান মই বহুত ভাল পাওঁ।
Bor hundor geet ।mon mohithol
Good lyrics, nice composition and mind blowing singing .
সুন্দৰ গাইছে
অশেষ ধন্যবাদ
My favourite song , 🌹🌹🌹
Xundar hoise 👌👌💐👌
ধন্যবাদ
মোৰ অতিকৈ প্ৰিয় গীত, ভাল লাগিল, ধন্যবাদ
বৰ ভাল লাগিল অ' প্ৰশান্ত।
ধন্যবাদ দেই
মন প্ৰাণ হৰি নিয়া এটি চিৰসেউজ গীত আৰু মন আপ্লুত কৰা এটি মৌ-মিঠা কণ্ঠ।🌹👌🌲 অতি সুন্দৰ।🤔 ধন্যবাদ।🤍
এই গানটো আপোনাৰ কন্ঠদান বৰ ভাল লাগে ।
Bohut Val lagise
Fantastic. Always sing like that. 👍👍👍👌👌👌
সৰু তে শুনিছিলো❤
Mur favourite gaan tu tumar konthot xuni khub bhal lagil.. God bless you 🙏🏻❤️
ধন্যবাদ বাইদেউ
Khub val lagil.
হৃদয় জুৰোৱা গান
Ati hundor
বৰ ভাল লাগিল কমু
Geet ti bahut bhal lagil .🎉
Heart touching song
Xundor
Selut.Same.to.same.bohut.hundor.val.lagil
You are so good singers pls pls supported him all viwers so young singers
Apunaar gaanu DHUNIA.
Ashekh dhonyobad
Very nice
Nice....👌👌👌
Thanks 😊
Borhiya
Dhonyobad
So nice song and performence
Bor xundar gaisa
ইমান মধুৰ......
Xondar
Fantastic
Nice ❤❤❤
বহুত ভাল লাগিল শুনি ৷ কিন্তু শেষৰ কলিটোৰ না………ই , না………ই, না…………ই, না………ই, নাই --এইদৰে মনোৰঞ্জন দাই গোৱাৰ দৰে গোৱা হলে শুনিবলৈ আৰু ভাল পালোহেতেন ৷
Nice
🙏🙏
❤
😮
Prokhañta bhaity tumak aber log paboloi moorje kiman hepah ase.
Voice ❤❤
Thankyou
অতিশয় সুন্দৰ গীত। প্ৰখ্যাত গীতিকাৰ প্ৰশান্ত বৰদলৈ আৰু সুৰকাৰ মনোৰঞ্জন গগৈ দেৱৰ এক কালজয়ী সৃষ্টি। আপোনাৰ দৰদী কন্ঠত গীতটি প্ৰাণ পাই উঠিছে।প্ৰাণ ভৰি উপভোগ কৰিলোঁ গীতটি। ধন্যবাদ।
অশেষ ধন্যবাদ 🙏
দাদা আপোনাক কি বুলি কম মোৰ ভাষা নাই ।ইমান ধুনীয়া গাইছে ।প্ৰফেক্ট
ধন্যবাদ।
সুন্দৰ কন্ঠ
আপোনাৰ সুমধুৰ কণ্ঠৰ বহুকেইটা গীতেই শুনিলো, প্ৰাণঢালি গোৱা প্ৰতিটো গীতেই সৰুতে ৰেডিঅʼত শুনি থকা সময়খিনিলৈ লৈ যায়। আগুৱাই যাৱক, শুভেচ্ছা সদায়েই আছে 💐 কুশল কামনা কৰিলো 🙏 লগতে বাদ্যযন্ত্ৰী সকলকো শুভেচ্ছা জনালোঁ 💐 কাৰণ বাদ্যযন্ত্ৰৰ অবিহনে সংগীত অসম্পূৰ্ণ।
মোৰ অতি প্ৰিয় গীত। শুনিলে শুনি থাকিবলৈ মন যায়।♥️♥️♥️♥️♥️♥️
নতুন প্ৰজন্মই এইবোৰ শব্দ এইবোৰ শালিনতা পূৰ্ণ প্ৰয়োগ কি একো বুজিএই নোপুৱা যেন লাগে।শেষত ধন্যবাদ ৰাজখোৱা। চেতনা বোধৰ বাবে।
শুনি আমনি নলগা ... ভিতৰত ৰৈ ৰৈ বাজি থকা প্ৰিয় মনোৰঞ্জনদৰ এটি চিৰসুন্দৰ গীত।তোমাৰ সুমধুৰ কন্ঠ আৰু সুৰীয়া গায়কী মোৰ সদায়ে ভাল লাগে প্ৰশান্ত। তোমাৰ কন্ঠৰ গীত শুনি জুৰ পৰে মন...। বৰ ধুনীয়াকৈ গীতটি পৰিবেশন কৰিলা তুমি। গাই যোৱা এনেদৰেই... জিলিকি থাকা আমাৰ সংগীত জগতত... শুভকামনা অন্তৰেৰে...।❤❤❤
সুন্দৰ গীত সুমধুৰ পৰিবেশন ৷❤
Ati hundor mon porosha geet.khub.bhal lagil
সুন্দৰ কন্ঠ
প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠও প্ৰয়াত মনোৰঞ্জন গগৈৰ দৰেই দৰদী ।সুন্দৰ কণ্ঠ । তেখেতৰ ক
ণ্ঠত কলাগুৰু বিষ্ণু ৰাভাৰ "এয়ে মোৰ শেষ গান "টোও বৰ সূন্দৰ হৈছে।