LAKHIMI | ASSAMESE FULL MOVIE | MEGHRANJANI | GEET | BIDYUT CHAKRABORTY
ฝัง
- เผยแพร่เมื่อ 29 พ.ค. 2022
- LIKE | SHARE | COMMENT | SUBSCRIBE
Movie : LAKHIMI
Starcast : MEGHRANJANI, GEET, SHYAMONTIKA SHARMA, BIDYUT CHAKRABORTY
Director : Rajesh Bhuyan
Associate Director : Muhon Das
Story, Screenplay & Dialogue : Pankaj Jyoti Bhuyan
Editor : Gagan Raj
Producer : Debo Borkotoky
Background Music : Arup Dutta - บันเทิง
প্ৰেম শিকাইছিল "লখিমী"য়ে আৰু আজীৱন ই হৈ ৰব স্মৃতিৰ এক নিভাঁজ ৰোমন্থন💝 প্ৰতিজন "আকাশে" যদিহে "বৰষা"ৰ দৰে একোজন আপোনজন বিচাৰি পায় বিশ্বাস কৰক পৃথিৱীৰ আটাইতকৈ সুখী আত্মাৰ ভিতৰত সেই দুয়োখনো এটা হব💜
Bollywood has rockstar
We have Lakhimi
All songs sre great
😮😮😮😮😮😢😢😮😮😮😮😮
😢😢
1보 보ㅂㄹㄴ1ㄹㅈㅂ4ㅔㅔㅓ. ,
সৰুকালৰ দিনবোৰ আকৌ ঘূৰি অহা যেন লাগিল❤❤️❤️ লখিমী কিলিপ লখিমী চোলা আৰু যে কি কি আছিল সেই দিনবোৰত 💓💓💓 সঁচাকৈ old is gold 🥰🥰🥰
Xsay seidinbr kebl lakhimi lakhimi a asil sob
@@ananyaananyabaishya1185 o takei🥰
পাগল আছিলো eikhon vcd saboloi. Mone mone cd 💿 kini ani saisiluhi ufffff❤😢
চিনেমা খন প্ৰথম মুক্তি পাওঁতে প্ৰথম শ্ৰেণীত পঢ়ি আছিলোঁ (২০০৮ চন) আৰু এতিয়া মাষ্টাৰ্ছ কৰি আছোঁ। সময়বোৰচোন বৰ সোনকালেই গুচি গ'ল 🥺 মনত পৰে আজিও সেই যে ঘৰত সকলোৰে লগত চিডিত চাইছিলো "লখিমী" 💔
প্ৰথম অৱস্থাত হিচাপ নোহোৱাকৈ চালো, বৰ্তমানেও চাই থাকো।বৰ মধুৰ আহিছ এইবিলাক ভিচিডি।
এইখন ৰিলিজ দিওঁতে আমি তেতিয়া teenager আছিলোঁ। মেট্ৰিক পৰীক্ষাৰ প্ৰতি যিমান ভয় কৰিব লাগে তাতকৈ হায়াৰ চেকেণ্ডাৰীত গৈ প্ৰেম কৰিম বুলিহে বেছি হেঁপাহ কৰিছিলোঁ😂😂😂। নষ্টালজিয়া❤❤.. বিদ্যুৎ ছাৰক দেখি মনটো সেমেকি গ'ল। অসমীয়া বোলছবি জগতে সম্পদ এটি হেৰুৱালে। ছাৰলৈ শ্ৰদ্ধা জনালোঁ। ঈশ্বৰে তেখেতৰ আত্মাক সদগতি দিয়ক🙏🙏🙏
Kun jon bidut Sir ?? Jonabo ni
@@itzrupjyoti6222 The man who played the role of Akash father
ভাল লাগিল বহুত বেছি প্ৰেমৰ প্ৰতীক দিয়াই ৰাখিছে এই চিনেমা খনে ❤❤❤
অসম জাতীয় বিদ্যালয়ত পঢ়াৰ দিনৰ পৰা আজি ডিগ্ৰী পাছ কৰিলোঁ। কিন্তু এইখন চিনেমা ৰ লগত যেন এতিয়াও বহুতো স্মৃতি জড়িত হৈ আছে ❤।
সৰুকালৰ স্মৃতি বোৰ সজীৱ হৈ উঠিল।
2024 snt kn kn add asa like kra ❤
Moi aji 7/4/24 aso
❤😂😅😮😢😊🥰♥️😭💖😍@@atikurrahman3951
@@atikurrahman3951❤❤❤❤❤
চতর😅
Aso
JATIYA VIDYALAYA students can specially relate this movie with theirs life. That BLUE colour SHIRT and the SMOKE colour PANT ❤️😊 Anyone here JATIYA VIDYALAYAn ??
