(লগন উকলি গ'ল) Lagan Ukali Gol - Sangeeta Borthakur - ৰাভা সংগীত - বিষ্ণু প্ৰসাদ ৰাভা গীত

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 567

  • @dulmonibhattacharyya4409
    @dulmonibhattacharyya4409 10 หลายเดือนก่อน +8

    লগন উকলি গ'ল তেও যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা।
    বিষ্ণুপ্ৰসাদ ৰাভা
    কিমান হেঙুলী ঊষা কিমান জোনালী নিশা মিছাতেই গ'ল মোৰ কিমান গধূলি পুৱা।
    মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে।
    শুনিছানে সেই সুৰ পৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান 'ভালপোৱা ভালপোৱা' ।।

  • @arindamdutta2158
    @arindamdutta2158 3 ปีที่แล้ว +54

    লগন উকলি গ’ল
    তেও যে নহ’ল কোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা ।
    কিমান হেঙুলী ঊষা
    কিমান জোনালী নিশা
    মিছাতেই গ’ল মোৰ
    কিমান গধূলি পুৱা ।
    মলয়াই কাণে কাণে
    মনৰ বাতৰি আনে
    নিখিলৰ সুৰে সুৰে
    হিয়ায়ো গান জুৰে ।
    শুনিছানে সেই সুৰ
    পৰাণত তোলা মোৰ
    হৃদয়ৰ গোৱা গান
    ‘ভালপোৱা ভালপোৱা’ ।।

  • @jillborthakur4054
    @jillborthakur4054 ปีที่แล้ว +13

    সচাইঁ বৰ সুন্দৰ শুনিলেই মন -প্ৰাণ আৱেগৰ অনুভূতিৰে সোঁৱৰাই, বিষ্ণু ৰাভা তোমাক প্ৰণাম 🙏

  • @mathswithudoi2680
    @mathswithudoi2680 3 ปีที่แล้ว +172

    মই নৱ প্ৰজন্মই কৈছোঁ-মোৰ দেশৰ এই কালজয়ী গীত মোৰ জীৱনৰ আধাৰ,মোৰ জীয়াৰ মন্ত্ৰ,মই হেৰাই যাওঁ জটিল সুৰৰ মূৰ্ছনাত,মই গাই দিব জানো এই গীত মোৰ হৃদয়ৰ অচিন আবেগেৰে,মোৰ হৃদয়ৰ বিশেষ শ্ৰদ্ধাৰে,
    - উদয় বৰা,মাধৱদেৱ বিশ্ববিদ্যালয়

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +24

    সংগীতা বৰঠাকুৰ বাইদেউৰ কন্ঠ বৰ সুন্দৰ। গীতটো শুনি মনটো ভাল লাগি গল।

    • @barnaliroydey2076
      @barnaliroydey2076 9 หลายเดือนก่อน +1

      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      মনৰ কথাটি মোৰ
      হিয়াত গুপুতে থোৱা
      মনৰ কথাটি মোৰ
      হিয়াত গুপুতে থোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      কিমান হেঙুলি উশা
      কিমান জোনালি নিশা
      মিছাতেই গ'ল মোৰ
      কিমান গধুলি পুৱা
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল
      তেওঁ যে নহ'ল কোৱা
      মলয়াই কাণে কাণে
      মনৰ বাতৰি আনে
      মলয়াই কাণে কাণে
      মনৰ বাতৰি আনে
      নিখিলৰ সুৰে সুৰে
      হিয়ায়ো গান জোৰে
      শুনিছানে সেই সুৰ
      প্ৰাণ উতলা মোৰ
      হৃদয়ৰ গোৱা গান
      ভালপোৱা ভালপোৱা
      তেওঁ যে নহ'ল কোৱা
      লগন উকলি গ'ল

