#জ্যোতিপ্ৰসাদ

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ม.ค. 2025

ความคิดเห็น • 7

  • @pratulroy9704
    @pratulroy9704 15 ชั่วโมงที่ผ่านมา

    অতি সুন্দৰ কাহিনী আৰু হ্নদয়স্পষী ঘটনাৰে সমৃদ্ধ নাটকখনৰ নাৰী চৰিত্ৰ ৰূপালীমৰ ওপৰত এটি সমালোচনা আগবঢ়াব বুলি আশা ৰাখিলোঁ মহোদয়। বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ ৰূপালীম নাটকখনৰ বিষয়বস্তু জ্ঞাতকৰণৰ বাবে।

    • @anamikanathcreations4679
      @anamikanathcreations4679  14 ชั่วโมงที่ผ่านมา +1

      সঁচাকৈ।ৰূপালীমৰ চৰিত্ৰটোৰ বিষয়ে জনোৱাৰ কথা আপুনি কোৱাৰ আগতে ময়ো ভাবি আছিলোঁ। মোৰ অতি প্ৰিয় চৰিত্ৰ ৰূপালীম।ৰূপালীমৰ কাৰণে মোৰ চকুলো নিগৰে। সঁচা প্ৰেম আৰু জাতিৰ হকে ৰূপালীমে যেন আত্মবলিদান দিলে।

    • @pratulroy9704
      @pratulroy9704 13 ชั่วโมงที่ผ่านมา

      স্বদেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিয়া এই চৰিত্ৰটোৰ প্ৰতি মোৰো যথেষ্ট দুৰ্বলতা আছে মহাশয়, তাইৰ মুখেৰে প্ৰখ্যেপিত সাৱলীলভাৱে নিৰ্গত সঙলাপে নাটক খনক এক সুকীয়া পৰিচয় ডাঙি ধৰিছে।

  • @dhrubajeettalukdar0715
    @dhrubajeettalukdar0715 14 ชั่วโมงที่ผ่านมา

    Thank you sir 🙏

  • @Shadidjahangiralommondal
    @Shadidjahangiralommondal ชั่วโมงที่ผ่านมา

    Sir 3rd sem admission r last date ketiya ......sir please jonabi.

  • @adityapanging-we3ou
    @adityapanging-we3ou 5 ชั่วโมงที่ผ่านมา

    Sir, M A 3rd smr July session r Home Assignment dile nki ?