I am Ex -AJBian😊❤
মোৰ বয়স আছিল মাত্ৰ ১৩ এতিয়া ২২ হলো। সকলো ম্মৃতি যেন পাইছোঁ এই চিনেমাত।
Same riyan
Same😢
Childhood memories 🥺
তাই স্কুলত লিখা,
ছুটি বিচৰাৰ দৰখাস্তখন মই
ঘৰলৈ লৈ আহিছিলো আৰু
সেইখনকে চাই চাই
নিজৰ মনটোক ভাল লগাইছিলো
কিন্তু তাইক আজিলৈকে,
কৈ নাপালো
তাইক ভাল্ পাও বুলি |
তাই সদায় ভাল্ হৈ থাকক
সুস্থ হৈ থাকক
এয়া মোৰ কামনা | 🤍
😢😂❤
অতিতলৈ মনত পৰি গ'ল🥰
My favorite actress megh ba❤️❤️❤️🌹
2022 Kune Kune saii aso aikhon movie __
meee tooo 4 bar salu Atiya loike❤️
3 bar salu moi atiyaw saw 😍😍
Moi 😃
10bar man salu ajiloike
1.45rti aji 🕊
*কোনে কোনে এতিয়া megh বাৰ love line শুনি আকৌ এই ছবিখনলৈ ঢাপলি মেলি আহিছা* 🥰❤️
Me
Heiii schl r dinor love....... Ajiu mnt porile.... Mukhot automatic eta misikia hahi. Uffff..... Best feelings for ever❤
বৰ্তমান মোৰ এই অৱস্থা হৈ আছে 🥰🥰🥰🥰🥰
Sem
Really o old is gold 💗💗moiu 2nd year student moko joubone amoni korise aru🤣🤣
Childhood memories.. And I'm watching now again 2023
সৰু কালৰ স্মৃতি বোৰ মনত পৰি গল সছা বহুত ভাল লগিল।
Nostalgia...kiman je anondo paisilu cinema khon sai ..hisab nuhuwakoi saalu.....gaan keita hunile ga jikjiyai goisil
Aio hoi nki😂😂❤️
Ai moja
Childhood memories of my life 💕💕💕
Ee
,
Àu
@@dipaliburagohain3405
00pppppppplppppp0000000000000000000000p0pl000000p0p00000000p0l0p000p0000p0000000p000000000000p000000pp00p0l00000p00pp00p00plpp0ppppp0ppppppppp
Ppppppp
Ufff childhood memories 🥺❤️❣️
Childhood days...
Love Babu Da's voice...
All the songs💋❤🧿💋❤🧿💋❤🧿
এতিয়াও চাওঁ মনত পৰিলে প্ৰথম চাওঁতে মই ৩য় শ্ৰেণীত😌❤❤❤❤
Schl r Prem kahani tu monot pori gol
Bht dinr pst aji 🥺🥺
প্ৰথম প্ৰেম আৰু এই চিনেমা খন । ক্লাছৰ মাজে মাজে তাইলৈ চাই থাকা । এটাও শব্দ নকৰাকৈ অনুভৱ বোৰ বুজি উঠা । তেনেই সুকীয়া আছিল। ।
Childhood memories ♥️❤️
14 bar salo cinema kho tothapio sai thako 😊🥰
Aji kali Movie T koi Atlist Val 🔥🔥❤️
Love is a deffaren and magie things
Childhood memories of our life
Old is gold❤❤
স্মৃতি বোৰ কেনেদৰে পাহৰো । প্ৰেমৰ সংগ্যা নুবুজাকৈ পৰিছিলো তাই জনিৰ প্ৰেমত ।
সেই কৈশোৰৰ তাই জনি . আহ..! ভাবিলেই ভাল লাগে ।
শেষত ধন্য মোৰ কানাই মোক যে তোমি মোৰ তাই জনিক উপহাৰ দিয়াৰ বাবে ।
সুখি ইয়াকে লৈ যে তাইয়ে মোৰ কৈশোৰ , যৌবন আৰু আজিৰ প্ৰেয়সী । সুদিৰ্ঘ ৮ বছৰ ভালপোৱাৰ পিছত সামাজিক বান্ধোনেৰে আজি ৬ বছৰে ইজনে সিজনৰ ভৰসা হৈ থাকিব পাৰিছো ।
পুনৰ বাৰ প্ৰণাম জনাইছো মোৰ কানাই ।
Purane yaadein taaza ho gya💕
I love this flim since childhood
All time fvrt movie and song❤❤❤😘😘
aru bohut toh ase xoru thakute suwa tare majot junda eman gunda 😘😘
i liked this movie 🔥🔥🔥🔥🔥💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕
That golden era
Overwhelmed❤
Those nostalgic memories.