  • @ankitasvlogs3164
    @ankitasvlogs3164 3 ปีที่แล้ว +34

    লগন উকলি গ'ল.... এই গানটো অন্তৰস্পৰ্শী আৰু কালজয়ী অসমীয়া ৰাভা সঙ্গীত। 😀😀😃🙏🙏👏👏

  • @skylark2516
    @skylark2516 3 ปีที่แล้ว +28

    বিষ্ণু ৰাভা গীত অতি ভাল পাওঁ। এইটো আটাইতকৈ প্ৰিয় ৰাভা সংগীত। হাজাৰ বাৰ শুনিলেও আমনি নালাগে।

  • @mrinalassamnk.3365
    @mrinalassamnk.3365 ปีที่แล้ว +5

    এয়া হে হৃদয় দুৱাৰত আলোড়ন জগাই তোলাৰ গীত বোৰ,,, অসমীয়া আইৰ পৰশ মাটিৰ গুন্ধ থকা কলি ❤❤❤❤
    আজি কালি কি শুনিবা সকলো প্ৰেমৰ গীত,, এয়া সদায় চিৰসেউজ গীত হৈ ৰব 🙏🙏🙏🌹🌹🙏🙏🌹

  • @jugalgogoi6465
    @jugalgogoi6465 10 หลายเดือนก่อน +2

    যিমান শুনিলেও হেঁপাহ নপলায়। কলাগুৰু তুমি অনন্য ❤।

  • @kumkumgogoi8446
    @kumkumgogoi8446 ปีที่แล้ว +13

    ভাষাৰে বুজাব নোৱাৰি, গীতটো শুনি হোৱা হৃদয়ৰ অনুভূতি

  • @rupamsaikia5350
    @rupamsaikia5350 3 ปีที่แล้ว +20

    মন চুই যায় এই সংগীতবোৰে💕💕💕

  • @bastobkalita6328
    @bastobkalita6328 ปีที่แล้ว +2

    এনে গানৰ সৃষ্টি আৰু নহয়। চিৰ সেউজ 💚

  • @arjundas-bj6rr
    @arjundas-bj6rr 2 หลายเดือนก่อน +1

    আমাৰ ক'লা গুৰু জনাক জনালোঁ আন্তৰিক মৰম তথা শ্ৰদ্ধাঞ্জলি।

  • @gitanjalideka8767
    @gitanjalideka8767 2 ปีที่แล้ว +1

    আন স্ংগীত দুই-তিনিটা শুনিলে মূৰ বিষাই যায়;পিছে ৰাভা-সংগীতসমূহ একেৰাহে শুনি ও আমনি নালাগে।ৰাভাদেৱৰ প্ৰতিটো গানত নতুনত্ব পোৱা যায়।🙏

  • @jonalideka5978
    @jonalideka5978 7 หลายเดือนก่อน +2

    মনৰ একনত সাঁচ বহুৱালে এই গীত টি❤

  • @romen7372
    @romen7372 ปีที่แล้ว +18

    সঁচাকৈয়ে বাস্তৱ জীৱনৰ লগত মিলি যায় এইটো গানে 💚💜😢

  • @bonjurybaruah876
    @bonjurybaruah876 2 ปีที่แล้ว +43

    প্ৰতি প্ৰজন্মই প্ৰজন্মই যেন কোলাই কোলাই লৈ থাকে চীৰকাল ৷ অমৰ হৈ ৰওক এই গীত ৷ সেৱা জনালোঁ ৷

  • @learnhub8361
    @learnhub8361 6 หลายเดือนก่อน +2

    মালবিকা বৰা ❤️

  • @alimuliassam6405
    @alimuliassam6405 3 ปีที่แล้ว +221

    চিৰসেউজ গীত এইবোৰ...শুনি আমনি নালাগে...যাৰ মাজত প্ৰেমৰ অবুজ বন্য সিঁচৰতি হৈ আছে..... বিচৰাৰ বাবে প্ৰয়োজন মাথো ধ্যান তথা আনুষংগিক অনুভূতি♥️♥️♥️তেওঁ যে নহ'ল কোৱা বিষ্ণুৰ কলমত♥️

