জীৱনৰ বাবে দৰকাৰী কেইটামান সুন্দৰ কথা/জীৱনৰ কথা

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • জীৱনৰ বাবে দৰকাৰী কেইটামান সুন্দৰ কথা/জীৱনৰ কথা
    Welcome to Unique Assam TH-cam channel
    #ইউনিক অসম ইউটিউব চেনেলৰ জৰিয়তে বৰ্তমান সমাজত চলি থকা বিভিন্ন #ঋণাত্মক ঘটনাৰ
    কবলত পৰি মানসিক ভাৱে ভাঙি পৰা মনতোক শব্দৰ যাদুৰে #জীৱন যুঁজত কেনেকৈ শক্তিশালী
    পদক্ষেপ লব লাগে সেই উদ্দেশ্য আগত ৰাখি মই নৱ কুমাৰ ডেকাই ভিডিঅ' মাধ্যমেৰে , বিভিন্ন
    মাধ্যম আৰু বাস্তৱৰ অভিজ্ঞতাৰ পৰা শিকা কথাবোৰ আপোনালোকৰ মাজত বিতৰণ কৰাৰ এটা ক্ষুদ্ৰ
    প্ৰয়াস কৰিছো বৰ্তমান সময়ত বেছিকৈ আমাৰ মাজত দেখা দিয়া Depression, Negative ভাবনা,
    নিজৰ Comfort Zone এৰিব নিবিচৰা আদি সমস্যা সমুহৰ পৰা
    যেন কিছু সকাহ দিব পাৰো তাৰেই আশা বুকুত বান্ধি আগবাঢ়ি আহিছো ।
    #ভিডিঅ'বোৰ যদি ভাল পায় আদৰি লৈ
    লাইক কৰিব , কমেন্ট কৰিব, Share কৰিব লগতে Channel #টো
    #Subscribe কৰি Notification On কৰি থব
    ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ ##
    ধন্যবাদেৰে
    নৱ কুমাৰ ডেকা
    Contact For-
    Content Writing
    Motivational Speech
    Voice Over
    digitalyeskey123@gmai.com
    #uniqueassam#official
    my website link-uniqueassam.ne...
    Facebook page link- / uniqueassamofficials

ความคิดเห็น • 4

  • @SwapnaliRajguru
    @SwapnaliRajguru หลายเดือนก่อน +1

    ❤️

  • @Bidbeast
    @Bidbeast หลายเดือนก่อน +1

    মানুহে কয় শূন্যৰ গুণাগুণ নাই।মূল্য আছে আগত বহিলে শোভা বৰ্ধন কৰে আৰু পিছত বহিলে মূল্য নিৰ্ধাৰণ কৰে। বেবিলন শূণ্যত উলমি আছে।