ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
"প্ৰভাতী পখীৰ গান" মোৰ দৃষ্টিত এখন বৰ সুন্দৰ ছবি ৷ প্ৰঞ্জল শইকীয়া,তপন দাস,জয়ন্ত দাস,মিৰেল কুদ্দুচ,বিদ্যুৎ চক্ৰবৰ্ত্তী,ৰাজীৱ ভট্টাচাৰ্য আদি বহুতো অভিনেতাৰে ভৰপূৰ এখন মেগা ছবি ৷
মুনীন বৰুৱা পৰিচালিত চিৰসেউজ বোলছবি "প্ৰভাতী পখীৰ গান"ৰ এটি চিৰসেউজ গীত। দৰদী কন্ঠ শিল্পী সমৰ হাজৰিকা দেৱৰ এটি চিৰসেউজ গীত। হৃদয়স্পৰ্শী এখনি সুন্দৰ ছবি। পূৰৱী শৰ্মা,তপন দাস,প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা আদি আটাইবোৰ চৰিত্ৰৰ নিখুঁত অভিনয়ে চিনেমা খনক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে। চিনেমা খনত থকা বাৰ্তাবোৰে হৃদয় চুই যায়।মুঠতে ই এখনি সাৰ্থক ছবি। গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতবোৰে ছিনেমাখনক সোণত সুৱগা চৰাইছে।
বৰ সুন্দৰ গীতটি শুনি থাকিলেও আমনি নেলাগে।।
বহুত ভাল লাগে এই গীতটো আৰু চিনেমা খন |কিন্ত চিনেমাখন ভাগ ভাগ কৈ হে পাইচো একেলগে পোৱানাই
Aaji 1st xunilu, bor sundor.
Old is always gold.... Proud to be an Assamese.... Xunile xuni thakibo mon jua eti aapurugiya geet.
bro
Love Samar Hazarika...i like to listen his songs. Evergreen....
গানটো শুনি বৰ সাহস পাইছোঁ 🙏
মোৰ অতি প্রিয় গীত । old is gold 🙏🙏🙏
I'm so glad I found this song :)
Bahut dhunia bujibo parile
I still remember the movie. Aditi Hall ot saisilu. My age 7 years. Saap eri gol ji aajiu ase
Can you confirm in which year this movie was released?
Bor bhal lagil
Bor xundar gaan
bhut bhal lge ei gaan tu
☺
Bht vlll lge.....i m Dimpi...
very good song
very good song for new generation
I like this song
Nice song.
Wow what a song dil chu gaya
🙏🙏🙏
Can you please upload the cameo of Dr. Bhupen Hazarika and Khagen Mahanta
th-cam.com/video/HOi6sQdlqBM/w-d-xo.html
@@heritagejhankar123 Thank you so much.Your collection is really precious
😍
lorali kalor geet eitu mur
চাইছিলো ক্লছ 8th....
Dislike kora keijone gaan buji napai
Try.agrin.chinama
"প্ৰভাতী পখীৰ গান" মোৰ দৃষ্টিত এখন বৰ সুন্দৰ ছবি ৷ প্ৰঞ্জল শইকীয়া,তপন দাস,জয়ন্ত দাস,মিৰেল কুদ্দুচ,বিদ্যুৎ চক্ৰবৰ্ত্তী,ৰাজীৱ ভট্টাচাৰ্য আদি বহুতো অভিনেতাৰে ভৰপূৰ এখন মেগা ছবি ৷
মুনীন বৰুৱা পৰিচালিত চিৰসেউজ বোলছবি "প্ৰভাতী পখীৰ গান"ৰ এটি চিৰসেউজ গীত। দৰদী কন্ঠ শিল্পী সমৰ হাজৰিকা দেৱৰ এটি চিৰসেউজ গীত। হৃদয়স্পৰ্শী এখনি সুন্দৰ ছবি। পূৰৱী শৰ্মা,তপন দাস,প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা আদি আটাইবোৰ চৰিত্ৰৰ নিখুঁত অভিনয়ে চিনেমা খনক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে। চিনেমা খনত থকা বাৰ্তাবোৰে হৃদয় চুই যায়।মুঠতে ই এখনি সাৰ্থক ছবি। গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতবোৰে ছিনেমাখনক সোণত সুৱগা চৰাইছে।
বৰ সুন্দৰ গীতটি শুনি থাকিলেও আমনি নেলাগে।।
বহুত ভাল লাগে এই গীতটো আৰু চিনেমা খন |কিন্ত চিনেমাখন ভাগ ভাগ কৈ হে পাইচো একেলগে পোৱানাই
Aaji 1st xunilu, bor sundor.
Old is always gold.... Proud to be an Assamese....
Xunile xuni thakibo mon jua eti aapurugiya geet.
bro
Love Samar Hazarika...i like to listen his songs. Evergreen....
গানটো শুনি বৰ সাহস পাইছোঁ 🙏
মোৰ অতি প্রিয় গীত । old is gold 🙏🙏🙏
I'm so glad I found this song :)
Bahut dhunia bujibo parile
I still remember the movie. Aditi Hall ot saisilu. My age 7 years.
Saap eri gol ji aajiu ase