  • @dipanjalinath2261
    @dipanjalinath2261 2 ปีที่แล้ว +3

    এই সোণালী গীত বোৰ উশাহ লৈ থকা লৈকে শুনি যাম ।

  • @bravogamerz4836
    @bravogamerz4836 3 หลายเดือนก่อน +1

    অন্তৰ চুই যোৱা গান ।

  • @hiranyabaruah5045
    @hiranyabaruah5045 5 ปีที่แล้ว +13

    শুনি থাকিলে শুনি থাকিবৰ মন যায়৷সচাকৈয়ে হৃদয় চুই যায়

  • @lakhyajitsharma9453
    @lakhyajitsharma9453 3 ปีที่แล้ว +43

    এইবোৰ গান আজিৰ প্ৰজন্মই শুনিব লাগে।

  • @BijumaniDeka-v6r
    @BijumaniDeka-v6r 9 หลายเดือนก่อน +12

    ইমান ধুনীয়া এই গীতটো যাতে সদায়ৰ বাবে অমৰ হৈ থাকে😢😢

  • @samarjitdas9934
    @samarjitdas9934 2 ปีที่แล้ว +7

    এইবোৰ গানটো সচাকৈয়ে চিৰযুগমীয়া।শুনিলেই খুব ভাল লাগে

  • @himagayan5387
    @himagayan5387 11 หลายเดือนก่อน +2

    চিৰযুগমীয়া গীত। অতি সুন্দৰ ❤

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu ปีที่แล้ว +1

    Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song

  • @user-Niku24.
    @user-Niku24. 2 ปีที่แล้ว +32

    নিভাঁজ হৃদয় জিনিব পৰা গীত। বাৰে বাৰে যেন শুনি থাকিম।

  • @gitanjalipathak1375
    @gitanjalipathak1375 4 หลายเดือนก่อน +2

    অতি সুন্দৰ পৰিবেশন ।

  • @mridusmitadehingia9544
    @mridusmitadehingia9544 4 หลายเดือนก่อน +1

    সুন্দৰ❤

  • @binodkakati7300
    @binodkakati7300 2 ปีที่แล้ว +74

    এই যুগমীয়া গীতটিৰ জৰিয়তে মোৰ অন্যতম প্ৰিয় শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধা নিবেদিছোঁ ! সাগৰ তলিৰ মানিক সদৃশ তেখেতৰ এই গীতবোৰ শুনি থাকিলেও আমনি নালাগে !!

    • @balindeka5803
      @balindeka5803 ปีที่แล้ว

      7 😂😂😂😂😂😂😂7 huu 7uu777uuuuuuu7uuuuuuu77uuuuu7! ।।

    • @ChintuPator-db8tl
      @ChintuPator-db8tl ปีที่แล้ว

      Xosai dada

    • @seemagogoi7503
      @seemagogoi7503 8 หลายเดือนก่อน

      X x xx sc sv.cvvsc xc s ​ xwsxabba1@@ChintuPator-db8tl

  • @namratadeka5704
    @namratadeka5704 2 ปีที่แล้ว +2

    অতুলনীয় এটা গীত ....দেহ মন জুৰাই যোৱা ।

  • @TechITWorld
    @TechITWorld 5 ปีที่แล้ว +153

    লগন উকলি গ’ল
    তেও যে নহ’ল কোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা ।
    কিমান হেঙুলী ঊষা
    কিমান জোনালী নিশা
    মিছাতেই গ’ল মোৰ
    কিমান গধূলি পুৱা ।
    মলয়াই কাণে কাণে
    মনৰ বাতৰি আনে
    নিখিলৰ সুৰে সুৰে
    হিয়ায়ো গান জুৰে ।
    শুনিছানে সেই সুৰ
    পৰাণত তোলা মোৰ
    হৃদয়ৰ গোৱা গান
    ‘ভালপোৱা ভালপোৱা’ ।।

    • @reemaroyjeetashreet9664
      @reemaroyjeetashreet9664 4 ปีที่แล้ว

      এৰা..........?

