অসমৰ নৃগোষ্ঠীয় উপভাষা | Ethnic Dialect of Assamese Language | দেউৰীমিজ,ৰাভামিজ,তিৱামিজ,মিচিংমিজ আদি।

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ธ.ค. 2024

ความคิดเห็น • 15

  • @EDUCARE181
    @EDUCARE181 29 วันที่ผ่านมา

    Valuable video

  • @elinabegum9242
    @elinabegum9242 3 ปีที่แล้ว +3

    Ai bikhoitur uprot mcqs dibo plzz.

  • @gpsports2103
    @gpsports2103 2 ปีที่แล้ว

    Thank you 😊💝

  • @dhruba2956
    @dhruba2956 3 ปีที่แล้ว +5

    সুন্দৰ উপস্থাপন ৷🙏 জোতিপ্ৰসাদ আগৰৱালাক কোনে ৰূপকোঁৱৰ আখ্যা দিছিল ৷ বাইদেউ অনুগ্ৰহ কৰি জনাব ৷

    • @mintuborah8524
      @mintuborah8524 3 ปีที่แล้ว

      ananda chanda agorwala

    • @AssameseGKOfficial
      @AssameseGKOfficial  3 ปีที่แล้ว +1

      হয় নেকি? আপুনি তথ্যটো ক'ত পালে জনাবচোন। আনন্দ চন্দ্ৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ ডাঙৰ দেখুন; তেওঁ জোনাকী যুগৰে সাহিত্যক আৰু মৃত্যুও জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ আগতে হৈছিল।

    • @dhruba2956
      @dhruba2956 3 ปีที่แล้ว +1

      @@mintuborah8524মই e kuhipath channel tut paisu..আনন্দ চন্দ্ৰ বৰুৱা বুলি কৈছে ৷

    • @AssameseGKOfficial
      @AssameseGKOfficial  3 ปีที่แล้ว +1

      নিশ্চয়। আনন্দ চন্দ্ৰ বৰুৱা হ'ব পাৰে। যি হ'লেও আমি এইবিষয়ে অধ্যয়ন কৰি সঠিক তথ্যটো দিবলৈ চেষ্টা কৰিম।

    • @pallavidevi3417
      @pallavidevi3417 3 ปีที่แล้ว

      Ananda chandra boruah

  • @chiranjeebbhakat7724
    @chiranjeebbhakat7724 3 ปีที่แล้ว +3

    Nice mem upobhasa aru questions takile alocona koribo plz 🙏

  • @juritisaharia8705
    @juritisaharia8705 2 ปีที่แล้ว +1

    বাইদেউ নৃগোষ্ঠীয়তা আৰু সামাজিক ভিন্নতাৰ ওপৰত পাৰিলে এটা ভিডীঅ বনাবচোন

  • @masidurrahmanateacher9926
    @masidurrahmanateacher9926 2 ปีที่แล้ว

    অসমীয়া Ugc net syllabus unit অত থকা কিতাপবোৰ কিনিব পাৰিমনে