Sai sai hepah nopolua mur eikhn cinema ..golden days ghuri oha jen lge ..ki dhuniyaa❤❤
Nostalogia ❤️😌
এইখন মুক্তি পাওতে মই 2nd standart, #2008 এতিয়া 6th semester.....
Tumi b.a 6 semester ne
@@najimulbhai8413 mm, final dilu
2024 ত কোনে কোনে search কৰী চাইছে
Childhood memory 🥰🥰
Hs pass krilu bru pise memories mur mnt prise💞
বহুত দিনৰ পিছত এখন ভাল চিনেমা চালু
চালু মানে বুধিয়ক
চালো
Childhood memories ❤❤
Love (2023) ❤
My favorite 💜
Gaan keita oti dhunia movie khonor😊
2008 r akhon val loga movie ❤😢meghranjni medhi ❤
Old is gold 💖
সোণালী অতীত ❤️ ।।
বহুত ভাল লাগিল
Thank for bringing back my memories 🫶🙂
আগৰ দিনবোৰ যেন পুনৰ ঘুৰি আহিল
Thanks NK production movies ❤
15:23 love this song
Again watching it,it was my fav 🥺❤️
Trishna
My fvrt❤❤
Atyaloik bohubar salu bohut val lage😢😊
nostalgic feelings .......😊😊😊
2023 t kune Sai asa like kora
বহুত দিনৰ পাছত আকৌ চালু bohut vl lgil
Keep it up and may God bless you
সঁচাকৈয়ে চাই ভাল লাগিল ❤❤❤
I can't even imagine my childhood without this movie ❤️🍁🫶thanks for making our childhood 🥺 special 🍁✨🫶
পিছে বৰষুণত টিটিলা কেনেকৈ ❤️
Still watching this movie in 2024❤
সচাকৈ লখিমী চাই বহুত ভাল লাগিল,আক এবাৰ চাবলৈ মন থাকিল,
My favourite Assamese movie ❤
Bohut val lagil sai
আজি আকৌ চালোঁ বহু বছৰৰ পিছত ❤❤❤❤
I had seen this movie when I was reading in Class 9 (in the year 2009)
Watching in 2024❤
All time favourite 🥰
Bohut bohut val lagil ❤️
Aei filem khon mur khubei pior hoi Karon aei filem khon r lgt mur bohu tu ismite jorita hoi ase.karon mur u college r dint anekuai kisuman gotna goti sil.......
Childhood memories 🥺🥺🥺🥺🥺
My favourite movie
All time favourite ❤️😌
Movie tu bohut agote saisilu .aji u salu bohut valagil .29/5/2023
Childhood ❤
Childhood memories 💟💟💟
School 🏫 r din ....mnt pori gol 😀❤️🤟❤️................. movie 🎥
One of the frvrt film in my childhood
GREAT😘😘😘😍
Oti Sundar hoise
Kune kune ai khan2024 sanat sai ase like kara
Moi class 7 asulu.aji advocate hoisu.atiya sai thaku
Moja lagil sai 🎉❤
9 bar salu dei ❤ senama khon nice movie
Aeikhn mukti paute mur 2bosor asil ru atia moi HS 1st year ❤️ tothapiu amoni loga nai sai.... dhunya onuvob 😁❤️
Thanks sowe mast
❤❤❤All time favourite ❤❤❤❤
Memories