    • @bhesojbaruah8725
      @bhesojbaruah8725 4 ปีที่แล้ว +4

      এই গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কলমেৰে নিগৰা কিন্তু Description ত চাওকচোন Lyrics : Ranjan Kumar Bhattacharjya বুলি লেখি থৈছে !! নতুন প্ৰজন্মৰ মাজত এইটো অশুদ্ধ কথা কিয় প্ৰচাৰ কৰা হৈছে ??

    • @TechITWorld
      @TechITWorld 4 ปีที่แล้ว +1

      Description t vul ase. Kintu thumbnail t huddhokoi dise. @waveassam please fix it.

    • @bhesojbaruah8725
      @bhesojbaruah8725 4 ปีที่แล้ว +1

      তাকেই কৈ আছো , তেনেকুৱা কৰিব নেলাগে , আন দুঠাইতো এনেকুৱা কৰা দেখিবলৈ পোৱা গৈছে একেজনেই .....

    • @naybizzbijitdas1875
      @naybizzbijitdas1875 4 ปีที่แล้ว +1

      পৰাণত তোলা মোৰ

  • @jayantanath2011
    @jayantanath2011 3 หลายเดือนก่อน

    কি যে এক অতুলনীয়, অসাধাৰণ গান! চিৰ সেউজীয়া , অমৰ গান।

  • @dikurajkonwar547
    @dikurajkonwar547 2 ปีที่แล้ว +10

    হৃদয় চুই যোৱা গীত ❤️

  • @koushikbora8798
    @koushikbora8798 9 หลายเดือนก่อน +1

    তেওযে নহ'ল কোৱা 🥀❤️

  • @sauravvlog3722
    @sauravvlog3722 4 หลายเดือนก่อน +2

    মন প্ৰাণ সাত পৰি যোৱা গান 😢❤❤

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 ปีที่แล้ว +7

    ৰাভাৰ আভা ... .
    আভা কেৱল বিচ্চুৰিত্ হয় . ...
    সূৰ্য্যৰ উত্তাপ অনুভৱ হে কৰিব পাৰি ,সেই তাপ নিজৰ শৰীৰত সানি লব নোৱাৰি ; তাপ বিকিৰণ কৰিব পাৰে কেৱল সূৰ্য্যই ......... !!!!!!!

    • @jyotipasad198
      @jyotipasad198 4 ปีที่แล้ว

      সুন্দৰ মধুভাষ

  • @PrathanaChutia
    @PrathanaChutia 4 หลายเดือนก่อน +1

    Mon beya lagile ai git tire mon khat pelay lobo😊❤

  • @AswiniAswinidas
    @AswiniAswinidas 9 หลายเดือนก่อน +2

    আসা কৰো নতুন প্ৰজন্ময় গান বোৰ জিয়াই ৰাখে।❤

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 ปีที่แล้ว +4

    Most beautiful song, sweet voice,best song, my favorite song, Marvelous, superb, evergreen, world no 1 best song .

  • @sandhyaboruwa8849
    @sandhyaboruwa8849 5 หลายเดือนก่อน +1

    অপূৰ্ব

  • @lakhyajitsharma9453
    @lakhyajitsharma9453 3 ปีที่แล้ว +10

    কি গান !!!! What a lyrics, music!!!! Salute Bishnu Rabha.

  • @sabitaray9559
    @sabitaray9559 หลายเดือนก่อน

    কৌশিক নন্দন বৰুৱাৰ "ৰাধা" খণ্ডটিত উল্লেখ কৰা এই গীতটিৰ এটা অংশ পঢ়ি ইয়াত শুনিব আহিলো ❤
    সছাই মন ভৰি গ'ল।
    ধন্য আমি আমাৰ নৱ প্ৰজন্মক কৌশিক দায়ে পুৰণি আবেগবোৰ ওভতাই আনিছে মোৰ দৰে বহুতক।

  • @prabhakarkakati3200
    @prabhakarkakati3200 6 หลายเดือนก่อน +1

    দিনত এবাৰ শুনিবলৈ মন যায়

  • @parthapratimkalita7898
    @parthapratimkalita7898 4 หลายเดือนก่อน +1

    নতুন প্ৰজন্মক শিকোৱাৰ প্ৰয়োজন...

  • @srichintumanihazarika8001
    @srichintumanihazarika8001 3 ปีที่แล้ว +6

    লগন উকলি গল , তেওঁ যে নহ'ল কোৱা 💖💖💖

  • @pranjalnath4136
    @pranjalnath4136 4 ปีที่แล้ว +3

    সচাকৈ অন্তৰ আত্মা চুই যায় দে.... গানটোৰ কথা সুৰে....

  • @PrathanaChutia
    @PrathanaChutia 4 หลายเดือนก่อน +1

    Mon beya lagile ai git tire mon khat pelay lobo

  • @madhabidas6752
    @madhabidas6752 4 หลายเดือนก่อน +1

    This song is best for my compitition on 20 june❤

  • @manjushyam5994
    @manjushyam5994 4 หลายเดือนก่อน +1

    এই কালজয়ী গীতবোৰ চিৰদিনে আমাৰ হৃদয়ত বাজি থাকক🙏🙏🙏

  • @dineshkumarnath3494
    @dineshkumarnath3494 6 ปีที่แล้ว +12

    Heart touching song.... Bht val lagil

  • @rnproduction3119
    @rnproduction3119 2 ปีที่แล้ว +8

    What a unique composition !can there be better love song than this?words r so beautiful and the expression

  • @Bidyadhar29
    @Bidyadhar29 3 หลายเดือนก่อน

    Moja oi.

  • @anjoliborah6492
    @anjoliborah6492 3 หลายเดือนก่อน

    শুনিয়ো আমনি নালাগে কেতিয়াও ❤❤

  • @AjayDas-gl3lh
    @AjayDas-gl3lh 2 ปีที่แล้ว +1

    সত্য , সুন্দৰ, মৰম ভৰি থকা গান ‌। বৰ ভাল লাগে

  • @adilhussain5468
    @adilhussain5468 2 ปีที่แล้ว +1

    চিৰযুগমীয়া এই গীত কথা❤️💟

  • @nikumonimahanta7560
    @nikumonimahanta7560 4 ปีที่แล้ว +3

    বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিটো গীতেই অন্তৰস্পৰ্শ কৰি যায় ।শুনিলে শুনি থাকিবৰ মন যায়।তাৰ মাজতে এইটো গান

  • @mathswithudoi2680
    @mathswithudoi2680 3 ปีที่แล้ว +25

    I Will perform it in my University programme , whenever i hear my heart goes off, and it becomes cool and just good to everyone ,,the song had an outstanding quality

  • @BhabeshDoley-gq7gn
    @BhabeshDoley-gq7gn 3 หลายเดือนก่อน

    স্কুলীয়া জীৱনৰ কথা মনত পৰে, যুগ যুগ ধৰি জীয়াই থাকিব এইবোৰ গান।

  • @jahanali3376
    @jahanali3376 2 ปีที่แล้ว

    অতি সুন্দৰ । আজি 7 বজাৰ পৰা 10 বজালৈ শুনিলোঁ ।

  • @dinabandhu9827
    @dinabandhu9827 ปีที่แล้ว +2

    Wow.... What a mind blowing song!! 👍👍💪💪

  • @Junmoni-m6p
    @Junmoni-m6p 4 หลายเดือนก่อน +2

    ভাল লাগিল

  • @smritiborah6778
    @smritiborah6778 5 ปีที่แล้ว +7

    গানটো গভীৰতাত ডুবি থাকোতে নিজকে পাহৰি থাকিলো,ইমান অৰ্থপূৰ্ণ ।

  • @Karanbarmanpercussion
    @Karanbarmanpercussion 9 หลายเดือนก่อน +1

    Xundor kontho❤❤❤

  • @পিংকুভাইভনীকৌতুকগোষ্ঠী

    ধুনীয়া ৰাভা সংগীত

  • @meenadutta9132
    @meenadutta9132 3 ปีที่แล้ว +4

    গানটোৰ শব্দৰ গভীতাত,আৱেগময় সুৰৰ মুৰ্চনাত হেৰাই যাঁও নিৰিবিলি সময়বোৰত।বাৰে বাৰে শুনিও হেঁপাহ নপলাই।

  • @bhesojbaruah8725
    @bhesojbaruah8725 5 ปีที่แล้ว +69

    শব্দময়ী, এনে শব্দমালা আৰু নতুনকৈ সৃষ্টি হোৱা নাই ,কেৱল বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত হে পোৱা যায় এনে মৰ্মস্পৰ্শী শব্দগুচ্ছ, য'ত "হিয়াই ও গীত যোৰে "- অমল প্ৰেমৰ অমৰ সঙ্গীত .... !!

  • @devajitkalita9946
    @devajitkalita9946 4 หลายเดือนก่อน +1

    আপোন পাহৰা হৈ যাও এনে গীত শুনি।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @AMIRKHAN-hg8jj
    @AMIRKHAN-hg8jj 2 หลายเดือนก่อน

    অতি সুন্দৰ গীত ❤❤❤

  • @munmibarman5817
    @munmibarman5817 3 ปีที่แล้ว +2

    Gan tow suni bohot val lagil aji❤❤may fevret song ❤❤❤

  • @udayanofficial5390
    @udayanofficial5390 2 ปีที่แล้ว +8

    So sweet song of those days...
    Salute to the great composer...

  • @smproduction8126
    @smproduction8126 2 ปีที่แล้ว +2

    কি যে সুৰীয়া সুমধুৰ সুগন্ধি সঙ্গীতৰ সুৱাসৰ আচ্চনাদ ,যাক শুনিলে মন প্ৰাণ সজ্জিব হৈ উঠে

  • @shyamalkampuria5858
    @shyamalkampuria5858 ปีที่แล้ว

    তুমি প্ৰাণ ঢালি গাইছা। মই শুনিছোঁ

  • @hemendas8304
    @hemendas8304 2 ปีที่แล้ว +2

    সুন্দৰ ..হৃদয়স্পৰ্শী🙏🙏

  • @brainout7
    @brainout7 ปีที่แล้ว +1

    গন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    কিমান হেঙুলি উশা
    কিমান জোনালি নিশা
    মিছাতেই গ'ল মোৰ
    কিমান গধুলি পুৱা
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    মলয়াই কাণে কাণে
    মনৰ বাতৰি আনে
    মলয়াই কাণে কাণে
    মনৰ বাতৰি আনে
    নিখিলৰ সুৰে সুৰে
    হিয়ায়ো গান জোৰে
    শুনিছানে সেই সুৰ
    প্ৰাণ উতলা মোৰ
    হৃদয়ৰ গোৱা গান
    ভালপোৱা ভালপোৱা
    তেওঁ যে নহ'ল কোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    মনৰ কথাটি মোৰ
    হিয়াত গুপুতে থোৱা
    লগন উকলি গ'ল
    তেওঁ যে নহ'ল কোৱা

  • @assamtonmoy8051
    @assamtonmoy8051 4 ปีที่แล้ว +23

    শ্ৰদ্ধাৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিক ক তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো। 🙏🏻

  • @sumideka2490
    @sumideka2490 3 ปีที่แล้ว +2

    সছাঁকৈয়ে গীতটোৰ কথাখিনিয়ে অন্তৰ চুই যায়।শুনি থাকিলেও হেপাহে নপলাই।

  • @anudevi6963
    @anudevi6963 10 หลายเดือนก่อน

    সচাকৈ অন্তৰ ভৰি যায় ❤❤🙏🏻

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว +1

    Bohut val lagil good

  • @jyotirupasaikia3038
    @jyotirupasaikia3038 2 ปีที่แล้ว +1

    Bhut dhuniya geet hunile huni thakibr mn jai

  • @nayanjyotibaruah4165
    @nayanjyotibaruah4165 ปีที่แล้ว

    সুন্দৰ

  • @palashibaruah8926
    @palashibaruah8926 2 ปีที่แล้ว

    Xunile xuni thakibor mon Jai❤

  • @chiranjitbaruah2631
    @chiranjitbaruah2631 2 ปีที่แล้ว +3

    হৃদয় জুৰুৱা গান

  • @dibakarsonowal9489
    @dibakarsonowal9489 ปีที่แล้ว +2

    Melancholy and Tranquility mingle together ❤❤❤

  • @babludas1705
    @babludas1705 3 หลายเดือนก่อน +2

    Gutei jibon khunileu hepah npolab gan2

  • @KanaklataRajbongshi-s7g
    @KanaklataRajbongshi-s7g 2 หลายเดือนก่อน

    Mor priyo gan❤❤❤❤❤❤❤❤❤ thank you for giving this song ❤❤❤❤❤❤❤❤❤❤❤❤

  • @mahendrasaikia1167
    @mahendrasaikia1167 ปีที่แล้ว

    হঋদয়খন খুন্দি য়াই যোৱা গীত শুনি উজাগৰে পাৰ কৰো মোৰ জীৱনৰ শত যামিনি

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu ปีที่แล้ว

    Evergreen, marvelous, awesome, superhit, most beautiful song

  • @nitulbarman8832
    @nitulbarman8832 2 ปีที่แล้ว

    Xuni bhal lagil. Please anakua kalagura bishnu prasad rabhar song bur di thakiba

  • @swapnilkashyap535
    @swapnilkashyap535 ปีที่แล้ว +2

    বহুত ভাল লাগিল

  • @jadunandanath3913
    @jadunandanath3913 2 ปีที่แล้ว

    Ei geet ti xunile soday mon bhal lagi thake

  • @ryu_xitzy
    @ryu_xitzy 2 ปีที่แล้ว +1

    গীতটিৰ ভিতৰত মই জনী যেন সোমাই আছোঁ ❣️

  • @dhruvasaikia2505
    @dhruvasaikia2505 4 ปีที่แล้ว +3

    Logon ukoli jabo kintu ...... 🥰🥰😍😍

  • @biswajitbaruah5996
    @biswajitbaruah5996 2 ปีที่แล้ว +3

    Rava sangeet soni Thakile monto jor pori jai

  • @jayantagogoi554
    @jayantagogoi554 2 ปีที่แล้ว +3

    Nice shrat Gogoi 💖🌹🇨🇮🌃

  • @sewalisaikiasewalisaikia3532
    @sewalisaikiasewalisaikia3532 ปีที่แล้ว

    ইমান ধুনীয়া লাগিলে শুনি❤❤

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 ปีที่แล้ว +30

    THE MOST ROMANTIC SONG EVER CREATED ........ YES !
    KALAGURU ( কলাগুৰু ) BISHNU PRASAD RABHA PENNED SUCH SOULFUL SONG ON THE PREMATURE DEATH OF HIS BELOVED WIFE .

  • @barashabharadwaj7278
    @barashabharadwaj7278 2 ปีที่แล้ว +2

    Logon ugoli gol kintu gan tu atiyau priyo siroheuz

  • @kalyandutta7597
    @kalyandutta7597 2 ปีที่แล้ว +1

    ৰাভা দেৱৰ চৰণত সেৱা জনাইছো.....🙏🙏